ⓘ Free online encyclopedia. Did you know? page 13



                                               

উমা ভাৰতী

উমা ভাৰতী এগৰাকী ভাৰতীয় ৰাজনৈতিক নেত্ৰী আৰু বৰ্তমান নৰেন্দ্ৰ মোদীৰ কেবিনেটত পেয়জল আৰু স্বচ্ছতা মন্ত্ৰী। তেওঁ কম বয়সৰ পৰায়ে ভাৰতীয় জনতা পাৰ্টিৰ লগত জড়িত। তেওঁ ১৯৮৪ চনৰ লোকসভা নিৰ্বাচনত প্ৰথম বাৰৰ বাবে অৱতীৰ্ণ হৈছিল। কিন্তু তেওঁ এই নিৰ্বাচনত ...

                                               

উমা শৰ্মা

উমা শৰ্মা হৈছে কথক নৃত্যৰ এগৰাকী ধ্ৰুপদী শিল্পী। ইয়াৰ উপৰি তেখেত এগৰাকী নৃত্যপৰিচালক আৰু শিক্ষক। নতুন দিল্লীত থকা ভাৰতীয় সংগীত সদনৰো তেখেত নেতৃত্বপ্ৰদানকাৰী। এইখন হৈছে ধ্ৰুপদী নৃত্য আৰু সংগীতৰ একাডেমী। তেখেতৰ পিতৃয়ে ১৯৪৬ চনত এই প্ৰতিষ্ঠানখন স্ ...

                                               

উষা যাদৱ

উষা যাদৱ বিশেষকৈ হিন্দী আৰু মাৰাঠী চলচ্চিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী। ২০১২ চনৰ মাৰাঠী ছবি ‘ধগ’ৰ বাবে তেওঁক বিশেষভাবে জনা যায়। এই ছবিখনত কৰা অভিনয়ৰ বাবে ৬০তম ৰাষ্ট্ৰীয় চলচ্চিত্ৰ মহোৎসৱত তেওঁ শ্ৰেষ্ঠ অভিনেত্ৰীৰ বঁটা লাভ কৰিছিল। ২০১৯ ...

                                               

উৎপলকুমাৰ বসু

উৎপলকুমাৰ বসু বঙালী ভাষাত হাংৰি আন্দোলনৰ প্ৰখ্যাত কবি আৰু গল্পকাৰ। অধ্যয়নপুষ্ট মন আৰু অভিজ্ঞতাৰে লিখা তেওঁৰ কবিতাবোৰে উত্তৰ-আধুনিক বঙালী কবিতাএক অনন্য মাত্ৰা প্ৰদান কৰিছে।

                                               

উৰ্জিত পেটেল

উৰ্জিত ৰবীন্দ্ৰ পেটেল এজন ভাৰতীয় অৰ্থনীতিবিদ, পৰামৰ্শদাতা আৰু বেংকাৰ। বিভিন্ন বহুজাতিক কোম্পানীৰ উচ্চ পদবীত অধিষ্ঠিত হোৱা পেটেল ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ২৪তম গভৰ্ণৰ। তেওঁ ইয়াৰ আগতে ভাৰতীয় ৰিজাৰ্ভ বেংকৰ ডিপুটি গভৰ্ণৰ আছিল। ডিপুটি গভৰ্ণৰ কালছোৱাত ত ...

                                               

উৰ্বশী বুটালিয়া

উৰ্বশী বুটালিয়া হল এগৰাকী ভাৰতীয় নাৰীবাদী লেখক, প্ৰকাশক আৰু সমাজ-কৰ্মী। তেওঁ দি আডাৰ চাইড অৱ চাইলেঞ্চ: ভইচেচ ফ্ৰম দ্য পাৰ্টিচন অৱ ইণ্ডিয়া আৰু স্পীকিং পিচ: ৱুইমেনচ্‌ ভইচেচ ফ্ৰম কাশ্মীৰ দৰে মাৰ্গদৰ্শী কিতাপ আৰু মহিলাৰ উন্নয়নৰ ক্ষেত্ৰত আগবঢ়োৱা ...

                                               

উৰ্মিলা পাৱাৰ

উৰ্মিলা পাৱাৰ হল এগৰাকী ভাৰতীয় লেখক আৰু সমাজকৰ্মী। তেওঁ ভাৰতৰ দলিত আৰু নাৰীবাদী আন্দোলনৰ এগৰাকী মুখ্য ব্যক্তি। তেওঁৰ সমূহ ৰচনা, যিবোৰ মাৰাঠী ভাষাত ৰচিত, সামাজিক ভেদভাৱ আৰু ধৰ্মীয় শোষণৰ সমালোচনা ৰূপে সমালোচক আৰু সংবাদ মাধ্যমৰ দ্বাৰা উচ্চ প্ৰশংসি ...

                                               

ঊষা উথুপ

ঊষা উথুপ এগৰাকী ভাৰতীয় কণ্ঠশিল্পী আৰু অভিনেত্ৰী। তেওঁ ভাৰতীয় পপ, ফিল্মী, জেজ আৰু নেপথ্য কণ্ঠশিল্পী হিচাপে বিখ্যাত। তেওঁ ১৯৬০ৰ শেষৰ ফালে, ১৯৭০ আৰু ১৯৮০ দশকৰ কিছুমান জনপ্ৰিয় হিট গানৰ বাবে বিখ্যাত। তেওঁ ৰেখা ভৰদ্বাজৰ সৈতে ৭ খুন মাফ ছবিখনৰ ডাৰ্লিং ...

                                               

ঊষা মেহতা

ঊষা মেহতা ভাৰতৰ এগৰাকী গান্ধীবাদী আৰু স্বাধীনতা সংগ্ৰামী। ১৯৪২ চনৰ ভাৰত ত্যাগ আন্দোলনৰ সময়ত তেওঁ কেইমাহমান ধৰি গোপন ৰেডিঅ ষ্টেচন কংগ্ৰেছ ৰেডিঅ চলাইছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে তেওঁৰ দেশৰ দ্বিতীয় সৰ্বোচ্চ অসামৰিক সন্মান পদ্মবিভূষণ প্ৰদান কৰে।

                                               

ঊষাদেৱী ভোছলে

ড॰ ঊষাদেৱী নৰেন্দ্ৰ ভোছলে হৈছে এগৰাকী ভাৰতীয় গণিতজ্ঞ, শিক্ষাবিদ আৰু গৱেষক। তেখেতে বীজগণিতীয় জ্যামিতিৰ বিশেষভাৱে গৱেষণা কৰিছে। তেখেতে moduli spaces of bundles ত অধ্যয়ন কৰিছে।

                                               

ঋতুপৰ্ণ ঘোষ

ঋতুপৰ্ণ ঘোষ আছিল ভাৰতৰ এক চলচ্চিত্ৰ পৰিচালক, অভিনেতা, লেখক আৰু গীতিকাৰ। ঋতুপূৰ্ণ ঘোষৰ জন্ম হয় ৩১ আগষ্ট ১৯৬৩ চনত কলকাতাত। ১২খন ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটাৰ লগতে বহুত আন্তঃৰাষ্ট্ৰীয় পুৰস্কাৰ অৰ্জন কৰা ঋতুপৰ্ণ ঘোষৰ জীৱন ইমান সহজ নাছিল। ঊনিশে এপ্ৰিল, ...

                                               

ঋতুপৰ্ণা সেনগুপ্ত

ঋতুপৰ্ণা সেনগুপ্ত এগৰাকী ভাৰতীয় অভিনেত্ৰী। তেওঁ বঙালী আৰু হিন্দী ভাষাৰ চলচ্চিত্ৰত অভিনয় কৰিছে। বঙালী চলচ্চিত্ৰৰ এগৰাকী সফল অভিনেত্ৰী হিচাপে তেওঁ ১৯৯০ৰ দশকত বক্স অফিচৰ শিখৰত আৰোহণ কৰিছিল। তেওঁ এটা ৰাষ্ট্ৰীয় চলচ্চিত্ৰ বঁটা, দুটা ফিল্মফেয়াৰ বঁটা ...

                                               

ঋষি কাপুৰ

ঋষি কাপুৰ এগৰাকী ভাৰতীয় অভিনেতা, চলচ্চিত্ৰ পৰিচালক আৰু প্ৰযোজক। তেওঁ ঘাইকৈ হিন্দী চলচ্চিত্ৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে জনা যায়। ১৯৭০ চনত তেওঁৰ পিতৃ ৰাজ কাপুৰৰ ছবি মেৰা নাম জকৰত শিশু অভিনেতা হিচাপে অভিনয় জীৱনৰ পাতনি মেলিছিল আৰু এই ছবিত কৰা অভিন ...

                                               

এ ললিতা

এ ললিতা আছিল এগৰাকী বৈদ্যুতিক অভিযন্তা যাক ভাৰতৰ প্ৰথমগৰাকী মহিলা অভিযন্তা হিচাপে স্মৰণ কৰা হয়। ইয়াৰোপৰি ললিতা আছিল মাদ্ৰাছ বিশ্ববিদ্যালয়ৰ অধীনস্থ কলেজ অৱ ইঞ্জিনিয়াৰিঙ, গিণ্ডীৰ পৰা ডিগ্ৰীপ্ৰাপ্ত প্ৰথমগৰাকী ভাৰতীয় মহিলা।

                                               

এইচ ডি দেৱেগৌড়া

এইচ ডি দেৱেগৌড়া এজন ভাৰতীয় ৰাজনৈতিক নেতা। তেখেতে ভাৰতৰ একাদশ প্ৰধানমন্ত্ৰী আছিল। তেখেত ইয়াৰ আগতে ১৯৯৪ৰ পৰা ১৯৯৬লৈ কৰ্ণাটকৰ চতুৰ্দশ মুখ্যমন্ত্ৰী আছিল। তেখেত কৰ্ণাটকৰ হাচান লোকসভা সমষ্টিৰ পৰা ১৬তম লোকসভালৈ নিৰ্বাচিত হৈ আহিছিল। তেখেত জনতা দল ৰ ৰা ...

                                               

এছ. আই. পদ্মাৱতী

পদ্মাৱতী শিৱৰামকৃষ্ণ আয়াৰ চমুকৈ এছ. আই. পদ্মাৱতী এগৰাকী ভাৰতীয় চিকিৎসক তথা হৃদয় বিশেষজ্ঞ। তেওঁ ভাৰতৰ ৰাজধানী নতুন দিল্লীত অৱস্থিত ৰাষ্ট্ৰীয় হৃদয় প্ৰতিষ্ঠানৰ বৰ্তমান সঞ্চালক প্ৰধান। এই প্ৰতিষ্ঠান খনত বিশ্ব স্বাস্থ্য সংস্থাৰ সহযোগত ছাত্ৰ-ছাত্ৰ ...

                                               

এছ. পি. বালসুব্ৰমনিয়ম

শ্ৰীপতি পণ্ডিতাৰাধ্যুলা বালসুব্ৰমনিয়ম জনপ্ৰিয়ভাবে এছ. পি. বালসুব্ৰমনিয়ম, এছ. পি. বালু, এছ.পি.বি. বা বালু এগৰাকী ভাৰতীয় সংগীতজ্ঞ, নেপথ্য কণ্ঠশিল্পী, সংগীত পৰিচালক, অভিনেতা, ডাবিং শিল্পী আৰু চলচ্চিত্ৰ প্ৰযোজক। তেওঁ ঘাইকৈ তেলেগু, তামিল, কন্নড়, ...

                                               

এন. ভি. ৰমনা

নুথালাপতি ভেংকট ৰমনা চমুকৈ এন. ভি. ৰমনা এগৰাকী ভাৰতীয় ন্যায়াধীশ আৰু বৰ্তমান ভাৰতৰ ৪৮তম মুখ্য ন্যায়াধীশ। মুখ্য ন্যায়াধীশ শৰদ অৰবিন্দ ববডেয়ে অৱসৰ গ্ৰহণ কৰাৰ পিছত তেওঁ ভাৰতৰ মুখ্য ন্যায়াধীশ হিচাপে নিযুক্তি লাভ কৰে। ইয়াৰ আগতে তেওঁ ভাৰতৰ উচ্চতম ...

                                               

এম এছ চুব্বালক্ষ্মী

এম এছ চুব্বালক্ষ্মী কৰ্ণাটকী শাস্ত্ৰীয় সংগীতৰ বিশিষ্ট সংগীত শিল্পী আছিল এম. এছ চুব্বালক্ষ্মী। তেওঁ ভাৰতীয় সংগীতক পৃথিৱীৰ বিভিন্ন দেশত প্ৰচাৰ আৰু প্ৰসাৰ কৰাৰ ক্ষেত্ৰত গুৰুত্বপূৰ্ণ ভূমিকা লৈছিল। ১৯৯৮ চনত ভাৰত চৰকাৰে ভাৰতৰ শ্ৰেষ্ঠতম বঁটা ভাৰত-ৰত্ন ...

                                               

এম জি ৰামচন্দ্ৰন

এম. জি. ৰামচন্দ্ৰন অকুণ্ঠ দেশসেৱাৰ বাবে ১৯৮৮ চনত ভাৰত চৰকাৰে ভাৰত-ৰত্ন উপাধিৰে সন্মানিত কৰে। ইণ্ডিয়ান এক্সপ্ৰেছ কাকতৰ যুটীয়া সম্পাদক আছিল তেওঁ। তেওঁ জামিয়ামিলা মুছলিম বিশ্ববিদ্যালয়ৰ প্ৰবক্ত আছিল আৰু সেৱাগ্ৰামত হিন্দুস্থান তামিল সংঘ ৰ যুটীয়া ...

                                               

এম. কে. বিনোদিনী দেৱী

মহাৰাজ কুমাৰী বিনোদিনী দেৱী চমুকৈ এম. কে. বিনোদিনী দেৱী এগৰাকী ভাৰতীয় ঔপন্যাসিক, চুটিগল্প লেখক, নাট্যকাৰ তথা চিত্ৰনাট্যকাৰ। তেওঁ মণিপুৰ ৰাজপৰিয়ালৰ সদস্য আছিল। তেওঁৰ গ্ৰন্থ সমূহত কেৱল বিনোদিনী দেৱী নাম ব্যৱহাৰ কৰে। ১৯৭৬ চনত তেওঁ মেইতেই ভাষাৰ সাহ ...

                                               

এম. সাৰদা মেনন

মামবালিকালাথিল সাৰদা মেনন, চমুকৈ এম. সাৰদা মেনন, এগৰাকী ভাৰতীয় মনোৰোগ বিশেষজ্ঞ, সামাজিক কৰ্মী আৰু চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনৰ প্ৰতিষ্ঠাতা। চেন্নাই ভিত্তিক বেচৰকাৰী সংগঠন চিজোফ্ৰেনিয়া গৱেষণা ফাউণ্ডেচনে চিজোফ্ৰেনিয়া আৰু অন্যান্য মানসিক বিকাৰ ...

                                               

এলাম ইন্দিৰা দেৱী

এলাম ইন্দিৰা দেৱী এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী আৰু নৃত্য প্ৰশিক্ষক। তেওঁ মণিপুৰী নৃত্যৰ লগত জড়িত। তেওঁ লাই হাৰাওবা আৰু মণিপুৰী ৰাসৰ পাৰদৰ্শিতাৰ বাবে বিশেষভাৱে জনাজাত। কলা আৰু সংস্কৃতিত তেওঁৰ অৱদানৰ বাবে ২০১৪ চনত ভাৰত চৰকাৰে তেওঁক দেশৰ চ ...

                                               

এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম

এস্থাৰ ভিক্টোৰিয়া আব্ৰাহাম ৰ জনপ্ৰিয় নাম আছিল প্ৰমিলা । এস্থাৰ আছিল এগৰাকী ভাৰতীয় মডেল, অভিনেত্ৰী, আৰু হিন্দী ছবি জগতৰ প্ৰথমগৰাকী মহিলা প্ৰযোজক। ১৯৪৭ চনৰ প্ৰথমখন মিছ ইণ্ডিয়া প্ৰতিযোগিতাত অংশগ্ৰহণ কৰি এস্থাৰে বিজয়িনীৰ খিতাপ দখল কৰিবলৈ সক্ষম হ ...

                                               

ঔম বিৰলা

ঔম বিৰলা এজন ভাৰতীয় ৰাজনীতিবিদ আৰু বৰ্তমান ১৭তম লোকসভাৰ অধ্যক্ষ। ভাৰতীয় জনতা পাৰ্টিৰ সদস্য ঔম বিৰলায়ে ১৬তম আৰু ১৭তম লোকসভালৈ ৰাজস্থানৰ কোটা-বুন্দী লোকসভা সমষ্টিৰ পৰা নিৰ্বাচিত হৈছিল। তেওঁ কোটা দক্ষিণ বিধানসভা সমষ্টিৰ পৰা ৰাজস্থান বিধানসভালৈ তি ...

                                               

কনক ৰেলে

কনক ৰেলে এগৰাকী ভাৰতীয় শাস্ত্ৰীয় নৃত্যশিল্পী, কৰিয়গ্ৰাফাৰ আৰু শিক্ষাবিদ। তেওঁ মোহিনীঅট্টমৰ প্ৰচাৰ আৰু প্ৰসাৰৰ বাবে আগবঢ়োৱা অৱদানৰ বাবে বিশেষভাৱে জনাজাত। তেখেত নালন্দা নৃত্য গৱেষণা কেন্দ্ৰৰ প্ৰতিষ্ঠাপক তথা পৰিচালক আৰু মুম্বাইৰ নালন্দা নৃত্য কল ...

                                               

কপিলা বাৎসায়ন

কপিলা বাৎসায়ন জন্ম ১৯২৮ চনৰ ২৫ ডিচেম্বৰত। পিতাক ৰামলাল মালিক আৰু মাক সত্যৱতী মালিক। কলা সাহিত্যৰ সংগ্ৰামী সাধক কপিলা বাৎসায়ন একেৰাহে নৃত্য শিল্পী, অধ্যাপিকা আৰু সাহিত্যিক। ১৯৮২ চনত তেওঁ বেনাৰস হিন্দু বিশ্ববিদ্যালয়ৰ পৰা সন্মানীয় ডক্টৰেট ডিগ্ৰী ...

                                               

কবিতা কৃষ্ণমূৰ্তি

সাৰদা এগৰাকী ভাৰতীয় নেপথ্য আৰু শাস্ত্ৰীয় কণ্ঠশিল্পী। তেওঁক কবিতা কৃষ্ণমূৰ্তি বা কবিতা সুব্ৰমনিয়াম নামেৰে জনা যায়। তেওঁ বঙালী, কন্নড়, হিন্দী, ভোজপুৰী, তেলেগু, উড়িয়া, মাৰাঠী, ইংৰাজী, উৰ্দু, তামিল, মালায়ালম, গুজৰাটী, নেপালী, অসমীয়া, কোংকণী ...

                                               

কবিতা কেইন

কবিতা কেইন এগৰাকী ভাৰতীয় লেখক। পৌৰাণিক কল্পকাহিনী লেখক ৰূপে তেওঁ পৰিচিত। তেওঁৰ সকলো কিতাপ ভাৰতীয় পুৰাকথাৰ ওপৰত আধাৰিত। দ্য কৰ্ণচ ৱাইফ: দি আউটকাষ্ট কুইন হল তেওঁৰ সৰ্বাধিক বিক্ৰী হোৱা কিতাপ। তেওঁ পুনৰ কথনৰ এগৰাকী নতুন যুগৰ লেখক।

                                               

কবিতা ৰামানন

Ramanan is the daughter of Indian algebraic geometer S. Ramanan. She earned a bachelors degree in chemical engineering at the Indian Institute of Technology Bombay in 1992. She completed her Ph.D. in applied mathematics at Brown University in 199 ...

                                               

কবীৰ

কবীৰ এগৰাকী কবি, সন্ত, উত্তৰ ভাৰতৰ এগৰাকী ধৰ্মগুৰু। কবীৰৰ লিখনিয়ে হিন্দু ধৰ্মৰ ভক্তি আন্দোলনত প্ৰভাৱিত কৰিছিল আৰু তেওঁৰ পদ বা দোহাসমূহ শিখ ধৰ্মৰ ধৰ্মগ্ৰন্থত গুৰু গ্ৰন্থ চাহিব পোৱা যায়।

                                               

কমল ৰণদিৱে

কমল ৰণদিৱে এগৰাকী ভাৰতীয় কোষ জীৱবিজ্ঞানী আৰু কৰ্কট ৰোগ বিশেষজ্ঞ। তেওঁ বিশেষকৈ কৰ্কট ৰোগ আৰু ভাইৰাছৰ মাজৰ সম্পৰ্কৰ বিষয়ে গৱেষণাৰ বাবে জনাজাত। তেওঁ ভাৰতীয় মহিলা বিজ্ঞানী সন্থাৰ এজন প্ৰতিষ্ঠাপক সদস্য আছিল। ১৯৬০ৰ দশকত তেওঁ মুম্বাইৰ ভাৰতীয় কৰ্কট গ ...

                                               

কমলা দাস

কমলা দাস, এগৰাকী ভাৰতীয় ইংৰাজী কবি আৰু মালয়ালম ভাষাৰ শীৰ্ষস্থানীয় লেখক। তেওঁ লিখনিসূত্ৰে মাধৱিকুট্টি ছদ্মনামেৰে আৰু বিবাহসূত্ৰে কমলা দাস নামে পৰিচিত। ব্ৰিটিছ ভাৰতৰ কেৰালাত তেওঁৰ জন্ম হৈছিল। কেৰালাত তেওঁ ঘাইকৈ চুটিগল্প আৰু আত্মকথাৰ বাবে জনপ্ৰিয ...

                                               

কমলা নেহৰু

কমলা কৌল নেহৰু এগৰাকী স্বাধীনতা যুঁজাৰু আৰু ভাৰতীয় জাতীয় কংগ্ৰেছৰ নেতা আৰু পিছলৈ ভাৰতৰ প্ৰধানমন্ত্ৰী হোৱা জৱাহৰলাল নেহৰুৰ পত্নী আছিল। তেওঁলোকৰ জীয়াৰী ইন্দিৰা গান্ধীয়েও প্ৰধানমন্ত্ৰীৰ পদত অধিষ্ঠিত হৈছিল।

                                               

কমলা ভাচিন

কমলা ভাচিন হল এগৰাকী ভাৰতীয় প্ৰগতিশীল নাৰীবাদী কৰ্মী, কবি, লেখক আৰু সমাজ বিজ্ঞানী। ১৯৭০ চনৰপৰা ভাচিনে লিংগ, শিক্ষা, মানৱ উন্নয়ন আৰু সংবাদ মাধ্যমক কামৰ ক্ষেত্ৰ হিচাপে বাচি লৈ কাম কৰি আহিছে। তেওঁ ভাৰতৰ নতুন দিল্লীত থাকে। তেওঁক ঘাইকৈ নাৰীবাদী নেটৱ ...

                                               

কমলা সাহানী

কমলা সাহানী এগৰাকী অগ্ৰণী ভাৰতীয় জীববিজ্ঞানী আছিল, তেওঁ ১৯৩৯ চনৰ বৈজ্ঞানিক শৃঙ্খলাৰ পিএইচডি অৰ্জনকাৰি প্ৰথম ভাৰতীয় মহিলা। বাংগালোৰত অৱস্থিত ভাৰতীয় বিজ্ঞান প্ৰতিষ্ঠানত তেওঁৰ এই স্বীকৃতিয়ে ইতিহাসত প্ৰথমবাৰলৈ এনে প্ৰতিষ্ঠানত মহিলাৰ অংশগ্ৰহণৰ পথ ...

                                               

কমলাবাঈ গোখলে

কমলাবাঈ গোখলে ভাৰতীয় বোলছবিৰ মুখ্য চৰিত্ৰত অভিনয় কৰা প্ৰথম গৰাকী অভিনেত্ৰী। তেওঁ আৰু তেওঁৰ মাতৃ দুৰ্গাবাঈ কামট ভাৰতীয় চলচ্চিত্ৰৰ প্ৰথম অভিনেত্ৰী। ১৯১৩ চনত মুক্তি লাভ কৰা দাদাচাহেব ফাল্কেৰ দ্বিতীয়খন ছবি মোহিনী ভস্মাসুৰত কমলাবাঈয়ে মুখ্য চৰিত্ৰ ...

                                               

কলানিধি নাৰায়ণন

কলানিধী নাৰায়ণন এগৰাকী ভাৰতীয় নৃত্যশিল্পী আৰু ভাৰতনাট্যমৰ ভাৰতীয় শাস্ত্ৰীয় নৃত্যৰ শিক্ষক আছিল, যি ভাৰতনাট্যম নৃত্যৰ শিকা আৰু ১৯৩০-১৯৪০-ৰ দশকত মঞ্চত পৰিবেশন কৰা অনা-দেৱদাসীসকলৰ ভিতৰত প্ৰথম আছিল। ১৯৪০-ৰ দশকত এটা সংক্ষিপ্ত কেৰিয়াৰৰ পিছত, তেখেত ...

                                               

কল্পনা লাজমী

কল্পনা লাজমী জন্ম ১৯৫৪, মৃত্যু ২০১৮ ভাৰতীয় চলচ্চিত্ৰ নিৰ্দেশিকা, প্ৰযোজিকা, আৰু চিত্ৰনাট্যকাৰ। স্বকীয় শৈলীত নিৰ্মিত তেখেতৰ চিনেমাবোৰ বাস্তবমুখী আৰু কম বাজেটৰ যাক ভাৰতত তথাকথিত "আৰ্ট ফিল্ম" বোলা যায়। সাধাৰণতে তেখেতৰ চিনেমাবোৰ নাৰী সম্পৰ্কীয় বি ...

                                               

কস্তুৰবা গান্ধী

১৯৪৪ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে কস্তুৰবা গান্ধীৰ মৃত্যু হয়।

                                               

কস্তুৰী পট্টানাইক

কস্তুৰী পট্টানাইকে ৰচনা আৰু পৰিচালনা কৰা ওডিছী নৃত্যসমূহ ইয়াৰ মৌলিকতা আৰু সৃষ্টিশীলতাৰ বাবে উচ্চ প্ৰশংসিত। ওডিছী নৃত্য প্ৰদৰ্শনত তেওঁ নতুন প্ৰতীতি, নতুন ধাৰণা, নতুন কৌশল, নতুন সমন্বয় আৰু নতুন থীম আৰু নতুন সংযোগ প্ৰৱৰ্তন কৰিছে। পট্টানাইক এগৰাকী ...

                                               

কাজল

কাজল দেৱগন ভাৰতীয় চলচ্চিত্ৰ জগতত কাজল হিচাপে অধিক পৰিচিত। কাজল এগৰাকী চলচ্চিত্ৰ অভিনেত্ৰী। হিন্দী ছবিৰ সৰ্বাধিক চৰ্চিত আৰু সমধিক প্ৰতিষ্ঠিত অভিনয়-শিল্পীসকলৰ ভিতৰত কাজল হৈছে অন্যতম। কাজলে লাভ কৰা অনেক বঁটা-সন্মানৰ ভিতৰত ছটা ফিল্মফেয়াৰ বঁটা অন্ত ...

                                               

কাজল আগৰৱাল

কাজল আগৰৱাল হৈছে ১৯৮৫ চনৰ ১৯ জুনত জন্মগ্ৰহণ কৰা কাজল আগৰৱাল এগৰাকী ভাৰতীয় চলচ্চিত্ৰ জগতৰ অভিনেত্ৰী। তেওঁৰ সফল চলচ্চিত্ৰ অভিনয়ৰ বাবে দক্ষিণ ভাৰতত জনপ্ৰিয়তা অৰ্জন কৰাৰ লগতে চাৰিবাৰকৈ ফিল্মফেয়াৰ বঁটাৰ মনোনয়ন লাভ কৰিবলৈ সক্ষম হয়। আগৰৱালে অভিনয় ...

                                               

কাঞ্চন চৌধুৰী ভট্টাচাৰ্য

কাঞ্চন চৌধুৰী ভট্টাচাৰ্য এগৰাকী ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। তেওঁ কিৰণ বেদীৰ পিছতে ভাৰতৰ দ্বিতীয় গৰাকী মহিলা ভাৰতীয় আৰক্ষী সেৱাৰ বিষয়া। ১৯৭৩ বৰ্ষৰ এগৰাকী আইপিএছ বিষয়া কাঞ্চন চৌধুৰী ভট্টাচাৰ্যয়ে ভাৰতৰ ৰাজ্যসমূহৰ ভিতৰত আৰক্ষী সঞ্চালকপ্ৰধান পদব ...

                                               

কাদম্বিনী গাংগুলী

কাদম্বিনী গাংগুলী এগৰাকী ভাৰতীয় চিকিৎসক। তেওঁ ব্ৰিটিছ সাম্ৰাজ্যৰ পৰা স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম গৰাকী মহিলা। তেওঁ ১৮৮২ চনত চন্দ্ৰমুখী বসুৰ সৈতে কলিকতা বিশ্ববিদ্যালয়ৰ পৰা স্নাতক পৰীক্ষা উত্তীৰ্ণ হয়। তেওঁলোকৰ ডিগ্ৰী ১৮৮৩ চনৰ বিশ্ববিদ্যালয়ৰ সমা ...

                                               

কানন দেৱী

কানন দেৱী এগৰাকী ভাৰতীয় বঙালী অভিনেত্ৰী তথা গায়িকা। তেওঁ কানন বালা নামেও প্ৰখ্যাত। তেওঁ ভাৰতীয় চলচ্চিত্ৰৰ নায়িকাসকলৰ মাজত প্ৰথম গায়িকা তথা বঙালী চলচ্চিত্ৰৰ প্ৰথম তাৰকা হিচাপে স্বীকৃত। তেওঁ অভিনয়ৰ সমান্তৰালকৈ নৃত্য আৰু সঙ্গীততো পাৰদৰ্শী আছিল ...

                                               

কানু গান্ধী

কানু গান্ধী ১৯২৮ – ৭ নৱেম্বৰ ২০১৬ আছিল এগৰাকী ভাৰতীয় বিজ্ঞানী। তেওঁ মহাত্মা গান্ধীৰ তৃতীয় সন্তান ৰামদাস গান্ধীৰ পুতেক আছিল, অৰ্থাৎ মহাত্মা গান্ধীৰ পো নাতি।

                                               

কান্তা গুপ্তা

চন্দেৰ কান্তা গুপ্তা আছিল মেনিটবা বিশ্ববিদ্যালয়ৰ গণিতশাস্ত্ৰৰ এগৰাকী বিশিষ্ট অধ্যাপক। বিমূৰ্ত বীজগণিত আৰু শ্ৰেণী তত্ত্বত কৰা গৱেষণাৰ বাবে তেওঁক জনা যায়। বিভিন্ন শ্ৰেণীত থকা স্বসমাকৃতিকতা তেওঁৰ অধিকাংশ গৱেষণাত চৰ্চাৰ বিষয় আছিল।

                                               

কামিনী ৰায়

কামিনী ৰায় ব্ৰিটিছ শাসনৰ সময়ৰ এগৰাকী শীৰ্ষ বঙালী কবি, সমাজকৰ্মী ও নাৰীবাদী আছিল। ব্ৰিটিছৰ সময়ত স্নাতক ডিগ্ৰী লাভ কৰা প্ৰথম মহিলা সকলৰ মাজৰ এগৰাকী আছিল।

                                               

কালামান্দালাম গিৰিজা

কালামান্দালাম গিৰিজা এগৰাকী ভাৰতীয় কুটিয়ত্তম নৃত্যশিল্পী"। তেখেতক নাট্যকালাসৰ্বভৱমেন গুৰু পেইনকুলাম ৰামা চকিয়ৰ প্ৰশিক্ষণ দিছিল, যিয়ে ভাৰতীয় সংস্কৃত থিয়েটাৰ তথা নৃত্যৰ এই ধৰাৰ নবজাগৰণত মূল ভূমিকা পালন কৰিছিল। গিৰিজাক তেখেতৰ গুৰু কুটিয়ত্তম শ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →