ⓘ Free online encyclopedia. Did you know? page 122



                                               

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয়

বিষ্ণুৰাম মেধি চৰকাৰী আইন মহাবিদ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত আইন মহাবিদ্যালয়। ১৯১৪ চনত স্থাপিত এই মহাবিদ্যালয় পূৰ্বতে আৰ্ল কলেজ হিচাপে জনাজাত আছিল। ই অসম তথা সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমখন আইন মহাবিদ্যালয়। তদুপৰি এইখন মহাবিদ্যালয় ১৯০১ চনত স ...

                                               

বৰনগৰ মহাবিদ্যালয়

বৰনগৰ মহাবিদ্যালয় বা চমুকৈ বি এন কলেজ অসমৰ বৰপেটা জিলাৰ উচ্চশিক্ষাৰ শিক্ষানুষ্ঠানসমূহৰ অন্যতম। এই মহাবিদ্যালয়খন গৌহাটী বিশ্ববিদ্যালয়ৰ অধিভুক্ত। বৰনগৰ মহাবিদ্যালয়ক NAAC-ৰ B গ্ৰেড প্ৰদান কৰা হৈছে।

                                               

বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয়

বৰাক উপত্যকা অভিযান্ত্ৰিক মহাবিদ্যালয় ২০১৭ চনত অসমৰ কৰিমগঞ্জ জিলাত অসম চৰকাৰে প্ৰতিষ্ঠা কৰে। ২০১১ চনৰ ২ মাৰ্চ তাৰিখে তেতিয়াৰ অসমৰ মুখ্যমন্ত্ৰী তৰুণ গগৈ ডাঙৰীয়ায়ে প্ৰস্তাৱিত এই মহাবিদ্যালয় খনৰ আধাৰশিলা স্থাপন কৰে। মহাবিদ্যালয় খনে ২০১৭-১৮ শিক ...

                                               

ভোলানাথ মহাবিদ্যালয়

ভোলানাথ মহাবিদ্যালয় বা বি. এন. কলেজ ভাৰতৰ পশ্চিম অসমৰ ধুবুৰীত অৱস্থিত উচ্চতৰ শিক্ষাৰ প্ৰাচীনতম প্ৰতিষ্ঠানসমূহৰ মাজত এখন। মহাবিদ্যালয়খন ১৯৪৬ চনত মূলত ৺ভোলানাথ চৌধুৰীৰ লক্ষীপুৰ এষ্টেট জমিদাৰ পৰিয়ালৰ অনুদানৰ মাধ্যমত প্ৰতিষ্ঠিত হৈছিল। সেই অনুসৰি ম ...

                                               

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা ১৯৯৮ চনত ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুঁৱাবাৰী দলনিৰ পক্ষী উদ্যানখনিৰ কাষতে স্থাপিত হৈছিল মহাবিদ্যালয়খন। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড॰ প্ৰদীপ চন্দ্ৰ বৰা ...

                                               

হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া

হামিদাবাদ মহাবিদ্যালয়, সাতশিয়া খন ১৯৭৯ চনৰ ১৬ নৱেম্বৰ তাৰিখত প্ৰতিষ্ঠিত হৈছিল। অসমৰ ধুবুৰী জিলাৰ ব্ৰহ্মপুত্ৰ নদৰ দক্ষিণ পাৰৰ জামাদাৰহাট নামৰ ঠাইখনত এই মহাবিদ্যালয়খন অৱস্থিত। মহাবিদ্যালয়খন পোৰাভিটা বজাৰৰ পৰা আধা কিলোমিটাৰ দূৰৈত সাতশিয়া গাঁৱত ...

                                               

হাৰ্হি মহাবিদ্যালয়

হাৰ্হি মহাবিদ্যালয় ১৯৯৬ চনত ঢকুৱাখনা মহকুমাৰ হাৰ্হি অঞ্চলত চাৰিকড়ীয়া নদীৰ কাষৰ এক প্ৰাকৃতিক পৰিৱেশৰ মাজত স্থাপিত হৈছিল। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড০ মানস জ্যোতি নেওগ। ঢকুৱাখনা চহৰৰ পৰা পূৱে ছয় কিল’মিটাৰ দূৰত্বত ধেমাজি জিলা আৰু লখিমপুৰ ...

                                               

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয়

ৰাজীৱ গান্ধী বিশ্ববিদ্যালয় ১৯৮৪ চনত স্থাপিত ভাৰতৰ, অৰুণাচল প্ৰদেশৰ দৈমুখত অৱস্থিত এখন কেন্দ্ৰীয় বিশ্ববিদ্যালয়, বিশ্ববিদ্যালয়খনৰ আধাৰশিলা সেই সময়ৰ ভাৰতৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীয়ে স্থাপন কৰিছিল। এইখনেই হৈছে অৰুণাচল প্ৰদেশত প্ৰতিষ্ঠিত প্ৰ ...

                                               

শংকৰদেৱ শিশু নিকেতন, কৰৰা

শংকৰদেৱ শিশু নিকেতন, কৰৰা অসমৰ কামৰূপ জিলাৰ বাইহাটা চাৰিআলিৰ নিকটৱৰ্তী ননৰাত অৱস্থিত এখন বিদ্যালয়। সৰ্বভাৰতীয় সংস্থা বিদ্যা ভাৰতী পৰিষদৰ অন্তৰ্গত শিশু শিক্ষা সমিতি, অসমৰ যোগেৰে স্থাপিত হোৱা শংকৰদেৱ শিশু/বিদ্যা নিকেতনসমূহৰ অংশস্বৰূপে এই বিদ্যালয ...

                                               

শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা

শংকৰদেৱ শিশু নিকেতন, ঢকুৱাখনা ১৯৯৭ চনত বিদ্যা ভাৰতীৰ অধীনত মেগামিক্স প্ৰকৃতি সংঘ, ঢকুৱাখনাত স্থাপিত হৈছিল আৰু পাছত ঢকুৱাখনাৰ নৱকাঠৰবাৰী গাঁৱলৈ স্থায়ীভাৱে স্থানান্তৰ কৰা হৈছিল। এই বিদ্যালয়খনে ইতিমধ্যে ২০১৪ চনলৈকে একাধাৰে হাইস্কুল শিক্ষান্ত পৰীক্ ...

                                               

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া

শংকৰদেৱ শিশু নিকেতন, ৰঙিয়া কামৰূপ জিলাৰ অন্তৰ্গত ৰঙিয়া মহকুমাৰ ৰঙিয়া চহৰত অৱস্থিত এখন আগশাৰীৰ অসমীয়া মাধ্যমৰ বিদ্যালয়। ১৯৮৭ চনৰ ২২ ফেব্ৰুৱাৰী তাৰিখে ৰঙিয়া চহৰৰ মাজমজিয়াৰ ব্ৰিকফিল্ড কʼলʼনীত শিশুৰ সৰ্বাংগীণ শিক্ষাৰ মহৎ উদ্দেশ্য আগত লৈ স্থাপি ...

                                               

আকাশ বন্তি

কাতি বিহুৰ সন্ধিয়া পথাৰত খেতিয়কে আকাশ বন্তি জ্বলায়। লোকবিশ্বাস অনুসৰি, আকাশ বন্তিৰ পোহৰত হেনো আমাৰ উপৰিপুৰুষৰ আত্মা সৰগলৈ যাত্ৰা কৰে। সুখ আৰু শান্তিত আত্মাই দিন কটায়। অসমৰ স্থানবিশেষে আকাশ বন্তি পদুলিমুৰতো লগোৱা হয়। ইকৰা, নল, বা কুমলীয়া বাঁ ...

                                               

গৰু বিহু

বিহু অসমৰ জাতীয় উৎসৱ। বহাগ বিহু অথবা ৰঙালী বিহুৰ প্ৰথমটো দিন গৰু বিহু হিচাপে পালন কৰা হয়। চত আৰু বহাগ মাহৰ সংক্ৰান্তিৰ দিনা গৰু বিহু পালন কৰা হয়। অসমৰ গ্ৰাম্য সমাজৰ অন্যতম উৎসৱ এই গৰু বিহু। গৰু বিহুত গাঁৱৰ কৃষকসকলে ঘৰৰ গৰুকেইটাক ওচৰৰ নৈ অথবা জ ...

                                               

ফাট বিহু

ফাট বিহু ঢকুৱাখনাৰ চাৰিকড়ীয়া নৈৰ ‘ফাট’ ম’হঘূলি চাপৰিত অনুষ্ঠিত হৈ অহা বিহু। চাৰিকড়ীয়া নৈৰ পানীফাট বা ঘাটতেই পূৰ্বতে বহাগৰ সাতবিহু যোৱাৰ পিছত ঢকুৱাখনা -ৰ হাৰ্হি দেৱালয়ত কেইবাটাও জনগোষ্ঠীয় লোকে একেলগ হৈ বিহু মাৰিছিল। বৰ্তমান এই ফাট বিহু বহাগ ...

                                               

বিহুৰ সাজ-পোচাক আৰু অলংকাৰ

বিহুৰ সাজ পোচাকবোৰ পৰিপূৰ্ণ অসমীয়া কৃষ্টি আৰু আত্মনিৰ্ভৰশীলতাৰ পৰিচায়ক। অসমত থলুৱাভাবে উৎপাদন হোৱা ৰেচম বিশেষকৈ মুগা সূতা এক অপৰিহাৰ্য অংগ। বিহুত নাচনীয়ে মুগাৰ সাজ পৰিধান কৰে আৰু ঢ়ুলীয়াসকলে বা পুৰুষসকলে কপাহী চুৰীয়া পৰিধান কৰে। পুৰুষৰ দেহৰ ...

                                               

মেজি

মেজি হৈছে মাঘ বিহুত জ্বলাবলৈ তৈয়াৰ কৰা কাঠ বা খেৰৰ ওখ দম। বহু ঠাইত এনে মেজি কলগছৰ শুকান পাত, নৰা আদিৰে তৈয়াৰ কৰে আৰু বহু ঠাইত কাঠ-বাঁহ আদিৰেও তৈয়াৰ কৰা দেখা যায়। মাঘ বিহুৰ উৰুকাৰ নিশা মেজি জ্বলাই ভেলাঘৰত ভোজ ভাত খাই আনন্দ কৰে আৰু পিছদিনা বৰ ম ...

                                               

সাত বিহু

বিহু অসমৰ জাতীয় উৎসৱ। আমাৰ তিনিটা বিহুৰ ভিতৰত ব’হাগ বিহু বা ৰঙালী বিহুৱেই প্ৰধান। চ’ত মাহৰ শেষ দিনা বা সংক্ৰান্তিৰ পৰা ব’হাগ বিহু আৰম্ভ হয়। ইয়াক চ’তৰ বিহু বুলিও জনা যায়। জনবিশ্বাস মতে ডেকা-গাভৰুৱে মুকলি পথাৰত প্ৰেম- যৌৱনৰ গীতেৰে পুৰুষস্বৰূপ ম ...

                                               

ৰাতি বিহু

ৰাতি বিহু মৰাণ জনজাতিৰ ঐতিহাসিক সাংস্কৃতিক পৰিক্ৰমাৰ বাহক স্বৰূপ। ৰাতি বিহুৱেই মৰাণ সংস্কৃতিৰ স্বকীয় বৈশিষ্ট্য আৰু ঐতিহ্য অসমৰ জনমানসত দাঙি ধৰিছে আৰু জাতীয় পৰিচয় প্ৰতিফলিত কৰিছে। ৰাতি বিহু হ’ল- গাঁৱৰ ডেকাই সাজি লোৱা দুই কোঠালিযুক্ত ঐতিহ্যমণ্ডি ...

                                               

অনামিকা (শ্ৰব্য এলবাম)

অনামিকা হৈছে ১৯৯২ চনত এন কে প্ৰডাক্‌চনৰ বেনাৰত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গে এইটো এলবামেৰে অসমৰ সংগীত জগতত প্ৰৱেশ কৰে। জুবিন আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন, হীৰেন ভট্টাচাৰ্য, ৰেনু শৰ্ ...

                                               

আশা (এলবাম)

আশা হৈছে ১৯৯৫ চনত এন কে প্ৰডাক্‌চনৰ বেনাৰত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপল শৰ্মাই সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু প্ৰশান্ত বৰদলৈৰ। সংগীত ব্যৱস্থাপনা উৎপল শৰ্মাৰ। গীতকেইটিত কণ্ঠদান কৰে জুবিন ...

                                               

জুবিনৰ গান (শ্ৰব্য এলবাম)

জুবিনৰ গান হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। জুবিন গাৰ্গ আৰু উৎপলে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন আৰু বিজয় দুৱৰাৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন, মহালক্ষ্মী আয়াৰ আৰু হেমাই।

                                               

পাখি

পাখি হৈছে ২০০০ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিন গাৰ্গে সংগীত পৰিচালনা আৰু সংগীত ব্যৱস্হাপনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ আৰু দিগন্ত কলিতাৰ। গীতকেইটিৰ মূল ...

                                               

মায়া (শ্ৰব্য এলবাম)

মায়া হৈছে ১৯৯৪ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথা জুবিন গাৰ্গ, কপিল ঠাকুৰ আৰু হীৰেন ভট্টাচাৰ্যৰ। গীতকেইটিত কণ্ঠদান ক ...

                                               

মুক্তি (শ্ৰব্য এলবাম)

মুক্তি হৈছে ১৯৯৭ চনত মুক্তিলাভ কৰা এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এন কে প্ৰডাক্‌চনৰ বেনাৰত এলবামটি প্ৰযোজনা কৰে দেব কুমাৰে। জুবিন গাৰ্গে সংগীত পৰিচালনা কৰা এলবামটিৰ গীতৰ কথাও জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু জুবিনৰ ভগ্নী জংকী ব ...

                                               

ৰং (শ্ৰব্য এলবাম)

ৰং হৈছে এন কে প্ৰডাক্‌চন প্ৰযোজিত এখন অসমীয়া আধুনিক গীতৰ শ্ৰব্য এলবাম। এলবামটিৰ আটাইকেইটি গীতৰ কথা, সুৰ আৰু সংগীত ব্যৱস্থাপনা জুবিন গাৰ্গৰ। গীতসমূহত কণ্ঠদান কৰে জুবিন আৰু মহালক্ষ্মী আয়াৰে।

                                               

মালয়েছিয়া এয়াৰলাইন্স ফ্লাইট ৩৭০

উৰণ সংখ্যা MH-370 নামৰ আন্তঃৰাষ্ট্ৰীয় উৰাজাহাজ এখন মালায়ছিয়াৰ কুৱালালামপুৰ চহৰৰ পৰা চীনদেশৰ বেইজিং চহৰলৈ গৈ থকাৰ মাজ আকাশত নোহোৱা হৈ যায়৷ ২২৭জন যাত্ৰী, দুজন বিমানচালক আৰু ১০গৰাকী পৰিচাৰীকাৰে সৈতে উৰাজাহাজখন ৮-মাৰ্চ-২০১৪-ৰ মাজনিশা স্থানীয় ০১: ...

                                               

ভিচছ

ভিচছ ইণ্টাৰনেটত বিখ্যাত মাইকেল ষ্টিভেন্সৰ দ্বাৰা চালিত এটি ইউটিউব চেনেল। এই চেনেলত বিজ্ঞান, দৰ্শনৰ বিষয়ে ভিডিঅ দিয়া হয়, কেতিয়াবা খেল, প্ৰযুক্তি, সংস্কৃতি আৰু অন্যান্য জনপ্ৰিয় বিষয়েও ভিডিঅ প্ৰকাশিত কৰা হয়।

                                               

মি এট দ্য জু

মি এট দ্য জু ইউটিউবত আপলড হোৱা প্ৰথম ভিডিঅ। ছাইটৰ সহ-সংস্থাপক জাৱেদ কৰীমে জাৱেদ ব্যৱহাৰকাৰী নামেৰে ২৩ এপ্ৰিল ২০০৫ত এই ভিডিঅ আপলড কৰিছিল। তেওঁ সেইদিনাই নিজৰ ইউটিউব একাউণ্ট সৃষ্টি কৰিছিল। ১৯ ছেকেণ্ডৰ ভিডিঅটোত জাৱেদ হাতীৰ সন্মুখলৈ যায় আৰু প্ৰশংসা ক ...

                                               

ৱিকিমিডিয়া কমন্স

ৱিকিমিডিয়া কমন্স বা ৱিকিকমন্স নামেৰেও পৰিচিত। কমন্স এটা চিত্ৰ, শব্দ বা সংগীত আৰু অন্যান্য মাল্টিমিডিয়া ফাইলৰ এটা উন্মুক্ত ভঁৰাল। এইটো ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ ৱিকিপিডিয়াৰ দৰেই আৰু এটা প্ৰকল্প, কিন্তু ই ৱিকিপিডিয়াৰ লগতে আনবোৰ সহযোগী প্ৰকল্প যে ...

                                               

এডিটাথন

এডিটাথন বা সম্পাদনা মেলা হৈছে এক অনুষ্ঠান যত আন্তঃজাল জগতৰ কোনো বিশেষ সমূদায় যেনে ৱিকিপিডিয়া, অপেন ষ্ট্ৰীট মেপ, লোকেল ৱিকি আদিৰ সম্পাদকসকলে কোনো এক নিৰ্দিষ্ট বিষয়ৰ ওপৰত আধাৰিত বিষয়ৰ প্ৰবন্ধ লিখে, অনুবাদ কৰে বা উন্নীতকৰণ প্ৰক্ৰিয়াত অংশ লয়। এ ...

                                               

ৱিকি ৰেবিট হোল

ৱিকি ৰেবিট হোল হৈছে এজন পাঠকে ইণ্টাৰনেটত ব্ৰাউজ কৰোঁতে ৱিকিপিডিয়া আৰু অন্যান্য ৱিকিলৈ এটা বিষয়ৰ পৰা আন এটা বিষয়লৈ ভ্ৰমণ কৰা শিক্ষণ পথ। ইয়াক ৱিকি ব্লেক হোল বা ৱিকি হোল হিচাপেও জনা যায়। এই হোল বা অসমীয়াত গহ্বৰৰ ৰূপক এলিচছ্ এডভেন্সাৰ ইন ৱাণ্ডৰ ...

                                               

ৱিকিপিডিয়া বট

ৱিকিপিডিয়া বট একপ্ৰকাৰৰ ইণ্টাৰনেবট যি স্বয়ংক্ৰিয় বা অৰ্ধ-স্বয়ংক্ৰিয় ভাবে পূৰ্বনিৰ্ধাৰিত উদ্দেশ্য পূণৰাবৃত্তিমূলক সম্পাদনাসমূহ কৰে। ৱিকিপিডিয়াত মানুহৰ বাবে কৰা অত্যন্ত দুৰূহ আৰু সময় অপব্যয়ক কাৰ্য সম্পাদন কৰিবলৈ বট ব্যৱহাৰ কৰা হয়। উদাহৰণ স ...

                                               

ৱিকিপিডিয়াৰ চেন্সৰ

মুক্ত অনলাইন বিশ্বকোষ ৱিকিপিডিয়াক বিশ্বৰ বহুতো দেশত চেন্সৰ বা অৱৰোধ কৰা হৈছে, যাৰ ভিতৰত চীন, ফ্ৰান্স, জাৰ্মানী, ইৰান, পাকিস্তান, ৰাছিয়া, চৌদি আৰৱ, ছিৰিয়া, থাইলেণ্ড, তুনিছিয়া, তুৰস্ক, যুক্তৰাজ্য, উজিবেকিস্তান আৰু ভেনিজুৱেলা উল্লেখযোগ্য। ইয়াৰে ...

                                               

ৱিক্স্যনেৰী

ৱিক্স্যনেৰী বা ৱিকি অভিধান এক বহুভাষিক, ৱেবভিত্তিক প্ৰকল্প যত সকলো ভাষাৰ সকলো শব্দৰে এখন মুক্ত অভিধান সজাৰ প্ৰয়াস কৰা হয়। এটা ৱিকিৰ জৰিয়তে ইয়াত সহযোগিতামূলক সম্পাদনা কৰা হয়। wiki আৰু dictionary শব্দ দুটাৰ পৰা ইয়াৰ নামটো লোৱা হৈছে। ১৭১টা ভাষ ...

                                               

ছেভেন ইয়াৰ্ছ ইন টিবেট

ছেভেন ইয়াৰ্ছ ইন টিবেট: মাই লাইফ বিফৰ, ডিউৰিং এণ্ড আফটাৰ হৈছে অষ্ট্ৰিয়াৰ পৰ্বতাৰোহী হেইনৰিখ হাৰাৰে ৰচনা কৰা এখন আত্মজীৱনীমূলক গ্ৰন্থ। দ্বিতীয় বিশ্বযুদ্ধ আৰু সমাজতান্ত্ৰিক চীনা পিপলছ লিবাৰেচন আৰ্মিৰ আক্ৰমণ চলি থাকোঁতে ১৯৪৪ আৰু ১৯৫১ চনৰ ভিতৰত তেও ...

                                               

মোৰ সত্য অন্বেষণৰ কাহিনী

মোৰ সত্য অন্বেষণৰ কাহিনী মোহনদাস কৰমচান্দ গান্ধীৰ আত্মজীৱনী। ইয়াত শৈশৱৰপৰা ১৯২১ চনলৈকে তেওঁৰ জীৱনাৱলী প্ৰকাশ হৈছে। এইখন সাপ্তাহিককৈ লিখা হৈছিল আৰু তেওঁৰ কাকত নৱজীৱন ত ১৯২৫ চনৰপৰা ১৯২৯ চনলৈ প্ৰকাশ হৈছিল। ইয়াৰ ইংৰাজী অনুবাদ তেওঁৰ অন্যখন কাকত ইয়ং ...

                                               

ইলিয়াড

ইলিয়াড বা ইলিয়াদ হোমাৰৰ দ্বাৰা ৰচিত মহাকাব্য দুখনৰ ভিতৰত এখন। আনখন হ’ল ওডিছী। ট্ৰয় নগৰৰ আন নাম ইলিয়াছ বা ইলিয়াম। সেই ইলিয়াছৰে বৈভৱ, বিক্ৰম আৰু বিধ্বংসনৰ বৃত্তান্ত আছে বাবেই মহাকাব্যখনৰ নাম ইলিয়াড।

                                               

ওডিছী

ওডিছী এখন মহাকাব্য। এই গ্ৰন্থখনৰ লেখক- হোমাৰ। ওডিছী হোমাৰৰ দ্বিতীয়খন মহাকাব্য। প্ৰথমখনৰ নাম ইলিয়াড। ট্ৰজানযুদ্ধৰ পাছত স্বদেশলৈ প্ৰত্যৱৰ্তন কৰা মহাবীৰ ইউলিছিছৰ নৌযাত্ৰাত নানাৰূপ বিপৰ্যয়ৰ পাছত নিৰ্ডন দ্বীপত কেলিপ্সো নামৰ এক দেৱীৰ বন্দী হৈ থকা অৱ ...

                                               

গান্ধী দ্য মেন

গান্ধী দ্য মেন হল একনাথ ঐশ্বৰণে লিখা মহাত্মা গান্ধীৰ জীৱনী। কিতাপখন মূলতে ১৯৭৩চনত আমেৰিকাত প্ৰকাশ হৈছিল। পৰৱৰ্তী বহুবোৰ সংবৰ্ধিত সংস্কৰণো প্ৰকাশ হৈছে। ইংৰাজীৰ বাহিৰেও বহুবোৰ ভাষাত বিদেশী সংস্কৰণ প্ৰকাশ হৈছে। বাতৰি কাকত, প্ৰফেচনেল জাৰ্নেল আৰু ৱেবচ ...

                                               

গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড

গান্ধী, ফাইটাৰ ৱিদাউট আ চৰ্ড হল জেনেট ইটনে লিখা মোহনদাস কৰমচান্দ গান্ধীৰ জীৱনী। এইখন শিশুসকলৰ বাবে লিখা হৈছিল। ৰাফ ৰেই ইয়াৰ ছবিবোৰ আঁকিছিল। জীৱনীখন ১৯৫০ চনত প্ৰথমবাৰৰ বাবে প্ৰকাশ হয় আৰু ১৯৫১ চনত ই নিউবেৰী অনৰ লাভ কৰে।

                                               

দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী

দ্য ডেথ এণ্ড আফটাৰ লাইফ অৱ মহাত্মা গান্ধী হল ভাৰতীয় লেখক মকৰণ্ড পাৰাঞ্জপেই লিখা আৰু পেঙ্গুইন ৰেণ্ডম হাউচে প্ৰকাশ কৰা এখন বাস্তৱভিত্তিক কিতাপ। গান্ধীৰ হত্যাকাণ্ডক লৈ হোৱা বিশ্লেষণ আৰু হত্যাকাণ্ডৰ পিছৰ পৰিস্থিতিৰ ওপৰত ভিত্তি কৰি কিতাপখন লিখা হৈছে।

                                               

দ্য ৱেল্থ অৱ নেশ্বন্স

এন এনকুৱাইৰি ইণ্টু দ্য নেচাৰ এণ্ড কজেচ অৱ দ্য ৱেল্থ অৱ নেশ্বন্স, বা চমুকৈ দ্য ৱেল্থ অৱ নেশ্বন্স, হৈছে স্কটলেণ্ডৰ অৰ্থনীতিবিদ আৰু মানৱ দাৰ্শনিক এডাম স্মিথৰ আটাইতকৈ অধিক চৰ্চিত গ্ৰন্থ। ১৭৭৬ত প্ৰকাশিত এই গ্ৰন্থ বিশ্বৰ প্ৰথম এনে গ্ৰন্থসমূহৰ অন্যতম যি ...

                                               

বাপু (গ্ৰন্থ)

বাপু: কনভাৰ্চেচনচ্ এণ্ড কৰেচপণ্ডেন্স উইথ মহাত্মা গান্ধী হল এফ মেৰী বৰৰ আত্মজীৱনীমূলক বৰ্ণনা যত তেওঁ গান্ধীৰ সৈতে তেওঁৰ সম্পৰ্ক আৰু বাৰ্তালাপৰ বিষয়ে লিখিছে, যাক তেওঁ বাপু অৰ্থাৎ দেউতা বুলিছে। লেখিকালৈ লিখা গান্ধীৰ বহুতো চিঠি কিতাপখনত অন্তৰ্ভুক্ত ...

                                               

কৌটিল্যৰ অৰ্থশাস্ত্ৰ

অৰ্থশাস্ত্ৰ কৌটিল্যৰ দ্বাৰা ৰচিত এখন বিশ্ব-বিশ্ৰুত গ্ৰন্থ, এই গ্ৰন্থত প্ৰাচীন ভাৰতীয় ৰাজনীতি সম্পৰ্কে বিস্তৃত আৰু প্ৰামান্য তথ্য পাতি পোৱা যায়। ভাৰতীয ৰাজনীতি বিজ্ঞানৰ এইখনেই প্ৰাচীনতম আৰু প্ৰামাণিক গ্ৰন্থ। আধুনিক ৰাজনীতি বিজ্ঞানৰ প্ৰাচীন পাৰিভ ...

                                               

চৰক সংহিতা

চৰক সংহিতা হ’ল ভাৰতীয় পৰম্পৰাগত ঔষধী ব্যৱস্থা আয়ুৰ্বেদৰ এক প্ৰাচীন গ্ৰন্থ।সুশ্ৰুত সংহিতাৰে সৈতে খ্ৰীষ্ট জন্মৰ কিছু শতিকা পিছতেই ৰচিত হোৱা এই গ্ৰন্থখন এই ব্যৱস্থাৰ প্ৰতিস্থাপক। অৱশ্যে এই গ্ৰন্থ দুখনৰ প্ৰকৃত ৰচনাকাল সম্পূৰ্ণ স্পষ্ট নহয়। চৰক সংহি ...

                                               

পঞ্চতন্ত্ৰ

পঞ্চতন্ত্ৰ সংস্কৃত ভাষাত ৰচিত এখন প্ৰাচীন গ্ৰন্থ। ৰচয়িতা কবি বিষ্ণু শৰ্মা। কিন্তু এই গ্ৰন্থৰ মূল পাণ্ডুলিপি পোৱা হোৱা নাই। বিভিন্ন উপদেশমূলক গল্পৰ সঙ্কলন এইখন গ্ৰন্থ। জীৱন পথৰ নানা উপদেশ এই গ্ৰন্থৰ বিভিন্ন গল্পেৰ যোগেদি উদাহৰণদি দাঙি ধৰিছে। গ্ৰন ...

                                               

মাগোল

মাগোল হৈছে জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ ছিৰিজত কোনো যাদুকৰী ক্ষমতা নথকা বা যাদুৰ জগতখনত জন্ম নোহোৱা মানুহক বুজাবলৈ ব্যৱহৃত এক শব্দ।মাগোলৰ কোনো যাদুকৰী তেজ নাথাকে। মাগোল শব্দটি স্কুইব বা মাগোল-জন্মা মাগোল-বৰ্ণ শব্দৰ পৰা পৃথক। স্কুইব শব্দই যাদুকৰ ...

                                               

হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহ

জে কে ৰাউলিঙৰ হেৰী পটাৰ বিশ্বৰ যাদুপ্ৰাণীসমূহৰ তালিকাখন বিচিত্ৰ আৰু বাৰেভচহু অলেখ জীৱ-জন্তুৰে ভৰপূৰ। সাতখন গ্ৰন্থৰ এই শৃংখলাটিত হেৰী পটাৰ আৰু তাৰ বন্ধুসকলে বিভিন্ন অভিযানতেই হওক বা যাদু প্ৰাণীৰ তত্ত্বাৱধান শ্ৰেণীতেই হওক নানান জীৱ-জন্তুৰ সন্মুখীন ...

                                               

হ’ৰক্ৰাক্স

হৰক্ৰাক্স হৈছে ইংৰাজ লেখিকা জে. কে. ৰাউলিং ৰচিত হেৰী পটাৰ গ্ৰন্থ শৃংখলাত উল্লিখিত এবিধ যাদুকৰী সামগ্ৰী। এই যাদুকৰী সামগ্ৰীৰ মাজত এজন লোকে নিজৰ প্ৰাণশক্তিৰ একাংশ লুকুৱাই ৰাখিব পাৰে। হৰক্ৰাক্সটো সুৰক্ষিত অৱস্থাত থাকিলে উক্ত লোকজনৰ জীৱনো সুৰক্ষিত হৈ ...

                                               

এৰী ৰেচম

এৰী ৰেচম উত্তৰ-পূৱ ভাৰত আৰু চীন তথা জাপানৰ কিছু অঞ্চলত পোৱা ছামিয়া চিন্থিয়া ৰিচিনি নামৰ এবিধ পলুৰ পৰা আহৰণ কৰা হয়। এৰী নামটো অসমীয়া এৰা শব্দটোৰ পৰা আহৰণ কৰা হৈছে; এৰা হৈছে এবিধ গুল্মজাতীয় উদ্ভিদ, ইয়াৰ পাত এৰী পলুৰ প্ৰধান খাদ্য। ইংৰাজীত ইয়া ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →