ⓘ Free online encyclopedia. Did you know? page 117



                                               

হাৰিভাংগা

হাৰিভাংগা অসমৰ নলবাৰী জিলাৰ টিহু ৰাজহ চক্ৰৰ অন্তৰ্গত নামবৰভাগ মৌজাৰ পূব অংশত অৱস্থিত এখন বৃহৎ গাঁও। গাঁওখনত চুবুৰীৰ সংখ্যা ১৮ টা।

                                               

হৰিপুৰ গাঁও

হৰিপুৰ গাঁওখন শদিয়া মহকুমা তথা শদিয়া মৌজাৰ অন্তৰ্গত। শদিয়া মহকুমাৰ সদৰ ঠাই চপাখোৱৰ পশ্চিম দিশত হৰিপুৰ গাঁও অৱস্থিত। এই গাঁওখন চপাখোৱাৰ পৰা প্ৰায় ১১ কিলোমিটাৰ দূৰত্বত অৱস্থিত। হৰিপুৰলৈ যাবলৈ ইচলামপুৰ তিনিআলিৰ পৰা ফালৰি কাতি যোৱা পথটোৰে যাব লাগ ...

                                               

হৰিৰহাট

ঠাইখনৰ আঞ্চলিক বিশেষ ভাষা হিচাপে অসমীয়া ভাষা আৰু কোচ ৰাজবংশী ভাষা ৰ ব্যবহাৰ কৰা হয়। যিকোনো কাৰ্য্যালয়ৰ কামৰ বাবে কেবল অসমীয়া ভাষা ৰ প্ৰয়োগ কৰা হয়।

                                               

ৰজাগাঁও

ৰজাগাঁও নগাঁও জিলাৰ দক্ষিণ প্ৰান্তৰ এখনি সৰু ঠাই যদিওবা ই শিক্ষা দীক্ষাত আগবঢ়া। ইয়াত এখন ছোৱালী হাইস্কুল, এখন উচ্চতৰ মাধ্যমিক বিদ্যালয়, এখন ডিগ্ৰী কলেজ আছে। ৰজাগাঁও, শিঙিমাৰী পঞ্চায়তৰ অন্তৰ্গত। বৃহত্তৰ শিঙিমাৰী এলেকাৰ প্ৰাণকেন্দ্ৰ ৰজাগাঁও হোৱ ...

                                               

কলিয়াবৰ মহকুমা

কলিয়াবৰ, অসমৰ নগাঁও জিলাৰ পূব দিশত অৱস্থিত অন্তৰ্ভুক্ত এখন মহকুমা। নগাঁও জিলাৰ পৰা ইয়াৰ দূৰত্ব ৪৮ কিলোমিটাৰ। উজনি আৰু নামনি অসমৰ মধ্যত ইয়াৰ অৱস্থিতি। উপক্ৰান্তীয় অঞ্চলটোৰ ৯৩ ০ - ৯৮ ০ পূব দ্ৰাঘিমাংশ ২৬ ০ -২৭ ০ উত্তৰ অক্ষাংশৰ মাজত অৱস্থিত। কলিয ...

                                               

গহপুৰ

গহপুৰ ভাৰতৰ উত্তৰ-পূবৰ ৰাজ্য অসম বিশ্বনাথ জিলাৰ এটা মহকুমা আৰু এখন ইতিহাস প্ৰসিদ্ধ নগৰ। ইয়াতেই স্বাধীনতা সংগ্ৰামী কনকলতা বৰুৱাৰ জন্ম হয়। ৰামচন্দ্ৰ বা প্ৰতাপচন্দ্ৰ বা মায়ামত্ত ৰজাৰ ঔৰসত তেওঁৰ মহিষী নাম্নী বা চন্দ্ৰপ্ৰভা ৰাণীৰ গৰ্ভত,১৩০০ খ্ৰীষ্ট ...

                                               

তামুলপুৰ মহকুমা

তামুলপুৰ অসমৰ বাক্সা জিলাৰ এটা মহকুমা। চৈধ্যটা জাতি-জনগোষ্ঠীৰে পৰিপূৰ্ণ তামুলপুৰ মহকুমাটি ভাৰত-ভূটান সীমান্তৱৰ্তী অঞ্চলত অৱস্থিত। বাক্সা জিলাৰ সদৰ মুছলপুৰৰ পৰা তামুলপুৰৰ দূৰত্ব ৭৩ কিলোমিটাৰ।

                                               

তিতাবৰ মহকুমা

তিতাবৰ হৈছে অসমৰ যোৰহাট জিলাৰ এটা মহকুমা। যোৰহাটৰ পৰা ২০ কিঃমিঃ আঁতৰত অৱস্থিত তিতাবৰ বিশেষকৈ ধান উৎপাদনৰ কাৰণে বিখ্যাত। এছিয়াৰ ভিতৰতে ডাঙৰ ধান গৱেষণা কেন্দ্ৰ ইয়াতেই অৱস্থিত। মহকুমাৰ সদৰ ঠাই হৈছে তিতাবৰ। এই নগৰৰ লেখত লবলগীযা প্ৰতিষ্ঠানসমূহ হল - ...

                                               

বোকাখাত মহকুমা

বোকাখাত মহকুমা হৈছে গোলাঘাট জিলাৰ তিনিটা মহকুমাৰ ভিতৰত অন্যতম। ১৯৯২ চনত গোলাঘাট মহকুমাৰ পৰা ফালি আনি প্ৰথমতে ৰঙামাটি, মহুৰা, খুমটাই মৌজাৰ একাংশ, বোকাখাত আৰু কাজিৰঙা মৌজাক লৈ এই মহকুমাৰ গঠন কৰা হৈছিল। পৰৱৰ্তী সময়ত খুমটাই আৰু ৰঙামাটি মৌজাক পূৰ্বৰ ...

                                               

মাৰ্ঘেৰিটা মহকুমা

এই পৃষ্ঠাখন তিনিচুকীয়া জিলাৰ মহকুমাটোৰ বিষয়ে। মাৰ্ঘেৰিটা ইংৰাজী: Margheritaভাৰতবৰ্ষৰ উঃ পূৰ্বাঞ্চলৰ ৰাষ্ট্ৰ অসমৰ সীমামূৰীয়া তিনিচুকীয়া জিলাৰ অন্তৰ্গত তিনিওটা মহকুমাৰ ভিতৰত অন্যতম। ব্ৰিটিছ শাসনকালতেই ইয়াত গঢ়ি উঠা কয়লাক্ষেত্ৰসমূহৰ অৱদানৰ বাব ...

                                               

বেতবাৰী (মৌজা)

বেতবাৰী হৈছে শিৱসাগৰ জিলাৰ এক অন্যতম বৃহৎ মৌজা। অসমৰ বিভিন্ন প্ৰান্তত কেইবাখনো বেতবাৰী আছে যদিও দিচাংপৰীয়া এইখন বেতবাৰীৰ কথা সুকীয়া। প্ৰবল পৰাক্ৰমী আহোম ৰাজতন্ত্ৰৰ দুখনকৈ ৰাজধানী গড়গাওঁ আৰু ৰংপুৰ নিচেই কাষৰীয়া এইখন বেতবাৰীৰ ইতিহাস অতি চহকী। ম ...

                                               

উজনি অসম

উজনি অসম হৈছে অসমৰ এক প্ৰশাসনিক খণ্ড বা সংমণ্ডল। ব্ৰহ্মপুত্ৰ উপত্যকাৰ উচ্চাংশৰ অবিভক্ত লখিমপুৰ আৰু শিৱসাগৰৰে ই গঠিত হৈছে। অইন খণ্ডসমূহ হৈছে নামনি অসম, উত্তৰ অসম আৰু পৰ্বতীয়া আৰু বৰাক উপত্যকা। এই বিশেষ খণ্ডটো যোৰহাট জিলাৰ বিচাৰ-ব্যৱস্থাৰ অধীন। প্ ...

                                               

অসম সাহিত্য সভাৰ কলিয়াবৰ অধিৱেশন (২০১৫)

অসম সাহিত্য সভাৰ ত্ৰিসপ্ততিতম অধিৱেশন নগাঁও জিলাৰ কলিয়াবৰত ৩১ জানুৱাৰী ২০১৫ তাৰিখৰপৰা ৪ ফেব্ৰুৱাৰী ২০১৫ তাৰিখলৈ অনুষ্ঠিত হয়। তেজপুৰৰ পৰা প্ৰায় ২৫ কিঃমিঃ দূৰৈৰ ৰাষ্ট্ৰীয় ঘাইপথৰ কাষৰ মৌচন্দা পথাৰত অস্থায়ীভাৱে নিৰ্মিত পণ্ডিত আত্মাৰাম শৰ্মা সমন্ ...

                                               

অসম সাহিত্য সভাৰ দেৰগাঁও অধিৱেশন (২০১১)

অসম সাহিত্য সভাৰ ৭১-তম অধিৱেশন গোলাঘাট জিলাৰ দেৰগাঁওত ২০১১ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা অনুষ্ঠিত হয়। অস্থায়ী ভাৱে নিৰ্মিত হেমচন্দ্ৰ বৰুৱা ক্ষেত্ৰত এই অধিৱেশন অনুষ্ঠিত হয়। ৰংবং তেৰাঙৰ সভাপতিত্বত এই অধিৱেশন অনুস্থিত হৈছিল। সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ ...

                                               

অসম সাহিত্য সভাৰ বৰপেটাৰোড অধিৱেশন (২০১৩)

অসম সাহিত্য সভাৰ দ্বিসপ্ততিতম অধিৱেশন বৰপেটাৰোড চহৰত ৩০ জানুৱাৰী ২০১৩ তাৰিখৰপৰা ৫ ফেব্ৰুৱাৰী ২০১৩ তাৰিখলৈ অনুষ্ঠিত হয়। বৰপেটাৰোড চহৰৰ উপকণ্ঠত ৩১ নং ৰাষ্ট্ৰীয় ঘাইপথৰ দাঁতিত অস্থায়ী ভাৱে নিৰ্মিত ড॰ ভূপেন হাজৰিকা সমন্বয় ক্ষেত্ৰ ত অধিৱেশন অনুষ্ঠি ...

                                               

অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন (২০১২)

অসম সাহিত্য সভাৰ সপ্তম বিশেষ বাৰ্ষিক লিডু অধিৱেশন ২০১২ চনৰ ১ ফেব্ৰুৱাৰীৰ পৰা ৫ ফেব্ৰুৱাৰীৰ পৰা ৫ দিনীয়া কাৰ্য্যসূচীৰে তিনিচুকীয়া জিলাৰ লিডুত নিংৰুলা সমন্বয় ক্ষেত্ৰ ত অনুষ্ঠিত হৈ যায়। সাহিত্য সভাৰ আনুষ্ঠানিক সভাৰ বাহিৰেও অধিৱেশন স্থলীত গ্ৰন্থ ...

                                               

অমৃতভূষণ দেৱ অধিকাৰী

অমৃতভূষণ দেৱ অধিকাৰী এজন অসমীয়া সাহিত্যিক। তেখেত ১৯২৩ চনত যোৰহাটত অনুষ্ঠিত হোৱা অসম সাহিত্য সভাৰ পঞ্চম অধিবেশনৰ সভাপতি আছিল। ১৯শ শতিকাৰ শেষৰ ফালে গোৱালপাৰাত বাংলা ভাষাৰ প্ৰচলনৰ বাবে কৰা ষড়যন্ত্ৰক বাধা দিয়া ব্যক্তিসকলৰ ভিতৰত তেখেত অন্যতম আছিল।

                                               

জ্ঞাননাথ বৰা

জ্ঞাননাথ বৰা এগৰাকী কবি, প্ৰৱন্ধকাৰ আৰু শিক্ষাবিদ আছিল। গুৱাহাটী একতা সভাৰ অন্যতম প্ৰতিষ্ঠাতা আৰু সম্পাদক আছিল। অসম ছাত্ৰ সন্মিলনৰ তৃত্বীয় অধিবেশনৰ প্ৰধান সম্পাদক হৈছিল। ১৯৬৮ চনত তেজপুৰত অনুষ্ঠিত অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। সভাপতিৰ কাৰ ...

                                               

পৰমানন্দ ৰাজবংশী

ড° পৰমানন্দ ৰাজবংশী এজন অসমীয়া সাহিত্যিক আৰু বৰ্তমান অসম সাহিত্য সভাৰ সভাপতি।২০১৮ চনত অৰুণাচল প্ৰদেশৰ বৰডুমচাত ১ ফেব্ৰুৱাৰিৰ পৰা ৪ দিনীয়াকৈ সভাৰ ৭৪তম অধিৱেশনত তেওঁ সভাপতিৰ দায়িত্ব গ্ৰহণ কৰে। তেওঁ সুদীৰ্ঘ কাল অসম সাহিত্য সভাৰ বিভিন্ন পদবীত অধিষ ...

                                               

বিনন্দ চন্দ্ৰ বৰুৱা

বিনন্দ চন্দ্ৰ বৰুৱা এগৰাকী অসমীয়া ভাষাৰ কবি। এখেত ধ্বনি-কবি হিচাপেও পৰিচিত। ১৯৬৬ চনত বহা অসম সাহিত্য সভাৰ লক্ষীমপুৰ অধিবেশনৰ সভাপতি আছিল। শংখধ্বনি, প্ৰতিধ্বনি, আদি এখেতৰ উল্লেখযোগ্য গ্ৰন্থ।

                                               

মফিজুদ্দিন আহমদ হাজৰিকা

মফিজুদ্দিন আহমদ হাজৰিকা বিংশ শতিকাৰ প্ৰথম ভাগৰ এগৰাকী অসমীয়া কবি আৰু সাহিত্যিক। বিখ্যাত কবিতা পুথি ‘জ্ঞান মালিনী’ৰ ৰচক। মফিজুদ্দিন আহমদ হাজৰিকা ১৯৩০ চনত গোলাঘাটত বহা অসম সাহিত্য সভা অধিবেশনৰ সভাপতি আছিল। ১৯১৩ চনত শিৱসাগৰত বহা ছাত্ৰ সভাৰ সভাপতিত্ ...

                                               

ভোজন বিহাৰ (ঝুমুৰা)

মাধৱদেৱৰ ভোজন বিহাৰ শিশু উপযোগী এখন নাট বা ঝুমুৰা। ইয়াত গোপগণৰ সৈতে কানুৱে গৰু চৰাইছে। সকলোৱে বনভোজ খাবলৈ বহিল, এনেতে গাই-গৰুবোৰ কেনিবা গুচি গল। আধাখোৱাকৈ কৃষ্ণই পিছে পিছে লৰ দিলে, কিন্তু বিচাৰি নেপায়। শেষত বুজিব পাৰিলে গৰু আৰু গৰখীয়াবোৰ ব্ৰহ্ ...

                                               

অনামিকাৰ সপোন

কাণে কাণ মাৰি কোনোমতে চলি থকা তিনিজন ভাতৃৰ সপোন আছিল একমাত্ৰ ভনীয়েক অনামিকাক ইঞ্জিনীয়াৰ কৰাৰ। সেয়েহে অলেখ কষ্ট স্বীকাৰ কৰি গুৱাহাটীলৈ পঢ়িবলৈ পঠাইছিল তিনি ভাতৃয়ে। কিন্তু গুৱাহাটীলৈ আহি ৰঙীন জগতখনৰ চিকমিকনীত নিজকে হেৰুৱাই পেলায়। গুৱাহাটীৰ বিল ...

                                               

আকৌ এদিন

আকৌ এদিন ইতিমধ্যে গীতিকাৰ হিচাপে পৰিচিত ৰাজদ্বীপৰ নাট্যকাৰ হিচাপে অসমৰ ভ্ৰাম্যমাণ থিয়েটাৰতপ্ৰথম পদক্ষেপ । নাটকখনৰ মুখ্য আকৰ্ষণ হিচাপে আছিল ইতিমধ্যে ইউ টিউবত জনপ্ৰিয়তা অৰ্জন কৰা পাপনৰ কণ্ঠত ‘আকৌ এদিন’ শীৰ্ষক কবিতাটো। লগতে আছিল জুবিন গাৰ্গৰ কন্ঠৰ ...

                                               

উপলব্ধি

নায়কে বেংগলুৰুলৈ পঢ়িবলৈ গৈ বাহিৰৰ ৰং-চঙীয়া পৰিৱেশৰ মাজত নিজকে বিলীন কৰি দিয়াৰ পাছত কেনেকৈ নিজৰ জীৱনলৈ অমানিশা মাতি আনিছিল তাৰেই কাহিনীৰে আগবাঢ়িছে ‘উপলব্ধি। ’ নায়কে বেংগালুৰুত সঙ্গদোষত পৰি বহুতো বেয়া অভ্যাস গঢ়ি লয়। যাৰ ফলশ্ৰুতিত এটা দুৰাৰ ...

                                               

কইনা সজাব কোনে

                                               

বোৱাৰী

গাঁৱৰ এজন সহজ সৰল যুৱকযতীন বৰাৰ কথাৰে কাহিনীভাগ আগবাঢ়িছে। নায়কে গাঁৱৰে এগৰাকী যুৱতীৰ প্ৰেমত পৰে। পিতৃৰ পৰা অনুমতি লৈ বিবাহ পাশত আৱদ্ধ হয়। পাছত পৰিয়ালৰ ভৰণ পোষণৰ বাবে এজন বন্ধুৰ তাগিদাত ভাৰতীয় সেনা বাহিনীত অংশগ্ৰহণ কৰে। চহৰত নায়কৰ ককায়েক ঘৰ ...

                                               

মা-কচম

যতীন বৰাই এজন গাড়ীৰ ড্ৰাইভাৰৰ চৰিত্ৰ ৰূপায়ণ কৰিছে। নায়কৰ উপাৰ্জনেৰে চলিছিল মাক আৰু তিনিজন ভায়েকৰ পৰিয়ালটো। নায়কে পৰিয়ালটোক সুখত ৰাখিবলৈ দিনৰ দিনটো কষ্ট কৰে। কিন্তু পৰিয়ালৰ কোনেও নায়কক ভাল নাপায়। ড্ৰাইভাৰ কাৰণে নিজৰ দাদা বুলি ক’বলৈ লাজ প ...

                                               

মানস কন্যা

এজন অতি দুখীয়া অথচ অতি জেদী আৰু অতি খঙাল যুৱকৰ ভুমিকাত আকাশদ্বীপ আৰু ধনীৰ দুলালীৰ ভূমিকাত আঙুৰলতাই অভিনয় কৰিছিল। নায়কৰ হঠাতে উঠা খং আৰু মাৰপিত কৰা স্বভাৱৰ বাবেই নায়িকাই মূৰত দুখ পাইছিল। কাহিনীৰ পাকচক্ৰত পৰি নায়কক ড্ৰাইভাৰ হিচাপে নায়িকাৰ পিত ...

                                               

ৰাং কুকুৰ (নাটক)

পিতৃৰ অৱৰ্তমানত এখন লাইন হোটেল চলাই নায়কে তপন দাস নিজৰ পৰিয়ালটোক পোহপাল দিছিল। সদায় বেমাৰ হৈ থকা মাক বা চহৰত থাকি পঢ়া শুনা কৰা ভায়েক বা গাঁৱৰ দুখীয়া ছাত্ৰবোৰৰ সকলোৰে অভাৱবোৰ পূৰ কৰিছিল। সমাজৰ ৰাং কুকুৰ ৰূপী ধনী মানুহবোৰে দুখীয়া মানুহবোৰৰ ত ...

                                               

কালিয়দমন নাট

কালিয়দমন নাট খন শ্ৰীমন্ত শঙ্কৰদেৱে ভাগৱতৰ দশম স্কন্ধৰ ষোড়শ-সপ্তদশ অধ্যায়ৰ ভেটিত ৰচনা কৰিছিল। শংকৰদেৱৰ দ্বাৰা ৰচিত এখন জনপ্ৰিয় নাট। পুত্ৰস্নেহী যশোদা আৰু কাণাইপ্ৰেমী গোপীসকলৰ উপৰিও নাগ পত্নীসকল এই নাটৰ নাৰীৰ চৰিত্ৰ আছিল।

                                               

পাৰিজাত হৰণ নাট

পাৰিজাত হৰণ নাট খনি মহাপুৰুষ শংকৰদেৱৰ দ্বাৰা ৰচিত শ্ৰেষ্ঠ নাট। নাটকীয় দৃষ্টিভংগীৰেও এই নাটখনি উচ্চ পৰ্যায়ৰ। নাটখনিৰ প্ৰত্যেকটো চৰিত্ৰই বিশেষকৈ নাৰী চৰিত্ৰ সমূহ স্বকীয় বৈশিষ্ট্য বিদ্যমান।

                                               

ৰাম বিজয়

নাট্য কাহিনীৰ আগভাগতেই শ্ৰীৰামচন্দ্ৰ্ক লক্ষ্মণ সহিতে প্ৰৱেশ কৰোৱা হৈছে আৰু তাৰ পাছত প্ৰৱেশ কৰোৱা হৈছে সখীদ্বয় কনকাৱতী আৰু মদন মন্থৰা সহিতে সীতাল। সীতাই সখীসকলৰ আগত বিজৰ মনোবেদনা ব্যক্ত কৰিছে যে পূৰ্বজন্মত তেওঁ নাৰায়ণক স্বামীৰূপে পাবৰ বাবে বহু ব ...

                                               

ৰুক্মিণী হৰণ নাট

ৰুক্মিণী হৰণ নাট খন ভাগৱত আৰু হৰিবংশমৰ পৰা কাহিনী সংগ্ৰহ কৰি ৰচনা কৰা হৈছিল। প্ৰেম আৰু মিলন, বিবাদেই হৈছে এই নাটখনৰ মূল সমল। কুণ্ডিলৰ ৰজা ভীষ্মকৰ কন্যা ৰুক্মিণীক কৃষ্ণৰ হাতত সমৰ্পণ কৰাৰ ইচ্ছা কৰিছিল। কিন্তু, জ্যেষ্ঠ ভাতৃ ৰুক্মবীৰে কৃষ্ণৰ পৰিৱৰ্তে ...

                                               

কুমাৰ কিশোৰ

কুমাৰ কিশোৰ অসমৰ এগৰাকী ঔপন্যাসিক৷ তেখেতৰ প্ৰকৃত নাম আছিল কিশোৰী মোহন শৰ্মা। কুমাৰ কিশোৰ আছিল তেখেতৰ সাহিত্যিক ছদ্মনাম। তেখেতৰ পিতৃৰ নাম আছিল দেৱদত্ত শৰ্মা আৰু মাতৃৰ নাম আছিল ত্ৰিপুৰা সুন্দৰী৷ কটন কলেজৰ পৰা স্নাতক ডিগ্ৰীলৈ পিছত তেখেতে পঞ্চায়ত বি ...

                                               

দণ্ডিনাথ কলিতা

দণ্ডিনাথ কলিতা এজন অসমীয়া কবি, গল্পকাৰ, ঔপন্যাসিক, নাট্যকাৰ তথা ব্যঙ্গ সাহিত্যিক। পঁচিশখনৰো অধিক গ্ৰন্থ প্ৰকাশ কৰাৰ লগতে তেখেতে এলানি পাঠ্যপুথিও ৰচনা কৰি অসমীয়া সাহিত্যলৈ অৱদান আগবঢ়াই গৈছে। সাধনা উপন্যাসৰ বাবে তেখেতে ১৯২৮ চনত অসম সাহিত্য সভাৰ ...

                                               

পদ্মাৱতী দেৱী ফুকননী

পদ্মাৱতী দেৱী ফুকননী আছিল অসমীয়া সাহিত্যৰ প্ৰথম লেখিকা। ষোল্ল শতিকাৰ একমাত্ৰ মহিলা কবি পদ্মপ্ৰিয়াৰ পাছৰ দুই শতিকাত কোনো অসমীয়া নাৰীয়ে সাহিত্য চৰ্চাত ভাগ লোৱা দেখা নাযায় যদিও ঊনবিংশ শতিকাৰ শেষৰ ফালে পদ্মাৱতী দেৱীয়ে আগৰ পৰম্পৰাৰ পৰা আঁতৰি আহি ...

                                               

অনন্ত আচাৰ্য

অনন্ত আচাৰ্য অনন্ত আচাৰ্য আছিল ১৮ শতিকাৰ কবি ৷ ‘আনন্দ লহৰী’ গ্ৰন্থখন তেওঁ ৰচনা কৰা৷ বৰৰজা ফুলেশ্বৰী আৰু শিৱশিংহৰ নিৰ্দেশত আৰু শংকৰাচাৰ্যৰ ‘সৌন্দৰ্য লহৰী’ স্তোত্ৰৰ আদৰ্শত পুথিখন ৰচনা কৰিছিল৷ তেওঁ শক্তি পূজক আছিল৷

                                               

কবিৰাজ চক্ৰৱৰ্তী

কবিৰাজ চক্ৰৱৰ্তী আহোম যুগৰ এগৰাকী শ্ৰেষ্ঠ কবি। কবিৰাজ চক্ৰৱৰ্তী ৰ প্ৰকৃত নাম ৰামনাৰায়ণ চক্ৰৱৰ্তী। কবিৰাজ চক্ৰৱৰ্তী আহোম স্বৰ্গদেউ ৰুদ্ৰ সিংহ, শিৱ সিংহ আৰু বৰৰজা ফুলেশ্বৰীৰ ৰাজসভাৰ ৰাজকবি আছিল। এখেতক কৱিৰাজ উপাধি কোনে প্ৰদান কৰিছিল জনা নাযায়। কৱ ...

                                               

হেমাংগ কুমাৰ দত্ত

হেমাংগ কুমাৰ দত্ত এগৰাকী অসমীয়া কবি আৰু প্ৰবন্ধকাৰ। সীমিত সংখ্যক কবিতাৰে অসমীয়া কাব্য-সাহিত্যত প্ৰভাৱ বিস্তাৰ কৰা কবিসকলৰ ভিতৰত তেওঁ অন্যতম। ৰাতিৰ কবিতা, চহৰত চেলকাৰ্ক আদি তেওঁ লিখা বহু-চৰ্চিত কবিতা। অথবা কাব্যগ্ৰন্থৰ বাবে মুনীন বৰকটকী বঁটা লাভ ...

                                               

ৰঘুনাথ দাস মহন্ত

ৰঘুনাথ দাস মহন্ত ১৮শ শতিকাৰ এজন অসমীয়া লেখক। তেওঁ শ্ৰীমন্ত শংকৰদেৱৰ শিষ্য সতানন্দ বৰভকতৰ সপ্তম পুৰুষ। ৰামায়ণক ভিত্তি কৰি তেওঁ শত্ৰুঞ্জয়, অদ্ভুত ৰামায়ণ আৰু কথা ৰামায়ণ নামৰ তিনিখন গ্ৰন্থ ৰচনা কৰিছিল। ইণ্ডো-আৰ্য মূলৰ যিকোনো ভাষাত "কথা ৰামায়ণে" ...

                                               

ৰমাকান্ত চৌধুৰী

ৰমাকান্ত চৌধুৰী অৰুণোদয় যুগৰ এগৰাকী অসমীয়া কবি আৰু নাট্যকাৰ। তেখেত আধুনিক অসমীয়া কাব্যজগতৰ প্ৰথম বৰ্ণনাত্মক কাব্যৰ ৰচক। তেখেতক অসমীয়া পৌৰাণিক নাটকৰ জনক বুলিও অভিহিত কৰা হয়। ৰমাকান্ত চৌধুৰী দেউতাক লক্ষ্মীকান্ত চৌধুৰী। ১৮৭০ চনত তেখেতে কলেজিয়ে ...

                                               

জাহ্নৱী বৰুৱা

জাহ্নৱী বৰুৱা এগৰাকী অসমীয়া ভাৰতীয় লেখিকা। তেওঁৰ দ্বাৰা ৰচিত Next Door চুটিগল্পৰ সংকলনটি সমালোচকৰ দ্বাৰা বহুলভাৱে প্ৰশংসিত হৈছিল। এই সংলনটোত সন্নিবিষ্ট গল্পসমূহ অসমৰ উগ্ৰবাদী সমস্যাৰ ওপৰত ভিত্তি কৰি লিখা হৈছে। জাহ্নৱী বৰুৱা পেছাত এগৰাকী চিকিৎসক ...

                                               

লক্ষ্মীধৰ শৰ্মা

কুৰি শতিকাৰ বিশ আৰু ত্ৰিশৰ দশকৰ অসমীয়া ভাষা-সাহিত্যৰ এক দৃঢ় কণ্ঠস্বৰ আছিল লক্ষ্মীধৰ শৰ্মা । সমসাময়িক ৰাজনৈতিক, অৰ্থনৈতিক, সামাজিক ক্ষেত্ৰখনৰ লগতো তেখেত গভীৰভাৱে জড়িত হৈ আছিল। স্বাধীনতা সংগ্ৰামতো তেখেতে সক্ৰিয় ৰূপত অংশগ্ৰহণ কৰিছিল। নিজৰ গল্প ...

                                               

ৰুবুল দাস

ৰুবুল দাস অসমৰ এগৰাকী লেখক তথা সাংবাদিক। ২০০০ চনৰ পৰাই সক্ৰিয় সাংবাদিকতাৰ সৈতে জড়িত ৰুবুল দাসে সম্প্ৰতি প্ৰথম খবৰৰ সম্পাদক হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে। ইয়াৰ পূৰ্বে তেওঁ অসমীয়া খবৰ, নিউজ লাইভ, আছাম টকছ আদি বাতৰি কাকত আৰু নিউজ চেনেলৰ সৈতে জড়িত ...

                                               

আলি হাইদৰ

আলি হাইদৰ এজন অসমীয়া নাট্যকাৰ আৰু নাট পৰিচালক। আলি হাইদৰে ১৯৫১ চনত লখিমপুৰত জন্ম লাভ কৰে। ১৯৬৩ চনত ১৩ বছৰ বয়সত তেখেতে উপলদ্ধি নামৰে এখন একাঙ্কিকা নাট ৰচনা কৰি নাট্য জগতত প্ৰৱেশ কৰে। তাৰ পৰৱৰ্তী চাৰিটা দশকত প্ৰায় ষাঠিখন নাটক ৰচনা কৰে। পেচাত তেখ ...

                                               

উপেন কাকতি

উপেন কাকতি এগৰাকী সংগীত শিল্পী, নাট্যকাৰ আৰু ঔপন্যাসিক। এইগৰাকী শিল্পীয়ে চাৰিখন অসমীয়া চলচ্চিত্ৰত সংগীত পৰিচালনা কৰিছিল। দেৰগাঁও অঞ্চলত ফাচু নামেৰ জনপ্ৰিয় এইগৰাকী শিল্পী পেছাত চিকিৎসক আছিল। সংগীতৰ কামৰ মাজতে তেখেতে পূৰ্ণাংগ আৰু একাংকিকা নাটক আ ...

                                               

কমলানন্দ ভট্টাচাৰ্য্য

কমলানন্দ ভট্টাচাৰ্য্য অসমৰ এগৰাকী নাট্যকাৰ, অভিনেতা, কবি, গীতিকাৰ আৰু শিক্ষাবিদ। ১৮৯৪ চনত নগাঁৱত তেখেতে জন্মগ্ৰহণ কৰে। পিতৃৰ নাম মহদানন্দ ভট্টাচাৰ্য্য আৰু মাতৃৰ নাম ৰত্নেশ্বৰী দেৱী। নগাঁও, গুৱাহাটী আৰু কলিকতাত শিক্ষা সমাপণ কৰি তেখেতে শিক্ষক হিচাপ ...

                                               

গুণাভিৰাম বৰুৱা

গুণাভিৰাম বৰুৱা এগৰাকী অসমীয়া সাহিত্যিক, নাট্যকাৰ, প্ৰবন্ধকাৰ, বুৰঞ্জীবিদ আৰু সমাজ সংস্কাৰক। তেখেতক ঊনবিংশ শতিকাৰ আধুনিক অসমীয়া সাহিত্যৰ এগৰাকী পথ-প্ৰদৰ্শক ৰূপে গণ্য কৰা হয়। অসমীয়া নাটকৰ আধুনিক ধাৰা প্ৰকৃততে তেখেতৰ "ৰাম-নৱমী" ৰ পৰাই আৰম্ভ হয়।

                                               

দেবানন্দ ভৰালি

দেবানন্দ ভৰালি কুৰি শতিকাৰ প্ৰথমাংশৰ এগৰাকী অসমীয়া ভাষাবিদ আৰু সাহিত্যিক। অসমীয়া ভাষাৰ উৎপত্তি আৰু বিকাশ সম্বন্ধে প্ৰথমে মৌলিক গৱেষণালব্ধ কিতাপ প্ৰণয়ন কৰিছিল। উষা, বাঁহী আদি আলোচনীত নিয়মীয়াকৈ প্ৰৱন্ধ লিখাৰ লগতে তেখেতে ছেক্‌ছপীয়েৰৰ মেকবেথ না ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →