ⓘ Free online encyclopedia. Did you know? page 123



                                               

দশভুজ

জ্যামিতিত দশভূজ গ্ৰীক শব্দ δέκα ডেকা আৰু γωνία gonía, "দহটা কোন" হৈছে দহটা বাহু যুক্ত এটা বহুভুজ বা ১০-ভুজ। ইয়াৰ বৰ্হিকোন আৰু আন্তঃকোন সমূহৰ যোগফল ১৪৪০°

                                               

নৱভুজ

৯=৩ ২ ফাৰ্মেট মৌলিক সংখ্যাৰ গুণনফল নহয়। সেয়ে সকলো ৰেখা-খণ্ড আৰু সকলো কোণ সমান থকা নৱভূজ কেৱল কম্পাছ আৰু চিধা মাৰিৰে নিৰ্মাণ কৰিব পৰা নাযায়। পিচে আগৰে পৰা প্ৰায় সমান ৰেখাখণ্ড আৰু কোণ থকা নৱভূজ নিৰ্মাণ কৰা হৈছে। তলত কিছু প্ৰক্ৰিয়া দিয়া হল--

                                               

পঞ্চভুজ

দিয়া আছে: ১ পঞ্চভূজ ABCDE প্ৰমাণ কৰিব লাগে: কোণ EAB + ABC + BCD + CDE + DEA = ৫৪০ ডিগ্ৰী আঁকিব লাগে: AC, AD সংযুক্ত কৰা প্ৰমাণ: E A B + A B C + B C D + C D E + D E A = E A D + D A C + C A B + A B C + B C A + A C D + C D A + A D E + D E A = A B C ...

                                               

বৰ্গক্ষেত্ৰ

এটা বৃত্তৰ অন্তস্থ বৰ্গক্ষেত্ৰৰ ক্ষেত্ৰত বৃত্তটোৰ ক্ষেত্ৰফল বৰ্গক্ষেত্ৰটোৰ ক্ষেত্ৰফলৰ π / 2 {\displaystyle \pi /{\sqrt {2}}} প্ৰায় ২.২২ গুন। কোনো সংখ্যাৰ দ্বিতীয় ঘাতকো power বৰ্গ বোলে সমান পৰিসীমাৰ অন্য চতুৰ্ভুজতকৈ বৰ্গক্ষেত্ৰৰ কালি বেছি। কোনো ...

                                               

ষড়ভুজ

                                               

সপ্তভুজ

বাৰ্বাডছ ডলাৰো সপ্তভূজাকাৰ। জাৰ্মানীৰ মৌচলিয়াম অৱ প্ৰিন্স আৰ্ণষ্টত সপ্তভূজাকাৰ টাইল ব্যৱহাৰ কৰা হৈছে। যুক্তৰাজ্যত ২ সপ্তভূজাকাৰ মুদ্ৰাৰ প্ৰচলন আছে। কেইবাটাও বটছৱানা পুলা মুদ্ৰা সপ্তভূজাকাৰ।

                                               

সমবহুভুজ

যিবোৰ বহুভুজৰ বাহু আৰু কোণবোৰ সমান সমান মাপৰ, তেনেবোৰ বহুভূজকেই সমবহুভুজ বোলা হয়। এয়া উত্তল বা তৰা আকৃতিৰো হ’ব পাৰে।

                                               

ৰম্বাছ

প্ৰতিটো বৰ্গক্ষেত্ৰ একোটা বিশেষ ৰম্বাছ, কিন্তু প্ৰতিটো ৰম্বাছ বৰ্গক্ষেত্ৰ নহয়। ৰম্বাছৰ বিপৰীত কোন সমান, ৰম্বাছৰ চাৰিটা বাহুৰ দৈঘ্য সমান, ৰম্বাছৰ কৰ্ণ দুডালৰ দৈঘ্য অসমান আৰু ইহঁতে পৰস্পৰক লম্বভাৱে সমদ্বিখণ্ডিত কৰে, ৰম্বাছৰ পৰিসীমা নিৰ্ণয়ৰ সূত্ৰ ...

                                               

সম্ভাৱিতা

সম্ভাৱিতা বা সম্ভাৱনা তত্ত্ব হৈছে গণিতৰ এটি শাখা যত গণনামূলকভাবে কোনো ঘটনা বা ভৱিষ্যত পৰীক্ষাৰ এটি নিৰ্দিষ্ট ফলাফলত উপনীত হোৱাৰ সম্ভাৱনা ব্যক্ত কৰা হয়। বিন্যাস তথা সমাবেশ গৱেষণা সম্ভাৱনা নিৰ্ণয়ৰ বাবে উপযোগী। ই পৰিসংখ্যাৰ অন্যতম ভিত্তি। একোটা পৰ ...

                                               

দূৰদৰ্শন

দূৰদৰ্শন বা টিভি এটি মাধ্যম যাৰ জৰিয়তে শব্দ আৰু লৰচৰ কৰা ছবি পঠিয়াব পাৰি। ই কলা-বগা, ৰঙীন বা ত্ৰিমাত্ৰিক হব পাৰে। দূৰদৰ্শন এটি জনমাধ্যম, মনোৰঞ্জন, শিক্ষা, বাতৰি তথা বিজ্ঞাপন প্ৰচাৰ কৰিবলৈ।

                                               

প্ৰাচীৰ পত্ৰিকা

প্ৰাচীৰ পত্ৰিকা হল বিজ্ঞপ্তি ফলকত প্ৰকাশিত এক বিশেষ ধৰণৰ সাময়িকপত্ৰ; বিশেষত কোনো শিক্ষা প্ৰতিষ্ঠানৰ ছাত্ৰ-ছাত্ৰী সকলে সমূহীয়া প্ৰচেষ্টাৰে দায়িত্বৰ ভাগ বতৰা কৰি নিজৰ প্ৰবন্ধ, কবিতা, অঙ্কন তথা অন্যান্য ৰচনা প্ৰকাশ কৰে। প্ৰাচীৰ পত্ৰিকাৰ ইংৰাজী প্ ...

                                               

চিবিএচ

চিবিএচ ব্ৰড্‌কাষ্টিং ইনকৰ্পৰেশ্যন চমুকৈ চিবিএচ আমেৰিকা যুক্তৰাষ্ট্ৰৰ এটি প্ৰধান টেলিভিজন নেটৱৰ্ক। ইয়াৰ আৰম্ভণি ঘটিছিল এটি ৰেডিঅ নেটৱৰ্ক ৰূপে। চিবিএচ নামতো আহে ইয়াৰ আগৰ নাম কলম্বিয়া ব্ৰড্‌কাষ্টিং চিষ্টেমৰ প্ৰাৰম্ভিক বৰ্ণকেইটাৰ পৰা। ইয়াৰ লগটোৰ ...

                                               

ডি. ৱাই. ৩৬৫

ডি.ৱাই.৩৬৫ ইংৰাজী: DY 365হৈছে উত্তৰ-পূব ভাৰতৰ এক ব্যক্তিগত দূৰদৰ্শন কেন্দ্ৰ। ইয়াৰ গৰাকী হৈছে গুৱাহাটীৰ ব্ৰহ্মপুত্ৰ টেলি প্ৰডাকচনচ্ প্ৰাইভেট লিমিটেড। এই চেনেলত মুখ্যত: অসমীয়া ভাষাত বাতৰিৰ উপৰিও সংগীতৰ অনুষ্ঠান, বিনোদন, চলচ্চিত্ৰ, ধাৰাবাহিক আদি প ...

                                               

পগ টিভি

পগ টিভি এটি কেবল আৰু চেটেলাইট দূৰদৰ্শন ধাৰা, যাক ১ জানুৱাৰী ২০০৪ত আৰম্ভ কৰা হৈছিল, মহাৰাষ্ট্ৰৰ মুম্বাইত আধাৰিত টাইম ৱাৰ্ণাৰৰ অংশ তাৰ্ণাৰ ব্ৰডকাষ্টিঙৰ দ্বাৰা। যদিও আৰম্ভণিতে কেৱল ভাৰততে উপলব্ধ, বৰ্তমান এই ধাৰা নেপাল, ভূটান আৰু শ্ৰীলংকাতো উপলব্ধ। এ ...

                                               

লোক সভা টিভি

লোক সভা টিভি এক ভাৰতীয় কেবল দূৰদৰ্শন নেটৱৰ্ক, ভাৰত চৰকাৰৰ দ্বাৰা যিয়ে কেন্দ্ৰীয় চৰকাৰৰ কাম-কাজ আৰু অন্যান্য লোক কাৰ্য বিষয়ক সামগ্ৰী প্ৰদৰ্শন কৰে। এই চেনেলৰ উদ্দেশ্য ভাৰতৰ সকলো সংসদীয় আৰু বৈধানিক সংগঠনৰ কাম-কাজৰ তথ্য ৰাজহুৱাভাৱে উপলব্ধ কৰোৱা। ...

                                               

ষ্টাৰপ্লাছ

ষ্টাৰপ্লাছ হৈছে এটা ভাৰতীয় মনোৰঞ্জনধৰ্মী মাচুলযুক্ত দূৰদৰ্শন চেনেল। ইয়াৰ গৰাকী হৈছে দ্য ৱল্ট ডিজনী কোম্পানী ইণ্ডিয়াৰ গৌণ কোম্পানী ষ্টাৰ ইণ্ডিয়া। এই চেনেলটোত নাটক, কৌতুকধৰ্মী অনুষ্ঠান, ৰিয়েলিটী শ্ব, আৰু চলচিত্ৰ সম্প্ৰচাৰিত হয়।

                                               

ৰিপাব্লিক টিভি

ৰিপাব্লিক টিভি এক ইংৰাজী ভাষাৰ ভাৰতীয় বাতৰি চেনেল যি এআৰজি আউটলায়াৰ এছিয়ানেট নিউজৰ মালিকানাধীন। এই কোম্পানী অৰ্ণৱ গোস্বামীৰ দ্বাৰা সমৰ্থিত। এই চেনেল ৬ মে ২০১৭ত উদ্বোধিত হল।

                                               

হালধীয়া সাংবাদিকতা

হালধীয়া সাংবাদিকতাক সাংবাদিকতাৰ এটা হীন প্ৰকাৰ বুলি গণ্য কৰা হয়, যাৰ উদ্দেশ্য সাংবাদিকতাৰ নীতি-বহিৰ্ভূত পদ্ধতিৰে বাতৰি কাকতৰ বিক্ৰি বঢ়োৱা। হালধীয়া সাংবাদিকতা মানেই হল- ভিত্তিহীন বাতৰি পৰিবেশন, দৃষ্টি আকৰ্ষণকাৰী শিৰোনাম ব্যৱহাৰ কৰা, সাধাৰণ ঘটন ...

                                               

চকী

চকী দৈনন্দিন জীৱনত বহিবলৈ ব্যৱহৃত এবিধ আছবাব৷ আউজিবলৈ ব্যৱস্থা থকা এইবিধ আছবাবৰ সৰ্বসাধাৰণতে চাৰিটা খুৰা থাকে যদিও কেতিয়াবা তিনিটা বা বেছি খুৰা থকাও দেখা যায় ৷ ইয়াক কাঠ, ধাতু আদি বিভিন্ন পদাৰ্থৰে নিৰ্মান কৰা হয় ৷ ঠাইভেদে চকী বিভিন্ন ক্ষেত্ৰত ...

                                               

বিচনা

বিচনা বিভিন্ন পদাৰ্থৰে নিৰ্মান কৰা হয়৷ কাঠ ইয়াৰ বহুল প্ৰচলিত পদাৰ্থ যদিও তাৰ উপৰিও ষ্টীল আদি ধাতুৰে নিৰ্মাণ কৰে৷ সৰ্বসাধাৰণতে বিচনাৰ ওপৰৰ অংশ কাঠ বা নিৰ্মাণ কৰা পদাৰ্থ বিধ থাকে যদিও আজিকালি অত্যাধুনিক বিচনাত কুচন জাতীয় আৱৰণ দিয়া দেখা যায়৷

                                               

অগ্ন্যাশয়

অগ্ন্যাশয় বা pancreas মেৰুদণ্ডী প্ৰাণীৰ পাচন তন্ত্ৰ আৰু অন্তঃস্ৰাৱী তন্ত্ৰৰ এটা অংগ। মানুহৰ দেহত ই পেটৰ পাকস্থলীৰ পিছফালে অৱস্থিত। অগ্ন্যাশয় এক মিশ্ৰ গ্ৰন্থি, কাৰণ ই অন্তঃস্ৰাৱী আৰু বহিঃস্ৰাৱী দুয়োবিধ গ্ৰন্থি হিচাপে কাম কৰিব পাৰে। অন্তঃস্ৰাৱী ...

                                               

পেৰাথাইৰইড গ্ৰন্থি

পেৰাথাইৰইড গ্ৰন্থি মানুহ আৰু আন চতুৰ্স্পদী প্ৰাণীৰ ডিঙিত থকা সৰু অন্তঃস্ৰাৱী গ্ৰন্থি। মানুহৰ সাধাৰণতে থাইৰইড গ্ৰন্থিৰ পিছফালে চাৰিটা পেৰাথাইৰইড গ্ৰন্থি থাকে। তেজত কেল্‌চিয়ামৰ পৰিমাণ কম হলে এই গ্ৰন্থিয়ে পেৰাথাইৰইড হৰমন নিঃসৰণ কৰি তেজ আৰু হাড়ত ক ...

                                               

য়ড্‌-বেচেড প্ৰভাৱ

য়ড্‌-বেচেড প্ৰভাৱ বুলিলে আয়ডিন বা আয়ডাইড সেৱনৰ পাছত থাইৰইড আতিশয্য হোৱাটোক বুজায়। এনে আয়ডিন আহাৰৰ পৰিপূৰক নাইবা চিকিৎসা অনুসন্ধানৰ কন্‌ট্ৰাষ্ট মাধ্যম হিচাপে দিয়া হব পাৰে। এই নামটো আয়ডিনৰ জাৰ্মান প্ৰতিশব্দ "য়ড্‌" আৰু এই ঘটনা প্ৰথমে বৰ্ণনা ...

                                               

হাইপথেলামাছ

হাইপথেলামাছ প্ৰমস্তিষ্কৰ ডায়েনচেফালনৰ তলৰ অংশ। অসংখ্য স্নায়ুস্ৰাৱী কোষ বা নিউক্লিয়াইৰ জৰিয়তে ই দেহৰ বহু কাম নিয়ন্ত্ৰণ কৰে। পিটুইটেৰী গ্ৰন্থিৰ জৰিয়তে স্নায়ু তন্ত্ৰক অন্তঃস্ৰাৱী তন্ত্ৰৰ লগত সংযোগ কৰাটো ইয়াৰ এক গুৰুত্বপূৰ্ণ কাৰ্য। থেলামাছৰ ত ...

                                               

ৰজোনিবৃত্তি

ৰজোনিবৃত্তি বা মেনোপজ হৈছে মহিলাৰ জীৱনত এটা সময় যেতিয়া তেওঁলোকৰ মাহেকীয়া ঋতুস্ৰাৱ সম্পূৰ্ণৰূপে বন্ধ হৈ যায় যাৰ ফলত তেওঁলোকে আৰু গৰ্ভধাৰণ কৰিবলৈ সক্ষম নহয়। ৰজোনিবৃত্তি সাধাৰণতে ৪৯ ৰ পৰা ৫২ বছৰ বয়সত হয়। যেতিয়া এগৰাকী মহিলাৰ এবছৰলৈকে মাহেকীয ...

                                               

ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ

ৱুল্ফ্‌ চাকঁফ প্ৰভাৱ, বুলিলে অধিক পৰিমাণৰ আয়ডিন সেৱনৰ পাছত থাইৰইড হৰমনৰ মাত্ৰা কমি যোৱাটো বুজায়। কেলিফৰ্নিয়া বিশ্ববিদ্যালয়ৰ ড॰ জাঁ ৱুল্ফ আৰু ইজৰাইল লিয়ন চাকঁফে এই পৰিঘটনা আৱিষ্কাৰ কৰিছিল। ১৯৪৮ চনত তেওঁলোকে লক্ষ্য কৰে যে এন্দুৰৰ গাত আয়ডিনৰ ব ...

                                               

জেট লেগ

এটা সময় অঞ্চলৰ পৰা আন এটালৈ যাত্ৰা কৰোঁতে হোৱা জৈৱিক লয়ৰ অসামঞ্জস্যতাক জেট লেগ বোলে। মেলাটনিন হৰমন নিঃসৰণ নিয়ন্ত্ৰণ কৰা আন্ধাৰ-পোহৰৰ চক্ৰ ব্যাহত হলে জেট লেগ হয়। মেলাটনিনে টোপনি আৰু সাৰে থকাৰ দৈনিক ছন্দ নিয়ন্ত্ৰণত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰে ...

                                               

অগ্নিৱেশ

অগ্নিৱেশ হ’ল এজন ঐতিহাসিক ঋষিমুনি আৰু আয়ুৰ্বেদৰ প্ৰাৰম্ভিক লেখক সকলৰ এজন। তেওঁ আছিল পুনৰ্বসু আত্ৰেয়ৰ ছাত্ৰ। মহাভাৰতৰ দুই প্ৰধান প্ৰতিদ্বন্দ্বী দ্ৰোণ আৰু দ্ৰুপদে এওঁৰেই অধীনত শিক্ষা গ্ৰহণ কৰিছিল। ভৰদ্বাজৰ পৰা অগ্নিৱেশে লাভ কৰা শিক্ষাৰ সাৰ হিচাপে ...

                                               

চৰ্বী

কাৰ্বহাইড্ৰেট আৰু প্ৰটিনৰ লগতে তিনিটা প্ৰধান মেক্ৰনিউট্ৰিয়েণ্টৰ মাজত এটা হল চৰ্বী । ফেট অণুবিলাকত প্ৰাথমিকভাবে কাৰ্বন আৰু হাইড্ৰোজেন পৰমাণু থাকে আৰু ই হাইড্ৰফবিক হয় অৰ্থাৎ ই জৈৱ দ্ৰাৱকত দ্ৰৱণীয় আৰু পানীত অদ্ৰৱণীয়। উদাহৰণ হিচাপে কলেষ্টেৰল, ফচফ ...

                                               

স্থূলপোষকসমূহৰ তালিকা

জীৱৰ দেহক অধিক মাত্ৰাত প্ৰয়োজন হোৱা পুষ্টিকাৰকবোৰক স্থূলপোষক বুলি কোৱা হয়। ইয়াক তুলনামূলকভাবে অধিক পৰিমাণে সেবন কৰা হয়। ইয়ৰ প্ৰাথমিক কাম হল শক্তি উৎপাদন বা শৰীৰৰ বৃদ্ধি বা মেৰামতি। উদাহৰণ হল কাৰ্বহাইড্ৰেট, চৰ্বী, প্ৰোটিন আৰু পানী।

                                               

বহুমূত্ৰ ৰোগ

মধুমেহ বা বহুমুত্ৰ হৈছে এটি হৰম’নজনিত ৰোগ। এইবিধ ৰোগ সাধাৰণতে চল্লিছোৰ্ধ বয়সৰ লোকৰ ক্ষেত্ৰত হোৱা ৰোগ যদিও শিশু আৰু গৰ্ভৱতী মহিলাও এই ৰোগত আক্ৰান্ত হোৱা দেখা যায়। মানব শৰীৰৰ পাচনতন্ত্ৰৰ লগত জড়িত অগ্ন্যাশয়ে যথেষ্ট পৰিমাণে ইনচুলিন তৈয়াৰ কৰিব নো ...

                                               

ডেংগি জ্বৰ

ডেংগি জ্বৰ ডেংগি ভাইৰাছৰ ফলত হোৱা এক মহজনিত ক্ৰান্তীয় ৰোগ। সংক্ৰমণৰ তিনিৰ পৰা চৈধ্য দিনৰ ভিতৰত লক্ষণে দেখা দিয়ে। লক্ষণৰ ভিতৰত অত্যধিক জ্বৰ, মূৰৰ বিষ, বমি, মাংসপেশী তথা গাঁঠিৰ বিষ আৰু ছাল ৰঙচুৱা পৰা প্ৰধান। দুইৰ পৰা সাতদিনৰ ভিতৰত আৰোগ্য লাভ হয়। ...

                                               

স্কাৰ্ভী

স্কাৰ্ভী ভিটামিন চি-ৰ অভাৱত হোৱা এক ৰোগ। দুৰ্বলতা, ভাগৰ লগা আৰু হাত-ভৰিৰ বিষ এই ৰোগৰ প্ৰাৰম্ভিক লক্ষণ। চিকিৎসাৰ অবিহনে লোহিত ৰক্ত কণিকাৰ সংখ্যা কমা, দাঁতৰ আলুৰ ৰোগ, চুলিৰ গুণাগুণ সলনি আৰু ছালৰ পৰা ৰক্তপাত হব পাৰ। ৰোগ বাঢ়ি গলে ঘাঁ সোনকালে নুশুকুৱ ...

                                               

ক্ৰমজমীয় বিশংগতি

ক্ৰমজমীয় বিসংগতি: এজন স্বাভাৱিক মানুহৰ কোষত ক্ৰমজমৰ মুঠ সংখ্যা ৪৬ । এইবোৰৰ ভিতৰত ২২যোৰ দৈহিক ক্ৰমজম অথবা অটজম আৰু এযোৰ ক্ৰমজম হল লিংগ ক্ৰমজম। কেতিয়াবা, এজন ব্যক্তিৰ তাত এডাল অতিৰিক্ত ক্ৰমজম সন্নিবিষ্ট হব পাৰে নাইবা ব্যক্তি এজনৰ এযোৰ ক্ৰমজমৰ যিক ...

                                               

ডাউন চিন্দ্ৰম

২১ নম্বৰ ক্ৰমজম এডাল জিনত অতিৰিক্তভাৱে থকাৰ ফলত ব্যক্তিৰ কিছুমান মানসিক আৰু শাৰীৰিক লক্ষণে দেখা দিয়ে। ডাউন চিন্দ্ৰম থকা লোকৰ বিশেষ ধৰণৰ মানসিক আৰু শাৰীৰিক ভাবভংগী থকা দেখা যায়। ডাউন চিন্দ্ৰম কিছুমানৰ ক্ষেত্ৰত মৃদু আৰু কিছুমানৰ ক্ষেত্ৰত অতি তীব্ ...

                                               

জাপানীজ এন্‌কেফেলাইটিছ

জাপানিজ এনকেফেলাইটিছ মহৰ দ্বাৰা সংক্ৰমিত এটা প্ৰাণীজনিত ৰোগ । কিউলিছিন মহে এই ৰোগ বিয়পায়। এই ৰোগৰ কাৰক ভাইৰাছ বিধৰ নাম হ’ল জাপানিজ এনকেফেলাইটিছ ভাইৰাছ। প্ৰথমে জাপানত চিনাক্ত হৈছিল বাবে এই ৰোগক জাপানিজ এনকেফেলাইটিছ বুলি নামকৰণ কৰা হৈছিল। এই ভাইৰ ...

                                               

জিকা ভাইৰাছ

জিকা ভাইৰাছ হৈছে ভাইৰাছ পৰিয়াল Flaviviridae আৰু গণ Flavivirus -ৰ অন্তৰ্গত এবিধ বীজাণু। দিনত সক্ৰিয় থকা Aedes মহ যেনে A. aegypti য়ে এই ভাইৰাছ বিয়পায়। এই নামটো ১৯৪৭ চনত ভাইৰাছবিধ প্ৰথম ধৰা পৰা উগাণ্ডাৰ জিকা অৰণ্যৰ পৰা আহিছে। জিকা ভাইৰাছৰ ডেংগি ...

                                               

মেলেৰিয়া

মেলেৰিয়া ক সাধাৰণতে অতিপাত জ্বৰৰ এবিধ ৰোগ হিচাপেই জনা যায়। মেলেৰিয়া বীজাণু নামৰ এবিধ ক্ষুদ্ৰ জীৱাণুৰ আক্ৰমণৰ ফলত এই ৰোগ হয়। মেলেৰিয়াৰ এই বীজাণুবোৰ এজন ৰোগীৰ দেহৰ পৰা এজন সুস্থ মানুহৰ দেহলৈ এবিধ বিশেষ মহৰ দ্বাৰা সংক্ৰমিত হয়। সকলো ধৰণৰ মহে মে ...

                                               

টাইফইড

টাইফ‌ইড জ্বৰ, বা চমুকৈ টাইফ‌ইড ছাল্‌মনেলা টাইফি বেক্টেৰিয়াই কৰা এবিধ সংক্ৰামক ৰোগ। সংক্ৰমণৰ ছয়ৰ পৰা ত্ৰিছ দিনৰ ভিতৰত পাতলীয়া বা গুৰুতৰ লক্ষণে দেখা দিয়ে। প্ৰায়েই লাহে লাহে কেইবাদিন ধৰি অতিপাত জ্বৰ উঠে। দুৰ্বলতা, পেটৰ বিষ, কোষ্ঠকাঠিন্য আৰু মূৰ ...

                                               

কুষ্ঠ

কুষ্ঠ বা হেন্‌ছেনৰ ৰোগ মাইকবেক্টেৰিয়াম লেপ্ৰি বা মাইকবেক্টেৰিয়াম লেপ্ৰমেটচিছ বেক্টেৰিয়াৰ ফলত হোৱা এক দীৰ্ঘম্যাদী সংক্ৰামক ৰোগ। আৰম্ভণিতে ৫ৰ পৰা ২০ বছৰলৈ সংক্ৰমণৰ কোনো লক্ষণ নাথাকে। দেখা দিয়া লক্ষণৰ ভিতৰত প্ৰান্তীয় স্নায়ু তন্ত্ৰ, শ্বাস তন্ত্ ...

                                               

ধনুষ্টংকাৰ

ধনুষ্টংকাৰ মাংসপেশী সিৰামূৰিয়ে ধৰা এবিধ সংক্ৰমণ। বেছিকৈ দেখা প্ৰকাৰত সিৰামূৰি মুখৰ পাৰিত আৰম্ভ হৈ গোটেই গাতে বিয়পি পৰে। সিৰামূৰি প্ৰতিবাৰতে কেইমিনিটমান থাকে আৰু তিনি বা চাৰি সপ্তাহলৈ বাৰে বাৰে দেখা দিয়ে। বেছিকৈ সিৰামূৰি হলে হাড়ো ভাগিব পাৰে। আ ...

                                               

যক্ষ্মা

যক্ষ্মা) হৈছে বিভিন্ন প্ৰকাৰৰ মাইকবেক্টেৰিয়া, বিশেষকৈ মাইকবেক্টেৰিয়াম টিউবাৰকুলছিছৰ দ্বাৰা বহুলভাৱে হোৱা এবিধ সংক্ৰামক ৰোগ। এই বীজাণুৱে প্ৰধানকৈ হাঁওফাঁওত আক্ৰমণ কৰে যদিও দেহৰ অন্য অংশতো আক্ৰমণ কৰা দেখা যায়। ই এবিধ বতাহৰ যোগেদি বিয়পা ৰোগ;যক্ষ ...

                                               

আফ্ৰিকান ছোৱাইন ফিভাৰ

আফ্ৰিকান ছোৱাইন ফিভাৰ হৈছে ঘৰচীয়া আৰু বনৰীয়া গাহৰিৰ শৰীৰত ভাইৰাছৰ পৰা হোৱা এবিধ মাৰাত্মক সংক্ৰামক ৰোগ। এই বেমাৰবিধ গাহৰিৰ শৰীৰত সাধাৰণতে দেখা দিয়া ক্লাছিকেল ছোৱাইন ফিভাৰতকৈ বেলেগ আৰু এই বেমাৰবিধৰ কোনো প্ৰতিষেধক এতিয়ালৈ ওলোৱা নাই। আফ্ৰিকান ছোৱ ...

                                               

ইবলা ভাইৰাছ ৰোগ

ইবলা ভাইৰাছ ৰোগ বা ইবলা ৰক্তক্ষৰিত ৰোগ ইবলা নামৰ ভাইৰাছবিধৰ বাবে হোৱা মানুহৰ এটা ৰোগ। ইয়াৰ লক্ষণ সাধাৰণতে ভাইৰাছবিধ সংক্ৰমিত হোৱাৰ ২ দিনৰ পৰা তিনি সপ্তাহৰ ভিতৰত দেখা দিব পাৰে। এই ৰোগৰ প্ৰধান লক্ষণসমূহ হ’ল- জ্বৰ, ডিঙিৰ বিষ, মাংসপেশীৰ বিষ আৰু মূৰৰ ...

                                               

কৰনাভাইৰাছ ৰোগ ২০১৯

কৰনা ভাইৰাছ ৰোগ ২০১৯ হল severe acute respiratory syndrome coronavirus 2 বা চমুকৈ SARS-CoV-2 এ কৰা এক প্ৰকাৰৰ সংক্ৰামক ৰোগ। ২০১৯ চনত চীনৰ হুবেই প্ৰদেশৰ ৱুহান চহৰৰ পৰা এই ৰোগবিধ সমগ্ৰ বিশ্বতে বিয়পি পৰি ২০১৯ − ২০২০ চনৰ কৰনাভাইৰাছৰ বৈশ্বিক মহামাৰীৰ ...

                                               

ছোৱাইন ফ্লু

ছোৱাইন ফ্লুক বৰ্তমান ‘ইনফ্লুৱেঞ্জা-এ’ অথবা ‘H1N1 ফ্লু’ বুলিও জনা যায়। আৰম্ভণিতে গাহৰিৰপৰা মানুহলৈ এই ৰোগৰ সংক্ৰমণ হৈছিল আৰু এই ৰোগবিধ সৃষ্টি কৰা ভাইৰাছ গাহৰিৰ ইনফ্লুৱেঞ্জা কৰা ভাইৰাছৰ সৈতে একে বুলি ভবা হোৱা বাবে ইয়াক ‘ছোৱাইন ফ্লু’ বুলি কোৱা হৈছ ...

                                               

পানীলগা জ্বৰ

সাধাৰণ পানীলগা জ্বৰ হৈছে এক প্ৰকাৰৰ ভাইৰাছজনিত সংক্ৰামক ৰোগ। ই শ্বাস নলীৰ ওপৰৰ অংশত সংক্ৰমিত হয় আৰু প্ৰাথমিকভাৱে নাকত প্ৰভাৱ পেলায়। পানীলগাৰ সাধাৰণ উপসৰ্গবোৰ হৈছে কাহ, ডিঙিৰ পিৰপিৰণি, নাকৰ পৰা পানী ওলোৱা, হাঁচি, আৰু জ্বৰ। ই সাধাৰণতে সাতৰ পৰা দহ ...

                                               

হেপাটাইটিছ বি

হেপাটাইটিছ বি হৈছে হেপাটাইটিছ বি ভাইৰাছৰ সংক্ৰমণৰ ফলত হোৱা যকৃতৰ প্ৰদাহ সৃষ্টিকাৰী ৰোগ। পূৰ্বে "ছিৰাম হেপাটাইটিছ" নামৰে জনা যোৱা এই ৰোগে এছিয়া আৰু আফ্ৰিকাৰ কোনো কোনো অঞ্চলত মহামাৰীৰ সৃষ্টি কৰিছে, আৰু চীনত ইয়াৰ প্ৰাদুৰ্ভাৱ বেছি। বিশ্বৰ মুঠ জনসংখ ...

                                               

গনৰিয়া

গনৰিয়া এবিধ যৌনসংগমৰ দ্বাৰা সংক্ৰমিত ৰোগ। নেচেৰিয়া গনৰিয়া নামৰ এবিধ বেক্টেৰিয়াৰপৰা এই ৰোগ হয়। জনন অংগৰ উত্তাপ আৰু আৰ্দ্ৰ ঠাইবোৰত ই অতি সোনকালে বৃদ্ধি পায়। ই মুখ, ডিঙি, চকু আৰু শৌচদ্বাৰতো বৃদ্ধি পাব পাৰে।

                                               

চিফিলিছ

চিফিলিছৰ ঘাঁ আন ব্যক্তিক স্পৰ্শৰ যোগেৰে বিয়পে। এই ঘাঁ, পুৰুষৰ লিংগ, মহিলাৰ যোনী, মলদ্বাৰ বা মলভাণ্ডাৰত হয়। এই ঘাঁ ওঠ বা মুখৰ ভিতৰতো হ’ব পাৰে। গৰ্ভৱতী মহিলাৰ চিফিলিছ হ’লে গৰ্ভস্থ শিশুটিৰো এই ৰোগ হ’ব পাৰে। শৌচাগাৰ, কম’ডৰ চিট, দৰ্জাৰ হেণ্ডেল, চুইম ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →