ⓘ Free online encyclopedia. Did you know? page 142



                                               

মহাৰথী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

মহাৰথী য়ে তলৰ প্ৰৱন্ধসমূহ বুজাব পাৰে: মহাৰথী চলচ্চিত্ৰ, এখন অসমীয়া চলচ্চিত্ৰ। মহাৰথী কৰ্ণ, মহাভাৰত মহাকাব্যৰ এটা মুখ্য চৰিত্ৰ। মহাৰথী উপন্যাস, চন্দ্ৰপ্ৰসাদ শ‍ইকীয়া দ্বাৰা ৰচিত এখন অসমীয়া উপন্যাস।

                                               

কৰ্ণ

                                               

ব্যাস (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

                                               

ৱাজিদ খান

ৱাজিদ খান বুলিলে তলৰ পৃষ্ঠাসমূহ বুজাব পাৰে: ৱাজিদ খান শিল্পী, ভাৰতীয় চিত্ৰকৰ তথা ভাস্কৰ্য-শিল্পী ৱাজিদ খান, ভাৰতীয় সংগীত পৰিচালক যুটী ছাজিদ-ৱাজিদৰ এজন

                                               

ষড়ছন্দৰ গীত

ষড়ছন্দৰ গীত মহাপুৰুষ শংকৰদেৱ বিৰচিত, ৰাগৰ লগতে তালো নিৰ্দ্দিষ্ট কেইটিমান বৰগীত ‘ষড়ছন্দৰ গীত’ নামেৰে জনাজাত। বৰগীতত সাধাৰণতে ৰাগহে নিৰ্দ্দিষ্ট কৰি বন্ধা থাকে, তালৰ নাম উল্লেখ কৰা নহয়। মাত্ৰ শংকৰদেৱ বিৰচিত তিনিটি গীতৰ প্ৰত্যেকটি গীততে তাল ধৰি দি ...

                                               

জুৰীয়া

জুৰীয়া অসমৰ নগাঁও জিলাৰ ৰূপহীহাট বিধানসভা সমষ্টিৰ আৰু কলিয়াবৰ লোকসভা সমষ্টিৰ অৰ্ন্তগত এখন ঠাই। ঠাইখনৰ জনসংখ্যা প্ৰায় ১,৪৫,৭৬৩ জন৷ ইয়াৰে প্ৰায় ৬৮% লোকে ইছলামধৰ্মী আৰু বাকী হিন্দু আৰু অন্যান্য ধৰ্মীৰ লোক৷ ইয়াৰ লোকসকলৰ প্ৰধান জীৱিকা হল কৃষি লগ ...

                                               

মাঅ কায় নাম জিলা

মাঅ কায় নাম ভিয়েটনামৰ মেকং ব-দ্বীপত থকা বিন চ্চে প্ৰদেশৰ এখন গ্ৰামীণ জিলা। ২০০৯ চনৰ মাৰ্চত এই জিলাখনৰ স্থাপন কৰা হৈছিল। মাঅ কায় নামৰ পূবে জওং চ্চম জিলা, পশ্চিমে চ্চা ভিন্ প্ৰদেশ, পূব আৰু উত্তৰ-পূবে মাঅ কায় বাক আৰু থাইন ফু জিলা; দক্ষিণ আৰু দক্ ...

                                               

টিপাম

টিপাম বা তিপাম অসমৰ ডিব্ৰুগড় জিলাৰ নাহৰকটীয়া মহকুমাৰ টিপাম ফাকিয়াল গাঁও পঞ্চায়তৰ এখন ঐতিহাসিক গাঁও। টিপামক আহোম ৰাজ্যৰ প্ৰথম অস্থায়ী ৰাজধানী বুলি কোৱা হয়। ঐতিহাসিকভাৱে টিপামৰ নাম ১২২৮ খ্ৰীষ্টাব্দৰ পৰাই লিপিবদ্ধ হৈ আছে। আহোম বুৰঞ্জী অনুসৰি স ...

                                               

পঞ্জাব (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

পঞ্জাব দুখন আছে, এখন ভাৰতত আৰু ইখন পাকিস্তানত, দুইখন লগালগি। দেশ বিভাজনৰ সময়ত পঞ্জাবক ভাৰত আৰু পাকিস্তানৰ মাজত দুভাগ কৰা হৈছিল। তলৰ লিংকত দুইখনৰ ৱিকিপিডিয়া লিংক দিয়া হৈছে। পঞ্জাব, পাকিস্তান পঞ্জাব, ভাৰত

                                               

তুলাপাত

দেওধাই অসম বুৰঞ্জী ত আছে যে স্বৰ্গদেউ চুডাংফাই নৰা ৰজালৈ যাঠিৰ নালত এখনি পত্ৰ দিছিল। সেই পত্ৰখনি কাকতত লিখা। ‘এ মনোগ্ৰাফ অন পেপাৰ মেকিং এণ্ড পেবিয়েৰ মেচ ইন দ্য প্ৰভিন্স অব ইষ্টাৰ্ণ বেংগল এণ্ড আচাম’ গ্ৰন্থত আই, চি, এছ জে, এন, গুপ্তই লিখিছে যে মুছ ...

                                               

দধীচি

দধীচি প্ৰাচীন ভাৰতীয় পৌৰাণিক আখ্যানৰ এগৰাকী ঋষি। ঋষি দধীচি আত্মবলিদান আৰু আত্মোৎসৰ্গৰ বাবে প্ৰসিদ্ধ। পুৰাণ বৰ্ণিত কাহিনী অনুসৰি ঋষি দধীচিয়ে নিজৰ দেহ ত্যাগ কৰি দেৱৰাজ ইন্দ্ৰৰ অস্ত্ৰ বজ্ৰ তৈয়াৰ কৰিবলৈ সহায় কৰিছিল। স্বৰ্গ অধিকাৰ কৰি দেৱতাসকলক স্ ...

                                               

আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস

আন্তৰ্জাতিক ব্যাঘ্ৰ দিৱস বা গোলকীয় বাঘ দিৱস গোটেই বিশ্বতে বাঘৰ সংৰক্ষণৰ বাবে জনসচেতনা বৃদ্ধিৰ উদেশ্য প্ৰতি বছৰে ২৯ জুলাই তাৰিখে পালন কৰা হয়। ২০১০ চনৰ চেইণ্ট পিটাৰবাৰ্গত অনুষ্ঠিত ব্যাঘ্ৰ অভিবৰ্তনত এই দিৱসৰ আৰম্ভণি হয়। এই দিৱস পালনৰ মুখ্য উদ্দেশ ...

                                               

যোগ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

যোগ ই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে যোগ দৰ্শন: ৬ মুখ্য আস্তিক হিন্দু দৰ্শনৰ অন্যতম। যোগাসন: দৈহিক, মানসিক আৰু আধ্যাত্মিক দিশক সাঙুৰি লোৱা ভাৰতীয় পৰম্পৰাগতমূলৰ ৰীতি। যোগ: দুটা বা ততোধিক সংখ্যা লগ লগাই এটা কৰা প্ৰক্ৰিয়াৰ গাণিতিক প্ৰক্ৰিয়া।

                                               

মেৰী ৰবিনচন

মেৰী থেৰেছ ৱিনিফ্ৰেড ৰবিনছন এগৰাকী আইৰিছ স্বতন্ত্ৰ ৰাজনীতিবিদ যি ১৯৯০ চনৰ ডিচেম্বৰৰ পৰা ১৯৯৭ চনৰ ছেপ্টেম্বৰ লৈকে আয়াৰলেণ্ডৰ সপ্তম ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল আৰু এই পদত অধিষ্ঠিত হোৱা প্ৰথম গৰাকী মহিলা হিচাপে পৰিগণিত হৈছিল। তেওঁ ১৯৯৭ চন ...

                                               

নিঃসঙ্গতা

নিঃসঙ্গতা হৈছে অনুভূত সামাজিক দূৰীকৰণৰ প্ৰতি সৃষ্ট এক অনুপভোগ্য বা অসন্তোষজনক আৱেগজনিত প্ৰতিক্ৰিয়া। নিঃসঙ্গতাক সামাজিক ব্যথা হিচাপেও বৰ্ণনা কৰা হয়- ই হৈছে এটা মনোগত প্ৰক্ৰিয়া যি ব্যক্তিক সামাজিক সংযোগ গঢ়িবলৈ প্ৰেৰিত কৰে। নিঃসঙ্গতা প্ৰায়েই অব ...

                                               

সূৰ্য্য দাস

                                               

সুধীৰ নাথ

বিশিষ্ট সমাজকৰ্মী, একালৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ গ্ৰন্থাগাৰিক সুধীৰ নাথ এজন প্ৰচাৰবিমুখ ব্যক্তি। কামৰ বিনিময়ত কেতিয়াও দৰমহা গ্ৰহণ কৰা নাছিল। তেখেত এজন শ্ৰেষ্ঠ দবা খেলুৱৈ।

                                               

অসমৰ ঠাইৰ নামকৰণ

অসমৰ ঠাই কিছুমানৰ নামৰ গাঁথনিত এক বিশেষ সাদৃশ্য দেখা যায়। কৌতূহলত বহুবোৰ ঠাইৰ নামবোৰ সংগ্ৰহ কৰি সেইবোৰক শেষৰ শব্দটোৰ ভিত্তিত পৃথক কৰাত ঠাইবোৰৰ নামকৰণত এক ধৰণৰ নিয়ম ওলাই পৰিল। দেখা যায় যে, অসমত বহুবোৰ ঠাইৰ নাম দুটা শব্দ লগ লগাই কৰা হয়। প্ৰথম শ ...

                                               

বিনীতা বৰুৱা

                                               

উইলছন ৰোগ

উইলছন ৰোগ হৈছে এটা বংশগতিজনিত ৰোগ, যত ৰোগীৰ শৰীৰত প্ৰয়োজনাধিক তাম জমা হয়। এই ৰোগৰ লক্ষণসমূহ সাধাৰণতে মগজু আৰু যকৃতৰ বিসংগতিৰ জৰিয়তে দেখা দিয়ে। যকৃতৰ সৈতে সংযুক্ত লক্ষণসমূহৰ ভিতৰত আছে বমি, দুৰ্বলতা, তলপেটত পানী জমা হোৱা, ভৰি ফুলা, জণ্ডিছ আৰু খ ...

                                               

মিজো জনগোষ্ঠী

The Mizo people are an ethnic group native to north-eastern India, western Burma and eastern Bangladesh; this term covers several ethnic peoples who speak various Kuki-Chin languages. The Mizos are a tribal hill peoples in the Indian state of Miz ...

                                               

বিশ্বনাথ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

বিশ্বনাথ হৈছে হিন্দু ধৰ্মৰ দেৱতা শিৱৰ অন্য এটা নাম। বিশ্বনাথ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰো সূচাব পাৰে: বিশ্বনাথ কৃষি মহাবিদ্যালয় বিশ্বনাথ ক্ষেত্ৰ: প্ৰাচীন দেৱালয় তথা পৰ্যাটনস্থলী বিশ্বনাথ মহাবিদ্যালয় বিশ্বনাথ মন্দিৰ: বিশ্বানাথ ঘাটত অৱস্থিত এ ...

                                               

জয়পুৰ সংৰক্ষিত বনাঞ্চল, ডিব্ৰুগড়

জয়পুৰ সংৰক্ষিত বনাঞ্চল হৈছে অসমৰ ডিব্ৰুগড় জিলাৰ এখন বৰ্ষাৰণ্য। এই বনাঞ্চলখন পূবৰ আমাজান The Amazon of the east খ্যাত দিহিং পাটকাই অভয়াৰণ্যৰ অন্তৰ্গত।

                                               

আলিপুখুৰী

                                               

ভাৰতীয় মানক ১৮৯৩ (১ম খণ্ড) ২০১৬

ভাৰতীয় মানক ১৮৯৩ ২০১৬ হল ভাৰতীয় মানক ব্যুৰোৰ দ্বাৰা ৰচিত কড। এই কডখন ২০১৬ চনত ষষ্ঠবাৰৰ বাবে পুনৰীক্ষন কৰি প্ৰকাশ কৰা হয়। ভাৰতীয় মানক ১৮৯৩ ২০১৬ কড কেইখনত বিভিন্ন সংৰচনাৰ ভূকম্পৰোধী ডিজাইনৰ মানদণ্ডৰ বিষয়ে বৰ্ণনা কৰা আছে আৰু ইয়াৰে প্ৰথম খণ্ডত ...

                                               

কামপুৰ উচ্চত্তৰ মাধ্যমিক আৰু বহুমুখী বিদ্যালয়

                                               

লাচিত বৰফুকন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

লাচিত বৰফুকন আছিল অসমৰ আহোম সাম্ৰাজ্য এজন সেনাপতি । ১৬৬৯ চনত তেখেতে অসমীয়া সেনাৰ দ্বাৰা বিশাল মোগল সৈন্য-বাহিনী পৰাজিত কৰি অসমৰপৰা আঁতৰাই পঠিয়াইছিল। শৰাইঘাটত যুদ্ধত লাচিতে দেখুওৱা বিক্ৰমৰ ফল স্বৰূপে অসমৰ বুৰঞ্জীত তেখেতৰ নাম জিলিকি আছে। লাচিত বৰ ...

                                               

শব্দ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

শব্দ‍ই তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে শব্দ: এক প্ৰকাৰৰ যান্ত্ৰিক তৰংগ।‌‌‌যেতিয়া কোনো কঠিন, জুলীয়া বা গেছীয় পদাৰ্থৰ মাজেৰে চাপৰ একধৰণৰ স্পন্দনে গতি কৰে, তেতিয়া তাক যান্ত্ৰিক তৰংগ বুলি কোৱা হয়। অন্য ভাষাত ক’বলৈ গ’লে শব্দ হৈছে আমাৰ শ্ৰৱণ ইন্দ্ৰিয়ত ...

                                               

বিচানকুছি

বিচানকুছি বৰ্তমানৰ বৰপেটা জিলাৰ এখন গাওঁ। অসমীয়া গদ্য সাহিত্যৰ জনক বৈকুণ্ঠনাথ ভাগৱত ভট্টাচাৰ্য্য বা ভট্টদেৱৰ জন্ম এই বিচানকুছি গাওঁত। আগতে বিচানকুছি গাওঁখনৰ নাম বিজনকুছি আছিল বুুলি সাহিত্যৰ বুৰঞ্জীত পোৱা যায়। নীলকণ্ঠ দাসৰ দামোদৰ চৰিতত পোৱা যায় ...

                                               

ছিৰাজ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

                                               

অসমৰ সংস্কৃতিত অন্ধবিশ্বাস

ঋতুস্ৰাৱ হৈ থকা মহিলাই ৩ দিনলৈকে ঘৰৰ আন আচ-বাব ইত্যাদি চুব নালাগে। কুকুৰে আগচোতালত চুঁচৰিলে আকাল সপোনত পুঠিৰ দৰে বগা পিঠিৰ মাছ দেখিলে ভাল, আৰু কাৱৈৰ দৰে কলা পিঠিৰ মাছ দেখিলে বেয়া। ঘৰৰ চোতালত শালিকাই হাই-উৰুমি কৰিলে ঘৰতো হাই-কাজিয়াৰ সৃষ্টি হয়। ...

                                               

দঁশেই উৎসৱ

দঁশেই হৈছে গোৰ্খাসকলৰ প্ৰধান উৎসৱ, যাক সকলো শ্ৰেণীৰ লোকে অতি আন্তৰিকতা আৰু ধুমধামেৰে পালন কৰে। গোৰ্খা পৰ্ব সংস্কৃতিত দঁশেই বুলি কোনো নিৰ্দিষ্ট দিন নাই যদিও ‘ষোৰ শ্ৰাদ্ধ’ ৰ আৰম্ভণিৰ লগে লগে দঁশেই আহি পালে বুলি কোৱা শুনা যায়, যিটো গৈ গৈ লক্ষ্মী পূ ...

                                               

কেনোপনিষদ

কেনোপনিষদ চাৰিটা খণ্ডত সম্পূৰ্ণ এখন উপনিষদ। এই উপনিষদত প্ৰধানকৈ ব্ৰহ্মাৰ স্বৰূপ নিৰ্ণয় কৰা হৈছে। শাস্ত্ৰীয় দিশৰ পৰা এইখন উপনিষদৰ গুৰুত্ব অসীম বুলি গণ্য কৰা হয়।

                                               

দুৰ্লভনাৰায়ণ

                                               

কাকজান চাহ বাগিছা

কাকজান চাহ বাগিছা যোৰহাট জিলাৰ মৰিয়নিৰ অন্তৰ্গত নকছাৰিৰ এখন লেখত লব লগীয়া বাগিছা ৷ ২০১১ চনত ইয়াৰ পৰা ভেলাগুৰি চাহ বাগিছাক পৃথক কৰাৰ আগলৈকে, কাকজান চাহ বাগিছা এছিয়া মহাদেশৰ সৰ্ববৃহৎ চাহ বাগিছা হিচাপে পৰিগণিত হৈছিল৷

                                               

জোনাকী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। জোনাকী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: জোনাকী আলোচনী: ১৮৮৯ চনত প্ৰথম প্ৰকাশ পোৱা অসমীয়া আলোচনী জোনাক বা জোনাকী: জোনৰ পোহৰ জোনাকী ছবিঘৰ: জ্যোতিপ্ৰসাদ আগৰৱালাই নিৰ্মাণ কৰা অসমৰ প্ৰথম স্থায়ী চিত্ৰগৃহ ...

                                               

টিপু চুলতান

টিপু চুলতান কৰ্ণাটকৰ এসময়ৰ স্বাধীনচিতীয়া ৰাজ্য মহীশূৰ ৰাজ্য শাসনকৰ্তা আছিল। বিট্ৰিছ শক্তিয়ে টিপুক বশ্যতা স্বীকাৰ কৰাব নোৱাৰি ১৭৭৬ চনত মহীশূৰত এক চুক্তি স্বাক্ষৰ কৰে। সেই চুক্তি মৰ্মে দুই পক্ষ পৰস্পৰ অধিকৃত অঞ্চলসমূহ প্ৰত্যাৰ্পন কৰে। সেই বছৰটোত ...

                                               

হুঁচৰি

হুঁচৰি গীত হল অসমীয়া লোকসাহিত্যৰ অমূল্য সম্পদ। এই গীত ডেকা-বুঢ়া-লৰা সকলোৱে মিলি গায়। ইয়াত গাভৰুৰ স্থান নাই। বহাগ বিহুত গাঁৱৰ ৰাইজে ঢোল, পেঁপা, তাল আদি লৈ প্ৰত্যেক মানুহৰ ঘৰে ঘৰে সামুহিকভাৱে হুঁচৰি গীত গায়। হুঁচৰি গীত গাওঁতে বয়স্কসকলে চোলা-চ ...

                                               

মৰাণ

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। মৰাণ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে। মৰাণ জনগোষ্ঠী, অসমৰ এক জনগোষ্ঠী মৰাণ নগৰ, ডিব্ৰুগড় জিলাৰ এখন নগৰ মৰাণহাট, শিৱসাগৰ জিলাৰ এখন নগৰ

                                               

টুকুৰীয়া পূজা

টুকুৰীয়া পূজা দক্ষিণ কামৰূপৰ পাতি ৰাভা জনগোষ্ঠীসকলৰ এটি উল্লেখযোগ্য বাৰ্ষিক ধৰ্মানুষ্ঠান। বনগাঁও মৌজাৰ খাটলপাৰা গাঁৱৰ এই পূজা প্ৰখ্যাত। এই উৎসৱ চাৰি দিনীয়াকৈ অনুষ্ঠিত হয়।

                                               

অন্ধত্ব

অন্ধত্ব হৈছে দৰ্শন ক্ষমতা এনে এটা অৱস্থালৈ হ্ৰাস পোৱা, যত সৃষ্টি হোৱা সমস্যাবোৰ সাধাৰণ যিকোনো পদ্ধতি, যেনে- চছমা ব্যৱহাৰ কৰিও সমাধান কৰিব নোৱাৰি। এইক্ষেত্ৰত চছমা অথবা কনটেক্ট লেন্স ব্যৱহাৰ কৰাত অভ্যস্থ নোহোৱাৰ ফলত হ্ৰাস পোৱা দৰ্শন ক্ষমতাকো অন্তৰ্ ...

                                               

নিউটন

                                               

শ্বসন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

কোষীয় শ্বসন, পোষক দ্ৰব্যবোৰক শক্তিলৈ ৰূপান্তৰ কৰা প্ৰক্ৰিয়া, সবাত শ্বসন, কোষীয় শ্বসন, অক্সিজেনৰ প্ৰয়োজন হয়, অবাত শ্বসন, অক্সিজেনৰ প্ৰয়োজন নোহোৱা কোষীয় শ্বসন, শ্বাসক্ৰিয়া, শ্বাস অংগৰ মাজেৰে বায়ুৰ চলাচল হোৱা, শ্বাস তন্ত্ৰ, শ্বসন কাৰ্য সংঘট ...

                                               

সমধ্বনি

সমধ্বনি বা হোমোফোন ইংৰাজী: Homophone হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়। দুটা শব্দৰ বানান কেতিয়াবা একে হব পাৰে, যেনে- Rose ফুল আৰু Rose Rise ৰ অতীত কালৰ ৰূপ বা অন্য ধৰণে ...

                                               

সোণাৰায় পূজা

সোণাৰায় পূজা হৈছে অবিভক্ত গোৱালপাৰা জিলাৰ গৌৰীপুৰ, ধুবুৰী, ছত্ৰশাল, লখিমপুৰ, গোলোকগঞ্জ আৰু উত্তৰবঙ্গত প্ৰচলিত ব্যাঘ্ৰ দেৱতাৰ পূজা। এনে ঠাইত ব্যাঘ্ৰ দেৱতা সোণাৰায় নামে পৰিচিত। লোক দেৱতাৰূপে সোণাৰায়ক পূজা কৰিলে গৰুগাই নিৰাপদে থকাৰ উপৰি গৃহস্থৰ ক ...

                                               

আখৈ

আখৈ হৈছে ধানৰ পৰা প্ৰস্তুত কৰা এবিধ জলপান। ইয়াৰ বাবে ধান ৰদত শুকুৱাই লোৱা হয়। নদী বা পুখুৰীৰ পৰা বালি আনি ৰদত শুকুৱাই লোৱা হয়। তাৰ পিছত চৌকাত এটা কেৰাহীত শুকান বালিবোৰ তপতোৱা হয়। এনেদৰে তপতাই থাকোঁতে তাৰ ওপৰত ধানবোৰ ৰখা হয়। সৰু সৌতা এটাৰে ধা ...

                                               

কালি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। কালি শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: কলি যুগ - হিন্দু ধৰ্মৰ এটি যুগৰ নাম৷ কালি - পৰিমিতিৰ জোখ-মাখৰ লগত জড়িত শব্দ৷ কালি মাছ - এবিধ মাছৰ নাম৷ কালী - সময়, সৃষ্টি, ধ্বংস আৰু শক্তিৰ দেৱী৷ কালী চলচ্চিত্ৰ ...

                                               

নাৰীত্ব

নাৰীত্ব হল নাৰীৰ বৈশিষ্ট্য, আচৰণ তথা সাধাৰণত মহিলা তথা ছোৱালী সকলৰে সম্পৰ্কিত ভূমিকা সমূহৰ এটি সংহতি। নাৰীত্ব সামাজিকভাবে নিৰ্মিতহলেও কিছুমান গৱেষণাই ইংগিত দিয়ে যে স্ত্ৰী হিচাপে বিবেচিত কিছু আচৰণ জৈৱিকভাবে প্রভাৱিত। অৱশ্যে পুৰুষ আৰু নাৰী উভয়ে ন ...

                                               

হেনৰী ফৰ্ড

হেনৰী ফৰ্ড আমেৰিকা যুক্তৰাষ্ট্ৰৰ এগৰাকী উদ্যোগপতি আৰু আগশাৰীৰ ব্যৱসায়ী আছিল। যুক্তৰাষ্ট্ৰৰ মধ্যবিত্ত শ্ৰেণীৰ লোকেও ক্ৰয় কৰিব পৰাকৈ মটৰগাড়ী সমূহক নিৰ্মাণ আৰু মেৰামতি কৰা ফৰ্ডে, ফৰ্ড মটৰ কোম্পানীৰ প্ৰতিষ্ঠা কৰিছিল।

                                               

পৰিয়াল (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →