ⓘ Free online encyclopedia. Did you know? page 128



                                               

শাক্তধৰ্ম

শাক্তধৰ্ম হিন্দু ধৰ্মৰ এটা শাখাসম্প্ৰদায়। হিন্দু দিব্য মাতৃকা শক্তি বা দেৱী পৰম আৰু সৰ্বোচ্চ ঈশ্বৰ – এই মতবাদৰ ওপৰত ভিত্তি কৰিয়েই শাক্তধৰ্মৰ উদ্ভৱ হৈছে। এই ধৰ্মমতাৱলম্বীসকলৰ মতে শাক্ত নামে অভিহিত কৰা হয়। হিন্দু ধৰ্ম প্ৰধান তিনিটা বিভাগৰ অন্যতম ...

                                               

অন্নপ্ৰাসন

অন্নপ্ৰাসন হিন্দু ধৰ্মালম্বীসকলৰ মাজত প্ৰচলিত শিশুক প্ৰথমবাৰৰ বাবে অন্ন খুৱাওঁতে পতা ধাৰ্মিক অনুষ্ঠান৷ ই হিন্দু সংস্কাৰসমূহৰ ভিতৰত অন্যতম। অন্নপ্ৰাসনৰ আক্ষৰিক অৰ্থ হৈছে "খাদ্য গ্ৰহণ" বা "খাদ্য খুৱাই দিয়া"। সাধাৰণতে শিশুয়ে ছয়মাহৰলৈকে কেৱল মাকৰ ...

                                               

উপনয়ন

উপনয়ন বা লগুণদিয়নি হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি উপনয়ন একাদশতম আচাৰ। এই আচাৰ সমূহক সংস্কাৰ বুলি কয়। গাৰ্যসূত্ৰ মতে সংস্কাৰৰ সংখ্যা ১২ বা ১৮টা। পিছলৈ ১৬টা সংস্কাৰে মান্যতা লাভ কৰে। এই সমূহকেই ...

                                               

চূড়াকৰণ

চূড়াকৰণ বা মুণ্ডন হিন্দুসকলৰ পালনীয় ষোল্লটি প্ৰধান বৈদিক ধৰ্মীয় আচাৰৰ এটা অন্যতম আচাৰ। সেই অনুসৰি চূড়াকৰণ অষ্টম আচাৰ। গৰ্ভাৱস্থাত সন্তানৰ মূৰত যি চুলি উৎপন্ন হয়, সেয়া মাঙ্গলিক অনুষ্ঠানসহ ক্ষুৰাই দিয়াকে চূড়াকৰণ বুলি কোৱা হয়। হিন্দু ধৰ্মৰ ...

                                               

ভোজন মন্ত্ৰ

ॐ ॐ ব্ৰহ্মাপণং ব্ৰহ্মহবিব্ৰহ্মাগ্নৌব্ৰহ্মণা হুতম্। ব্ৰহ্মৈৱ তেন গন্তব্যং ব্ৰহ্মকৰ্মসমাধিনা॥ গীতা ॐ সহ নাৱৱতু সহ নৌ ভুনক্তু। সবৱীৰ্য্যং কৰৱাৱহৈ। তেজস্বিনাৱধীতমস্তু মা ৱিদ্বিৱহৈ। কঠোনিষদ ॥ ॐ শান্তিঃ শান্তিঃ শান্তিঃ॥

                                               

সতীদাহ প্ৰথা

সতীদাহ প্ৰথা হৈছে বৰ্তমান লুপ্ত হোৱা এটি অন্তিম সংস্কাৰ প্ৰক্ৰিয়া যত এগৰাকী বিধৱা মহিলাই নিজৰ স্বামীৰ মৃত্যুৰ পিছত স্বামীৰ চিতাত আত্মজাহ দিয়ে। এই প্ৰথাটো তৃতীয় শতাব্দীৰ পৰাই প্ৰচলিত বুলি উল্লেখ আছে যদিও ৰজাৰ পত্নীসকলে পঞ্চমৰ পৰা নৱম শতিকাৰ এই ...

                                               

অদিতি

অদিতি হৈছে অসীমক প্ৰকাশ কৰা হিন্দু ধৰ্মৰ এগৰাকী বৈদিক দেৱী। অদিতি আকাশ, চেতনা, অতীত, ভৱিষ্যত আৰু উৰ্বৰতাৰ অধিকাৰী দেৱী তেওঁ হৈছে আদিত্যসকল তথা বিষ্ণু আৰু অগ্নিকে ধৰি বহুতো দেৱতাৰ মাতৃ। সকলো অস্তিত্বৰ আদি মাতৃ হিচাপে অদিতি মহাকাশ আৰু মাত−কথা ৰ সৈত ...

                                               

অনুসুয়া

অনসূয়া বা অনুসূয়া হৈছে প্ৰাচীন কালৰ ঋষি অত্ৰীৰ ধৰ্মপত্নী। ৰামায়ণত অনুসূয়াক চিত্ৰকূট বনৰ দক্ষিণ অংশত নিজৰ পতিৰ সৈতে জুপুৰীত বাস কৰিছিল। তেওঁ এগৰাকী ধৰ্মপ্ৰাণা মহিলা আছিল আৰু পূজা-পাৰ্বণ তথা তপস্যাৰ মাজেৰে জীৱন অতিবাহিত কৰিছিল। যাৰ বাবে তেওঁ ঐশ ...

                                               

অন্নপূৰ্ণা (দেৱী)

অন্নপূৰ্ণা হৈছে খাদ্য আৰু পুষ্টিৰ সৈতে জড়িত হিন্দু ধৰ্মৰ দেৱী। হিন্দু ধৰ্মত পূজা-পাৰ্বণৰ উপৰিও ভগৱান প্ৰতি খাদ্যবস্তু ভোগ হিচাপে আগবঢ়োৱা হয়। সেয়ে দেৱী অন্নপূৰ্ণাক জনপ্ৰিয় দেৱী হিচাপে গণ্য কৰা হয়। তেওঁ হৈছে শিৱৰ পত্নী পাৰ্বতীৰ আন এটা ৰূপ। ভৰ ...

                                               

অম্বিকা

অম্বিকা সাধাৰণত আদি শক্তি বা পৰশীবমৰ সহশক্তিৰ নাম। এই গৰাকী দেৱীৰ আঠখন হাত আছে, আৰু সেই হাতত একাধিক অস্ত্ৰ আছে। তেওঁ ভগৱতী বা চণ্ডী নামেৰেও পৰিচিত। তেওঁ নিজেই আদি শক্তি তথা বিশ্বজগতৰ মা বুলি পৰিচিত আৰু সমস্ত প্ৰাণী বুলিও বিবেচিত, আৰু ইয়ে "অম্বিক ...

                                               

অৰ্ধনাৰীশ্বৰ

অৰ্ধনাৰীশ্বৰ হৈছে হিন্দু ধৰ্মৰ দেৱতা শিৱ আৰু দেৱী পাৰ্বতীৰ মিশ্ৰিত শাৰিৰীক অবয়ব। অৰ্ধনাৰীশ্বৰক এটাই মানৱ শৰীৰৰ আধা অংশ পুৰুষ আৰু অংশ নাৰী হিচাপে বৰ্ণনা কৰা হয়। সাধাৰণতে অৰ্ধনাৰীশ্বৰৰ সোঁফালৰ আধা অংশ পুৰুষ আৰু বাওঁফালৰ আধা অংশ নাৰী হিচাপে বৰ্ণনা ...

                                               

ইন্দ্ৰ

হিন্দু ধৰ্ম অনুসৰি ইন্দ্ৰ হৈছে স্বৰ্গ ৰাজ্যৰ ৰজা। এজন দেৱতা। হিন্দু ধৰ্মত বিশ্বাস কৰা হয় যে ইন্দ্ৰ এজন মহাপৰাক্ৰমী দেৱতা তথা ৰজা। মহাভাৰত আৰু ৰামায়ণত উল্লেখ আছে।

                                               

কাত্যায়নী

কাত্যায়নী হৈছে হিন্দু ধৰ্মৰ দেৱী দুৰ্গাৰ এক অৱতাৰ। তেওঁ নৱৰাত্ৰিত পূজিত নৱদুৰ্গাৰ ষষ্ঠ ৰূপ। কাত্যায়নীক মহিষাসুৰৰ নিধনকাৰী দেৱী হিচাপেও জনা যায়। দেৱী কাত্যায়নীক চতুৰ্ভূজা, অষ্টভূজা অথবা দশভূজা ৰূপত চিত্ৰায়িত কৰা হয়। কিংবদন্তি অনুসৰি সীতা, ৰা ...

                                               

কামাখ্যা দেৱী

কামাখ্যা হৈছে হিন্দু ধৰ্মৰ এগৰাকী তান্ত্ৰিক দেৱী। তেওঁৰ আবাস হৈছে নীলাচল পাহাৰ। তেওঁক সিদ্ধ কব্জিকা হিচাপে পূজা কৰা হয়। তেওঁক কালী বা মহা ত্ৰিপুৰা সুন্দৰী হিচাপেও চিহ্নিত কৰা হয় কালিকা পুৰাণ আৰু যোগিনী তন্ত্ৰ দেৱী কামাখ্যাৰ পূজাৰ মূল আধাৰ। কামৰ ...

                                               

কালী

কালী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী আৰু তেখেতক শ্যামা বা কালীকা নামেৰেও জনা যায়। শাক্ত আৰু বৌদ্ধসকলৰ দহগৰাকী দেৱীৰ তালিকা সন্নিৱিষ্ট মহাবিদ্যাত কালীৰ উল্লেখ আছে। অপশক্তিৰ ধ্বংসকাৰী হিচাপে কালীৰ প্ৰথম উল্লেখ আছে। তেওঁ হৈছে শক্তিৰ আটাইতকৈ শক্তিশালী ...

                                               

কালৰাত্ৰি

​ কালৰাত্ৰি হৈছে নৱদুৰ্গাৰ অন্যতম তথা দেৱী দুৰ্গাৰ সপ্তম ৰূপ। দেৱী দুৰ্গা বিষয়ক প্ৰাচীনতম সাহিত্য মাৰ্কণ্ডেয় পুৰাণৰ দুৰ্গা সপ্তসতী অধ্যায়ত কালৰাত্ৰিৰ প্ৰথমবাৰৰ বাবে উল্লেখ পোৱা যায়। তেওঁক দেৱীৰ কালী, চামুণ্ডা আদি সংহাৰী ৰূপসমূহৰ অন্যতম হিচাপে ...

                                               

কাৰ্তিক

কাৰ্তিক হিন্দুসকলৰ যুদ্ধদেৱতা। তেওঁ শিৱ আৰু পাৰ্বতীৰ কনিষ্ঠ সন্তান। কাৰ্তিক বৈদিক দেৱতা নহয়; তেওঁ পৌৰাণিক দেৱতা। প্ৰাচীন ভাৰতত সকলোতে কাৰ্তিক পূজা প্ৰচলিত আছিল। উত্তৰ ভাৰতত এওঁ এজন প্ৰাচীন দেৱতা ৰূপে পৰিগণিত। অন্যান্য হিন্দু দেৱদেৱীৰ দৰে কাৰ্তিক ...

                                               

কূৰ্ম

কূৰ্ম হিন্দু ধৰ্মৰ ভগৱান বিষ্ণুৰ দহটা অৱতাৰৰ দ্বিতীয় ৰূপ। এই অৱতাৰক কূৰ্মৰজা হিচাপেও জনা যায়। যজুৰবেদৰ দৰে বৈদিক গ্ৰন্থত কূৰ্মক কাশ্যপ নামৰ সপ্তৰ্ষি জনৰ সমাৰ্থক হিচাপে গণ্য কৰা হয়। সৰ্বসাধাৰণতে, পুৰাণৰ দৰে বৈদিক যুগৰ পৰৱৰ্তী কালৰ সাহিত্যসম্ভাৰ ...

                                               

গণেশ

গণেশ পৌৰাণিক হিন্দু ধৰ্মৰ জনপ্ৰিয় আৰু সৰ্বাধিক পূজিত দেৱতাসকলৰ অন্যতম। ভাৰতৰ সকলো ঠাইতে গণেশ-মূৰ্তি দেখা যায়। সকলো হিন্দু সম্প্ৰদায়ৰ মাজতেই গণেশ দেৱৰ পূজা প্ৰচলিত। জৈনধৰ্ম, বৌদ্ধধৰ্ম আৰু ভাৰতৰ বাহিৰতো গণেশৰ আৰাধনা ব্যাপকভাৱে প্ৰচলিত।পুৰাণৰ বিৱ ...

                                               

চামুণ্ডা

চামুণ্ডা বা চামুণ্ডেশ্বৰী বা চামুণ্ডী হৈছে চণ্ডীৰূপী পাৰ্বতীৰ এক বিকট ৰূপ। তেওঁ সপ্তমাতৃকাসকলৰ অন্যতম। চামুণ্ডা পাৰ্বতীৰ সহায়কাৰী চৌষষ্ঠী বা একাশীগৰাকী তান্ত্ৰিক দেৱী যোগিনীসকলৰো অন্যতম। চামুণ্ডা নামটো তেওঁ বধ কৰা চণ্ড আৰু মুণ্ড নামৰ দুই অসুৰৰ ন ...

                                               

ত্ৰিদেৱী

ত্ৰিদেৱী ইংৰাজী: ‘three goddesses’ ; Sanskrit: त्रिदेवी tridevi তিনিগৰাকী হিন্দু ধৰ্মৰ শাক্তধৰ্মীসকলৰ প্ৰধান উপাষ্য দেৱী। সৰস্বতী, লক্ষ্মী আৰু পাৰ্বতীৰ সৈতে একত্ৰিতভাৱে এওঁলোক ত্ৰিদেৱী নামে পৰিচিত। উল্লেখযোগ্য যে এইসকল ত্ৰিদেৱী যথাক্ৰমে ত্ৰিমূৰ্ত ...

                                               

ত্ৰিমূৰ্তি

ত্ৰিমূৰ্তি হৈছে হিন্দু ধৰ্মৰ এক ধাৰণা। ব্ৰহ্মা, বিষ্ণু আৰু মহেশ্বৰ এই তিনিওজন ঈশ্বৰক সমূহীয়াভাৱে ‘ত্ৰিমূৰ্তি’ ৰূপে নামকৰণ কৰা হৈছে। ব্ৰহ্মা হৈছে সৃষ্টিকৰ্তা যিজনে বিশ্ব ব্ৰহ্মাণ্ডৰ সৃষ্টি কৰিছিল আৰু পৃথিৱীত মানুহৰ নিৰ্মাণ কৰিছিল। সেয়ে সকলো প্ৰা ...

                                               

দত্তাত্ৰেয়

দত্তাত্ৰেয় হিন্দুসকলৰ এগৰাকী আৰাধ্য দেৱতা। হিন্দু ধৰ্মাৱলম্বী লোকসকলৰ মাজত ভগৱান দত্তাত্ৰেয়ৰ মাহাত্ম্য আৰু গুৰুত্ব অপৰিসীম কাৰণ দত্তাত্ৰেয়ক হিন্দুসকলৰ প্ৰধান তিনি দেৱতা বিষ্ণু, শিৱ আৰু ব্ৰহ্মাৰ সংযুক্ত অৱতাৰ হিচাপে বিশ্বাস কৰা হয়। দত্তাত্ৰেয় ...

                                               

দশাৱতাৰ

দশাৱতাৰ হৈছে হিন্দু ধৰ্মৰ এজন প্ৰধান উপাষ্য দেৱতা বিষ্ণুৰ দহটা প্ৰধান অৱতাৰ। বৈষ্ণৱ দৰ্শনত, কোনো বিশেষ উদ্দেশ্যে আগত ৰাখি মৰ্ত্যত অৱতীৰ্ণ পৰম সত্তাকে অৱতাৰ নামেৰে অভিহিত কৰা হয়। বিষ্ণুৰ দহটা মুখ্য অৱতাৰৰ সমষ্টিগত নামেই দশাৱতাৰ। এই দশাৱতাৰৰ কথা জ ...

                                               

দুৰ্গা

আই গোসাঁনী দুৰ্গা হিন্দু ধৰ্মৰ এগৰাকী উপাস্য দেৱী। তেওঁৰ অন্যান্য নামসমূহ হল চণ্ডিকা, যোগমায়া, অম্বিকা, বৈষ্ণবী, মহিষাসুৰসংহাৰিণী নাৰায়নী, মহামায়া, কাত্যায়নী ইত্যাদি। পুৰাণৰ মতে দুৰ্গা শব্দৰ অৰ্থ হল যি দূৰ্গ সম দুৰ্যোগ নাশ কৰিব পাৰে বা যাক পৰ ...

                                               

দেৱী

দেৱী হৈছে এটা সংস্কৃত শব্দ যাৰ অৰ্থ হৈছে ভগৱতী বা পূজিতা স্ত্ৰী। দেৱী হৈছে দেৱ শব্দৰ স্ত্ৰীৰূপ। যাৰ অৰ্থ হৈছে স্বৰ্গীয়, ঐশ্বৰিক বা বিশিষ্ট। দুই হাজাৰ খ্ৰীষ্টপূৰ্বত প্ৰণীত হোৱা বেদত দেৱী বা ভগৱতীৰ বিষয়ে উল্লেখ আছে। যদিও সেই সময়ত তেওঁলোকে মূখ্য ...

                                               

ধন্বন্তৰি

ধন্বন্তৰি বেদ আৰু পুৰাণত আয়ুৰ্বেদৰ দেৱতা বুলি উল্লেখ আছে। এওঁক দেৱতা সকলৰ চিকিৎসক বুলি গণ্য কৰা হয়। ভগৱান বিষ্ণুৰ অন্যতম অৱতাৰ ধন্বন্তৰি দেৱতা আৰু অসুৰৰ সাগৰ মন্থনৰ ফলত কাৰ্তিক কৃষ্ণপক্ষৰ ত্ৰয়োদশী তিথিত হাতত অমৃতৰ ঘটলৈ সাগৰৰ পৰা অৱতৰণ হৈছিল। স ...

                                               

ধূমাৱতী

ধুমাৱতী দহ গৰাকী তান্ত্ৰিক দেৱীৰ মাজত এগৰাকী দেৱী এই ধুমাৱতী। এখেত হিন্দু দেৱী, যি শক্তিৰ ৰুদ্ৰ ৰূপক প্ৰতিনিধিত্ব কৰে। এখেত এগৰাকী বুঢ়া, কুশ্ৰী বিধবা ৰূপত চিত্ৰিত হৈছে, তথা হিন্দুধৰ্মৰ অশুভ আৰু অনাকৰ্ষণীয় বিষয় সমূহৰে এই দেৱীক যুক্ত কৰা হয়। দে ...

                                               

ধ্ৰুৱ

ধ্ৰুৱ ভগৱান বিষ্ণুৰ এগৰাকী উল্লেখযোগ্য এগৰাকী কৃচ্ছ্ৰ তপস্বী আছিল। তেওঁৰ বিষয়ে বিষ্ণু পুৰাণ আৰু ভাগৱত পুৰাণত বৰ্ণিত হৈছে। মহাভাৰতত মেৰু তৰা বুজাবলৈ ধ্ৰুৱ নক্ষত্ৰ বা "ধ্ৰুৱ তৰা" সংস্কৃত শব্দগুচ্ছ ব্যৱহৃত হৈছিল। মানৱ ৰূপত তেওঁক উত্তনপদৰ পুত্ৰ আৰু ...

                                               

নৰসিংহ (হিন্দু ধৰ্ম)

নৰসিংহ হৈছে ভগৱান শ্ৰীবিষ্ণুৰ চতুৰ্থতম অৱতাৰ। হিৰণ্যাক্ষৰ কনিষ্ঠ ভ্ৰাতা হিৰণ্যকশিপুক বধ কৰাৰ বাবে ভগৱান শ্ৰীবিষ্ণু ত্ৰেতা যুগত নৰসিংহ ৰূপত মৰ্ত্তলোকত অৱতীৰ্ণ হৈছিল। পুৰাণ, উপনিষদ লগতে অন্যান্য পৌৰাণিক হিন্দু ধৰ্মগ্ৰন্থত নৰসিংহ অৱতাৰ উল্লেখ পোৱা য ...

                                               

পাৰ্বতী

পাৰ্বতী হিমালয়ৰ পুত্ৰী আৰু ভগৱান শিৱৰ পত্নী। পাৰ্বতীৰ মাতৃৰ নাম মেনকা আছিল। উমা, গৌৰী, অম্বিকা, ভৱানী আদি নামেৰেও এওঁক জনা যায়। পাৰ্বতীৰ জন্মৰ বাৰ্তা শুনি নাৰদ হিমালয়ৰ ঘৰলৈ আহিছিল আৰু হিমালয়ৰ প্ৰশ্ন কৰাত কৈছিল যে পাৰ্বতী সৰ্ব সুলক্ষ্মীনি আৰু ...

                                               

বগলামুখী

বগলামুখী বা বগলা হল হিন্দু ধৰ্মৰ দহগৰাকী তান্ত্ৰিক দেৱ-দেৱীৰ এগৰাকী সদস্য, তেওঁ মহাবিদ্যাৰ অন্যতম। দেৱী বগলাই তেওঁ ভক্ত সকলৰ ভ্ৰম আৰু বিভ্ৰান্তি নিজৰ গদাৰে চূৰমাৰ কৰে। বগলা শব্দটো ভল্গা শব্দৰপৰা আহিছে, যিটো পিছলৈ ভগ্লা আৰু শেষত বগ্লা হয়। দেৱীৰ ১ ...

                                               

বিশ্বকৰ্মা

বিশ্বকৰ্মা স্থাপত্যবিদ্যা আৰু শিল্পৰ হিন্দু দেৱতা। ঋকবেদৰ মতে তেওঁ তেওঁৰ সৃজনশীল শক্তিৰ বলত গোটেই বিশ্বক ধৰি ৰাখিছে। তেওঁক দৈৱিক স্থাপত্যবিদ, অভিযন্তা আৰু বিশ্বৰ সৃষ্টকৰ্তা হিচাপে গণ্য কৰা হয়। তেওঁ দেৱতাৰ শিল্পী তথা তেওঁক দেৱশিল্পী হিচাপে অভিহিত ...

                                               

ব্ৰহ্মা

The Brahma-Samhita - Prayers of Lord Brahma at the start of creation Brahmasamhita.com Brahmas Prayers for Creative Energy from the Bhagavata Purana vedabase.net

                                               

বৰাহ

বৰাহ হৈছে হিন্দু ধৰ্মৰ ভগৱান শ্ৰীবিষ্ণুৰ তৃতীয় অৱতাৰ। ত্ৰেতা যুগত ভগৱান শ্ৰীবিষ্ণু মহাদৈত্য হিৰণ্যাক্ষক বধ কৰাৰ বাবে মৰ্ত্তলোকত বৰাহ ৰূপত অৱতীৰ্ণ হৈছিল। পুৰাণত উল্লেখ কৰা মতে হিৰণ্যাক্ষ নামৰ মহাদৈত্য পৃথিৱী অৰ্থাৎ ধৰিত্ৰীদেৱীক মহাজাগতিক নামৰ মহা ...

                                               

ভদ্ৰা

ভদ্ৰা বা যক্ষী, শ্ববি, ৰিদ্ধি আৰু কুবেৰী হৈছে শুভ বিষয়ক দেৱী, তেওঁক উপদেৱতা কুবেৰৰ পত্নী হিচাপে বৰ্ণনা কৰা হয়। তেওঁ মুৰা নামৰ এটা অসুৰৰ জীয়েক আছিল। ভদ্ৰা আৰু কুবেৰৰ তিনিটা পুত্ৰ সন্তান ক্ৰমে নলকুৱেৰ, মণিগ্ৰভ, আৰু ময়ূৰজা আৰু এগৰাকী জীয়ৰী মিনা ...

                                               

ভুৱনেশ্বৰী

ভুৱনেশ্বৰী হিন্দু ধৰ্ম অনুসৰি দহ দশ মহাবিদ্যাৰ চতুৰ্থগৰাকী দেৱী বা বিশ্ব সৃষ্টিৰ বাবে পাৰ্থিৱ ব্ৰাহ্মাণ্ডৰ উপাদান হিচাপে দুৰ্গা। "ভুৱনেশ্বৰী" শব্দটো সংস্কৃত ভুৱন ঈশ্বৰী ৰ পৰা আহিছে যাৰ অৰ্থ "বিশ্বসমূহৰ দেৱী" । বিশ্বসমূহে ত্ৰি-ভুৱন ক বুজাইছে, ভুঃ, ...

                                               

ভূতমাতা

হিন্দু ধৰ্মত, ভূতমাতা হৈছে এক ভয়ানক আৰু দুৰ্লভ দেৱী যি দেৱীৰে এক ৰূপ। ভূতমাতাৰ সৈতে এটা সিংহ থাকে আৰু তেওঁ মূৰত এটা লিঙ্গ পিন্ধে। ভূতমাতাৰ উৎপত্তিৰ কাহিনী ভৱিষ্য পুৰাণত পোৱা যায়। শ্ৰীকৃষ্ণই কাহিনীটো বৰ্ণনা কৰিছে। কিংবদন্তি মতে, দেৱী পাৰ্বতীয়ে ...

                                               

ভূদেৱী

ভূদেৱী বা ভূমি হৈছে পৃথিৱী মাতৃক প্ৰতিনিধিত্ব কৰা এগৰাকী হিন্দু দেৱী। তেওঁ বিষ্ণুৰ বৰাহ অৱতাৰৰ পত্নী আৰু নৰকাসুৰ আৰু মংগলাৰ মাতৃ আছিল। ৰামৰ পত্নী সীতাৰ জন্মও পৃথিৱীৰ পৰাই হৈছিল, এনেদৰে সীতাও ভূমিৰ আধ্যাত্মিক সন্তান আছিল।

                                               

ভৈৰৱী

ভৈৰৱী নামৰ অৰ্থ "সন্ত্ৰাস" বা "বিস্ময়কৰ"। তেখেত দহখন মহাবিদ্যাৰ পঞ্চম। তেওঁক ত্ৰিপুৰভৈৰৱী বুলিও কোৱা হয়। "ত্ৰি" অৰ্থ তিনিটা, "পুৰ" অৰ্থ দুৰ্গ, চহৰ, নগৰ ইত্যাদি। ত্ৰিপুৰা সচেতনতাৰ তিনিটা পৃথক অৱস্থা বুজায় অৰ্থাৎ সক্ৰিয়, সপোন আৰু গভীৰ টপোনী। তে ...

                                               

মনসা

মনসা দেৱী হৈছে হিন্দু ধৰ্মৰ এগৰাকী দেৱী, তেওঁক সৰ্পৰ লগত জড়িত দেৱী হিচাপে বিশ্বাস কৰা হয়।মূলত বংগদেশ আৰু উত্তৰ ভাৰত আৰু উত্তৰ পূৰ্বাঞ্চলতো সৰ্পদোষ নিৱাৰণৰ বাবে তেওঁৰ পূজা কৰা হয়। মনসা হৈছে সৰ্পৰাজ বাসুকীৰ ভগ্নী আৰু জৰুৎকাৰু মুনিৰ পত্নী । সৰ্পব ...

                                               

মহাকালী

মহাকালী হৈছে সময়, মৃত্যু আৰু বিনাশৰ হিন্দু মাতৃ দেৱী। তেওঁ বাস্তৱতা আৰু অস্তিত্বৰ দেৱতা মহাকলাৰ সহধৰ্মী। সংস্কৃতত মহাকালী হৈছে মহাকালৰ স্ত্ৰীলিঙ্গ ৰূপ। দেৱী কালী বা তেওঁৰ অন্য সকলো ৰূপেই হৈছে মহাকালীৰ বিভিন্ন ৰূপ।

                                               

মৎস্য অৱতাৰ

মৎস্য অৱতাৰ বিষ্ণুৰ দহ মুখ্য অৱতাৰৰ অন্যতম। মৎস্য অৱতাৰে মনুক আৰু সৃষ্টিক প্ৰলয়ৰপৰা ৰক্ষা কৰিছিল। মাছ-ৰূপী-ৰক্ষকৰ ৰূপত মৎস্যক চোৱা আতাইতকৈ পুৰণি দস্তাবেজত মৎস্যক বৈদিক আৰাধ্য প্ৰজাপতিৰ সম দেখা গৈছিল। বৈদিক যুগৰ পাছত মৎস্যক ব্ৰহ্মাৰ সৈতে এক গণ্য ...

                                               

মৰিআম্মা

মৰি, যাক মৰিআম্মান আৰু মৰিয়াই হিচাপেও জনা যায়, যাৰ অৰ্থ হৈছে মাতৃ মৰি আৰু মৰিআম্মা বা সহজকৈ আম্মান বা আথা বুলি কোৱা হয়, তেখেত হৈছে তামিলনাডু আৰু কাষৰীয়া অঞ্চলত হিন্দু ধৰ্মত পূজিতা বৰষুণৰ দেৱী। তেখেত হৈছে তামিলনাডু আৰু থিৰুচৰাইৰ গ্ৰাম্য এলেকাত ...

                                               

যশোদা

যশোদা পুৰাণ সম্বন্ধিত হিন্দু বিশ্বাস অনুসৰি নন্দ ৰজাৰ পত্নী আৰু শ্ৰীকৃষ্ণৰ পালক মাতৃ। ভাগৱত পুৰাণ অনুসৰি দৈৱকীৰ পুত্ৰ কৃষ্ণক পিতৃ বসুদেৱে নন্দ ৰজা আৰু তেওঁৰ পত্নী যশোদাক দিছিল।

                                               

লক্ষ্মী

                                               

লজ্জা গৌৰী

লজ্জা গৌৰী প্ৰাচুৰ্য, উৰ্বৰতা আৰু যৌনতাৰ সৈতে সম্পৰ্কিত এগৰাকী পদুম ফুলৰ দৰে মুৰযুক্ত হিন্দু দেৱী। তেওঁক লজ্জা বা লাজ দেৱী বুলিও অভিহিত কৰা হয়। তেওঁক কেতিয়াবা গৰ্ভধাৰণৰ বাহ্যিক লক্ষণ অবিহনে প্ৰসৱ ভংগীত দেখুওৱা হয়। তেওঁ অশাস্ত্ৰীয় লৌকিক দেৱী। ...

                                               

শিৱ

শিৱ এজন হিন্দু দেৱতা। তিনি ত্ৰিমূৰ্তিৰ অন্যতম। ত্ৰিমূৰ্তিৰ শিৱ হৈছে ধ্বংসৰ প্ৰতীক। হিন্দুধৰ্মৰ শৈৱ শাখা সম্প্ৰদায়ৰ মতে, শিৱই হ’ল সৰ্বোচ্চ ঈশ্বৰ। যিসকল হিন্দুধৰ্মাবলম্বীয়ে শিৱকেই প্ৰধান দেৱতা বুলি জ্ঞান কৰে তেখেতৰ পূজা কৰে, তেখেতসকল "শৈৱ" নামে প ...

                                               

সত্যভামা

সত্যভামা হৈছে হিন্দু দেৱী আৰু হিন্দু দেৱতা বিষ্ণুৰ অষ্টম অৱতাৰ কৃষ্ণৰ তৃতীয় ৰাণী-সহধৰ্মী। তেওঁক সত্ৰজিতী বুলিও কোৱা হয়। সত্যভামাক পৃথিৱী-দেৱী ভূদেৱীৰ অৱতাৰ বুলিও বৰ্ণনা কৰা হয়। তেওঁ দানৱ নৰকাসুৰক পৰাস্ত কৰিবলৈ শ্ৰীকৃষ্ণক সহায় কৰিছিল।

                                               

সন্তোষী মা

সন্তোষী মা হিন্দু ধৰ্মৰ এগৰাকী তুলনামূলকভাৱে নতুন দেৱী। সন্তোষী মাক সন্তোষৰ অধিষ্ঠাত্ৰী দেৱী বুলি অভিহিত কৰা হৈছে। বিশেষকৈ উত্তৰ ভাৰত আৰু নেপালৰ নাৰীসকলে সন্তোষী মাৰ পূজা কৰে। লেথাৰিকৈ ১৬টা শুকুৰবাৰে সন্তোষী মা ব্ৰত নামৰ এক ব্ৰত পালন কৰিলে দেৱী স ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →