ⓘ Free online encyclopedia. Did you know? page 140



                                               

শুতনুকা প্ৰত্নলিপি

শুতনুকা প্ৰত্নলিপি হল– ছোটনাগপুৰৰ ৰামগড় পৰ্বতৰ ওপৰত অৱস্থিত জোগীমাৰা নামৰ গুহাত খোদিত এখন শিলালিপি। ‘শুতনুকা’ নামেৰে জনাজাত তিনিশাৰীৰ এখন সৰু লিপি। এই লিপিৰ প্ৰথম শব্দ ‘শুতনুক’ নামৰ পৰা লিপিখনক ‘শুতনুকা প্ৰত্নলিপি বুলি কোৱা হয় আৰু সময় আনুমানিক ...

                                               

কাশ্মীৰি শইকীয়া বৰুৱা

কাশ্মীৰি শইকীয়া বৰুৱা এগৰাকী অসমীয়া চলচ্চিত্ৰৰ অভিনেত্ৰী। অসমৰ মঙলদৈত তেওঁৰ জন্ম হৈছিল। মংলদৈত প্ৰাথমিক শিক্ষা গ্ৰহণ কৰাৰ পাছত ১৯৮১ চনত কটন কলেজৰ পৰা স্নাতক উপাধি লাভ কৰে। চলচ্চিত্ৰৰ উপৰিও তেখেতে ভালেমান দিন গুৱাহাটী দূৰদৰ্শন কেন্দ্ৰত বাতৰি পৰি ...

                                               

শকুন্তলা দলে গামলিন

শকুন্তলা দলে গামলিন এগৰাকী অৰুণাচল প্ৰদেশ-গোৱা-মিজোৰাম-কেন্দ্ৰীয় শাসিত অঞ্চল কেডাৰৰ ভাৰতীয় প্ৰশাসনিক সেৱাৰ বিষয়া। বৰ্তমান তেওঁ ভাৰত চৰকাৰৰ বাধাগ্ৰস্ত ব্যক্তিৰ সৱলীকৰণ বিভাগৰ সচিব হিচাপে কৰ্মৰত। তেওঁ‌ অৰুণাচল প্ৰদেশ চৰকাৰৰ মুখ্য সচিব ৰূপেও সেৱা ...

                                               

ৰাজস্থানী ভাষা

ৰাজস্থানী ভাষা মূলত ৰাজস্থান ৰাজ্যে আৰু হৰিয়ানা, পঞ্জাব, গুজৰাট আৰু মধ্য প্ৰদেশেৰ নিকটবৰ্তী অঞ্চলত ইন্দ-আৰ্য ভাষা গোষ্ঠীৰ এটি ভাষাক বুজায়। পাকিস্তানৰ সিন্ধু আৰু পঞ্জাব প্ৰদেশত ৰাজস্থানী ভাষী মানুহ আছে। ৰাজস্থানী ভাষা পাৰ্শ্বৱৰ্তী হিন্দী ভাষাৰ প ...

                                               

ভাৰতৰ নিৰ্বাচন আয়োগ

                                               

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ (ভাৰত)

৩১ নং ৰাষ্ট্ৰীয় ঘাইপথ হৈছে ভাৰতৰ এক প্ৰাথমিক ৰাষ্ট্ৰীয় ঘাইপথ। ই উত্তৰ প্ৰদেশৰ উনাওৰ পৰা আৰম্ভ হয় আৰু বিহাৰৰ মাজেৰে পাৰ হৈ যায় আৰু পশ্চিম বংগৰ মালদা জিলাত ১০ ৰাষ্ট্ৰীয় ঘাইপথ ৰ সৈতে ইয়াৰ ক্ৰছিংত সমাপ্ত হয়। এছএইচ ১০ -এ ছামচিক এনএইচ ১২-ৰ সৈতে ...

                                               

ক্ষমতা অনুসৰি ষ্টেডিয়ামৰ তালিকা

নিম্নলিখিতবোৰ হৈছে উল্লেখযোগ্য ক্ৰীড়া ষ্টেডিয়ামৰ এখন তালিকা, যিবোৰৰ ধাৰণ ক্ষমতাৰ ওপৰত নিৰ্দেশ কৰা হয়, যি সাধাৰণতে তেওঁলোকে স্থান দিব পৰা সৰ্বাধিক দৰ্শকৰ সংখ্যা বুজায়।

                                               

তাল পিঠা

তাল পিঠা হৈছে এবিধ পিঠা বিশেষ। পিঠাগুৰি, গুৰ বা চেনি আৰু তালৰ ৰস ব্যৱহাৰ কৰি এই পিঠা বনোৱা হয়। এই পিঠা সুগন্ধি আৰু স্বাস্থ্যসন্মত। অসমৰ লগতে ওচৰ চুবুৰীয়া ৰাজ্য সমূহত তালপিঠা বিভিন্ন কৌশল প্ৰয়োগেৰে বনোৱা হয়। তালপিঠা, ভাপত দি বা তেলত ভাঁজি তৈয় ...

                                               

মৌছিনৰাম

মৌচিনৰাম হৈছে উত্তৰ-পূৱ ভাৰতৰ মেঘালয় ৰাজ্যৰ পূব খাচী পাহাৰ জিলাৰ এখন নগৰ, যি শ্বিলংৰ পৰা ৬০.৯ কিলোমিটাৰ দূৰৈত অৱস্থিত। মৌছিনৰাম ভাৰতৰ ভিতৰত আটাইতকৈ অধিক বৰষুণ হোৱা ঠাই। ই পৃথিৱীৰ আচৰিত স্থান, গড় বাৰ্ষিক ১১,৮৭২ মিলিমিটাৰ বৰষুণৰ সৈতে, কিন্তু দাবী ...

                                               

আইদেউ সন্দিকৈ

আইদেউ সন্দিকৈ অসমীয়া চলচ্চিত্ৰৰ প্ৰথম গৰাকী মহিলা অভিনেত্ৰী। জ্যোতিপ্ৰসাদ আগৰৱালাৰদ্বাৰা নিৰ্মিত প্ৰথম অসমীয়া বোলছবি "জয়মতী"ত নাম ভূমিকাৰে এই গৰাকী অভিনেত্ৰীয়ে প্ৰথম অসমীয়া চলচ্চিত্ৰ অভিনেত্ৰী হোৱাৰ গৌৰৱ লাভ কৰে। উক্ত বোলছবিত এগৰাকী সহ-অভিনে ...

                                               

হলিৰাম মহন্ত ঠাকুৰ

হলিৰাম মহন্ত ঠাকুৰ হৈছে এজন লেখক, বৈষ্ণৱ সাহিত্যৰ সংগ্ৰাহক আৰু শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ তৃতীয়জন পদাধিকাৰ। তেওঁ এজন মহাপুৰুষীয়া ধৰ্মাধিকাৰী, বৈষ্ণৱ সাহিত্যৰ প্ৰাচীন পুথি সংগ্ৰাহক,প্ৰকাশক আৰু লেখক,সমাজ সংগঠক আৰু সংস্কাৰক,সক্ৰিয় স্বাধীনতা কৰ্মী আৰ ...

                                               

গোপীকাবল্লভ গোস্বামী

গোপীকাবল্লভ গোস্বামী মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ এজন অনুগামী। এক শৰণ হৰি নাম ধৰ্মত প্ৰৱেশ কৰা নানা বিসঙ্গতি লক্ষ্য কৰি শংকৰদেৱৰ ধৰ্মীয় দৰ্শনক শুদ্ধ ৰূপত প্ৰতিষ্ঠিত কৰাৰ বাবে অহোপুৰুষাৰ্থ কৰা এজন ব্যক্তি পণ্ডিত শিৰোমণি গোপীকাবল্লভ গোস্বামী।

                                               

কৃষ্ণ বৰুৱা

কৃষ্ণ বৰুৱা শিৱসাগৰ জিলাৰ বকতা মৌজাৰ বৃহত্তৰ পাৰিজাত অঞ্চলটোৰ এজন সব্যসাচী ব্যক্তি, একাধাৰে কবি, গীতিকাৰ, সুৰকাৰ, ঔপন্যাসিক, গল্পকাৰ, সমাজ সংগঠক। ‘এজাক ধুমুহাৰ প্ৰয়োজন’, ‘মৰহা ফুলৰ পাপৰি’ৰ দৰে বিখ্যাত উপন্যাসৰ স্ৰষ্টা বৰুৱাই অৰ্ধশতাধিক গীত ৰচনা ...

                                               

গ্ৰাম্য অভয়াৰণ্য

গ্ৰাম্য সমাজ প্ৰধান আমাৰ দেশত গ্ৰাম্য ভ্ৰমণেও এক সুস্থ অভিজ্ঞতা প্ৰদান কৰিব পাৰে। প্ৰকৃতিৰ অমল উপাদেনেৰে ভৰপূৰ বিভিন্ন গাওঁ ভ্ৰমণে আৱেগিক বান্ধোন সুদৃঢ় কৰাৰ লগতে গ্ৰাম্য পৰ্যটনৰ ক্ষেত্ৰলৈও আশাৰ বতৰা কঢ়িয়াই আনিব পাৰে। গ্ৰাম্য ইকটুৰিজিমৰ ধাৰণাটো ...

                                               

জীৱন (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

জীৱন এনে এটা বৈশিষ্ট যাৰ জৰিয়তে জীৱিত আৰু মৃত জীৱৰ মাজৰ পাৰ্থক্য বুজিব পাৰি। জীৱন ৰ অন্য কিছুমান অৰ্থ হৈছে: আত্মজীৱনী মানৱ জীৱন দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা দৈনন্দিন জীৱন, দৈনিক এজন মানুহে যি কৰে বা অনুভৱ কৰে মানুহৰ অৱস্থা ব্যক্তিগত জীৱন, এজন ব্যক্ ...

                                               

ক্ৰমবিকাশ

ক্ৰমবিকাশ বা বিবৰ্তন হৈছে জীৱসমষ্টিৰ পৰৱতী প্ৰজন্মত হোৱা বংশগত বৈশিষ্টসমূহৰ পৰিবৰ্তন। ক্ৰমবিকাশে প্ৰজাতি, একক জীৱ নাইবা আনৱিক, যিকোনো পৰ্যায়ৰ জৈৱিক সংগঠনত বিচিত্ৰতাৰ সৃষ্টি কৰে। প্ৰায় ৩৫০-৩৮০ নিযুত বছৰ আগৰ এটা অন্তিম সাৰ্বজনিক পূৰ্বজৰ পৰাই বৰ্ত ...

                                               

উৎপাদক

উৎপাদক বুলিলে তলৰ প্ৰবন্ধসমূহ বুজাব পাৰে: উৎপাদক গণিত, যিকোনো সংখ্যাৰ উপাদান উৎপাদক অৰ্থনীতি, যিকোনো সামগ্ৰী উৎপাদন কৰোঁতা উৎপাদক জীৱবিদ্যা, খাদ্যৰ বাবে আনৰ ওপৰত নিৰ্ভৰশীল নহৈ নিজৰ খাদ্য নিজে প্ৰস্তুত কৰিব পৰা জীৱ উদ্ভিদ

                                               

ভূমি (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। ভূমি শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: ভূমি গণিত − সংখ্যা প্ৰণালী এটাক তথা গণনা প্ৰণালীক প্ৰকাশ কৰিবলৈ ব্যৱহাৰ কৰা এটা একক সংখ্যা। ভূমি অৰ্থনীতি − প্ৰকৃতিৰ পৰা পোৱা সকলো ধৰণৰ সম্পদকে অৰ্থবিজ্ঞানত ভুমি ...

                                               

মিচিং লোকগীত

মিচিং সকলৰ গীতি সাহিত্যৰ ভঁৰাল বিভিন্ন মৰ্মস্পৰ্শী গীতৰ সুৰেৰে সমৃদ্ধ। গ্ৰাম্য জীৱনৰ চিৰন্তন অনুভূতি, প্ৰকৃতি স্পৃহা, চহা ভাষাৰ প্ৰাচুৰ্য, তাৰুণ্যৰ ভাৱোচ্ছাস, মিলনৰ বাসনা আদি মিচিং লোকগীতৰ বৈশিষ্ট্য। চমুকৈ কবলৈ গলে মিচিং লোকগীতবোৰ মিচিং জনজীৱনৰ এ ...

                                               

উজ্জ্বল শইকীয়া

উজ্জ্বল শইকীয়া ৰামধেনু যুগৰ এগৰাকী কবি। ১৯৩৬ চনত ডুমডুমাৰ নিকটৱৰ্তী বাদলাভেটা চাহ বাগিচাত জন্ম গ্ৰহণ কৰা কবি উজ্জ্বল শইকীয়াই ডিব্ৰুগড়ৰ কানৈ কলেজত শিক্ষা গ্ৰহণ কৰিছিল আৰু অসম চৰকাৰৰ বনবিভাগত প্ৰায় ৩৪ বছৰ কৰ্মজীৱন অতিবাহিত কৰাৰ পাছত ১৯৯৩ চনত অৱ ...

                                               

মেঘালী ফুকন

স্বাধীনতা-উত্তৰ কালত আত্মপ্ৰকাশ কৰা যিসকল কবিয়ে গভীৰ মানৱীয় সংবেদনশীলতাৰে বিভিন্ন প্ৰতীক আৰু চিত্ৰকল্পৰ প্ৰয়োগৰ দ্বাৰা অসমীয়া আধুনিক কবিতাৰ নিৰ্মাণ শৈলীত এক প্ৰকাৰৰ নতুনত্বৰ সূচনা কৰিবলৈ সক্ষম হৈছিল সেইসকলৰ ভিতৰত অন্যতম হৈছে কবি মেঘালী ফুকন। ...

                                               

ঐতিহাসিক ভৌগোলিক পদ্ধতি

লোকসংস্কৃতি অধ্যয়নৰ এক অন্যতম পদ্ধতি বা দৃষ্টিভংগী হল ঐতিহাসিক ভৌগোলিক দৃষ্টিভংগী । এই পদ্ধতি ফিনলেণ্ডত সৃষ্টি হোৱা বাবে ফীনিচ পদ্ধতি বুলিও কোৱা হয়। ঊনবিংশ শতিকাৰ দ্বিতীয়াৰ্ধত জুলিয়াচ ক্ৰন Julius Krohn আৰু কাৰ্ল ক্ৰনে Kaarle Krohn ঐতিহাসিক ভৌ ...

                                               

স্বাতি মোহন

স্বাতি মোহনৰ জন্ম হয় ভাৰতবৰ্ষৰ কৰ্ণাটক ৰাজ্যৰ, বেংগালুৰু চহৰত। এওঁ এবছৰীয়া শিশু অৱস্থাতে প্ৰবাসী ভাৰতীয় হৈ পিতৃ-মাতৃৰ লগত আমেৰিকা যুক্তৰাষ্ট্ৰলৈ যায়। এওঁ ৯ বছৰ বয়সতে ষ্টাৰ ট্ৰেক চলচ্চিত্ৰখন চাই মহাকাশৰ বিষয়ে জানিবলৈ আগ্ৰহী হৈ উঠিছিল। তেওঁ প ...

                                               

মণ্ডল

মণ্ডল হৈছে হিন্দু আৰু বৌদ্ধধৰ্মীয় ৰেখা গণিতেৰে অঙ্কিত বিশ্বব্ৰহ্মাণ্ডৰ প্ৰতীক। বিভিন্ন পৰম্পৰাগত আধ্যাত্মিক কাৰ্যত মণ্ডলটো এটা পূজা-আৰাধনা বা ধ্যানৰ পবিত্ৰ স্থান হিচাবে গণ্য কৰা হয়। ইয়াক হয়তো ভক্তসকলৰ দৃষ্টি নিবদ্ধ কৰি ৰাখিবলৈ আৰু আধ্যাত্মিক ...

                                               

অসম বিধানসভা নিৰ্বাচন, ২০২১

পঞ্চদশ অসম বিধানসভাৰ নিৰ্বাচন ২০২১ চনৰ ২৭ মাৰ্চৰ পৰা ৬ এপ্ৰিললৈ ১২৬টা সমষ্টিৰ বাবে তিনিটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ২০২১ চনৰ ২ মে তাৰিখে। চতুৰ্দশ পঞ্চদশ অসম বিধানসভাৰৰ কাৰ্যকাল ২০২১ চনৰ ৩১ মে তাৰিখে অন্ত পৰিব।

                                               

এন্থেৰিয়া আছামেনছিছ

মুগা পলু হৈছে ছেছৰনিডিয়া পৰিয়ালৰ অন্তৰ্গত অসম ৰেছম মথ ৰ পলু। ইয়াক উত্তৰ-পূব ভাৰত ত পোৱা য়ায়, ইয়াত ৯৯% উৎপাদিত হয়। এই পলুৱে চোম গছ Machilus bombycina আৰু সোঁৱালো গছৰ Litsea polyantha পাত খাদ্য হিচাপে গ্ৰহণ কৰে। মূগা পলুৰ পৰা আহৰণ কৰা ৰেছম ক ...

                                               

অভিযোজন (কলা)

অভিযোজন গ্ৰন্থবিশেষৰ বৰ্ণিত ঘটনা, চৰিত্ৰাৱলী আৰু তাৰ বাণীভংগী যথাসম্ভৱ অক্ষুন্ন ৰাখি তাক অন্য এটা মাধ্যমেদি প্ৰকাশ কৰিবৰ বাবে নতুনকৈ গঢ় দিয়া হয় । উপন্যাসবিশেষক কথাছবিৰ বাবে, ৰেডিঅ আৰু টেলিভিচনৰ বাবে অভিযোজন কৰা হয় । আকৌ কেতিয়াবা নাটককো গল্পৰ ...

                                               

মেথড অভিনয়

মেথড অভিনয় হৈছে অভিনয় প্ৰশিক্ষণ আৰু ৰিহাৰ্ছেল কৌশলৰ এক পৰিসৰ যিয়ে আন্তৰিক আৰু আবেগিকভাৱে অভিব্যক্তি প্ৰদৰ্শনক উৎসাহিত কৰিব বিচাৰে। ৰাছিয়ান অভিনেতা-পৰিচালক তথা নাট্যকৰ্মী কনষ্টানিন ষ্টেনিসলাভাস্কিয়ে তেওঁৰ ছাত্ৰসকলক অভিনয়ৰ কলা কৌশল শিকাবৰ বাব ...

                                               

নাহৰকটীয়া মহাবিদ্যালয়

নাহৰকটীয়া মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। নাহৰকটীয়া মহাবিদ্যালয়খন ১৯৬৪ চনত স্থানীয় জনসাধাৰণৰ উদ্যোগত প্ৰতিষ্ঠিত হৈছিল। চহৰৰ শান্তিময় পৰিৱেশত থকা এই মহাবিদ্যালয়খন নাহৰকটীয়াৰ পৰা প্ৰায় তিনি ...

                                               

শংকৰদেৱ (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। শংকৰদেৱ বুলিলে মূলতঃ অসমৰ এগৰাকী মহাপুৰুষ আৰু নৱবৈষ্ণৱ ধৰ্মৰ প্ৰচাৰকজনকে বুজায়। শংকৰদেৱ শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: অনুষ্ঠান-প্ৰতিষ্ঠান মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়, অসমৰ নগাঁওত অৱস্ ...

                                               

দৰ পূজা

দৰ-পূজা হৈছে একপ্ৰকাৰৰ অস্ত্ৰ-শস্ত্ৰ পূজন। নাট্যসমল যুক্ত দৰ-পূজা, ‘শস্ত্ৰ -পূজন’ পৰম্পৰাৰ প্ৰত্যক্ষ ধাৰক আৰু বাহকৰূপে গণ্য কৰা হয়। পুৰণি কালত কোচ-ৰজাসকলে ৰণ-যাত্ৰাৰ প্ৰাক মুহূৰ্তত দৰ পূজা উদযাপন কৰিছিল। কিন্তু ইয়াৰ দৰে বৰ্তমান দৰঙী ৰজাৰ বংশধৰস ...

                                               

লিঅ জিলাৰ্ড

লিঅ জিলাৰ্ড আছিল হাঙ্গেৰীয় পদাৰ্থ বিজ্ঞানী। এওঁ পদাৰ্থ বিজ্ঞানৰ সমান্তালভাৱে ৰাজনীতিত ইয়াৰ প্ৰভাব সম্পৰ্কেও চিন্তা চৰ্চা কৰিছিল। হিৰোচিমা আৰু নাগাচাকি বোমা বিস্ফোৰণৰ পিছত তেওঁ পদাৰ্থ বিজ্ঞান বাদ দি জীৱ বিজ্ঞানত মনোযোগ দিছিল।

                                               

পশ্চিম গুৱাহাটী মহাবিদ্যালয়

পশ্চিম গুৱাহাটী মহাবিদ্যালয় খন অসমৰ গুৱাহাটীৰ ধাৰাপুৰ চাৰিআলিত অৱস্থিত এক মুখ্য স্নাতক, সহশিক্ষামূলক মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ১৯৭৮ চনত স্থাপিত হয়, যাক পিজিএম বুলিও কোৱা হয়, মহাবিদ্যালয়খন গুৱাহাটী বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

                                               

মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তন

মানৱ অধিকাৰ আৰু জলবায়ু পৰিৱৰ্তন হৈছে এক ধাৰণামূলক আৰু আইনী পৰিকাঠামো যাৰ অধীনত আন্তৰ্জাতিক মানৱ অধিকাৰ আৰু গোলকীয় উত্তাপনৰ সৈতে তেওঁলোকৰ সম্পৰ্ক অধ্যয়ন, বিশ্লেষণ আৰু সম্বোধন কৰা হয়। জলবায়ু পৰিৱৰ্তনৰ ওপৰত ৰাষ্ট্ৰসংঘৰ ফ্ৰেমৱৰ্ক কনভেনচন আৰু মূল ...

                                               

জনপ্ৰিয় সংস্কৃতি

জনপ্ৰিয় সংস্কৃতি হল সংস্কৃতিৰ প্ৰকাৰসমূহৰ লগত সম্পৰ্কিত এটা মুখ্য ধাৰণা । জনপ্ৰিয় সংস্কৃতিক সাধাৰণ জনতাৰ সংস্কৃতি বুলি কব পাৰি। অৰ্থাৎ জনসাধাৰণে যি কৰে, যেনেকৈ কৰে, যাক ভালপায় আৰু যি অনুশীলন কৰে সেয়ে জনপ্ৰিয় সংস্কৃতি। জনপ্ৰিয় সংস্কৃতি বুলি ...

                                               

সংস্কৃতিৰ বিকিৰণ

সংস্কৃতিৰ বিকিৰণ বা সংস্কৃতিৰ প্ৰসাৰণবাদ হল এনে এক প্ৰক্ৰিয়া যাৰ দ্বাৰা কোনো এটা নিদিৰ্ষ্ট সংস্কৃতিৰ সাংস্কৃতিক সমল আন এটা সংস্কৃতিলৈ সংক্ৰমিত হয়। ইয়াৰ জৰিয়তে সংস্কৃতি বিকাশ আৰু সংস্কৃতি সমান্তৰালৰ উদ্ভৱ হয়।

                                               

পদশিলা

পদশিলা অসমৰ সংস্কৃতি জগতৰ এটা বহু পুৰণি কৃষ্টি । শংকৰদেৱে গুৰুগৃহত সোমাওঁতে যি দুচটা শিলত গৃহৰ দুৱাৰমুখত ভৰি দি সেমাইছিল সেই দুচটা শিলকে পদশিলা বোলে । অসমীয়া সমাজত প্ৰচলিত নামঘৰসমূহত এই শিল এতিয়াও বিৰাজমান ।

                                               

পেৰানৰ্মেল

পাৰানৰ্মেল পৰিঘটনা জন সংস্কৃতি, লোককথা, আৰু আন অবিজ্ঞানসন্মত বিষয়ৰ যাৰ এই বিষয়বস্তুৰ ভিতৰত থকা অৱস্থাৰ বিষয়ে বৰ্ণনা কৰা হয়। পাৰানৰ্মলৰ বিষয়ে প্ৰস্তাৱ সমূহ বৈজ্ঞানিক প্ৰমাণৰ পৰা বিভিন্ন। কাৰণ বৈজ্ঞানিক পৰিবেক্ষণ পৰীক্ষামুলক অভিজ্ঞতাপূৰ্ণ তথ্য ...

                                               

মাঙোন

মাঙোন গাৰো সমাজৰ প্ৰচলিত লোক উৎসৱ সমূহৰ ভিতৰত অন্যতম। এই উৎসৱ মৃত্যু ক্ৰিয়াৰ লগত জড়িত। গাৰো সমাজ এখনত এটা বছৰৰ ভিতৰত মৃত্যু হোৱা লোকসকলৰ সমূহীয়া শ্ৰাদ্ধ বছৰটোৰ শেষত নিৰ্দিষ্ট কোনো এটা দিনত পতা হয়, ইয়েই মাঙোন উৎসৱ। গাৰো সমাজত কোনো ব্যক্তিৰ মৃ ...

                                               

অসমৰ নৃ-প্ৰজাতীয় গাঁথনি

অসমৰ নৃ-প্ৰজাতীয় গাঁথনি অনাৰ্য, খিলঞ্জীয়া জনসমষ্টিৰ মিলনৰ তীৰ্থভূমি অসমলৈ ভাৰত আৰু বৰ্হিভাৰতৰ পৰা ভিন ভিন জাতি উপজাতিৰ প্ৰৱেশ কৰে। বিজ্ঞানীসকলে পৃথিৱীৰ সকলো মানুহকে একগোট কৰি গঠন কৰা মানৱগোষ্ঠীৰ হমছেপিয়েন্স মুখ্য প্ৰজাতি চাৰিটা: ● নেগ্ৰিট ●ককে ...

                                               

দণ্ডীধৰ ফাটোৱালী

অম্বিকাগিৰী যুগৰ জাতীয় পুনৰোত্থানৰ এগৰাকী সৰৱ কৰ্মী তথা অবিভক্ত লক্ষ্মীমপুৰ জিলাৰ প্ৰথমগৰাকী জনজাতীয় সাহিত্যিক প্ৰয়াত দণ্ডীধৰ ফাটোৱালীদেৱৰ সৃষ্টিৰাজিৰ সবিশেষ আলোচনা প্ৰকৃততে যেনেদৰে হব লাগিছিল তেনেদৰে আজিও হোৱা নাই। আশ্চৰ্যজনকভাৱে বহুতৰ বাবে ত ...

                                               

মুনিয়া গাঙ্গুলি

মুনিয়া গাঙ্গুলি এগৰাকী ভাৰতীয় বাইঅকেমিষ্ট, বাইঅটেকনোলজিষ্ট আৰু জিনোমিক্স এণ্ড ইণ্টিগ্ৰেটিভ বাইঅলজি ইনষ্টিউটৰ বিজ্ঞানী. তেওঁ ড্ৰাগ সৰবৰাহৰ অ-আক্রমণাত্মক প্ৰ’টোকলবিলাকৰ বিকাশৰ বাবে পৰিচিত আৰু তেওঁৰ নেতৃত্বাধীন দলটো ছালৰ ৰোগ বিলাকৰ বাবে এটা ঔষধ বি ...

                                               

সংশয় ব্যৱস্থাপনা

সংশয় Risk শব্দটোৱে বহুত ধৰণৰ অৰ্থ প্ৰকাশ কৰে । সাধাৰণ ভাষাত ইয়াৰ অৰ্থ হ’ল সন্দেহ, দ্বিধা, অনিশ্চয়তা । Risk শব্দটো ইংৰাজী ভাষাত বিভিন্ন অভিধানে এনেদৰে ব্যাখ্যা কৰিছে – Chamber’s English Dictionary: Hazard, danger, chance of loss or injury; the ...

                                               

পদ্মাৱতী (দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা)

এইটো এটা দ্ব্যৰ্থতা দূৰীকৰণ পৃষ্ঠা। পদ্মাৱতী শব্দটোৱে নিম্নলিখিত প্ৰবন্ধবোৰ সূচাব পাৰে: ধৰ্ম আৰু সাহিত্য পদ্মাৱতী জৈন ধৰ্ম, জৈন ধৰ্মৰ শাসনৰ দেৱী ৰাণী পদ্মিনী, তেৰ-চৈধ্য শতিকাৰ মেৱাৰৰ এগৰাকী কিংবদন্তি ৰাণী পদ্মাৱত, চুফী কবি মালিক মহম্মদ জায়চীয়ে ...

                                               

লিঙ্গ ভিত্তিক গৰ্ভপাত

লিঙ্গ ভিত্তিক গৰ্ভপাত বা লিঙ্গ নিৰ্বাচিত গৰ্ভপাত হৈছে শিশুৰ লিঙ্গৰ ওপৰত আধাৰিত কৰি গৰ্ভধাৰণ সমাপ্ত কৰাৰ অনুশীলন। মহিলা ভ্ৰূণৰ বাছনিমূলক গৰ্ভপাত পৃথিৱীৰ কিছুমান ঠাইত হয় যত লʼৰা শিশুক ছোৱালী শিশুতকৈ বেছি মূল্য দিয়া হয়, বিশেষকৈ পূৱ এছিয়া আৰু দক্ ...

                                               

ৰাশোমন প্ৰভাৱ

ৰাশোমন প্ৰভাৱ হৈছে প্ৰত্যক্ষদৰ্শীৰ কুখ্যাত অবিশ্বস্ততাৰ সৈতে জড়িত এক বিশেষ অৱস্থাবাচক অভিধা। কোনো ঘটনাবিশেষৰ সৈতে জড়িত ব্যক্তিসকলৰ ঘটনাটোৰ সম্পৰ্কত দাঙি ধৰা পৰস্পৰবিৰোধী ব্যাখ্যাৰ বিষয়ে বুজাবলৈ ৰাশোমন প্ৰভাৱৰ অৱতাৰণা কৰা হয়।

                                               

অসম বিধানসভা নিৰ্বাচন, ২০১৬

চতুৰ্দশ অসম বিধানসভাৰ নিৰ্বাচন ৪ আৰু ৫ এপ্ৰিল, ২০১৬ তাৰিখে অসমৰ মুঠ ১২৬টা বিধানসভা সমষ্টিৰ বাবে দুটাটা পৰ্যায়ত অনুষ্ঠিত হয়। ফলাফল ঘোষণা কৰা হয় ১৯ মে, ২০১৬ তাৰিখে। এই নিৰ্বাচনত ভোটদানৰ হাৰ আছিল ৮৪.৭২%। ইয়াৰ পূৰ্বৱতী অসম বিধানসভাৰ নিৰ্বাচনতকৈ এ ...

                                               

অসমীয়া ৰচনা

কোনো এটা বিষয়ৰ সামগ্ৰিক ধাৰণাৰ ওপৰত ভিত্তি কৰি লিখা সাহিত্যকৰ্মই হ’ল ৰচনা৷ অলপ বহলাই ক’লে ক’ব পাৰি যে- কোনো এটা বিষয় সম্পৰ্কে যুক্তি-বিশ্লেষণ তথা তথ্যানুসাৰে লিখা কথাই হ’ল ৰচনা৷

                                               

শ্বৰীফাখাতুন চৌধুৰী

শ্বৰীফাখাতুন চৌধুৰী হৈছে এগৰাকী অসমীয়া কবি। ডুমডুমাৰ নিকটৱৰ্তী ৰূপাইত তেখেতৰ জন্ম হৈছিল ৬০ৰ দশকৰ মাজভাগত। তেখেতৰ পিতৃ মৰহুম আব্দুল হক চৌধুৰী আছিল এগৰাকী সংস্কৃতিপ্ৰাণ ব্যক্তি। তেখেতৰ মাতৃ ফানোৱাৰা বেগমেও কবিতা চৰ্চা কৰিছিল।

                                               

হাবুং

হাবুং পৌৰাণিক কামৰূপৰ এটা বৃহৎ অঞ্চল তথা আহোম ৰাজ্যৰ পঞ্চম ৰাজধানী আছিল। বৰ্তমান হাবুঙৰ ভূমি পশ্চিম ধেমাজিৰ কঢ়া নৈৰ উত্তৰ পাৰৰ এটা অঞ্চল।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →