ⓘ Free online encyclopedia. Did you know? page 129



                                               

বিশ্বকাপ ক্ৰিকেট ২০২৩

বিশ্বকাপ ক্ৰিকেট ২০২৩ হৈছে ২০২৩ চনত ভাৰতত আয়োজিত হবলগীয়া এক ক্ৰীড়া প্ৰতিযোগিতা। ২০১৩ চনৰ জুন মাহত অনুষ্ঠিত এক সভাত আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট সংসদে এই প্ৰতিযোগিতাখন ভাৰতত পতাৰ সিদ্ধান্ত লয়। ই হৈছে ত্ৰয়োদশ সংখ্যক বিশ্বকাপ ক্ৰিকেট, ভাৰতে চতুৰ্থ ব ...

                                               

ভাৰত জাতীয় ক্ৰিকেট দল

ভাৰতৰ জাতীয় ক্ৰিকেট দল টোক "মেইন ব্লু" বুলিও জনা যায়। দলটো ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডে পৰিচালনা কৰে। ই আন্তৰ্জাতিক ক্ৰিকেট পৰিষদৰো সদস্য। এই দলটোৱে ভাৰতৰহৈ আন্তৰ্জাতিক স্তৰত এদিনীয়া, টি-টুৱেণ্টি আৰু টেষ্ট ক্ৰিকেট খেলে। ভাৰতত ইউৰোপীয়ান ব্ ...

                                               

ৰঞ্জি ট্ৰফী

ৰঞ্জি ট্ৰফী ভাৰতৰ এক ঘৰুৱা প্ৰথম শ্ৰেণীৰ ক্ৰিকেট প্ৰতিযোগিতা। বিভিন্ন ৰাজ্য, অঞ্চল, চহৰ আৰু সংস্থাএই প্ৰতিযোগিতাত অংশগ্ৰহণ কৰে। ইংলেণ্ডৰ কাউণ্টি চেম্পিয়নশ্বিপ বা অষ্ট্ৰেলিয়াৰ শ্বেফিল্ড শ্বিল্ডৰ সমকক্ষ এই প্ৰতিযোগিতাটিৰ নামকৰণ হৈছে নৱানগৰৰ জাম চ ...

                                               

অসম ফুটবল সন্থা

অসম ফুটবল সন্থা ভাৰতৰ ৩৬ খন ৰাজ্যিক ফুটবল সন্থাৰ অন্যতম যি সৰ্বভাৰতীয় ফুটবল ফেডাৰেচনৰ অন্তৰ্গত। সন্থাৰ বৰ্তমানৰ সভাপতি নৱ কুমাৰ দলে আনহাতে সাধাৰণ সম্পাদক হেমেন্দ্ৰ নাথ ব্ৰহ্ম। অসম ফুটবল সন্থা ১৯৫১ চনত গঠন কৰা হৈছিল যদিও অসমত স্বাধীনতাৰ আগৰ পৰাই ...

                                               

ফিফা ১০০

ফিফা ১০০ বিশ্ববিখ্যাত ব্ৰাজিলিয়ান ষ্ট্ৰাইকাৰ পেলেৰ পছন্দৰ "মহান জীৱিত ফুটবলাৰ"ৰ তালিকা। ফুটবলৰ আন্তৰ্জাতিক সংস্থা ফিফাৰ ১০০ বছৰ সম্পূৰ্ণ হোৱাৰ উপলক্ষে ২০০৪ চনৰ ৪ মাৰ্চত লণ্ডনৰ এক অনুষ্ঠানত এই তালিকা মুকলি কৰা হয়। ১০০ সংখ্যাটোৱে ফিফাৰ ১০০তম বছৰহ ...

                                               

ব্ৰাজুকা

ব্ৰাজুকা হল ২০১৪ চনৰ ফিফা বিশ্বকাপ ফুটবলৰ অফিচিয়েল মেচ বল।. ইয়াক এডিডাচ নামৰ কোম্পানীটোৱে তৈয়াৰ কৰিছে। উল্লেখযোগ্য যে এডিডাচ হৈছে ফিফা ৰ অফিচিয়েবল যোগানকাৰী আৰু ই ১৯৭০ চনৰ পৰা বল যোগান ধৰি আহিছে। ফিফা বিশ্বকাপৰ ইতিহাসত এইটোৱেই প্ৰথম বল যাক অন ...

                                               

অইল ইণ্ডিয়া লিমিটেড এফ চি

অইল ইণ্ডিয়া লিমিটেড এফ চি অসমৰ দুলিয়াজানস্থিত এক ফুটবল ক্লাব। এই ক্লাবটো ১৯৬৪ চনত ৰাজহুৱা খণ্ডৰ অধীনৰ বৃহৎ প্ৰতিষ্ঠান অইল ইণ্ডিয়া লিমিটেডে প্ৰতিষ্ঠা কৰিছিল।

                                               

ইষ্ট বেংগল ফুটবল ক্লাব

ইষ্ট বেংগল ফুটবল ক্লাব হৈছে ভাৰতৰ সৰ্বাধিক সফল ফুটবল ক্লাববোৰৰ অন্যতম। পশ্চিম বংগৰ কলিকতা চহৰত অৱস্থিত এই ফুটবল ক্লাবটোৱে এতিয়ালৈকে তিনিবাৰকৈ নেশ্যনেল ফুটবল লীগ আৰু আই-লীগ আৰু সাতবাৰ ফেডাৰেশ্যন কাপ জিকিছে। বৰ্তমান ইষ্ট বেংগল ফুটবল ক্লাব ভাৰতৰ সৰ ...

                                               

নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ

নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ প্ৰিমিয়াৰ বেডমিণ্টন লীগৰ এটা দল। দা নৰ্থইষ্টাৰ্ণ ৱাৰিৱৰ্ছ প্ৰাইভেট লিমিটেড নামৰ কোম্পানী এই দলৰ স্বত্বাধিকাৰী। এই দলৰ ঘৰুৱা খেলপথাৰ হৈছে কৰ্মবীৰ নবীন চন্দ্ৰ বৰদলৈ ইনডৰ ষ্টেডিয়াম। ২০১৭ চনত এই দল গঠন কৰা হয়। ২০১৭-১৮ ত পোনপ্ ...

                                               

মোহন বাগান এথলেটিক ক্লাব

মোহন বাগান এথলেটিক ক্লাব হৈছে ভাৰত তথা এছিয়াৰ পুৰনি ক্ৰীড়াসংঘবিলাকৰ অন্যতম সংঘ। এই ক্লাবটো ঘাইকৈ ইয়াৰ অধীনৰ ফুটবল দলটোৰ বাবে বিখ্যাত। এই ক্লাবটো ভাৰতৰ পশ্চিম বংগ ৰাজ্যৰ কলিকতা চহৰত অৱস্থিত। ১৮৮৯ চনত স্থাপিত হোৱা এই ক্লাবটোৱে বৰ্তমান ভাৰতৰ সৰ্ব ...

                                               

গৰেনা ফ্ৰী ফায়াৰ

গৰেনা ফ্ৰী ফায়াৰ ইংৰাজী: Garena Free Fire ; ফ্ৰী ফায়াৰ যুদ্ধক্ষেত্ৰ বা ফ্ৰী ফায়াৰ ১১১ ডটচ্ ষ্টুডিঅয়ে বিকাশ/নিৰ্মাণ কৰা অনলাইন মোবাইল গেম। গৰেনাই ইয়াক ২০১৭ চনৰ ২০ নৱেম্বৰত প্ৰকাশ কৰে আৰু ২০১৭ চনৰ ৫ ডিচেম্বৰ তাৰিখে এণ্ড্ৰইড আৰু আইঅএচ অপাৰেটিং ...

                                               

কাৰাটে

কাৰাটে একাধাৰে দেহতত্ত্ব বা শৰীৰ বিজ্ঞান, মনোবিজ্ঞান, যোগদৰ্শন আৰু বিভিন্ন সমৰ কৌশল বা আত্মৰক্ষাৰ কৌশল সমূহক ভিত্তি কৰি সৃষ্টি কৰা সমৰ কলাৰ অন্যতম কাৰাটেৰ বিকাশ আজিৰ পৰা প্ৰয় ২০০০ বছৰৰ আগতে বৌদ্ধ ধৰ্ম্মালম্বী চীনা ভিক্ষুক সকলৰ মাজতে হৈছিল। আধুনি ...

                                               

গজু-ৰিও কাৰাটে

গজু-ৰিও হৈছে পৰম্পৰাগত অকিনৱা কাৰাটে শৈলীসমূহৰ এটা শৈলী বা সাধাৰণ ভাষাত ষ্টাইল। গজু-ৰিওৰ জাপানীজ ভাষাত অৰ্থ হৈছে কঠিন-কোমল শৈলী। গ মানে কঠিন আৰু জু মানে কোমল।

                                               

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া

দ্য ট্ৰুথ একৰ্ডিং টু ৱিকিপিডিয়া এখন ৱিকিপিডিয়া বিষযক, ইজব্ৰেণ্ড ভেন ভীলেন পৰিচালিত ওলণ্ডাজ তথ্যচিত্ৰ। এইখন ৪ এপ্ৰিল ২০০৮ত আমষ্টাৰডামত অনুষ্ঠিত পৰৱৰ্তী ৱেব সন্মিলনত প্ৰদৰ্শিত তথা নেডাৰলেণ্ড-২ চেনেলত ৭ এপ্ৰিল ২০০৮ত টেলিভিচন তথ্যচিত্ৰ কাৰ্যসূচী- ব ...

                                               

চিন্নাৰী পেল্লিকুথুৰু

চিন্নাৰী পেলীকুথুৰু হৈছে মা টিভিত সম্প্ৰচাৰিত এখন ভাৰতীয় ধাৰাবাহিক। এইখন কালাৰ্ছ টিভিত প্ৰচাৰিত বালিকা বধু নামৰ ধাৰাবাহিকখন ডাব কৰি বনোৱা হৈছিল। ধাৰাবাহিকখনত ৰাজস্থানৰ এখন গাঁঁৱত বালিকাৱস্থতাতেই বিয়া হোৱা এগৰাকী কন্যাৰ মহিলা অৱস্থা পোৱালৈকে লাভ ...

                                               

মটু পাতলু

মটু পাতলু হল ভাৰতৰ টেলিভিশন এনিমেটেড কাৰ্টুন চিৰিজ। যিটো কমিক্‌ছ চিৰিজ লট পটৰ অনুৰূপ। এইটো ১৬ অক্টোবৰ ২০১২ পৰা আৰম্ভ হয়, যাৰ প্ৰথম পৰ্ব আছিল "জন বানেগা ডন"। এইটো শিশুহঁতৰ বৰ প্ৰিয় অনুষ্ঠান। এই কাৰ্টুনৰ প্ৰধান তিনিটা চৰিত্ৰ হল মটু, পাতলু আৰু জন। ...

                                               

বিশ্ব ঐতিহ্যবাহী স্থান

বিশ্ব ঐতিহ্যবাহী স্থান বা ইউনেস্কো বিশ্ব ঐতিহ্যবাহী স্থান হৈছে ইউনেস্কোৰ দ্বাৰা স্বীকৃত আৰু প্ৰণীত বিশ্ব ঐতিহ্যবাহী স্থানৰ তালিকাত লিপিবদ্ধ হোৱা বিশেষ ধৰণৰ কিছুমান স্থান। এই স্থানবোৰ বন, পাহাৰ, হ্ৰদ, মৰুভূমি, স্মৃতিস্তম্ভ, দালান, প্ৰসাদ বা চহৰ আদ ...

                                               

বৈষ্ণৱ জন তো

বৈষ্ণৱ জন তো ১৫শ শতিকাত কবি নৰসিংহ মেহতায়ে পুৰণি গুজৰাটী ভাষাত ৰচনা কৰা হিন্দু ভজন। গীতটিত গীতিকাৰে বৈষ্ণৱ সকলৰ জীৱন, দৰ্শন, বিচাৰ আৰু মানসিক অৱস্থাক প্ৰতিফলিত কৰিছে। এই ভজন মহাত্মা গান্ধীৰ প্ৰিয় ভজন আছিল।

                                               

ৰঘুপতি ৰাঘৱ ৰাজা ৰাম

ৰঘুপতি ৰাঘৱ ৰাজা ৰাম বা ৰাম ধুন হৈছে এক উল্লেখযোগ্য ভজন আৰু হিন্দু ভক্তিমূলক গান। ইয়াক মহাত্মা গান্ধীয়ে দ্বাৰা বহুলভাৱে জনপ্ৰিয় কৰিছিল। এই ভজন মহাত্মা গান্ধী অন্যতম প্ৰিয় ভজন আছিল। এই ভজনৰ আটাইতকৈ জনপ্ৰিয় সংস্কৰণটো হিন্দুস্থানী শাস্ত্ৰীয় সং ...

                                               

এক তাল (তবলা)

একতালৰ ঠেকাত বাৰ মাত্ৰা আছে। একতাল এক সমপদী তাল, অৰ্থাত্‌ একতালৰ প্ৰতিটো বিভাগত সমান সমান মাত্ৰা আছে। একতালৰ ৬টা বিভাগ আছে, প্ৰতিটো বিভাগত ২ মাত্ৰাকৈ আছে। একতালৰ প্ৰথম মাত্ৰাত সম্‌, ৩য়, ৭ম্‌ মাত্ৰাত খালি আৰু ৫ম্‌, ৯ম্‌ আৰু একাদশ মাত্ৰাত তালি আছে।

                                               

ড্ৰুক ছেন্ধেন

ড্ৰুক ছেন্ধেন ভূটানৰ ৰাষ্ট্ৰীয় সংগীত। গ্যাল্ডুন ঠিনলেই লিখা আৰু আকু টংমিয়ে সুৰ কৰা এই গীতক ১৯৫৩ চনত স্বীকৃতি দিয়া হৈছিল। ভাৰতত শিক্ষিত টংমিক ভাৰতীয় প্ৰধান মন্ত্ৰী জৱাহৰলাল নেহৰুৰ ভ্ৰমণৰ পূৰ্বেই সামৰিক ব্ৰাছ বেণ্ডৰ নেতা নিযুক্ত কৰা হল। এই গীতৰ ...

                                               

শ্ৰী লংকা মাতা

শ্ৰী লংকা মাতা শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীত। এই গীতৰ শব্দৰ সৈতে ৰবীন্দ্ৰনাথ ঠাকুৰ আৰু আনন্দ সমাৰাকুনক জড়িত কৰা হয়। ১৯৫১ চনত এই গীতে শ্ৰী লংকাৰ ৰাষ্ট্ৰীয় সংগীতৰ স্বীকৃতি লাভ কৰে। গীতটিৰ তামিল অনুবাদ কৰিছিল এম নল্লাথম্বীয়ে।

                                               

আধুনিকতাবাদ

আধুনিকতাবাদ হৈছে বিংশ শতিকাৰ প্ৰথম দশকৰ পৰা ষষ্ঠ দশকৰ সময়ছোৱাত পশ্চিমৰ শিল্প আৰু সাহিত্যত এক বিশিষ্ট ৰাজনৈতিক, সামাজিক আৰু বৌদ্ধিক পটভূমিত ঐতিহ্যৰ পৰা বিছিন্ন হৈ গঢ় লৈ উঠা এটা অন্তৰ্মুখী, ব্যক্তিনিষ্ঠ আন্দোলন৷ এই আন্দোলনে জীৱন সম্পৰ্কীয় কিছু ম ...

                                               

আন্তৰ্জাতিক মান সংস্থা

আন্তৰ্জাতিক মান সংস্থা এটা আন্তৰ্জাতিক সংস্থা যিটো বিভিন্ন দেশৰ মান নিয়ন্ত্ৰণকাৰী প্ৰতিষ্ঠানৰ সমন্বয়ত গঠন কৰা হৈছে। ১৯৪৭ চনৰ ২৩ ফেব্ৰুৱাৰীত এইটো প্ৰতিষ্ঠা কৰা হয়। শিল্প আৰু বাণিজ্যৰ বিভিন্ন বিষয়ৰ উপৰত মান নিৰ্ধাৰন, প্ৰণয়ণ আৰু বিভিন্ন প্ৰতিষ্ ...

                                               

আন্তৰ্জাতিক মান সংস্থা ৩১৬৬-১

ISO 3166 Maintenance Agency, International Organization for Standardization ISO Country names and code elements - list of alpha-2 codes Standard Country or Area Codes for Statistical Use, United Nations Statistics Division Countries or areas, cod ...

                                               

আন্তৰ্জাতিক শান্তি দিৱস

আন্তৰ্জাতিক শান্তি দিৱস বা বিশ্ব শান্তি দিৱস প্ৰতি বছৰে ২১ ছেপ্টেম্বৰত ৰাষ্ট্ৰসংঘৰ সমূহ ৰাষ্ট্ৰসকলে পালন কৰে। বিশ্ব শান্তি প্ৰতিষ্ঠা কৰা এই দিৱসৰ মূল উদ্দ্যেশ্য। হিংসা আৰু যুদ্ধৰ অৱনতি ঘটাই মানৱতা জাগ্ৰত কৰা এই দিৱসৰ অন্যতম লক্ষ্য। এই দিৱস পোন প্ ...

                                               

সহস্ৰাব্দ উন্নয়ন লক্ষ্য

ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ উন্নয়ন লক্ষ্য হৈছে আঠটা লক্ষ্য যি বোৰ ৰাষ্ট্ৰসংঘৰ সকলো ১৯১জন সদস্য ৰাষ্ট্ৰই ২০১৫ চনৰ ভিতৰত প্ৰাপ্ত কৰিবলৈ চেষ্টা কৰিবলৈ সন্মত হৈছিল। ২০০০ চনৰ ছেপ্টেম্বৰত স্বাক্ষৰিত ৰাষ্ট্ৰসংঘৰ সহস্ৰাব্দ ঘোষণাত বিশ্ব নেতাসকলে দৰিদ্ৰতা, ক্ষু ...

                                               

আই চি চি বিশ্ব টুৱেন্টি২০

আই চি চি বিশ্ব টুৱেণ্টি২০ হৈছে টি২০ ক্ৰিকেটৰ আন্তৰ্জাতিক চেম্পিয়নশ্বিপ। এই প্ৰতিযোগিতাৰ আয়োজক আন্তৰ্জাতিক ক্ৰিকেটৰ তদাৰককাৰী সংস্থা আন্তৰ্জাতিক ক্ৰিকেট কাউন্সিল । প্ৰতিযোগিতাখনত সৰ্বমুঠ ১২খন দেশৰ জাতীয় ক্ৰিকেট দলে, ভাগ লয় তাৰ দহটা দল হৈছে আই ...

                                               

ইণ্ডিয়ান চুপাৰ লীগ

ইণ্ডিয়ান চুপাৰ লীগ হৈছে ভাৰতবৰ্ষৰ এখন পেছাদাৰী ফুটবল লীগ। স্পনচৰশ্চিপ সম্বন্ধীয় কাৰণৰ বাবে ইয়াক Hero Indian Super League হিচাপেও জনা যায়। আই-লীগৰ লেখীয়াকৈ ভাৰতবৰ্ষৰ এখন উচ্চখাপৰ লীগ হিচাপে আয়োজিত ইণ্ডিয়ান চুপাৰ লীগত সমগ্ৰ ভাৰতবৰ্ষৰ ১১ টা ফ ...

                                               

নৰ্থ ইষ্ট ইউনাইটেড এফ চি

নৰ্থ ইষ্ট ইউনাইটেড ফুটবল ক্লাব হল ইণ্ডিয়ান ছুপাৰ লীগত অংশগ্ৰহণ কৰা অসমৰ গুৱাহাটীৰ ফুটবল ফ্ৰেঞ্চাইজি আৰু এই দলে ইণ্ডিয়ান ছুপাৰ লীগৰ ২০১৪ চনৰ প্ৰাৰম্ভিক বৰ্ষৰপৰা নিজৰ আনুষ্ঠানিক খেল আৰম্ভ কৰে। এই দলটোৰ স্বত্বাধিকাৰী বলিউডৰ অভিনেতা জন আব্ৰাহম।

                                               

মুম্বাই চিটি এফ চি

মুম্বাই চিটি ফুটবল ক্লাব এটি ইণ্ডিয়ান চুপাৰ লীগ ফুটবল ফ্ৰেঞ্চাইজি, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত, যিয়ে অক্টোবৰ ২০১৪ত খেলিবলৈ আৰম্ভ কৰিলে, ইণ্ডিয়ান চুপাৰ লীগৰ আৰম্ভণী বৰ্ষত। এই দল বলিৱুডৰ অভিনেতা ৰণবীৰ কপুৰ, ক্ৰীড়া বিনিয়োগকাৰী কেয়ক গাৰ্বাচ্ছিঅ ...

                                               

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ হৈছে ভাৰতত অনুষ্ঠিত হোৱা এখন পেছাদাৰী টুৱেণ্টী২০ ক্ৰিকেট লীগ। মুম্বাইত মুখ্য কাৰ্যালয়স্থিত ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড আৰু ললিত মোদীয়ে এই লীগৰ সূচনা কৰিছিল। মোদী এই লীগৰ প্ৰথম মুৰব্বী আৰু আয়ুক্ত আছিল। বি চি চি আইৰ ...

                                               

ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ ২০১৩

২০১৩ বৰ্ষৰ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগ, সংক্ষেপে আই পি এল ৬ বা আই পি এল ২০১৩ হৈছে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ডৰ দ্বাৰা ২০০৭ চনত প্ৰতিষ্ঠাপিত ইণ্ডিয়ান প্ৰীমিয়াৰ লীগৰ ষষ্ঠ বৰ্ষ। ২০১৩ চনৰ ৩ এপ্ৰিলত আৰম্ভ হোৱা প্ৰতিযোগিতাখন ২৬ মেলৈকে চলিব আৰু এইবাৰ ...

                                               

কলকাতা নাইট ৰাইডাৰ্ছ

কলকাতা নাইট ৰাইডাৰ্ছ ইণ্ডিয়ান প্ৰীমিয়াৰ লীগত কলকাতাক প্ৰতিনিধিত্ব কৰা এটা ক্ৰিকেট ফ্ৰেন্সাইজি। এই ফ্ৰেন্সাইজিৰ স্বত্বাধিকাৰী হল বলিউডৰ অভিনেতা শ্বাহৰুখ খানৰ কম্পানী ৰেড চিলীজ এণ্টাৰটেইনমেণ্ট, অভিনেত্ৰী জুহি চাওলা আৰু তেওঁৰ স্বামী জয় মেহতাৰ মেহ ...

                                               

ইউৰেনাচ (গ্ৰীক দেৱতা)

ইউৰেনাচ হৈছে প্ৰাচীন গ্ৰীচৰ আকাশৰ আদিদেৱতা। তেওঁৰ ৰোমান সমকক্ষ দেৱতা হৈছে কেইলাচ। পৌৰাণিক গ্ৰীক সাহিত্যৰ মতে ইউৰেনাচ বা পিতৃ-আকাশ হৈছে আদি ভূমিদেৱী গেইয়াৰ পুত্ৰ তথা পতি। হেচিঅডৰ থিঅগনিৰ মতে ইউৰেনাচক গেইয়াই অকলেই ধাৰণ কৰিছিল। কিন্তু অন্যান্য সূত ...

                                               

ইৰচ

ইৰচ হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম আৰু যৌনতাৰ দেৱতা। তেওঁৰ ৰোমান সমকক্ষ হৈছে কিউপিড । প্ৰাৰম্ভিক কালত ইৰচক এক আদি দেৱতা হিচাপে বৰ্ণনা কৰা হৈছে। ইয়াৰ বিপৰীতে পিছৰ পৰ্যায়ৰ লিখনি আদিত তেওঁক সৌন্দৰ্যৰ দেৱী এফ্ৰোডাইটি আৰু যুদ্ধৰ দেৱতা এৰিচৰ পুত্ৰ বুলি আখ ...

                                               

এছ্‌ক্লেপিআছ

প্ৰাচীন গ্ৰীক ধৰ্ম আৰু কিংবদন্তি অনুসৰি এছ্‌ক্লেপিআছ এজন নায়ক আৰু চিকিৎসা বিজ্ঞানৰ দেৱতা। ৰোমান দেৱতা ভেজভিছ আৰু ইজিপ্টীয় ইম্‌হটেপৰ সৈতে তেওঁক যুক্ত কৰা হয়। তেওঁ এপল আৰু জলকুঁৱৰী কৰনিছৰ সন্তান। এপলৰ লগতে তেওঁক Paean ৰ সন্মান দিয়া হয়। নৰঅশ্ব ...

                                               

এফ্ৰোডাইটি

এফ্ৰোডাইটি হৈছে প্ৰাচীন গ্ৰীচৰ প্ৰেম, সৌন্দৰ্য, সুখলাভ, আকৰ্ষণ আৰু প্ৰজননৰ দেৱী তথা দ্বাদশ অলিম্পিয়ানৰ অন্যতম। ৰোমানসকলে তেওঁক ভেনাচ হিচাপে চিহ্নিত কৰে। এফ্ৰোডাইটিৰ মুখ্য চিহ্নসমূহ হৈছে মিৰটল, গোলাপ, কপৌ, ঘৰচিৰিকা আৰু ৰাজহাঁ‌হ। কাইথিৰা, চাইপ্ৰাচ ...

                                               

এৰিচ

এৰিচ হৈছে প্ৰাচীন গ্ৰীকসকলে আৰাধনা কৰা যুদ্ধ আৰু সাহসৰ দেৱতা। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম তথা জ্যুচ আৰু হীৰাৰ পুত্ৰ। পৌৰাণিক গ্ৰীক সাহিত্যত এৰিচে যুদ্ধৰ হিংসাত্মক, বিভীষিকাময় আৰু বন্য ৰূপটোক প্ৰতিনিধিত্ব কৰে। জ্ঞান আৰু সমৰ কৌশলৰ অধিষ্ঠাত্ৰী ...

                                               

ক্ৰণচ

গ্ৰীক কিংবদন্তিৰ পৌৰাণিক তথা সৰ্বমান্য ভাষ্যমতে ক্ৰণচ, টাইটানসকলৰ প্ৰথম পুৰুষৰ সৰ্বকনিষ্ঠ আৰু নেতা আছিল। টাইটান সমূহ গেইয়া আৰু ইউৰেনাচ অৰ্থাৎ আকাশৰ দৈৱিক বংশধৰ আছিল। তেওঁ নিজৰ পিতৃক সিংহাসনচ্যুত কৰে আৰু পাচত তেওঁৰেই সন্তান জ্যুচে তেওঁক সিংহাসনচ্ ...

                                               

গেইয়া

গ্ৰীক কিংবদন্তি অনুসাৰে, গেইয়া ; হৈছে পৃথিৱীৰ মূৰ্ত্তমান ৰূপ আৰু গ্ৰীকসকলৰ আদি দেৱ-দেৱীসকলৰ অন্যতম। গেইয়া সকলো জীৱৰে মাতৃ। তেওঁ ইউৰেনাচ অৰ্থাৎ আকাশৰো মাতৃ আৰু তেওঁৰ সৈতে মিলনৰ ফলস্বৰূপে গেইয়াই বহুকেইজন অলিম্পিয়ান দেৱ-দেৱীৰ পিতৃ-মাতৃ টাইটানসকল ...

                                               

জ্যুচ

জ্যুচ ইংৰাজী: Zeus পুৰণি গ্ৰীক ধৰ্ম আৰু কিংবদন্তি মতে "দেৱতা আৰু মানৱৰ পিতৃপুৰুষ", হিন্দু ধৰ্ম অনুসৰি ইন্দ্ৰৰ সমকক্ষ, ৰোমান বিশ্বাস বা কিংবদন্তিমতে জুপিটাৰ আৰু ইট্ৰুস্কান সমকক্ষ হৈছে টিনিয়া। তেওঁ গ্ৰীচৰ অলিম্পাচ পৰ্বতৰ পৰা অলিম্পাচ গ্ৰীক কিংবদন্ ...

                                               

টাইটানসকল

গ্ৰীক কিংবদন্তিৰ মতে টাইটান বা টাইটানসকল হৈছে প্ৰাক অলিম্পিয়ান দেৱতা। হেচিঅডৰ থিঅগনিৰ আখ্যান মতে টাইটানসকল ভূদেৱী গেইয়া আৰু ইউৰেনাচৰ সন্তান। তেওঁলোকৰ মুঠ বাৰগৰাকীৰ ছগৰাকী পুৰুষ: অচেনাচ, কয়াচ, ক্ৰিয়াচ, হাইপেৰিয়ন, লেপিটাচ আৰু ক্ৰনচ। বাকী থকা ছ ...

                                               

পাৰ্চিফোনি

পাৰ্চিফোনি হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ দেৱৰাজ জ্যুচ আৰু ডিমিটাৰৰ কন্যা। তেওঁক কৰি বা কৰা নামেৰেও জনা যায়। জ্যুচৰ অনুমতি সাপেক্ষে পাতালপুৰীৰ অধিপতি হেডিচে হৰণ কৰি নিয়াৰ পিছৰপৰাই পাৰ্চিফোনি সেই ঠাইৰ ৰাণীৰূপে অধিষ্ঠিত হয়। হেডিচৰদ্বাৰা প ...

                                               

হাৰ্মিচ

হাৰ্মিচ হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱতা আৰু দ্বাদশ অলিম্পিয়ানৰ অন্যতম। হাৰ্মিচক দেৱতাসকলৰ বাৰ্তাবাহকৰূপে গণ্য কৰা হয়। তেওঁ মনৱ বাৰ্তাবাহক, ভ্ৰমণকাৰী, চোৰ, বণিক আৰু বক্তাসকলৰ ৰক্ষাকৰ্তা। তেওঁ মানৱ আৰু দেৱতা উভয়ৰে জগতত নিজৰ পাখিলগা পাদুকাযোৰৰ স ...

                                               

হীৰা (গ্ৰীক দেৱী)

হীৰা বা হেৰা হৈছে প্ৰাচীন গ্ৰীচৰ এক দেৱী আৰু তেওঁ নাৰী, বিবাহ, পৰিয়াল আৰু সন্তান জন্মৰ অধিষ্ঠাত্ৰী। তেওঁ দ্বাদশ অলিম্পিয়ানৰ অন্যতম আৰু জ্যুচৰ ভগ্নী তথা সহধৰ্মিণী। হীৰা টাইটান ক্ৰনচ আৰু ৰিয়াৰ জীয়ৰী আৰু তেওঁ দেৱতাসকলৰ ৰাণী হিচাপে অলিম্পাচ পৰ্বত ...

                                               

ৰীয়া

ৰীয়া বা ৰেইয়া হৈছে প্ৰাচীন গ্ৰীচৰ এগৰাকী দেৱী। তেওঁ ভূমিদেৱী গেইয়া আৰু আকাশৰ দেৱতা ইউৰেনাচৰ জীয়ৰী। তেওঁ ক্ৰনচৰ ভগ্নী তথা সহধৰ্মিণী। পৌৰাণিক কালত ৰীয়া দেৱতাৰ জননী নামেৰে পৰিচিত আছিল আৰু সেয়ে দুই দেৱমাতৃ গেইয়া আৰু চিবিলৰ সৈতে তেওঁৰ নিকট সম্প ...

                                               

অজ্ঞাতব্যক্তিভীতি

অজ্ঞাতব্যক্তিভীতি হৈছে বাহিৰাৰ বা আচৰিতৰ ভয়। অজ্ঞাতব্যক্তিভীতিৰ প্ৰভাৱ গোটৰ ভিতৰৰ মানুহৰ গোটৰ বাহিৰৰ মানুহৰ ওপৰত বা বিষয়ে সম্বন্ধ, বুজন আদিত দেখা যায়। নিজৰ চিনাকি হেৰুৱাৰ ভয়, কৰ্মকাণ্ডৰ ওপৰত সন্দেহ, উগ্ৰতা, আৰু তাৰ উপস্থিতি নাইকিয়া কৰি পূৰ্ব ...

                                               

মাটিল্ডা প্ৰভাৱ

মহিলা বিজ্ঞানীৰ সফলতাক স্বীকৃতি নিদি তেওঁলোকৰ পুৰুষ সহকৰ্মীৰ প্ৰতি কৰা পক্ষপাতিত্বক মাটিল্ডা প্ৰভাৱ বোলে। মতাধিকাৰ কৰ্মী মাটিল্ডা জছলিন গেজে তেওঁৰ "Woman as Inventor" নামৰ ৰচনাত এই প্ৰভাৱৰ উল্লেখ কৰে। ১৯৯৩ চনত বিজ্ঞান ইতিহাসবিদ মাৰ্গাৰেট ৰজিটাৰে ...

                                               

ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান

ভাৰতৰ প্ৰতিৰক্ষা বাহিনীৰ প্ৰধান ভাৰতীয় সশস্ত্ৰ বাহিনীৰ মুৰব্বী তথা প্ৰতিৰক্ষা বিষয়ত ইউনিফৰ্ম পৰিহিত সেনা বিষয়া হিচাপে ভাৰত চৰকাৰৰ শীৰ্ষ উপদেষ্টা। তেওঁ ভাৰতৰ ৰক্ষা মন্ত্ৰালয়ৰ অন্তৰ্গত সামৰিক পৰিক্ৰমা বিভাগৰ মুৰব্বী আৰু ভাৰত চৰকাৰৰ সচিব। ১৯৯৯ চ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →