ⓘ Free online encyclopedia. Did you know? page 145



                                               

অসমীয়া প্ৰসাধন সামগ্ৰী

পুৰণি অসমত সুগন্ধি দ্ৰব্য আৰু প্ৰসাধন সামগ্ৰীৰ অভাৱ নাছিল। বাণভট্টৰ হৰ্ষচৰিতে প্ৰমাণ দিয়ে যে অসম দেশ অগৰু, চন্দন,কাঠ,কস্তুৰী মৃগ আৰু গো শীৰ্ষৰ কাৰণে খ্যাত আছিল। কৌটিল্যৰ অৰ্থশাস্ত্ৰৰ ওপৰত ভিত্তি কৰি ডপ্ৰতাপচন্দ্ৰ চৌধুৰীয়ে তেওঁৰ দ্য হিষ্ট্ৰি অব ...

                                               

অসমীয়া পাগুৰি

মানুহে ৰদ,তাহ-বৰষুণ-ঠাণ্ডাৰ পৰা আত্মৰক্ষা কৰিবলৈ আৰু সৌন্দৰ্য বৰ্ধনৰ বাবে মূৰত পাগুৰি মাৰিছিল আৰু ইয়াৰ সংস্কৃত নাম হল উষ্ণীষ। শীত-বাতাদিৰ পৰা ৰক্ষা পাবলৈ যে উষ্ণীষৰ প্ৰয়োজন,তাক সুশ্ৰুত সংহিতাৰ নিদান স্থানৰ চৰ্তু বিংশতি অধ্যায়ত বৰ্ণিত হৈছে।আশ্ব ...

                                               

ৰি-ভৈ জিলা

ৰি-ভৈ ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ নংপহত অৱস্থিত। এই জিলাখনৰ আয়তন ২,৩৭৮ বৰ্গ কিলোমিটাৰ আৰু ২০০১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ২,৫৮,৮৪০জন। ২০১১ চনলৈকে ই মেঘালয়ৰ সাতখন জিলাৰ ভিতৰত দক্ষিণ গাৰো পাৰ্বত্যৰ পিচতে দ্বিতীয়খন ...

                                               

কচবা উপজিলা

                                               

অসমীয়া লোকসংস্কৃতিত কল

অসমীয়া জনজীৱনত কলৰ আসন সুকীয়া। অসমত সাধাৰণতে আঠিয়া,চনীচম্পা, মালভোগ,মনোহৰ,জাহাজী,সেন্দুৰী,পোৰা,কেচেলেপা প্ৰভৃতি জাতৰ কল প্রচুৰ পৰিমাণে উৎপন্ন হয়। বিহুগীত বন্দিত আঠিয়া কলৰ গা-গছ,পাত,মূঢ়া,ডিল প্ৰভৃতিও কামত লগা।মাগুৰ মাছৰ সৈতে কলডিলৰ ভাজিৰ সোৱ ...

                                               

মপিন

মাৰ্চ-এপ্ৰিল মাহত ছিয়াং সীমান্তৰ গালংসকলে এন্দিশ্বিকা গছত ফুলে বসন্তৰ পোহাৰ মেলাৰ লগে লগে এই কৃষি উৎসৱ মপিন পালন কৰে। এই উৎসৱ পাঁচ-ছয় দিন জুৰি চলে। অৱশ্যে উৎসৱৰ যোগাৰ এপষমান আগতে আৰম্ভ হয়। সাধাৰণতে সপোন আৰু মঙল চোৱাৰ ওপৰত নিৰ্ভৰ কৰি এই উৎসৱ পা ...

                                               

অসমৰ লোক-সংস্কৃতিত: ধান

ধান পৃথিৱীৰ মৌচুমী অঞ্চলৰ প্ৰধান শস্য। মানৱ সভ‍্যতাৰ দীঘলীয়া বুৰঞ্জীৰ যিদিনাই কৃষ্টিৰ কঠীয়া গজিছিল,সেইদিনাই ধানৰো কঠীয়া গজিছিল।কৃষ্টিৰ কঠীয়া গৰকি সংস্কৃতিৰ বৰঘৰলৈ আহোঁতে ধান জীৱনৰ বহুতো কথাতেই প্ৰয়োজনীয় হৈ পৰিল। ভোকৰ ভাতমুঠি ধানৰ বুকুতেই শু ...

                                               

ফুৰালুং

ফুৰালুং বা ফ্ৰালুং হৈছে আহোম ধৰ্মৰ এক অনুষ্ঠান। । ম-লুং এই অনুষ্ঠানৰ উৎপত্তি আৰু তাৎপৰ্য সম্পৰ্কে নানা ধৰণৰ মত আগবঢ়াইছে। কোনো কোনো ম-লুংে এই ফুৰালুং ৰ আলমত আহোমসকল বৌদ্ধ আছিল বুলি মত প্ৰকাশ কৰে। ড পদ্মেশ্বৰ গগৈয়ে এই প্ৰসংগত কৈছে যে-এই ত তাই আহো ...

                                               

জহং

অসমৰ বিভিন্ন জনগোষ্ঠীৰ ভিতৰত অন্যতম এটি জনগোষ্ঠী হল কাৰ্বি জনগোষ্ঠী। কাৰ্বি সকলৰ মূল বসতি পাহাৰ অঞ্চল যদিও ভৈয়াম অঞ্চলতো বসবাস কৰা দেখা যায়। বিশেষকৈ কামৰূপ, শোণিতপুৰ, গোলাঘাট আদি জিলাৰ উপৰি মেঘালয়ৰ কোনো কোনো ভৈয়াম অঞ্চলত বসবাস কৰা দেখা যায়। ...

                                               

বাহা পৰৱ

অসমৰ চাহজনগোষ্ঠীৰ অন্তৰ্গত চাওঁতাল সকলে পালন কৰা অন্যতম প্ৰধান উৎসৱ হল বাহা পৰৱ। এই উৎসৱ ফাগুন মাহৰ শুক্লা পঞ্চমীৰ দিনা পোৱাৰ পৰা আৰম্ভ কৰা হয়। কোনো কোনো ঠাইত এই উৎসৱ প্ৰায় এমাহ জুৰি-বহাগ বিহুৰ সময়লৈকে। বাহা পৰৱ উৎসৱ হৈছে বসন্ত উৎসৱ। বসন্ত কাল ...

                                               

ছংখং পূজা

ছংখং পূজা অসমৰ তিৱা জনগোষ্ঠীৰ লোকসকলে পালন কৰা কৃষিকাৰ্যৰ লগত জড়িত এক পূজা। ছংখং কাৰ্যই হাবি ভাঙি খেতিকৰা কাৰ্যক সূচায়। পাহাৰ ভৈয়াম উভয়তে বসবাস কৰা পূজাক ছংখং পূজা কৰাতো বাধ্যতামূলক।

                                               

অগ্নিগড় (ভাওনা)

অগ্নিগড় বা অগ্নিগেৰা হৈছে অংকীয়া ভাওনাত ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া বন্তি প্ৰজ্বলোত তোৰণ। সত্যেন্দ্ৰনাথ শৰ্মাৰ মতে "অসমীয়া ভাওনাত কাঠৰ তোৰণাকৃতিৰ ওপৰত ৯টা অথবা ১৮টা প্ৰদীপ জ্বলাই তাৰ তলেদি ভাৱৰীয়াক প্ৰৱেশ কৰিবলৈ দিয়া হয়। ইয়াক অগ্নিগড় বো ...

                                               

চলুং

চলুং বা চলুং পূজা অৰুণাচল প্ৰদেশৰ চিয়াং জিলা আৰু লোহিত জিলাত থকা আদি জনজাতীয় সমাজৰ এক উৎসৱ। চলুং উৎসৱ মূলতঃ কৃষি ভিত্তিক। জুলাই আগষ্ট মাহত সচৰাচৰ এই উৎসৱ আদি সকলে অতি পুৰণি কালৰেপৰা সামাজিক আৰু ধৰ্মীয় ৰীতি নীতি, আচাৰ ব্যৱহাৰেৰে পালন কৰি আহিছে।

                                               

নাটুৱা

নাটুৱা হৈছে অসমত বসবাস কৰা পাতৰ, ভূমিজ, মুণ্ডা, ওৰাং প্ৰভৃতি চাহ জনজাতি লোকৰ মাজত প্ৰচলিত এক নৃত্য। চাহ জনজাতিলোকৰ বিয়াত এই নাচ এক আকৰ্ষণীয় বিষয়। তদুপৰি আন সামাজিক উৎসৱতো এই নাচ অনুষ্ঠিত হয়।

                                               

চিক পুই ৰুই

চিক পুই ৰুই ডিমা হাছাও জিলাৰ মাৰ জনগোষ্ঠীয়ে শীতকালত উলহ- মালহেৰে পালন কৰা এক উৎসৱ। চিক পুই ৰুই উছৱৰ প্ৰাক্ মুহূৰ্তত গাঁৱৰ ডেকা- গাভৰুহঁতে লগ লাগি নৃত্য- গীতানুষ্ঠানৰ বাবে এটা নিৰ্দিষ্ট দিন থিক কৰি আটায়ে গৈ জ্যেষ্ঠ আৰু মুৰব্বীজনৰপৰা সন্মতি পোৱাৰ ...

                                               

জিৰকেদাম

কাৰ্বি ডেকা-গাভৰুহঁতৰ কৃষি কৰ্মৰ লগতে জীৱনৰ অত্যাৱশ্যকীয় কৰ্মৰ কেন্দ্ৰ হল জিৰকেদাম। অসমীয়া প্ৰতিশব্দ ডেকা চাং বুলি কোৱা হয় যদিও আগতে ছোৱালীবোৰকো ইয়াৰ অন্তৰ্ভুক্ত কৰা হৈছিল। এই জিৰকেদামৰ ডেকাসকলৰ প্ৰত্যেককে‌ জিৰপ আৰু সমূহীয়াভাৱে জিৰছং বুলি কো ...

                                               

জুৰণ বা তেলভাৰ

দৰা-ঘৰীয়া সকলে কন্যাঘৰলৈ জোৰণ আৰু তেলভাৰ লৈ কন্যাঘৰলৈ যায়। কোনো কোনোৱে টেকেলি দিয়া তেল ভাৰো বোলে। জোৰণত থাকে কন্যাৰ সাজপাৰ, আ-অলংকাৰ, আৰু খাদ্য সামগ্ৰী; যেনে:- দৈ, জলপান, গুড় আৰু গাখীৰ লগতে চাউল, তেল, নিমখ আদি নিয়া হয়। এটা টেকেলিত ভৰ্ত্তিকৈ ...

                                               

পাঁচালী গীতত ৰাগ-ৰাগিণী

নৱবৈঞ্চৱৰ আদৰ্শগত প্ৰভাৱৰ পৰা দূৰত থাকি মনসা-গীত ৰচয়িতা মনকৰৰ ৰচনাত অসমীয়া সংগীতৰ বিস্ময়কৰ নিদৰ্শন ৰক্ষিত হৈছে। মনকৰে কাব্য ৰচনা কৰা বুলি কোৱা নাই; পদুমাইৰ-গীত বা পাঞ্চালী-গীত‌ বা শ্ৰাৱণেৰগিত ৰচনা কৰা বুলিহে কোৱা হৈছে। যেনে- কমনকৰে ৰচিলেক পদুম ...

                                               

দবুৰ পূজা

দবুৰ পূজা ৰ দবুৰ শব্দটোৱে মিচিং সমাজত প্ৰচলিত পূজা বিশেষক বুজায়। দবুৰ শব্দটো কেনেকৈ উৎপত্তি হৈছে এই বিষয়ে বিতং আলোচনা হোৱা নাই। কোনো কোনো লোকৰ মতে মিচিং ভাষাত দ মানে খা আৰু বুৰ মানে উৰ্বৰ হোৱা অৰ্থাৎ পূজা-পাতলৰ যোগেদি পৃথিবীৰ উৰ্বৰা কৰা কাৰ্যক ...

                                               

সমুদ্ৰ মন্থন

সমুদ্ৰ মন্থন বা সাগৰ মন্থন বা ক্ষীৰসাগৰ মন্থন হিন্দু ধৰ্মৰ বহুলভাৱে জনাজাত কিংবদন্তিসমূহৰ অন্যতম। সমুদ্ৰ মন্থনৰ বিষয়ে ভাগৱত পুৰাণ, মহাভাৰত আৰু বিষ্ণু পুৰাণত বিস্তৃত বৰ্ণনা পোৱা যায়। দেৱতা আৰু অসুৰসকলে মিলি বিষ্ণুৰ সহযোগত ক্ষীৰ সাগৰ মন্থন কৰে। স ...

                                               

পূব জয়ন্তীয়া পাৰ্বত্য জিলা

পূব জয়ন্তীয়া পাৰ্বত্য ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ খিলেৰিহাটত অৱস্থিত। পূব জয়ন্তীয়া পাৰ্বত্য জিলাখন ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা গঠন কৰা হৈছে।

                                               

প্ৰাক্ আহোমযুগৰ স্থাপত্য আৰু ভাস্কৰ্য্য

অসমৰ প্ৰাক্ আহোম যুগৰ স্থাপত্যত কিৰাত সকলৰ স্থাপত্য আৰু আৰ্য গোষ্ঠীয়ে সকলৰ স্থাপত্যৰ এটা ৰূপ দেখা যায়। মহাভাৰত আৰু কালিকাপুৰাণত ব্ৰহ্মপুত্ৰ উপত্যকাৰ প্ৰাচীনতম অধিবাসীসকলৰ ভিতৰত কিৰাতসকলেই সৰ্বপ্ৰাচীন বুলি উল্লেখ আছে। অসমৰ কছাৰীসকলেই পৰম্পৰাগতভা ...

                                               

না

                                               

ঙা

                                               

গা

                                               

কা (আহোম বৰ্ণমালা)

                                               

খা

                                               

টা

                                               

মাদল খেদা

দক্ষিণ কামৰূপৰ বিভিন্ন অঞ্চলত বসবাস কৰা বড়োসকলৰ মাজত প্ৰচলিত এটি ৰঙৰ নাচ হল মাদল খেলা। বৈসাগী উৎসৱত মাদল-খেদা এসপ্তাহজুৰি চলে। গৃহস্থৰ চোতালে চোতালে গৈ নচা এই মাদল খেদাত মাদলৰ উপৰি চিফুং, জখা, থৰকা চেৰাজা প্ৰভৃতি বাদ্য-যন্ত্ৰও ব্যৱহাৰ কৰে। মাদল ...

                                               

সংকেৎ লোকবিশ্বাস আৰু যাদু লোকবিশ্বাস

একক পৰাকৰণ বা চৰ্ত আৰু পৰিণতিৰ সংমিশ্ৰণত সৃষ্টি হয় সংকেৎ লোকবিশ্বাসৰ। এই জাতীয় লোকবিশ্বাসে ভবিষ্যদ্বাণীৰূপে প্ৰকাৰ্য্য সাধন কৰে। যিবোৰ সংকেৎ অন্ধবিশ্বাস মানৱৰ বিভিন্ন কাৰ্যাৱলীৰ পৰা জন্ম হৈছে--সেইবোৰ সম্পূৰ্ণ ভাৱে আকস্মিক নাইবা সমপাতনিক আৰু যিব ...

                                               

কিতাপ পঢ়াৰ আনন্দ

কিতাপ পঢ়াৰ আনন্দ হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। ১৯৯১ চনৰ ডিচেম্বৰ মাহত ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনৰ পৰা পোন প্ৰথমে প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে তেখেতৰ বন্ধু অশোক শইকীয়াৰ কৰকমলত আগবঢ় ...

                                               

লেছেৰি নাচ

সোণোৱাল কছাৰী সমাজৰ পুৰুষৰ গীত-মাতবোৰত এৰি যোৱা বিষয়বস্তুক লেছেৰি বুটলাদি বুটলি আনি সৃষ্টি কৰা গীতবোৰক কেন্দ্ৰ কৰি যি নাচ গঢ়ি উঠিছে তাকে লেছেৰি নাচ বা বিহু বোলা হয়। বহাগ বিহুৰ সময়ত গাভৰু-বোৱাৰীয়ে এই বিহু কৰে। লেছেৰিক সোণোৱাল কছাৰীসকলৰ অন‍্য ...

                                               

সোনোৱাল কছাৰীৰ বহাগ বিহু

                                               

সোনোৱাল কছাৰীসকলৰ বহাগ বিহু

অসমৰ প্ৰধান লোক-উৎসৱ,অসমীয়া প্ৰাণৰ স্পন্দন,অতীকৈ চেনেহৰ, জাতিটোৰ হৃদপিণ্ডস্বৰূপ বহাগ বিহুটি অসমৰ অন‍্য জাতি-জনগোষ্ঠীসমূহৰ দৰে সোণোৱালসকলেও নিজস্ব পৰম্পৰা, ৰীতি-নীতিয়ে উদযাপন কৰে। সোণোৱাল কছাৰীসকলে বহাগৰ বিহুটিক বলি ৰজাৰ দোমাহী বুলিও কয়। এই বিষ ...

                                               

ইলোৰা ৰায়চৌধুৰী

ইলোৰা ৰায়চৌধুৰী হৈছে মৰণোত্তৰভাৱে নেত্ৰদান আৰু দেহদান কৰা অসম তথা উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমগৰাকী মহিলা। তেখেত আছিল এগৰাকী বাঁওপন্থী কৰ্মী আৰু বিশিষ্ট সমাজ সেৱক। অসম কেশৰী অম্বিকাগিৰী ৰায়চৌধুৰীৰ বংশধৰ প্ৰয়াত হেমন্ত ৰায়চৌধুৰী আৰু মাতৃ বিনা ৰায়চৌ ...

                                               

পশ্চিম জয়ন্তীয়া পাৰ্বত্য জিলা

জয়ন্তীয়া পাৰ্বত্য জিলা সংযুক্ত জিলাখন ১৯৭২ চনৰ ২২ ফেব্ৰুৱাৰীত গঠিত হৈছিল। তেতিয়া ইয়াৰ আয়তন আছিল ৩,৮১৯ বৰ্গ কিলোমিটাৰ। ২০১১ চনৰ লোকপিয়ল অনুসাৰি এই জিলাখনৰ জনসংখ্যা আছিল ২,৭০,৩৫২ জন। ২০১২ চনৰ ৩১ জুলাইত জয়ন্তীয়া পাৰ্বত্য জিলাখন ভাঙি পশ্চিম জ ...

                                               

খলাইহ্ৰিয়াত

খিলেৰিহাট হৈছে ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব জয়ন্তীয়া পাৰ্বত্য জিলাৰ মুখ্য কাৰ্যালয়, যিখন জিলা জয়ন্তীয়া পাৰ্বত্য জিলাৰ পৰা নিৰ্মাণ কৰা হৈছিল। জিলাখনত দুটা খিলেৰিহাট আৰু চাইপুং community and rural development block আছে৷ খিলেৰিহাটত এখন চৰকাৰী চিকিৎ ...

                                               

ব্ৰিটিছ ভাৰতৰ মুদ্ৰা

ভাৰতত ব্ৰিটিছ ট্ৰেডিং পোষ্টবোৰ প্ৰথমে সপ্তদশ শতিকাৰ আৰম্ভণিতে ইষ্ট ইণ্ডিয়া কোম্পানীয়ে স্থাপন কৰিছিল, যি দ্ৰুততাৰে উপমহাদেশৰ এক গুৰুত্বপূৰ্ণ অংশ সামৰি ডাঙৰ উপনিবেশলৈ বিকশিত হৈছিল। প্ৰাৰম্ভিক বসতি বা কাৰখানাবোৰৰ ভিতৰত আছিল দক্ষিণৰ মাচুলিপত্তনম আৰ ...

                                               

পশ্চিম গাৰো পাৰ্বত্য জিলা

পশ্চিম গাৰো পাৰ্বত্য ভাৰতৰ মেঘালয় ৰাজ্যৰ এটি প্ৰশাসনিক জিলা। জিলাৰ সদৰ তুৰাত অৱস্থিত। এই জিলাখনৰ আয়তন ৩৭১৪ বৰ্গ কিলোমিটাৰ আৰু ২০১১ চনৰ লোকপিয়ল অনুসৰি ইয়াৰ জনসংখ্যা ৬৪৩,২৯১ জন। ২০১১ চনলৈকে ই পূব খাছী পাৰ্বত্য জিলাৰ পিছতে মেঘালয়ৰ সাতখন জিলাৰ দ ...

                                               

জীৱনৰ মধুৰতম সময়

জীৱনৰ মধুৰতম সময় হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰকাশ হোৱা নতুন সংস্কৰণৰ পুনৰ্মুদ্ৰণ কৰা হয় ২০১২ চনত।এই গ্ৰন্থখন লেখক বৰগোহাঞি ...

                                               

ডাৰউইন (গ্ৰন্থ)

ডাৰউইন হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনে। ২০০৪ চনৰ অক্টোবৰ মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ দ্বিতীয় আৰু তৃতীয় সংস্কৰণ প্ৰকাশ ...

                                               

কাম কৰাৰ আনন্দ

কাম কৰাৰ আনন্দ হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন গদ্য-ৰচনা। প্ৰথমবাৰ ২০০৭ চনৰ অক্টোবৰ মাহত ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনৰ পৰা প্ৰকাশ হোৱা গ্ৰন্থখন লেখক বৰগোহাঞিয়ে কৰ্মযোগী ডাঃ নোমলচন্দ্ৰ বৰাৰ কৰকমলত আগবঢ়াইছে।

                                               

স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম (কিতাপ)

স্বাস্থ্য ৰক্ষাৰ সহজ নিয়ম হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন স্বাস্থ্য-বিষয়ক প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনে। ২০০৮ চনত প্ৰথম প্ৰকাশ হোৱা কিতাপখনৰ ২০১৭ চনলৈকে সপ্তম সংস্কৰণ প ...

                                               

বিপদৰ বন্ধু

বিপদৰ বন্ধু হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনে। ২০০৩ চনৰ নৱেম্বৰ মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনে ২০১৭ চনলৈকে মুঠ পাঁচটা সংস্কৰণ লাভ কৰিছে।এই কি ...

                                               

সুখ-দুখ

সুখ-দুখ হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন প্ৰবন্ধ সংকলন। কিতাপখন প্ৰকাশ কৰিছে ষ্টুডেণ্টচ ষ্টৰচ প্ৰকাশনে। ১৯৯২ চনৰ আগষ্ট মাহত প্ৰথম প্ৰকাশ হোৱা কিতাপখনে ২০১৫ চনলৈকে মুঠ সাতটা সংস্কৰণ লাভ কৰিছে।

                                               

বেঞ্জামিন ফ্ৰেংকলিন

                                               

দক্ষিণ পশ্চিম গাৰো পাৰ্বত্য জিলা

                                               

এংকৰ ৱাট

এংকৰ ৱাট বা আক্ষৰিক অৰ্থত "মন্দিৰৰ নগৰ") হৈছে কম্বোডিয়াত অৱস্থিত এক ধৰ্মীয় স্থাপত্য আৰু ই মাটিকালিৰ জোখেৰে পৃথিৱীৰ সৰ্ববৃহৎ মন্দিৰ চৌহদ। ইয়াৰ মুঠ মাটিকালি ৪০২ একৰ । এই মন্দিৰটো দ্বাদশ শতিকাৰ প্ৰথমভাগত ৰজা দ্বিতীয় সূৰ্যবৰ্মনে সেই সময়ৰ ক্ষ্মেৰ ...

                                               

মানুহ হোৱাৰ গৌৰৱ

মানুহ হোৱাৰ গৌৰৱ হৈছে অসমীয়া সাহিত্যিক, সাংবাদিক, সমালোচক, কবি, গল্পকাৰ হোমেন বৰগোহাঞিৰ এখন দুঃসাহসিক অভিযানমূলক গ্ৰন্থ। ইয়াত মানুহে পোনপ্ৰথমবাৰৰ বাবে দক্ষিণ মেৰু বিজয় কৰাৰ কাহিনী বৰ্ণনা কৰিছে। গ্ৰন্থখন ১৯৯৪ চনৰ জানুৱাৰী মাহত ষ্টুডেণ্টচ ষ্টৰচ ...

                                               

বৰ্তনী ছেদক

বৰ্তনী ছেদক হৈছে স্বয়ংক্ৰিয়ভাৱে ক্ৰিয়াশীল হৈ উঠা এটা বৈদ্যুতিক ছুইছ৷ শ্বৰ্ট ছাৰ্কিট বা অত্যধিক লোদে বৰ্তনী এটাইদি অতি-প্ৰৱাহ চালিত কৰে৷ সেই প্ৰৱাহে যাতে বৈদ্যুতিক যন্ত্ৰটো বা প্ৰণালীটো ক্ষতিগ্ৰস্ত নকৰে, তাৰ বাবে বৰ্তনী ছেদক ব্যৱহাৰ কৰা হয়৷ ইয ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →