ⓘ Free online encyclopedia. Did you know? page 143



                                               

জেনিফাৰ ডাউডনাই লাভ কৰা বঁটা আৰু সন্মান

2017 Carl Sagan Prize for Science Popularization 2016 Heineken Prize for Biochemistry and Biophysics. 2018 Medal of Honor jointly with Charpentier, Charis Eng and Michael Thun of the American Cancer Society. 2016 Paul Ehrlich and Ludwig Darmstaed ...

                                               

পেটেণ্ট

পেটেন্ট হৈছে -- নতুন কিবা উদ্ভাৱন কৰিলে চৰকাৰীভাৱে উদ্ভাৱন কৰা বস্তুটো/যন্ত্ৰটো উদ্ভাৱক স্বীকৃতি দিয়া এটা সংস্থা । উদ্ভাৱকে নিজৰ উদ্ভাৱন কৰা বস্তুটোৰ বিষয়ে এই পেটেন্ট সংস্থা ওচৰত পন্জীয়ন কৰিব লাগে ।

                                               

আমাজন

                                               

বৰা

                                               

বৰ্ণ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। বৰ্ণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: বৰ্ণ বা ৰং, মানুহৰ দৃষ্টিয়ে পাৰ্থক্য কৰিব পৰা কিছুমান আলোক ধৰ্ম বৰ্ণ বৰ্ণমালা, লিখন পদ্ধতিত অৰ্থ প্ৰকাশক চিহ্ন বৰ্ণ বা জাতি, ভাৰতীয় উপমহাদেশত একে খিতাপ, জীৱিকা ...

                                               

প্ৰাচীন অসমত ভূমিদান

ভাৰতবৰ্ষত ব্ৰাহ্মণ আৰু ধৰ্মীয় অনুষ্ঠান- প্ৰতিষ্ঠানৰ নামত ভূমিদান কাৰ্য অতি প্ৰাচীন কালৰে পৰা চলি আহিছে। গুপ্ত যুগতেই ভূমিদান সম্পৰ্কীয় আটাইতকৈ বেছি তথ্যপাতি পোৱা গৈছে। ভূমিদান সম্পৰ্কীয় তথ্য পাতি সাধাৰণতে তামৰ ফলি বা শিলত খোদিত কৰা হৈছিল। অসমত ...

                                               

অডিট

অডিট বা হিচাপ পৰীক্ষণ হৈছে কোনো এক লাভকাৰী বা অলাভকাৰী প্ৰতিষ্ঠানৰ, আকাৰ বা আইনগত প্ৰকাৰৰ ভেদ নোহোৱাকৈ, কোনো মতামত দিবৰ উদ্দেশ্যেৰে চলোৱা বিত্তীয় তথ্য আৰু হিচাপ-পত্ৰসমূহৰ এক স্বতন্ত্ৰ পৰীক্ষণ কাৰ্য। অৰ্থাৎ অডিটৰ যোগেদি কোনো এক প্ৰতিষ্ঠানৰ বিত্তী ...

                                               

বাঁহী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

বাঁহী নামে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: বাঁহী আলোচনী, ১৯০৯ লক্ষ্মীনাথ বেজবৰুৱাৰ সম্পাদনাত প্ৰকাশিত এখন অসমীয়া মাহেকীয়া আলোচনী। বাঁহী, ফুঁ দি বজোৱা এক বাদ্যযন্ত্ৰ।

                                               

অসমীয়া লিপি

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। অসমীয়া লিপি শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: অসমীয়া বৰ্ণমালা, অসমীয়া ভাষাৰ লিখন প্ৰণালী বঙালী–অসমীয়া লিপি, বঙালী আৰু অসমীয়া বৰ্ণমালাৰ ভেটি

                                               

বঙালী লিপি

                                               

ভোমোৰা

ভোমোৰা ই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে কলীয়াভোমোৰা সেতু: ব্ৰহ্মপুত্ৰ নদীৰ ওপৰত অৱস্থিত এখন দলং। ভোমোৰা বৃক্ষ: এবিধ ডাঙৰ আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ। ভোমোৰা পতংগ: এক প্ৰকাৰৰ পতংগৰ গণ যাক ইংৰাজীত Bumblebee নামেৰে জনা যায়।

                                               

কামাখ্যা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

কামাখ্যা নামে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: কামাখ্যা দেৱী: হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। কামাখ্যা মন্দিৰ: গুৱাহাটীত অৱস্থিত কামাখ্যা দেৱীৰ মন্দিৰ।

                                               

চিত্ৰকৰ

চিত্ৰকৰঃ সাধাৰণ অৰ্থত, চিত্ৰ বা ছবি অঁকাজনেই চিত্ৰকৰ৷ বিভিন্ন কলাৰ মাধ্যমেৰে সৃজনীশীল মনৰ মানুহে নিজৰ মনৰ মাজত ধৰা দিয়া ভাৱ সমূহ ভিন্ন প্ৰকাৰে প্ৰকাশ কৰে৷ বিভিন্ন সাহিত্য কৰ্ম, গীত-সংগীত, ভাষ্কৰ্য- মূৰ্তি-প্ৰতিমূৰ্তি আদিৰ সৃষ্টিকৰ্তা সকলৰ দৰে মা ...

                                               

আই (ইংৰাজী সৰ্বনাম)

ইংৰাজী ভাষাত আই এটি ব্যক্তিগত সৰ্বনাম, যিয়ে মই বুজাই। আই সদায় বৰফলাত লিখা হয়। মি, মাই, মাইন, মাইছেল্ফ আইৰ আন ৰূপ।

                                               

ৰাম-চৰিত মানস

                                               

ভাৰতীয় কাৰ্প

ভাৰতীয় কাৰ্প বুলিলে কেইবাটাও মাছৰ প্ৰজাতিক বুজায়: Labeo rohita, ৰৌ মাছ, দক্ষিণ এচিয়াৰ নদীত পোৱা এবিধ কাৰ্প পৰিয়ালৰ মাছ। Catla catla, প্ৰধান ভাৰতীয় কাৰ্প বা বাহু মাছ, দক্ষিণ এচিয়াৰ অৰ্থনৈতিকভাৱে গুৰুত্বপূৰ্ণ কাৰ্প পৰিয়ালৰ এবিধ নিৰ্মল পানীৰ ...

                                               

বাংলা (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

                                               

নগাৰাজ্যৰ সংস্কৃতি

ভাৰতৰ পূব প্ৰান্তত অসম আৰু ভাৰত- ব্ৰহ্ম সীমান্তৰ মাজত অৱস্থিত ১৬,৪৮৮ বৰ্গ কিলোমিটাৰ জোৰা পাৰ্বত্য,ওখোৰা-মোখোৰা, ঘন কুঁৱলী আৰু ডাঠ ডাৱৰে ঢকা, চিৰ সেউজীয়া অৰণ্য-আবৃত, জান-জুৰি, নৈ-উপনৈ প্ৰবাহিত ভূভাগেই নগাৰাজ্য বা নাগালেণ্ড । ১২,৫৫৩ ফুট ওখ, টুৱেনচ ...

                                               

অসমীয়া সংস্কৃতিৰ সমন্বয় আৰু সমাহৰণ

সংস্কৃতিৰ এটা উল্লেখযোগ‍্য বৈশিষ্ট্য হৈছে-ই সমন্বয়ৰ প্ৰৱণতা প্ৰকাশ কৰে। জগতত যি দৰে অবিমিশ্ৰ সমাজ পাবলৈ নাই তদ্ৰূপ জগতত অবিমিশ্ৰ সংস্কৃতিও নাই। দুটা স্ৰোতধাৰাই নিজ নিজ গতিৰে প্ৰভাৱিত হৈ এঠাইত সংমিশ্ৰিত হৈ অনন্ত মহাসাগৰৰ বিশাল জলৰাশিৰ মাজত বিলীন ...

                                               

নাঙেলী গীত

নাঙেলী গীত অসমৰ দৰং জিলাত প্ৰচলিত একপ্ৰকাৰৰ গীত। নাঙেলী গীতক নাইলেনী বা লাইলাং বুলিও কোৱা হয়। বিহু গীতৰ দৰে ত্ৰিপদী ছন্দত ৰচিত এই নাঙেলী গীতবোৰৰ সংখ্যা ওঠৰ কুৰি বুলি পৰম্পৰা প্ৰচলিত। কৃষিজীৱী সমাজখনৰ লোকসকলৰ জীৱনৰ আশা আকাংক্ষা, কামনা বাসনা, বিৰহ ...

                                               

অসমীয়া বাদ‍্যযন্ত্ৰ আৰু ইয়াৰ প্ৰকাৰ

বাদ্য যন্ত্ৰ:গীত-নৃত্য-নাট-নাটকৰ সৈতে বাদ্য যন্ত্ৰৰ সম্পৰ্ক অতিকে গভীৰ।সেই কাৰণেই গীত-নৃত্য-নাট্য-নাট আদিৰ সৈতে বাদ্য সম্পৃক্ত হৈ থাকে।সেইকাৰণে কোৱা হয়-গীত-বাদ্য-অভিনয় ইটো সিটোৰ লগত সংস্পৰ্শীত।এইকাৰণেই ঢোল, তাল,বেণু,বংশী,চেৰজা আদি বাদ্য যন্ত্ৰক ...

                                               

নৃত্য উৎসৱ আৰু যৌন সম্পৰ্ক

মানুহে আনন্দ প্ৰকাশৰ বাবে যিবোৰ উৎসৱ পালন কৰে তাৰ সৰহভাগেই পৰে বসন্ত আৰু শৰত ঋতুত বিশেষকৈ মানুহৰ জীৱনৰ কামনা বাসনাৰ গোন্ধ থকা উৎসৱ সমূহ বসন্ত কালতহে উদযাপন কৰা হয়। অসমৰ পৰ্বতীয়া জনগোষ্ঠীৰ মাজতো নিশা নৃত্য উৎসৱৰ আয়োজন কৰা পৰম্পৰা যুগ-যুগান্তৰ ধ ...

                                               

লোকসংস্কৃতিত উৰ্বৰা বিশ্বাস

অসমৰ লোকসংস্কৃতিত উৰ্বৰা বিশ্বাস ৰ প্ৰভাৱ অতি বেছি। ইয়াৰ মূল কাৰণ বিশেষ তাৎপৰ্যপূৰ্ণ। মানুহৰ সৱাতোকৈ ডাঙৰ ঘটনা হল: জন্ম, মৃত্যু আৰু বিবাহ। এই তিনিওটা ঘটনাক কেন্দ্ৰ কৰি মানুহৰ অলেখ লোকবিশ্বাস সৃষ্টি হৈছে। সন্তান জন্ম হ’লে মাছ দান দিয়ে। মাছৰ প্ৰজ ...

                                               

অসমৰ লোকসংস্কৃতিত অমঙ্গল

স‌ংস্কৃতি এটা জাতিৰ জাতীয় জীৱনৰ ধাৰা। পৰম্পৰাই লোক-বিশ্বাসৰ জীৱনী শক্তি বৃদ্ধি কৰে। এই লোক-বিশ্বাসতে গইনা লৈ লোক-স‌ংস্কৃতি লহপহকৈ বাঢ়ি আছে। অদৃষ্টক জানিবলৈ মানুহে জ্যোতিষৰ সহায় লোৱাৰ উপৰিও কিছুমান মঙ্গল-অমঙ্গল সূচনা কৰে বুলি মানুহৰ মনত কিছুমান ...

                                               

জন্মাষ্টমীৰ কৃত‍্য

শ্ৰীকৃষ্ণৰ জন্মাষ্টমী শাস্ত্ৰীয়ভাৱে উদযাপিত হোৱাৰ বাহিৰেও নাটকীয় সমলযুক্ত বিভিন্ন আচৰণৰ সৈতেও পালন কৰা দেখা যায়। কোনো কোনো নামঘৰ বা গোসাঁই ঘৰত বিশেষকৈ লাউপাৰাৰ শ্ৰীশ্ৰীশ্যামৰায়।গোসাঁই ঘৰত ভকত-ভকতনীসকলে শ্ৰীশ্ৰীকৃষ্ণৰ জন্মাষ্টমী পালনৰ উদ্দেশ্য ...

                                               

অসমৰ জনগোষ্ঠী(ডিমাচা, মিচিং, ৰাভা, চিংফৌ, টাই খাময়াং)সকলৰ মৃতদেহ সৎকাৰ পদ্ধতি

অসম হৈছে উত্তৰ-পূৱ ভাৰতৰ বিভিন্ন জনগোষ্ঠীয় লোকৰ সংস্কৃতিৰ ৰম্যভূমি । সকলো জনগোষ্ঠী মিলি বৃহত্তৰ অসমীয়া সংস্কৃতি গঢ় দিছে যদিও জনগোষ্ঠীবোৰে স্বকীয় সাংস্কৃতিক বৈশিষ্ট্যবোৰ অটুত ৰাখিছে । ধৰ্ম, বিবাহ ইত্যাদিবোৰৰ লগতে জনগোষ্ঠীসমূহৰ মাজত প্ৰচলিত মৃত ...

                                               

পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি

পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি শীৰ্ষক গ্ৰন্থখন মহেশ্বৰ নেওগৰ দ্বাৰা ৰচিত এখন গ্ৰন্থ। ১৯৫৭ চনত বাণী মন্দিৰ প্ৰকাশনে প্ৰথম প্ৰকাশ কৰা এই গ্ৰন্থখনত অসমৰ সামাজিক সাংস্কৃতিক জীৱনৰ বিভিন্ন দিশ সামৰি লোৱা হৈছে।

                                               

লোক-বিশ্বাসত বৰষুণ

মানৱ সভ্যতাৰ বুৰঞ্জীত যিদিনাই কৃষ্টিৰ কঠীয়া গজিছিল,সেইদিনাই মানুহে বৰষুণ বিচাৰিছিল।তথাপি মানুহে বিচৰামতে বৰষুণ নহৈছিল; কেতিয়াবা আকৌ নিবিচৰাকৈ বৰষুণ ধাৰাসাৰে দিছিল;সেইবাবে মানুহে পাছলৈ বৰষুণক অধিদৈৱিক শক্তি বুলি বিবেচনা কৰিছিল।বৈদিক আৰ্যসকলেই বৰ ...

                                               

শিলপুখুৰী

শিলপুখুৰী হৈছে অসমৰ কামৰূপ জিলাৰ গুৱাহাটীৰ এটি ব্যস্ত আৰু ঘন বসতিপূৰ্ণ অঞ্চল। ১৮৯৯ খ্ৰীষ্টাব্দত শিলপুখুৰী অঞ্চলটো গুৱাহাটী পৌৰসভাৰ অন্তৰ্ভুক্ত হয়। শিলপুখুৰীৰ পুৰণি নাম আছিল কুকুৰমুতা। গুৱাহাটীৰ এটি পুৰণি পুখুৰী শিলপুখুৰীৰ কাষে-পাজৰে এটি জনবসতি গ ...

                                               

জাতনাম

জাতনাম বিহুগীতৰ এটা প্ৰধান ভাগ। যেতিয়া কোনো এটা খৰা নাম জাত লগাই গোৱা হয়, তেতিয়াই সেই নাম ফাঁকিক জাতনাম বোলে। হুঁচৰি, মুকলি বিহু, গাভৰু বিহু, ৰাতিবিহু আদি সকলোতে জাত নামৰ বহুল প্ৰচলন আছে।

                                               

পুৰণি অসমীয়া সমাজ আৰু সংস্কৃতি

                                               

জুলফীকৰ হুছেইন

                                               

অসম বিধানসভা নিৰ্বাচন, ১৯৯৬

১৯৯৬ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ ১০ম বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৮.৯২%। এইটো নিৰ্বাচনত মুঠ ১৭ গৰাকী মহিলা প্ৰাৰ্থীয়ে অংশগ্ৰহণ কৰে আৰু ইয়াৰে ৬ গৰাকীয়ে বিজয়ী হয়। প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীৰ সংখ্যা ওদালগুৰি সমষ্টিত আটাই ...

                                               

ঘুগুহা দৌল

ঘুগুহা দৌল অসমৰ ধেমাজি জিলাত অৱস্থিত এক মধ্যযুগীয় দৌল। ধেমাজি জিলাৰ সদৰৰপৰা তেইশ কিলোমিটাৰ পশ্চিমে এই দৌল অৱস্থিত। লখিমপুৰৰপৰা ধেমাজি পোৱাৰ আগেয়ে ১৫নং ৰাষ্ট্ৰীয় ঘাইপথৰপৰা চমজান-নৰোৱাথান সংযোগী পথেৰে প্ৰায় ৫ কিলোমিটাৰ সোমাই গ’লে দৌলটো পোৱা যায ...

                                               

অনন্ত থান (আশ্ৰম)

প্ৰাচীন আৰু ঐতিহাসিক অনন্ত থান, বৰ্তমান ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দক্ষিণ প্ৰান্তৰ গোহাঁই চাপৰিত অৱস্থিত। স্থানীয় লোকৰ মুখে মুখে ইয়াৰ নাম অনন্ত আশ্ৰম বুলিও জনা যায়।

                                               

নৰমুণ্ড চিকাৰ

নৰমুণ্ড চিকাৰ অভিযান হৈছে লোককৃষ্টিৰ অন্তৰ্ভুক্ত এটি তাৎপৰ্যপূৰ্ণ পৰম্পৰা, যত মানুহৰ সৈতে যুদ্ধ কৰি পৰাজিতসকলৰ মূৰ কাটি সন্মান বা ট্ৰফীৰ নিচিনাকৈ গৌৰৱত লৈ যোৱা হয়। উত্তৰ-পূব ভাৰততো বিংশ শতিকালৈকে এই প্ৰথা প্ৰচলন আছিল।

                                               

আগালমাকা

গাৰোসকল আছিল কৃষিজীৱি লোক।তেওঁলোকৰ প্ৰধান খেতি হল ঝুম খেতি। পাৰ্বত্য অঞ্চলত বাস কৰা গাৰোসকলৰ বাবে ঝুম খেতি কৰাটো অতি কষ্টকৰ কাম। ঝুম খেতিৰ বাবে গাৰোসকলে এডোখৰ ঠাই নিৰ্বাচন কৰি লয়। ঝুম খেতি কৰা ভূমিক আখিং বোলা হয়। এই আখিং এজন নোকমাৰ অধীনত থাকে ব ...

                                               

ৰাভাসকলৰ বিবাহ পদ্ধতি

ৰাভাসকলৰ বিবাহ পদ্ধতি অসমত বাস কৰা জনজাতীয় লোকসকলৰ অন্যতম ৰাভাসকল।অসমৰ জিলা কেইখনৰ ভিতৰত কামৰূপ, দৰং, গোৱালপাৰা আৰু গাৰোপাহাৰ জিলাতে ৰাভাৰ জনসংখ্যা বেচি।।অসমত বিভিন্ন জনগোষ্ঠীৰলোকে একেলগে বাস কৰে যদিও সমাজ জীৱন সুকীয়া সুকীয়া পৰম্পৰাৰে পৰিপুষ্ট ...

                                               

শংকৰী সংস্কৃতি

শংকৰী সংস্কৃতি বুলিলে সামগ্ৰিকভাৱে মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱে অসমৰ সামাজিক, ধাৰ্মিক, সাহিত্যিক, সামাজিক, সাংস্কৃতিক আদি দিশত আগবঢ়োৱা অৱদান সমূহকে বুজা যায়। পঞ্চদশ ষোড়শ শতিকাৰ মহাপুৰুষ শ্ৰীশঙ্কৰদেৱে অসমত যি নৱ-বৈষ্ণৱ ধৰ্মৰ সোঁত বোৱালে তাৰ ফলত অ ...

                                               

চুঙা

চুঙা হ’ল এফালে গাঁঠি ৰাখি বা নাৰাখি কটা বাঁহৰ পাব। অসম তথা উত্তৰ পূৰ্বাঞ্চলৰ জনজাতীসকলৰ দৈনন্দিন জীৱন প্ৰবাহ, কলা, সংগীত, সাহিত্য, ধৰ্মীয় আদি বিভিন্ন দিশত চুঙাৰ ব্যৱহাৰ দেখা যায়। অসমলৈ চুঙাৰ আগমন ঘটিছিল জনজাতিসকলৰ মাজেদি।

                                               

মণিপুৰী আই গোসাঁনী থান

মণিপুৰী আই গোসাঁনী থাখন দুটা শাখাত অৱস্থিত। তাৰে প্ৰাচীন শাখাটো,ধেমাজি জিলাৰ বৰদলনি অঞ্চলৰ দেওবাৰী বাণ গাঁৱত অৱস্থিত। দ্বিতীয় শাখাটো, ধেমাজি জিলা আৰু লখিমপুৰ জিলাৰ সীমান্তৰ বৰহমথুৰিয়নী গাঁৱত ‍ অৱস্থিত।

                                               

ডিমাছা জনগোষ্ঠীৰ সমাজ আৰু সংস্কৃতি

ডিমাছা ভাষাত ডিমা মানে ডাঙৰ নদী, ছা মানে সন্তান অৰ্থাৎ ডাঙৰ নৈৰ পাৰত বসবাস কৰা জাতি । তেওঁলোকৰ মূল বাসভূমি ডিমাপুৰ শব্দই দাঙৰ নদীৰ পাৰত স্থিত নগৰক বুজায় । ধনশিৰী নদীৰ পাৰত অৱষ্ঠিত ডিমাপুৰৰ পূৰ্বৰ নাম হিড়িম্বাপুৰ । জনশ্ৰুতিমতে মহাভাৰতৰ যুগত ডিমা ...

                                               

পয়লেং

পয়-লেং অসম তথা উত্তৰ-পূব ভাৰতৰ শ্বান-টাই বৌদ্ধ জনগোষ্ঠীৰ লোকসকলৰ এটি পৱিত্ৰ উৎসৱ। টাই বৌদ্ধসকলে পালন কৰা পয়লেংক ৰথ মহোৎসৱ বুলিও জনা যায়। টাই ভাষাত পয় মানে উৎসৱ আৰু লেং মানে ৰথ।

                                               

মৰাণসকলৰ বহাগ বিহুৰ লোকাচাৰ

মৰাণসকলৰ বহাগ বিহু প্ৰতিটো জাতি গঠনৰ এটা নিদিষ্ট প্ৰক্ৰিয়া থাকে। ইয়াৰে এটা অন্যতম প্ৰক্ৰিয়া হৈছে বিভিন্ন জনগোষ্ঠীৰ মাজত মানসিক আৰু সাংস্কৃতিক সমন্বয়। আৰ্য,অনাৰ্য,অষ্টিক, মংগোলীয় জনগোষ্ঠীৰ সাংস্কৃতিক সংমিশ্ৰণত গঢ় লৈ উঠিছে অসমীয়া জাতি। অসমীয ...

                                               

পাঠ প্ৰসংগ প্ৰণালী

পাঠ প্ৰসংগ প্ৰণালী হৈছে লোকসংস্কৃতি অধ্যয়নৰ এটা পদ্ধতি। পাঠ প্ৰসংগ প্ৰণালী সমৰ্থক লোক-বিদ্যা বিজ্ঞানীসকলৰ মতে লোক-বিদ্যা সম্পকীয় উপাদানৰ অন্তৰালত আছে সেইবোৰৰ প্ৰসংগ বা অনুষংগ। প্ৰসংগ বা অনুষংগ অবিহনে লোক-বিদ্যা সম্পকীয় পাঠ প্ৰানহীন। গল্ডষ্টেইন ...

                                               

হেফেইষ্টাচ

হেফেইষ্টাচ হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা। তেওঁ কমাৰ, ধাতুশিল্প, ভাস্কৰ, নিৰ্মাণ শিল্প আৰু শিল্পী, স্থাপত্যবিদ্যা, অগ্নি আৰু আগ্নেয়গিৰিৰ অধিষ্ঠাতা। ভালকান হৈছে তেওঁৰ ৰোমান সমকক্ষ দেৱতা। হেফেইষ্টাচৰ পিতৃ-মাতৃ সম্পৰ্কে দ্বিমত আছে। কোনো কোনো উৎসৰ ...

                                               

অসম বিধানসভা নিৰ্বাচন, ২০০১

২০০১ৰ অসম বিধানসভা নিৰ্বাচন অসমৰ একাদশ বিধানসভা গঠন কৰিবলৈ অনুষ্ঠিত হয়। ভোটদানৰ হাৰ আছিল ৭৫.০৫%। এই নিৰ্বাচনে গুপ্তহত্যা, বিত্তীয় সংকট আদিয়ে জুৰুলা কৰা অসম গণ পৰিষদৰ চৰকাৰখনৰ পতন মাতি আনিছিল। ৭১খন আসনেৰে নিৰংকুশ সংখ্যাগৰিষ্ঠতা লাভ কৰি ভাৰতীয় ...

                                               

আঠমঙলা অনুষ্ঠান

আঠমঙলা হৈছে অসমীয়া সংস্কৃতিত বিবাহৰ লগত জড়িত এটা বিশেষ অনুষ্ঠান। সাধাৰণতে বিয়াৰ আঠদিনৰ দিনা দৰাক শহুৰেকৰ ঘৰলৈ খাবলৈ নিমন্ত্ৰণ জনোৱা পৰম্পৰাকে আঠমঙলা বুলি কোৱা হয়।

                                               

দেউৰীসকলৰ বহাগ বিহুৰ স্বকীয়তা

ঐতিহাসিক কালৰে পৰা অসমত বিভিন্ন জনগোষ্ঠীৰ লোকে বসবাস কৰি আহিছে। সকলো জনগোষ্ঠীৰেই সংস্কৃতিৰ পৰিমণ্ডল একেই‌ যদিও সকলোৰে নিজস্ব সুকীয়া সুকীয়া সংস্কৃতিও বিদ্যমান। অসমীয়া জাতিটোৰ সংস্কৃতিলৈ যিকেইটা জনগোষ্ঠীয়ে নিজস্ব অৱদান আগবঢ়াই আহিছে তাৰ ভিতৰত দ ...

                                               

চিত্ৰ-ভাগৱত

এতিয়ালৈকে উদ্ধাৰ হোৱা অসমীয়া ভাষাৰ আটাইতকৈ পুৰণি সচিত্ৰ পুৰণি কালৰেপৰাই এক চিত্ৰচৰ্চাৰ পৰম্পৰা আছিল যদিও চিত্ৰ-ভাগৱতৰ আগৰ প্ৰমাণ্য উদাহৰণ আমাৰ হাতত আজি নাই। আলোচ্য চিত্ৰ-ভাগৱত খনি এই মহাভাগৱতৰ প্ৰথম অংশ বা আদ্য দশমৰ আধাৰত সচিত্ৰ কৰা হৈছিল। মূল ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →