ⓘ Free online encyclopedia. Did you know? page 132



                                               

সেন্দূৰীপিঠীয়া মৌ-পিয়া

সেন্দূৰীপিঠীয়া মৌ-পিয়া হৈছে অসমৰ বিভিন্ন প্ৰজাতিৰ মৌ-পিয়াৰ এবিধ প্ৰজাতি। ই সৰু চৰাই ৷ প্ৰায় ৫-৩০ গ্ৰাম ওজনৰ এই চৰাই বিধ অন্যান্য কেবাটাও প্ৰজাতিৰ অন্যতম ৷ এই চৰাইবিধ আফ্ৰিকাৰ মধ্য-পূৰ্ব অঞ্চল, দক্ষিণএচিয়া, দক্ষিণ-পূব এচিয়া, চীন ৰ দক্ষিণ অঞ্ ...

                                               

হাঁহঠুঁটীয়া

হাঁহঠুঁটীয়া বা প্লেটিপাছ মনেট্ৰিমাটা বৰ্গৰ এটি স্তন্যপায়ী প্ৰাণী। এই প্ৰাণীটোয়ে অষ্ট্ৰেলিয়াৰ পূব প্ৰান্ত, টাস্মানিয়া প্ৰদেশ আদিত বাস কৰে। আন স্তন্যপায়ীৰ বিপৰীতে হাঁহঠুঁটীয়াই কণী পাৰে। হাঁহঠুঁটীয়াৰ বিষয়ে সৰ্বপ্ৰথম ইউৰোপত সবিশেষ প্ৰকাশ পাইছিল।

                                               

হালধীয়া ঠেঙৰ হাইঠা

হালধীয়া ঠেঙৰ হাইঠা ইংৰাজী: Yellow-footed Green Pigeon, বৈজ্ঞানিক নাম- Treron phoenicoptera ভাৰত উপমহাদেশত পোৱা হাইঠা চৰাইৰ এটা প্ৰজাতি৷ তাৰোপৰি ই ভাৰতৰ মহাৰাষ্ট্ৰ ৰাজ্যৰ ৰাজ্যিক চৰাই হিচাপেও স্বীকৃত৷ ই সাধাৰণতে জাক পাতি বাস কৰে৷

                                               

হাৰুৱা কপৌ

হাৰুৱা কপৌৰ দেহটো শকত, নেজ চুটি। মতা কপৌৰ ঠোঁট কলা, মূৰ মুগা বৰণৰ আৰু ডিঙিৰ পিছফালে কলাৰৰ দৰে এটা গাঢ় আঁচ থাকে। মাইকী হাৰুৱা কপৌৰ ৰঙ পাতল মটীয়া dull brown ধৰণৰ হয়।

                                               

হেটুলুকা

হেটুলুকা ইংৰাজী: Barbet ভাৰত উপমহাদেশৰ উত্তৰৰ অঞ্চলসমূ্ত দেখা পোৱা এটা চৰাইৰ প্ৰজাতি৷ ই প্ৰধানকৈ হিমালয়ৰ নামনি, বাংলাদেশ আৰু পশ্চিমবংগত বিস্তৃত হৈ আছে৷

                                               

ৰূপহী চমকা চৰাই

ৰূপহী চমকা চৰাই Muscicapidae পৰিয়ালৰ অন্তৰ্ভুক্ত এবিধ সৰু আকাৰৰ চৰাইৰ প্ৰজাতি৷ বিখ্যাত পক্ষী নীৰিক্ষক Thomas C. Jerdon ৰ স্মৰণত এই চৰাইবিধৰ ইংৰাজী নাম Jerdons Bush Chat ৰখা হৈছে৷

                                               

ৰৌ মাছ

ৰৌ মাছ বা ৰহ লেবিঅ হৈছে দক্ষিণ এচিয়াৰ নদী সমুহত পোৱা, কাৰ্প পৰিয়ালৰ অন্তৰ্গত মাছৰ এটা প্ৰজাতি। ই সৰ্বভোজী। ইয়াৰ সৰ্বাধিক দৈৰ্ঘ্য 2 মিটাৰ পৰ্যন্ত আৰু ওজন প্ৰায় 110 কেজি পৰ্যন্ত হয়। নেপালৰ দক্ষিণ অঞ্চলত সৰ্বাধিক ওজনৰ ৰৌ মাছ পোৱাত তথ্য আছে। ভাৰ ...

                                               

কেঁচু

কেঁচু এবিধ অমেৰুদণ্ডী বলয়ী প্ৰাণী। ইহঁতে সাধাৰণতে কোমল, বেছি পৰিমাণে হিউমাচ থকা চহ কৰা মাটিত ৩০-ৰপৰা ৪৫ ছেণ্টিমিটাৰ দ গাত কৰি বাস কৰে। কলগছ, বন্ধাকবি, আৰু শাক-পাচলিৰ পাতৰ তলতো ইহঁতক দেখা যায়। পঁচা পাত, জাবৰ, সৰু প্ৰাণীৰ মৃতদেহ ইহঁতৰ খাদ্য।

                                               

মকৰা

মকৰা হৈছে অষ্ট পদ যুক্ত এক প্ৰকাৰৰ সন্ধিপদী প্ৰাণী। ইহতৰ কিছুমান প্ৰজাতি অতি বিষাক্ত। ইহঁত arachnidaৰ অতি বৃহৎ বৰ্গ আৰু জীৱৰ অন্য সকলো বৰ্গৰ প্ৰজাতিৰ বিচিত্ৰতাৰ ভিতৰত ইহঁতৰ স্থান সপ্তম। এণ্টাৰ্কটিকাক বাদদি পৃথিৱীৰ সকলো মহাদেশতে মকৰা পোৱা যায়, আৰ ...

                                               

উট

উট হৈছে Camelus গণৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। ইহঁকৰ পিঠিত এটা বা একাধিক কুঁজ থাকে। এই কুঁজবোৰত চৰ্বী জমা হৈ থাকে। উটৰ দুটা জীৱিত প্ৰজাতি হৈছে, dromedary, বা এটা কুঁজৰ উট, মধ্য পূৱ আৰু আফ্ৰিকাত বসবাস কৰে; আৰু bactrian, বা দুটা কুঁজৰ উট, মধ্য এছ ...

                                               

কেঙ্গেৰু

কেঙ্গেৰু ১৬২৯ চনত অষ্ট্ৰেলিয়া মহাদেশত প্ৰথম কেঙ্গেৰু দেখিছিল ফ্ৰান্সেছ পিলছিয়েৰ নামৰ এজন পতুৰ্গীজ লোকে৷ কেঙ্গেৰুৰ বিচিত্ৰ চেহেৰা আৰু সিঁহতৰ বিচিত্ৰ গতিবিধিৰ বাবে পৃথিৱীৰ ভিতৰতে এবিধ অন্যতম আকৰ্ষণীয় প্ৰাণী৷ কেঙ্গেৰুৰ পৰিয়ালৰ ভিতৰত ৰঙা কেঙ্গেৰু ...

                                               

শহাপহু

পৰ্বঃমেৰুদণ্ডীChordata শ্ৰেণীঃস্তন্যপায়ীMammalian গণOrder: Lagomorpha পৰিয়ালFamily:Leporidae বৰ্গGenus:Oryctologus প্ৰজাতিSpecies:cunicuius

                                               

অলিংগুইট

অলিংগুইট শেহতীয়াকৈ আৱিষ্কাৰ হোৱা ‘Bassaricyon’ গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ স্তন্যপায়ী প্ৰাণী। অলিঙ্গোৰ স’তে" ইটো ” সংযোগ কৰি ইয়াৰ নামকৰণ কৰা হৈছে। অলিঙ্গো হ’ল ইয়াৰ নিকট সম্পৰ্কীয় এক প্ৰাণী। অলিঙ্গোইটো দেখাত ইয়াৰ সৈতে প্ৰায় একে কিন্তু আকাৰত সৰু ...

                                               

আৰ্ডৱাৰ্ক

আৰ্ডৱাৰ্ক দক্ষিণ আফ্ৰিকাৰ এবিধ স্তন্যপায়ী প্ৰাণী। অফ্ৰিকান ভাষাত এই শব্দটোৰ অৰ্থ মাটি গাহৰি । প্ৰধানকৈ দঃ আফ্ৰিকাৰ ছাহাৰা মৰুভূমিৰ দক্ষিণে এইবিধ প্ৰাণী পোৱা যায়। আৰ্ডৱাৰ্ক বৰ নিৰ্জু আৰু লাজকুৰীয়া। ইহঁতে মাটিত গাঁত খান্দি বাস কৰে। ইহঁতে নিজৰ বা ...

                                               

শিয়াল

শিয়াল ইংৰাজী: Golden Jackal এবিধ বিলুপ্তপ্ৰায় প্ৰাণী। ইয়াক common jackal, Asiatic jackal, gold-wolf আদি নামেৰেও জনা যায়। শিয়ালৰ বৈজ্ঞানিক নাম হৈছে Canis Aureus । ই দেখাত কুকুৰৰ দৰে বৰ্ণ Canis এবিধ স্তন্যপায়ী স্থলচৰ প্ৰাণী। শিয়াল মূলতঃ উত্ত ...

                                               

বন-ৰৌ

ইহঁত নিশাচৰ; সাধাৰণতে অকলে থাকি ভাল পায় আৰু কেৱল মিলনৰ সময়তহে যোৰ পাতি থাকে । ঘ্ৰাণশক্তি বৰ বেছি আৰু ইয়াৰ সহায়তে খাবলৈ পোক-পতঙ্গ বিচাৰি উলিয়ায় । দাঁত নাই যদিও আঠা লগা জিভাখনেৰে পোক-পতঙ্গ ধৰিব পাৰে । ইহঁতক কোনোবা শত্ৰুয়ে আক্ৰমণ কৰিলে বল এটা ...

                                               

বাদুলি

বাদুলি পৃথিৱীৰ একমাত্ৰ উৰণ ক্ষমতা বিশিষ্ট স্তন্যপায়ী প্ৰাণী। ই চৰাইৰ দৰে উৰিব পাৰে। বাদুলিৰ সমসংস্থ অংগ ডেউকালৈ পৰিবৰ্তীত হৈছে। ইয়াৰ ডেউকা পাতল চামৰাৰে আবৃত আৰু গাটো নোমেৰে আৱৰি আছে। কিছুমান বাদুলিৰ প্ৰজাতি, বিশেষকৈ নেজযুক্ত বাদুলিৰ নেজডালো চাম ...

                                               

ইলীহ মাছ

ইলীহ, ইলীহি বা ইলিছ হৈছে বাংলাদেশৰ জাতীয় মাছ। এই মাছ বঙালী সকলৰ মাজত অতি জনপ্ৰিয়। ইলীহ এবিধ সামূদ্ৰিক মাছ, কিন্তু কণী পাৰিবলৈ নদীত প্ৰৱেশ কৰে। তদুপৰি খাদ্য হিচাপে ইলীহ ভাৰতৰ বিভিন্ন ৰাজ্য যেনে, পশ্চিমবংগ, উৰিষ্যা, ত্ৰিপুৰা আৰু অসমত অত্যন্ত জনপ্ ...

                                               

কুচিয়া মাছ

কুচিয়া মাছৰ দেহ দীঘল আৰু নলাকাৰ। ইয়াৰ নেজ চিধাই ঠেক আৰু প্ৰান্তৰ ফালে ক্ৰমশঃ সৰু। মাছটোৰ ছাল পিচল। ইহঁতৰ বক্ষ, শ্ৰোণী, পায়ু অনুপস্থিত। ইহঁতৰ দেহ গাঢ় বাদামী ৰঙৰ; উদৰ ঈষৎ ৰঙা আৰু পাৰ্শ্বৰেখাৰ ওপৰ অংশত আৰু নেজত অসংখ্য ক্ষু্দ্ৰ গোলাকাৰ ফোঁট থাকে। ...

                                               

মাছ

মাছ একপ্ৰকাৰৰ জলজ প্ৰাণী। মাছে ফুলৰ সহায়ত উশাহ লয়। ইহঁতৰ আঙুলি অথবা ভৰি নেথাকে। বেছিভাগ মাছেই শীতল ৰক্তৰ প্ৰাণী। পৰ্বতীয়া জল ধাৰাৰ পৰা, অতি গভীৰ সমুদ্ৰ পৰ্যন্ত মাছ পোৱা যায়। বৰ্তমানলৈকে অন্য যিকোনো মেৰুদণ্ডীৰ তুলনাত মাছৰ সৰ্বাধিক, প্ৰায় ৩৩,১ ...

                                               

ভেকুলী

ভেকুলী হৈছে বিচিত্ৰতাৰে ভৰা এনোৰা বৰ্গৰ অন্তৰ্গত কিছুমান জীৱ প্ৰজাতি। ইহঁতৰ দেহ চুটি আৰু নেজ নেথাকে। প্ৰাক ট্ৰায়েছিক যুগতে মাডাগাস্কাৰত ইহঁতৰ আটাইতকৈ পুৰণি জীৱাশ্ম "প্ৰট ফ্ৰগ "ৰ উদ্ভৱ হৈছিল, কিন্তু আনৱিক ক্লক ডেটিং পদ্ধতিয়ে ইহঁত তাতোতকৈও ২৬৫ নি ...

                                               

ডাউক

পূৰ্ণবয়স্ক ডাউক চৰাইৰ দেহৰ তলৰ অংশ গাঢ় ছাই বৰণৰ আৰু মুখ, ডিঙি তথা বুকু অংশ বগা বৰণৰ হয়। পেট আৰু নেজৰ তলৰ অংশ মটীয়া ৰঙৰ হোৱা দেখা যায়। ডাউক চৰাইৰ ঠেঙৰ আঙুলি দীঘল, নেজ চুটি আৰু ঠোট তথা ঠেং হালধীয়া ৰঙৰ। মতা-মাইকী উভয়ৰ আকৃতিগত পাৰ্থক্য নাই যদি ...

                                               

তিমি

তিমি হৈছে এক প্ৰকাৰৰ জলজ প্ৰাণীৰ এক বিচিত্কতাৰে ভৰা অনুবৰ্গ। তিমিৰ প্ৰায় ৮৮টা জীৱিত প্ৰজাতি আছে। তিমিৰ দুটা উপ-বৰ্গ হৈছে Mysticeti আৰু Odontoceti। হোৱেল, ডলফিন আৰু পৰপইজ, হৈছে তিমিৰ অশ্ৰেণীকৃত উপগোট। তিমিৰ আকাৰ আৰু ওজন ক্ৰমে প্ৰায় 4.5 ফুট 1.4 ম ...

                                               

তীক্ষ্ণদন্তী প্ৰাণী

তীক্ষ্ণদন্তী প্ৰাণী বুলিলে এন্দুৰ জাতীয় স্তন্যপায়ী প্ৰাণীৰ এটা বৃহৎ দলকে বুজায়। এন্দুৰৰ উপৰিও এই গোটত আছে শহা পহু, নিগনি, ইত্যাদি। এণ্টাৰ্কটিকাৰ বাদে অন্য সকলো মহাদেশতেই ইহঁতক পোৱা যায়। তীক্ষ্ণ দাঁত থকাৰ কাৰণে তীক্ষ্ণদন্তীয়ে কাঠ, কাগজ ইত্যাদ ...

                                               

ভালুক

ভালুক ইংৰাজী: Bear হল আৰ্ছিডি পৰিয়ালৰ অন্তৰ্গত এবিধ স্তন্যপায়ী প্ৰাণী। ভালুকবোৰ মাংসভোজী প্ৰাণী। বৰ্তমান পৃথিৱীত মাত্ৰ আঠটা প্ৰজাতিৰ ভালুক উত্তৰ আমেৰিকা, দক্ষিণ আমেৰিকা, ইউৰোপ, আৰু এচিয়া মহাদেশত দেখা পোৱা যায়।

                                               

ভেম্পায়াৰ বাদুলী

ভেম্পায়াৰ এক শ্ৰেণী বাদুলিৰ প্ৰজাতি। স্তন্যপায়ী এইবিধ প্ৰাণী মধ্য আৰু দক্ষিণ আমেৰিকাত পোৱা যায়। ইহঁতৰ প্ৰধান খাদ্য চৰাই আৰু অন্য স্তন্যপায়ী প্ৰাণীৰ দেহৰ তেজ। ভেম্পায়াৰে সৰু সৰু অথচ অত্যন্ত চোকা দাঁত বহুৱাই অন্য প্ৰাণীৰ দেহৰ পৰা তেজ উলিয়াই আ ...

                                               

কাছ

কাছ এবিধ সৰীসৃপ প্ৰাণী। ইহঁতে পানী আৰু মাটি উভয়ত বাস কৰে। ইয়াৰ শৰীৰৰ উপৰিভাগ কঠিন খোলাৰে আবৃত থাকে যি ইহঁতৰ শৰীৰক বিভিন্ন পৰিস্থিতিত ৰক্ষা কৰে। কাছ পৃথিৱীৰ প্ৰাচীনতম প্ৰাণীবোৰৰ ভিতৰত অন্যতম। বৰ্তমানে কাছৰ প্ৰায় ৩০০ প্ৰজাতি পৃথিৱীত পোৱা যায়, ত ...

                                               

ডাইন’চৰ

ডাইন’চৰ হৈছে প্ৰায় ২৩১.৪ নিযুত বছৰ আগতে ট্ৰায়াছিক যুগত পৃথিৱীত থকা Dinosauria গোত্ৰৰ কিছুমান জীৱ। এই স্থলজ মেৰুদণ্ডীবোৰে জুৰাছিক যুগৰ আৰম্ভণিৰ পৰা ক্ৰিটাচিয়াছ যুগৰ সামৰণিলৈকে প্ৰায় ১৩৫ নিযুত বছৰ কাল পৃথিৱীত আধিপত্য বিস্তাৰ কৰিছিল। ক্ৰিটাচিয়া ...

                                               

এলজিবিটি

এলজিবিটি হল এলজিবিটি সমাজৰ লেছবিয়ান, গে, বাইচেক্সুৱেল আৰু ট্ৰান্সজেণ্ডাৰ সকলৰ পৰা অহা এটা সংক্ষিপ্ত শব্দ । শব্দটো ইংৰাজী ভাষাৰ পৰা বিংশ শতিকাত অহা। ভিন্ন সময়ত ভিন্ন সংখ্যালঘু সমাজে নিজৰ শব্দসমূহ যোগদান কৰি এলজিবিটি শব্দটো ভিন্ন প্ৰকাৰত ক্ৰমবিকা ...

                                               

অযৌনতা

অযৌনতা হৈছে আনৰ প্ৰতি যৌন আকৰ্ষণৰ অভাৱ, বা যৌন কাৰ্যকলাপৰ প্ৰতি কম আগ্ৰহ বা একেবাৰেই আগ্ৰহ নথকা। ইয়াক যৌনঅভিমুখীতাৰ এটা ভাগ বা যৌন আকাংক্ষাৰ অভাৱ থকা ব্যক্তিক প্ৰতিনিধিত্ব কৰা এটা অভিধা বুলি গণ্য কৰা হব পাৰে। অযৌন উপ-পৰিচয়ৰ এক বিস্তৃত বৰ্ণালী প ...

                                               

অসমৰ উল্লেখযোগ্য এলজিবিটিৰ তালিকা

                                               

উভকামিতা

উভকামিতা মানে হল একে বা বিপৰীত দুয়ো লিংগৰ ব্যক্তিৰ প্ৰতি প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌন আকৰ্ষণ। উভকামিতা শব্দটো নাৰী আৰু পুৰুষ উভয়ৰ প্ৰতি যৌন বা প্ৰেম আৰু আৱেগিক অনুভূতি নিৰ্দেশক মানৱ আকৰ্ষণক বুজাবলৈ ব্যৱহাৰ কৰা হয়। কিন্তু প্ৰায় ক্ষেত্ৰত কোনোবা ...

                                               

এলজিবিটি প্ৰতীক

এলজিবিটি সমাজৰ সদস্যসকলে ইজনে আনজনৰ প্ৰতি থকা একটা, গে গৌৰৱ, সন্মান আৰু নিষ্ঠাৰ প্ৰদৰ্শনৰ বাবে কিছুমান বিশেষ প্ৰতীক আঁকোৱালি লৈছে। তেওঁলোকৰ মাজত থকা পৰিকল্পনা,পৰিচয়, বিচাৰ আদি নিজৰ এলজিবিটি সমাজৰ উপৰি আন বাহিৰৰ মুখ্য ধাৰাত অনিবলৈও এলজিবিটি প্ৰতী ...

                                               

গে

গে শব্দটোৱে সমলৈঙ্গিক হিচাপে বৈশিষ্ট্যথকা ব্যক্তি বিশেষক বুজায়। অৰ্থাৎ গে সকল প্ৰেম, আৱেগ, শাৰীৰিক আৰু যৌনভাবে একে লিংগৰ প্ৰতি আকৰ্ষিত। গে শব্দটো মূলত "ভাৱনাহীন", "শুভ", বা "উজ্জ্বল" হোৱাৰ অৰ্থত ব্যৱহাৰ হয়। সমকামিতাৰ পৰিশিষ্ট হিচাপে এই শব্দ ১৯শ ...

                                               

ট্ৰান্সজেণ্ডাৰ

ট্ৰান্সজেণ্ডাৰ বা ৰূপান্তৰিত লিংগ বুলিলে যিসকল ব্যক্তিয়ে জন্মতে লাভ কৰা ‘জৈৱ লিংগ’ বা সমাজে আৰোপিত ‘সাংস্কৃতিক লিংগ’ৰ সৈতে নিজৰ লৈংগীক পৰিচয়ৰ লগত প্ৰভেদ পোৱা বুজায়। ট্ৰান্সজেণ্ডাৰসকলে মানসিক ভাৱে আৰোপিত লিংগৰ সলনি নিজকে আন লিংগ হিচাপে গণ্য কৰে ...

                                               

লেছবিয়ান

সমকামী নাৰী বা লেছবিয়ান শব্দটোৱে এগৰাকী নাৰীক বুজায় যি অন্য নাৰীৰ প্ৰতি ভালপোৱা বা প্ৰেম আৰু যৌন আকৰ্ষণ অনুভৱ কৰে। মহিলা সমকামীসকলক বুজাবলৈ আটাইতকৈ বেছি ব্যৱহাৰ কৰা শব্দ হ’ল এই- লেছবিয়ান আৰু পুৰুষ সমকামীৰ ক্ষেত্ৰত গে ব্যৱহাৰ কৰা হয়। যদিও গে শ ...

                                               

সমকামিতা

সমকামিতা বুলিলে সমলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে সমকামিতা বুলিলে মূলত সমলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ভিত্তিত গঢ় লৈ উ ...

                                               

হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়াৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস

হমফবিয়া, ট্ৰান্সফবিয়া আৰু বাইফবিয়াৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস পৃথিৱীৰ যৌন আৰু লৈংগীক সংখ্যালঘু সম্প্ৰদায়ৰ বিৰুদ্ধে বৈষম্য আৰু ঘৃণাৰ বিৰুদ্ধে আন্তৰ্জাতিক দিৱস। প্ৰতি বছৰে মে মাহৰ ১৭ তাৰিখে এই দিৱস পালন কৰা হয়। ইংৰাজীত ফবিয়া মানে বিপদৰ সন্মুখ ...

                                               

বিপৰীতকামিতা

বিপৰীতকামিতা বুলিলে বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "প্ৰেম, আৱেগিক আকৰ্ষণ, যৌন আকৰ্ষণ অথবা যৌন আচৰণ"ক বুজায়। যৌন অভিমুখীতা হিচাপে বিপৰীতকামিতা বুলিলে মূলত বিপৰীতলিংগৰ ব্যক্তিৰ প্ৰতি "স্নেহ বা প্ৰণয়ঘটিত এক ধৰণৰ যৌন প্ৰৱণতা"ক বুজায়। এই ধৰণৰ সম্পৰ্কৰ ...

                                               

পাচন নলী

পাচন নলী হৈছে খাদ্য গ্ৰহণ কৰি, পাচন ঘটাই, খাদ্যত থকা শক্তি আৰু পোষক তত্ত্ব শোষণ কৰি অপ্ৰয়োজনীয় অৱশেষক মল আকাৰে দেহৰ বাহিৰলৈ নিষ্কাষণ কৰা, মানুহ বা অন্য প্ৰাণীৰ দেহত থকা এক প্ৰকাৰৰ অংগ তন্ত্ৰ। মুখ, খাদ্যনলী, উদৰ বা পেট আৰু অন্ত্ৰ হৈছে পাচন নলীৰ ...

                                               

বিষ

বিষ তীব্ৰ বা ক্ষতিকাৰক উদ্দীপকে কৰা এক যন্ত্ৰণাদায়ক অনুভূতি। "ইণ্টাৰেনচনেল এচচিয়েচন ফৰ দা ষ্টাডী অৱ পেইন" সংস্থাই ডাঙি ধৰা সংজ্ঞাৰ মতে "বিষ এক অপ্ৰীতিকৰ শাৰীৰিক আৰু মানসিক অভিজ্ঞতা যি প্ৰকৃত বা সম্ভাব্য কলা ক্ষতি, বা তেনে ক্ষতিৰ লগত সম্পৰ্কিত।" ...

                                               

বিদ্যুৎ

বিদ্যুৎ হৈছে শক্তিৰ এটি প্ৰকাৰ বা ৰূপ। বিদ্যুতক ভিন্ন ধৰণৰ শক্তিলৈ ৰূপান্তৰিত কৰিব পৰাৰ লগতে আন ভিন্ন প্ৰকাৰৰ শক্তিৰ পৰা বিদ্যুৎ পাব পৰা যায়। পদাৰ্থৰ পাৰমাণৱিক গঠনত যি ঋণাত্মক আধান বিশিষ্ট ইলেক্ট্ৰন আছে, সেইবোৰক বিভিন্ন উপায়েৰে উত্তেজিত কৰিলে ব ...

                                               

আউন্স

আউন্স হ’ল ওজন আৰু আয়তন পৰিমাপৰ একক বিশেষ। ঘাইকৈ ব্ৰিটিছ সাম্ৰাজ্যত প্ৰচলিত এই এককৰ ব্যৱহাৰ বৰ্তমান প্ৰায় অপ্ৰচলিত। সংক্ষেপে ‘১ আউন্স’ একক ‘1 Oz’ বুলি লিখা হয়। কঠিন পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আউন্স= প্ৰায় ২৮.৩৫ গ্ৰাম তৰল পদাৰ্থৰ ওজনৰ ক্ষেত্ৰত ১ আ ...

                                               

কিলোগ্ৰাম

কিলোগ্ৰাম হৈছে ভৰৰ একক। ধ্ৰুপদী পদাৰ্থ বিজ্ঞানত বস্তুত থকা পদাৰ্থৰ পৰিমাণকে বস্তুটোভৰ বুলি কোৱা হয় আৰু ই বস্তুটোৰ অৱক্ষয় নোহোৱালৈকে সলনি হব নোৱাৰে। আপেক্ষিকতাবাদী পদাৰ্থ বিজ্ঞানত অৱশ্যে গতিশীল অৱস্থাত বস্তুভৰ বেগ বঢ়াৰ লগে লগে বাঢ়ি যায় বুলি ধ ...

                                               

একে-৪৭

একে-৪৭ হল এটা গেছ-পৰিচালিত ৭.৬২x৩৯মিমি এচ্চাল্ট ৰাইফল। চোভিয়েট ৰাচিয়াৰ মিখাইল কালাচনিকভে ইয়াৰ ডিজাইন কৰিছিল। অফিচিয়েলি এভটমেট কালাচনিকভ বুলি জনা গৈছিল। hiBa| hup|iho hiBak কালাচনিকভ, একে নামেৰেও জনা যায়। ২য় বিশ্বযুদ্ধৰ শেষৰফালে ইয়াৰ ডিজাইন ...

                                               

বেৰেটা এম নাইন

বেৰেটা এম নাইন এবিধ ৯x১৯ মিলিমিটাৰ পাৰাবেলাম ধৰণৰ পিষ্টল। ইয়াক পূৰ্বতে অৰ্ধস্বয়ংক্ৰিয় ৯ মি. মি. এম-নাইন পিষ্টল বুলিহে জনা গৈছিল। ১৯৮৫ চনত আমেৰিকাৰ সৈন্যবাহিনীয়ে ইয়াক প্ৰথমবাৰৰ বাবে তেওঁলোকৰ ব্যৱহাৰত লগাইছিল। ১৯৮০ চনত আমেৰিকাৰ সৈন্যবাহিনীৰ বা ...

                                               

১ অক্টোবৰ

১ অক্টোবৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৭৪তম দিন। বছৰ শেষ হবলৈ ৯১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

১ আগষ্ট

১ আগষ্ট হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২১৩তম দিন। বছৰ শেষ হবলৈ ১৫২ দিন বাকী থাকে। আজিৰ দিনত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

১ ছেপ্টেম্বৰ

১ ছেপ্টেম্বৰ হৈছে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ২৪৪তম দিন। বছৰ শেষ হবলৈ ১২১ দিন বাকী থাকে। এইদিনটোত ঘটা কেইটামান উল্লেখযোগ্য ঘটনা-

                                               

১ জানুৱাৰী

গ্ৰেগৰিয়ান বৰ্ষপঞ্জী অনুসাৰে বছৰৰ ১ম দিন। এই দিনপঞ্জীৰৰ মাহবোৰ হ’ল জানুৱাৰী পৰা ডিচেম্বৰ। ১৪৫০ পৰা ১৬০০ চনলৈ মধ্য পশ্চিম ইউৰোপৰ বেছিভাগ দেশেএই দিনক বছৰৰ প্ৰথম দিন হিচাপে গ্ৰহণ কৰে।

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →