ⓘ Free online encyclopedia. Did you know? page 136



                                               

আন্তৰ্জাতিক মাতৃভাষা দিৱস

ভাষিক আৰু সাংস্কৃতিক বৈচিত্ৰ তথা বহুভাষাবাদৰ বিষয়ে সজাগতা সৃষ্টিক উদগনি যোগাবৰ বাবে প্ৰতিবছৰে ২১ ফেব্ৰুৱাৰী দিনটোক আন্তৰ্জাতিক মাতৃভাষা দিৱস হিচাপে পালন কৰা হয়। ১৯৯৯ চনৰ ১৭ নৱেম্বৰত ইউনেস্কোই প্ৰথম এই দিৱসৰ কথা ঘোষণা কৰে। ১৯৫২ চনৰ এই দিনতে বাংল ...

                                               

আন্তৰ্জাতিক যোগ দিৱস

ৰাষ্ট্ৰসংঘৰ সাধাৰণ পৰিষদে ২০১৪ চনৰ ১১ ডিচেম্বৰ তাৰিখে ২১ জুন তাৰিখটোক আন্তৰ্জাতিক যোগ দিৱস হিচাপে ঘোষণা কৰে। যোগ হল প্ৰাচীন ভাৰতত আৰম্ভ হোৱা এক শাৰীৰিক, মানসিক আৰু আধ্যাত্মিক ক্ৰিয়া। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে ৰাষ্ট্ৰসংঘত ২১ জুন তাৰিখট ...

                                               

আন্তৰ্জাতিক শ্ৰমিক দিৱস

আন্তৰ্জাতিক শ্ৰমিক দিৱস টো মে দিৱস নামেৰেও পৰিচিত। মে মাহৰ প্ৰথম দিনটোতেই পৃথিৱীৰ বহু দেশত এই দিৱস পালিত হয়। কিছুমান দেশে মে’ দিৱসক শ্ৰমিক দিৱস হিচাপেও পালন কৰে। এই দিনটো চৰকাৰী ভাবে ছুটিৰ দিন। ১৮৮৬ চনৰ ১ মে’ত যুক্তৰাষ্ট্ৰৰ চিকাগো নগৰৰ হে-মাৰ্কে ...

                                               

আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস

আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস প্ৰতি বছৰে ১৮ মে তাৰিখে বিশ্বব্যাপী পালন কৰা হয়। ১৯৮৩ চনৰ ১৮ মে তাৰিখে ৰাষ্ট্ৰসংঘয়ে সংগ্ৰহালয়সমূহৰ বিশেষত্ব আৰু মহত্ত্ব উপলব্ধি কৰি আন্তৰ্জাতিক সংগ্ৰহালয় দিৱস উদযাপন কৰাৰ নিৰ্ণয় গ্ৰহণ কৰিছিল। এই দিৱসৰ মূল উদ্দেশ্য ...

                                               

আন্তৰ্জাতিক সাক্ষৰতা দিৱস

১৯৬৫ চনৰ ১৭ নৱেম্বৰ তাৰিখে ৰাষ্ট্ৰসংঘৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা -ৱে ৮ ছেপ্টেম্বৰ তাৰিখটো আন্তৰ্জাতিক সাক্ষৰতা দিৱস হিচাপে ঘোষণা কৰে । ইয়াক ১৯৬৬ চনত প্ৰথমবাৰৰ বাবে পালন কৰা হৈছিল । ইয়াৰ মূল উদ্দেশ্য হৈছে ব্যক্তিগত, গোষ্ঠীগত তথা সামাজি ...

                                               

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস

ঋতুস্ৰাৱ স্বাস্থ্য দিৱস বা ঋতুচক্ৰ স্বচ্ছতা দিৱস বিশ্বত ঋতুচক্ৰৰ সময়ত লবলগীয়া সাৱধানতা আৰু স্বাস্থ্যজনিত বিধান সমূহ মানি চলাৰ লগতে মাহেকীয়াৰ সময়ত স্বচ্ছতাৰ গুৰুত্বৰ বিষয়ে সজাগতা সৃষ্টি কৰিবলৈ পালন কৰা দিৱস। প্ৰতি বছৰে ২৮ মে তাৰিখে এই দিৱস পা ...

                                               

এপ্ৰিল ফুল দিৱস

এপ্ৰিল ফুল দিৱস বহু দেশত ১ এপ্ৰিলৰ দিনা পালন কৰা হয়। সকলো মুৰ্খৰ দিন বুলিও অভিহিত কৰা এই দিনটো ৰাষ্ট্ৰীয় বন্ধৰ দিন নহয়। এই দিনটোত মানুহবোৰে উৰাবাতৰি প্ৰচাৰ কৰি আৰু নিৰ্দোষ ধেমালিৰে ইজনে সিজনক মুৰ্খ সজাৰ প্ৰয়াস কৰে। ইটালী, ফ্ৰান্স আৰু বেলজিয়া ...

                                               

গান্ধী জয়ন্তী

গান্ধী জয়ন্তী ভাৰতৰ জাতিৰ পিতা মহাত্মা গান্ধীৰ জন্ম জয়ন্তী। সমগ্ৰ ভাৰতত এই দিনটো চৰকাৰী ছুটিৰ দিন। যদিও ভাৰতৰ সংবিধানত জাতিৰ পিতা বুলি কোনো উপাধি প্ৰদান কৰা হোৱা নাই, তথাপিও ভাৰতৰ জন-গণে মহাত্মা গান্ধীক জাতিৰ পিতা বুলি গণ্য কৰে। মহাত্মা গান্ধীৰ ...

                                               

ধৰিত্ৰী দিৱস

প্ৰত্যেক বছৰৰ ২২ এপ্ৰিল তাৰিখে বিশ্বজুৰি ধৰিত্ৰী দিৱস পালন কৰা হয়। এই দিনটোত পৰিবেশ সংৰক্ষণৰ প্ৰতি সচেতনতা দেখুৱাবলৈ বিভিন্ন কাৰ্য্যসূচী পালন কৰা হয়। বৰ্তমান ইয়াক আৰ্থ ডে নেটৱৰ্কে ১৯২ খনতকৈও অধিক দেশত সমন্বিত কৰে। ১৯৬৯ চনত চান ফ্ৰান্সিস্কত হোৱ ...

                                               

পাই দিৱস

পাই দিৱস হল গাণিতিক ধ্ৰুবক পাই πৰ এটি বাৰ্ষিক উদযাপন। যিহেতু ৩,১ আৰু ৪ হল π ৰ তিনিটা আটাইতকৈ অৰ্থবহ সংখ্যা, সেয়েহে ১৪ মাৰ্চ তাৰিখে পাই দিৱস পালন কৰা হয়। ২০০৯ চনত the United States House of Representatives য়ে পাই দিৱসৰ আখ্যা সমৰ্থন কৰিছিল।

                                               

পিতৃ দিৱস

পিতৃ দিৱস বা ফাদাৰছ্ ডে বিশ্বব্যাপী পিতৃ সকলৰ সন্মানৰ বাবে উদযাপিত কৰা দিৱস। পিতৃ দিৱসত পিতৃত্ব, পিতৃত্ব বান্ধোন তথা সমাজত পিতা সমূহৰ প্ৰভাৱৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি ধন্যবাদসূচক হিচাপে পালন কৰা হয়। পিতৃ সকলৰ মৰম আৰু ত্যাগৰ স্বীকৃতি জনোৱা পিতৃ ...

                                               

পিতৃ-মাতৃ পূজন দিৱস

পিতৃ-মাতৃ পূজন দিৱস ভাৰতীয় আধ্যাত্মিক নেতা আশাৰামে ২০০৭ চনত আৰম্ভ কৰিছিল ভেলেণ্টাইন দিৱসৰ বিকল্প হিচাপে। প্ৰতি বছৰে ১৪ ফেব্ৰুৱাৰীত ইয়াক পালন কৰা হয়। ই সংস্কৃত শব্দ মাতৃ আৰু পিতৃ -ৰ পৰা অহা।

                                               

পৰাক্ৰম দিৱস

পৰাক্ৰম দিৱস প্ৰতি বছৰে ভাৰতত ২৩ জানুৱাৰী তাৰিখে পালন কৰা হয়। ২০২১ চনত নেতাজী সুভাষ চন্দ্ৰ বসুৰ ১২৫তম জন্ম জয়ন্তী উপলক্ষে ভাৰত চৰকাৰে তেওঁৰ জন্মদিন পৰাক্ৰম দিৱস হিচাপে উদযাপন কৰিবলৈ আৰম্ভ কৰে। ভাৰতৰ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আনুষ্ঠানিকভাৱে ...

                                               

বক্সিং ডে

বক্সিং ডে বৰদিনৰ পাছদিনা পৰম্পৰাগতভাৱে পালন কৰা এটা বন্ধৰ দিন। এইদিনা আমেৰিকা যুক্তৰাষ্ট্ৰ, কানাডা, হংকং, অষ্ট্ৰেলিয়া, নিউজিলেণ্ড, কেনিয়া, দক্ষিণ আফ্ৰিকা, গায়ানা, ট্ৰিনিদাদ এণ্ড টবেগ, জামাইকা আৰু আন কমন্‌ৱেল্‌থ ৰাষ্ট্ৰসসমূহত লগুৱা আৰু ব্যৱসায় ...

                                               

বন্ধুত্ব দিৱস

১৯১৯ চনত হলমাৰ্ক কাৰ্ডৰ প্ৰতিষ্ঠাতা জয়েচ হলে বন্ধুত্ব দিৱস আৰম্ভ কৰিছিল। বহুতে আগষ্টৰ প্ৰথম দেওবাৰে বন্ধু সকললৈ কাৰ্ড পঠাইছিল। কিন্তু বন্ধুত্ব দিৱসৰ ইতিহাস আমেৰিকা যুক্তৰাষ্ট্ৰৰ পৰা আৰম্ভ হয়। ১৯৩৫ চনত আমেৰিকান কংগ্ৰেছে ঘোষণা কৰে যে প্ৰতি আগষ্টৰ ...

                                               

বিশ্ব এইড্‌ছ দিৱস

বিশ্ব এইড্‌ছ দিৱস, প্ৰতিবছৰে ১ ডিচেম্বৰৰ দিনা পালন কৰা হয়।১৯৮৮ চনৰ পৰা পালন কৰা এই দিৱস এইড্‌ছৰ দেশব্যাপ্তিৰ প্ৰতি সজাগতাৰ বাবে আৰু এই ৰোগত ভুগি মৃত্যু বৰণ কৰাসকললৈ সমৰ্পণ কৰা হয়। সমগ্ৰ পৃথিৱীজুৰি চৰকাৰ, স্বাস্থ্যকৰ্মী, বেচৰকাৰী সংস্থা আদিয়ে এ ...

                                               

বিশ্ব কৰ্কট ৰোগ দিৱস

বিশ্ব কৰ্কট ৰোগ দিৱস প্ৰতি বছৰে ফেব্ৰুৱাৰী মাহৰ ৪ তাৰিখে গোটেই বিশ্বজুৰি ৰাষ্ট্ৰসংঘৰ সদস্য ৰাষ্ট্ৰ সকলে পালন কৰে। কৰ্কট ৰোগৰ ভয়াৱহতাৰ প্ৰতি লক্ষ্য ৰাখি ইয়াৰ প্ৰতিৰোধ আৰু প্ৰথম স্তৰতে ৰোগ চিনাক্ত কৰণ সম্পৰ্কে জন সচেতনতা বৃদ্ধি কৰা এই দিৱসৰ মূল উ ...

                                               

বিশ্ব গাখীৰ দিৱস

বিশ্ব গাখীৰ দিৱস হল গাখীৰক গোলকীয় খাদ্য হিচাপে স্বীকৃতি দিবলৈ ইউনাইটেড নেশ্বনৰ খাদ্য আৰু কৃষি সংস্থা ৰ দ্বাৰা গঠন কৰা এটি দিৱস। ২০০১ চনৰ পৰা প্ৰত্যেক বছৰৰ ১ জুন তাৰিখে বিশ্ব গাখীৰ দিৱস পালন কৰা হয়।

                                               

বিশ্ব গ্ৰন্থ দিৱস

বিশ্ব গ্ৰন্থ দিৱস বা বিশ্ব গ্ৰন্থ আৰু কপিৰাইট দিৱস বা আন্তঃৰাষ্ট্ৰীয় কিতাপৰ দিন প্ৰতি বছৰে ২৩ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা এক দিৱস। ৰাষ্ট্ৰসংঘৰ ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থায়ে গ্ৰন্থ অধ্যয়ন, প্ৰকাশৰ আৰু কপিৰাইটৰৰ বিষয় ...

                                               

বিশ্ব ঘৰচিৰিকা দিৱস

বিশ্ব ঘৰচিৰিকা দিৱস প্ৰতিবছৰে ২০ মাৰ্চ তাৰিখে ঘৰচিৰিকাৰ সংৰক্ষণৰ গুৰুত্ব সম্পৰ্কে জনসচেতনতা অনাৰ উদেশ্যে পালন কৰা হয়। ভাৰতৰ নেচাৰ ফৰএভাৰ ছ’ছাইটি নামৰ এটা সংস্থাৰ আহ্বানক্ৰমে এই দিৱস পোনপ্ৰথমবাৰৰ বাবে উদযাপিত হৈছিল ২০১০ চনত। এই সংস্থা ভাৰতীয় সংৰ ...

                                               

বিশ্ব চাইকেল দিৱস

বিশ্ব চাইকেল দিৱস প্ৰতিবছৰে জুন মাহৰ ৩ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ২০১৮ চনৰ এপ্ৰিল মাহত ৰাষ্ট্ৰসংঘৰ সাধাৰণ সভায়ে ৩ জুন তাৰিখক বিশ্ব চাইকেল দিৱস হিচাপে উদযাপন কৰিবলৈ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। ৰাষ্ট্ৰসংঘৰ প্ৰস্তাৱত চাইকেলৰ দীৰ্ঘ জীৱনকাল আৰু ...

                                               

বিশ্ব ডাক দিৱস

বিশ্ব ডাক দিৱস প্ৰতি বছৰে ৯ অক্টোবৰ তাৰিখে গোটেই বিশ্বজুৰি পালন কৰা হয়। ১৮৭৪ চনৰ এই দিনতে চুইটজাৰলেণ্ডৰ বাৰ্নত বিশ্ব ডাক সন্থাৰ জন্ম হৈছিল। পিছলৈ এই সন্থা ৰাষ্ট্ৰসংঘৰ লগত চামিল হয়। বিশ্ব ডাক সন্থায়ে তথ্যৰ আদান-প্ৰদান আৰু দূৰসংযোগৰ মাধ্যমেৰে ডা ...

                                               

বিশ্ব দৃষ্টি দিৱস

বিশ্ব দৃষ্টি দিৱস প্ৰতি বছৰে অক্টোবৰ মাহৰ দ্বিতীয় বৃহস্পতি বাৰে গোটেই বিশ্বজুৰি পালন কৰা হয়। গোলকীয় প্ৰেক্ষাপটত অন্ধতা, চকু আৰু দৃষ্টি সম্পৰ্কীয় ৰোগ আৰু চকুৰ যতনৰ বাবে জসচেতনতা বৃদ্ধি কৰায় এই দিৱসৰ মূল লক্ষ্য। ২০০০ চনত আন্তৰ্জাতিক লায়েন্স ক ...

                                               

বিশ্ব ধঁপাতবিৰোধী দিৱস

বিশ্ব ধপাঁতবিৰোধী দিৱস গোটেই পৃথিৱীতে প্ৰতিবছৰে মে মাহৰ ৩১ তাৰিখে পালন কৰা হয়। ইয়াৰ উদ্দেশ্য হল এই ২৪ ঘণ্টা সময়ত যিকোনো ধপাঁত গ্ৰহণৰ পৰা বৰ্জিত থাকিবলৈ জনগণক উৎসাহিত কৰা আৰু লগতে ধপাঁত গ্ৰহণৰ ফলত স্বাস্থ্যৰ ওপৰত পৰিব পৰা নানাধৰণৰ বিৰূপ প্ৰতিক্ ...

                                               

বিশ্ব পশু চিকিৎসা দিৱস

বিশ্ব পশু চিকিৎসা দিৱস প্ৰতি বছৰে এপ্ৰিলৰ শেষৰটো শনিবাৰে পালন কৰা হয়।২০০০চনত বিশ্ব পশু চিকিৎসা সংঘই এই দিৱসৰ আৰম্ভণি কৰিছিল আৰু ২০০১চনৰ পৰা পালন কৰা হৈছিল।এই দিৱসৰ মূল উদ্দেশ্য হৈছে পশু চিকিৎসা বৃত্তিটোক সমগ্ৰ বিশ্বত আগবঢ়াই নিয়াৰ লগতে পশুপালকস ...

                                               

বিশ্ব প্ৰাণী দিৱস

বিশ্ব প্ৰাণী দিৱস বিশ্বৰ সমুদায় প্ৰাণীকূলৰ অধিকাৰ আৰু কল্যাণৰ বাবে পালন কৰা আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ৪ তাৰিখে প্ৰাণীৰ চেইণ্ট, এচিছিৰ ফ্ৰান্সিছৰ উপবাস দিৱসৰ লগত সংগতি ৰাখি এই দিৱস পালন কৰা হয়।

                                               

বিশ্ব পৰিসংখ্যা দিৱস

বিশ্ব পৰিসংখ্যা দিৱস প্ৰতি ৫ বছৰৰ মূৰে মূৰে ২০ অক্টোবৰ তাৰিখে পালন কৰা হয়। ফেব্ৰুৱাৰী ২০১০ৰ ইয়াৰ ৪১তম অধিবেশনত, ৰাষ্ট্ৰসংঘৰ পৰিসাংখ্যিক আয়োগে ২০ অক্টোবৰ ২০১০ক বিশ্ব পৰিসংখ্যা দিৱস হিচাপে উদযাপন কৰাৰ প্ৰস্তাৱ দিছিল। ইয়াৰ থিমটো আছিলে "কাৰ্য্যাল ...

                                               

বিশ্ব পৰিৱেশ দিৱস

বিশ্ব পৰিৱেশ দিৱস ইংৰাজী: World Environment Day, সংক্ষেপে WED প্ৰতি বছৰ ৫ জুনৰ দিনা বিশ্বব্যাপী ৰাজনৈতিক কৰ্মোদ্যোগ আৰু জনসচেতনতাৰ মাধ্যমত পৰিৱেশ সচেতনতাক লক্ষ্য ৰাখি এই দিৱস পালন কৰা হয়। এই দিনটিতেই ৰাষ্ট্ৰসংঘৰ মানৱিক পৰিৱেশ কনফাৰেন্স United Na ...

                                               

বিশ্ব পৰ্যটন দিৱস

বিশ্ব পৰ্যটন দিৱস ২৭ ছেপ্টেম্বৰ তাৰিখে বিশ্বব্যাপী পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ অধীনস্থ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰত্যক্ষ তত্ত্বাবধানত ১৯৮০ চনৰ পৰা সকলো সদস্য দেশে এই দিৱস পালন কৰি আহিছে। এই দিৱসৰ প্ৰধান উদ্দেশ্য হৈছে আন্তজাৰ্তিক সম্প্ৰদায় আৰু পৰ্যটন ...

                                               

বিশ্ব বন্যপ্ৰাণী দিৱস

বিশ্ব বন্যপ্ৰাণী দিৱস প্ৰতি বছৰে ৩ মাৰ্চ তাৰিখে পালন কৰা হয়। ২০১৩ চনৰ ২০ ডিচেম্বৰত অনুষ্ঠিত ৰাষ্ট্ৰসংঘৰ ৬৮ তম অধিৱেশনত থাইলেণ্ডে আহ্বান কৰা আন্তৰ্জাতিক বিলুপ্তপ্ৰায় বন্য জীৱ আৰু উদ্ভিদৰ বাণিজ্য অভিবৰ্তনৰ বাবে ৩ মাৰ্চক বন্যপ্ৰাণী দিৱস হিচাপে ঘোষ ...

                                               

বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস

বিশ্ব বৌদ্ধিক সম্পত্তি দিৱস প্ৰতি বছৰে ২৬ এপ্ৰিল তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব বৌদ্ধিক সম্পত্তি সংস্থায়ে ২০০০ চনত পোন প্ৰথমবাৰৰ বাবে এই দিৱসৰ পালন কৰিছিল। বৌদ্ধিক সম্পত্তিৰ পেটেণ্ট, কপিৰাইট, ট্ৰেডমাৰ্ক আৰু ঔদ্যোগিক ডিজাইনৰ ...

                                               

বিশ্ব মহাসাগৰ দিৱস

বিশ্ব মহাসাগৰ দিৱস প্ৰতি বছৰে ৮ জুন তাৰিখে পালন কৰা হয়। ১৯৯২ চনত ব্ৰাজিলৰ ৰিঅ ডি জেনেৰিওত অনুষ্ঠিত আৰ্থ ছামিটত কানাডাৰ আন্তঃৰাষ্ট্ৰীয় মহাসাগৰ উন্নয়ন কেন্দ্ৰ আৰু কানাডা মহাসাগৰ প্ৰতিষ্ঠানে মহাসাগৰৰ প্ৰাকৃতিক পৰিৱেশ আৰু জলজ প্ৰাণী সমূহৰ সংৰক্ষণৰ ...

                                               

বিশ্ব মান দিৱস

বিশ্ব মান দিৱস প্ৰতি বছৰে ১৪ অক্টোবৰ তাৰিখে আন্তৰ্জাতিক ভাবে পালন কৰা হয়। পণ্য-সেৱা প্ৰভৃতিৰ মান উন্নয়নৰ লক্ষ্যত বিশ্বব্যাপী কৰ্মৰত বিভিন্ন স্বেচ্ছাসেৱী প্ৰতিষ্ঠানৰ অৱদানৰ প্ৰতি সন্মান জনোৱাৰ উদ্দেশ্যে এই দিৱস অৱতাৰণা কৰা হৈছিল। এই দিৱস মূলতঃ প ...

                                               

বিশ্ব মেলেৰিয়া দিৱস

বিশ্ব মেলেৰিয়া দিৱস প্ৰতিবছৰে এপ্ৰিল মাহৰ ২৫ তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে মেলেৰিয়া প ...

                                               

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস

বিশ্ব শিশু শ্ৰমিক বিৰোধী দিৱস বিশ্বব্যাপী শিশুৰ অধিকাৰ ৰক্ষা কৰিবলৈ আৰু শিশু শ্ৰমিক নিৰ্মূল কৰাৰ উদ্দেশ্যে প্ৰতিবছৰে ১২ জুন তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ বিশেষ সহযোগী শাখা আন্তৰ্জাতিক শ্ৰমিক সংস্থাৰ সহযোগত গোটেই বিশ্বতে এই দিৱস পালন কৰা হয়। ২ ...

                                               

বিশ্ব স্বাস্থ্য দিৱস

বিশ্ব স্বাস্থ্য দিৱস প্ৰতি বছৰে ৭ এপ্ৰিল তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে পালন কৰে। বিশ্ব ...

                                               

বিশ্ব হাঁহি দিৱস

বিশ্ব হাঁহি দিৱস প্ৰতিবছৰে মে মাহৰ প্ৰথম দেওবাৰে পালন কৰা হয়। ১৯৯৮ চনৰ ১০ মে তাৰিখে মুম্বাইত পোনপ্ৰথম বাৰৰ বাবে বিশ্বব্যাপী হাস্য যোগ আন্দোলনৰ প্ৰতিষ্ঠাপক ডঃ মদন কাটাৰীয়ায়ে এই দিৱস উদযাপন কৰিছিল। ফেচিয়েল ফিডবেক হাইপ’থেচিছৰ দ্বাৰা তেওঁ অনুপ্রা ...

                                               

বিশ্ব হৃদয় দিৱস

বিশ্ব হৃদয় প্ৰতিষ্ঠান বা ৱৰ্ল্ড হাৰ্ট ফেডাৰেচন) ১৯৭১ চনত ছুইজাৰলেণ্ডৰ জেনেভাস্থিত এটা বেচৰকাৰী অনুষ্ঠান। ১৯৭৮ চনত ইণ্টাৰনেচনেল ছছাইটি অৱ কাৰ্ডিঅলজি International Society of Cardiology আৰু ১৯৭০ চনত স্থাপিত ইণ্টাৰনেচনেল কাৰ্ডিঅলজি ফেডাৰেচন Interna ...

                                               

বিশ্ব হেপাটাইটিছ দিৱস

বিশ্ব হেপাটাইটিছ দিৱস প্ৰতি বছৰে ২৮ জুলাই তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক পালন কৰা দিৱস। ৰাষ্ট্ৰসংঘৰ বিশেষ সংস্থা বিশ্ব স্বাস্থ্য সংস্থাৰ তত্ত্বাৱধানত এই দিৱস গোটেই বিশ্বৰ ইয়াৰ সদস্য ৰাষ্ট্ৰ সকলে আৰু ইয়াৰ লগত জড়িত আন সংস্থাবোৰে হেপাটা ...

                                               

বিশ্ব ৰক্তদাতা দিৱস

বিশ্ব ৰক্তদাতা দিৱস প্ৰতি বছৰে ১৪ জুন তাৰিখে গোটেই বিশ্বতে পালন কৰা সজাগতামূলক দিৱস। ২০০৪ চনত প্ৰথমবাৰৰ বাবে বিশ্ব স্বাস্থ্য সংস্থায়ে ৰক্তদানৰ মহত্ত্বৰ বিষয়ে সজাগতা সৃষ্টিৰ উদ্দেশ্যে আৰু স্বেচ্ছাসেৱক ৰক্তদাতাসমূহক জীৱনদায়িনী তেজৰ দানৰ বাবে ধন্ ...

                                               

ভাৰতীয় সেনা দিৱস

ভাৰতীয় সেনা দিৱস প্ৰতি বছৰে ১৫ জানুৱাৰী তাৰিখে পালন কৰা হয়। ১৯৪৯ চনৰ ১৫ জানুৱাৰী তাৰিখে ভাৰতীয় সেনাৰ প্ৰথম কমাণ্ডাৰ ইন চীফ কন্দনডেৰা এম. কাৰীয়াপ্পায়ে অন্তিম ব্ৰিটিছ কমাণ্ডাৰ ইন চীফ জেনেৰেল ছাৰ ফ্ৰান্সিছ বুটচাৰৰ পৰা কাৰ্য্যভাৰ গ্ৰহণ কৰিছিল। প ...

                                               

মল দিৱস

মল দিৱস ৰসায়নবিদ, বিজ্ঞানী আৰু ছাত্ৰসকলে উদযাপন কৰা এক বিজ্ঞান বিষয়ৰ দিৱস। প্ৰতি বছৰে অক্টোবৰ মাহৰ ২৩ তাৰিখৰ পুৱা ৬ বাজি ২ মিনিটৰ পৰা আবেলি ৬ বাজি ২ মিনিটলৈ এই দিৱস পালন কৰা হয়। দিন লিখাৰ আমেৰিকান শৈলী মতে এই সময়ছোৱাক ৬:০২ ১০/২৩ হিচাপে লিখা হ ...

                                               

মাতৃ দিৱস

মাতৃ দিৱস হৈছে মাতৃৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি উদযাপন কৰা এক দিৱস। ইয়াৰ দ্বাৰা, মাতৃ, মাতৃত্ব, সমাজলৈ মাতৃৰ ভূমিকা আৰু শিশু তথা মাতৃৰ সম্পৰ্কক সোঁৱৰা হয়। পৃথিৱীৰ বিভিন্ন দেশ সমূহে বিভিন্ন সময়ত এই দিৱস উদযাপন কৰা দেখা যায়। বিশেষকৈ মাৰ্চ আৰু মে ...

                                               

মানৱ অধিকাৰ দিৱস

মানৱ অধিকাৰ দিৱস সমগ্ৰ বিশ্বত প্ৰতিবছৰে ১০ ডিচেম্বৰ তাৰিখে পালন কৰা হয়। ৰাষ্ট্ৰসংঘৰ ১৯৪৮ চনৰ ১০ ডিচেম্বৰত, মানৱ অধিকাৰৰ সৰ্বজনীন ঘোষণা, মানৱ অধিকাৰৰ প্ৰথম বিশ্বব্যাপী ঘোষণা আৰু নতুন ৰাষ্ট্ৰসংঘৰ প্ৰথমটো মুখ্য সফলতাৰ প্ৰতি সন্মান প্ৰদৰ্শন কৰি এই ত ...

                                               

মাৰাঠী ভাষা দিৱস

মাৰাঠী ভাষা দিৱস প্ৰত্যেক বছৰৰ ২৭ ফেব্ৰুৱাৰী তাৰিখে মহাৰাষ্ট্ৰ আৰু গোৱাত পালন কৰা হয়। এই দিৱসটো ৰাজ্য চৰকাৰৰ দ্বাৰা নিয়ন্ত্ৰণ কৰা হয়। প্ৰসিদ্ধ মাৰাঠী কবি বিষ্ণু বামন শিৰবাদকাৰৰ জন্মদিৱসত এই দিৱস পালন কৰা হয়।

                                               

শিল্পী দিৱস

শিল্পী দিৱস প্ৰতি বছৰে ১৭ জানুৱাৰী তাৰিখে ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালাৰ স্মৃতি দিৱস হিচাপে উদযাপন কৰা হয়। এই দিনটোতে মহান শিল্পীজনৰ পৰলোকপ্ৰাপ্তি ঘটিছিল। ১৯৫৩ চনৰ ১৭ জানুৱাৰী তাৰিখে প্ৰথম বাৰৰ বাবে শিল্পীজনাক সোঁৱৰি এই দিৱস উদযাপন কৰা হৈছিল। প্ ...

                                               

সংবিধান দিৱস (ভাৰত)

সংবিধান দিৱস ভাৰতত প্ৰতি বছৰে ২৬ নৱেম্বৰত ভাৰতত পালন কৰা হয়। ১৯৪৯ চনৰ ২৬ নৱেম্বৰ তাৰিখে ভাৰতীয় সংবিধান সভায়ে ভাৰতীয় সংবিধান গৃহীত কৰিছিল আৰু ১৯৫০ চনৰ ২৬ জানুৱাৰী তাৰিখে ই কাৰ্যকৰী হৈছিল। সংবিধান দিৱসক ৰাষ্ট্ৰীয় আইন দিৱস হিচাপেও জনা যায়। ভাৰ ...

                                               

হিন্দী দিৱস

হিন্দী দিৱস প্ৰতি বছৰৰ ছেপ্টেম্বৰ মাহৰ ১৪ তাৰিখে ভাৰতত পালন কৰা হয়। সাধাৰণতে এই দিৱস কেন্দ্ৰীয় চৰকাৰৰ কাৰ্যালয়, ফাৰ্ম, বিদ্যালয় আৰু অন্যান্য প্ৰতিষ্ঠানত এই দিৱস পালন কৰা হয়। হিন্দী ভাষাৰ চৰ্চাৰে ইয়াৰ উৎকৰ্ষ সাধন কৰা এই দিৱসৰ মূল উদ্দেশ্য। ব ...

                                               

ৰাষ্ট্ৰসংঘ দিৱস

ৰাষ্ট্ৰসংঘ দিৱস ৰাষ্ট্ৰসংঘ আনুষ্ঠানিকভাৱে গঠন হোৱা দিন অৰ্থাৎ ২৪ অক্টোবৰত পালন কৰা হয়। দ্বিতীয় বিশ্বযুদ্ধৰ পিছত ১৯৪৫ চনৰ ২৪ অক্টোবৰ তাৰিখে ৰাষ্ট্ৰসংঘ গঠন কৰা হৈছিল। ৰাষ্ট্ৰসংঘৰ লক্ষ্য আৰু প্ৰাপ্তিৰ বিষয়ে জনসমাজক অৱগত কৰা এই দিৱসৰ অন্যতম উদ্দেশ ...

                                               

ৰাষ্ট্ৰীয় একতা দিৱস

ৰাষ্ট্ৰীয় একতা দিৱস হল চৰ্দাৰ বল্লভভাই পেটেলক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰাৰ অৰ্থে ভাৰত চৰকাৰে সূচনা কৰা এটা দিৱস। ২০১৪ চনত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে এই দিৱসৰ শুভাৰম্ভ কৰিছিল। প্ৰতি বছৰে ৩১ অক্টোবৰত অৰ্থাৎ চৰ্দাৰ বল্লভভাই পেটেলৰ জন্ম তিথিত এই দিৱ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →