ⓘ Free online encyclopedia. Did you know? page 114



                                               

ফুটবল

ফুটবল ইংৰাজী: Football এবিধ বহিঃ ক্ৰীড়া। ফুটবলৰ আন এটা নাম "চকাৰ" soccer। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। ফুটবলত প্ৰত্যক দলত ১১ জনকৈ আৰু তিনিজন অতিৰিক্ত খেলুৱৈ থাকে। ফুটবল নামটোৰ উৎপত্তি হৈছে "ফুট" আৰু "বল" শব্দ দুটাৰ পৰা। ...

                                               

বাঘ বন্দী

বাঘ বন্দী হৈছে দুই খেলুৱৈৰ বিমূৰ্ত কৌশল বোৰ্ডৰ খেল। এইটো এটা চিকাৰধৰ্মী খেল। ই খেলৰ বাবে এখন আলকুৱেৰ্ক বোৰ্ডৰ প্ৰয়োজন হয়। বাঘ বন্দী খেলটো বিশেষভাৱে বাঘ ৰখা খেল, বাঘৰ খেল বা ঠাই বিশেষে বিভিন্ন নামেৰে জনা যায়। ছাগলীবোৰে বাঘবোৰক চাৰিওফালে ধৰিবলৈ ...

                                               

ভলিবল

ভলিবল ইংৰাজী: Volleyball অলিম্পিক খেলত দুই দলেৰেই ছয় জন কৰি খেলুৱৈ থাকে। নেট দি বিভক্ত কৰা কোৰ্টৰ দুই প্ৰান্তত খেলুৱৈসকল থাকে আৰু সিহঁতৰ উদ্দেশ্য থাকে প্ৰতিপক্ষ দলৰ সীমাৰ মাজত বলক ভূমিত স্পৰ্শ কৰাৰ মাধ্যমেৰে পয়ন্ট অৰ্জন কৰা।

                                               

লুকা-ভাকু

লুকা-ভাকু ইংৰাজী: Hide-and-seek হৈছে এক জনপ্ৰিয় শিশুৰ খেল য’ত কমেও দুজন খেলুৱৈ সাধাৰণতে কমেও তিনিজন এক নিৰ্ধাৰিত পৰিৱেশত লুকাই থাকে, যাএক বা তাতকৈ অধিক সন্ধানকাৰীয়ে বিচাৰিবলৈ যায়। খেলটো বাছনি কৰা এজন খেলুৱৈয়ে চকু বন্ধ কৰে আৰু এটা পূৰ্বনিৰ্ধাৰ ...

                                               

হকী

হকী এবিধ আউটডৰ ক্ৰীড়া। বৰ্তমান এই খেল পৃথিৱীৰ জনপ্ৰিয় খেলসমূহৰ মাজত অন্যতম। হকী খেলৰ প্ৰত্যক দলত ১১ জন খেলুৱৈ থাকে। এই খেলত হকী ষ্টিকৰ দ্বাৰা বিপক্ষৰ এলেকাত থকা লক্ষ্যস্থানত বল ভৰাবলৈ চেষ্টা কৰে। যিটো দলে অধিক সংখ্যক গ’ল দিয়ে সেই দলটোৱেই বিজয় ...

                                               

হেণ্ডবল

হেণ্ডবল এক প্ৰকাৰৰ দলীয় খেল। এই খেলটো প্ৰায় ফুটবলৰ নিচিনাই, কিন্তু পাৰ্থক্য হল হেণ্ডবলত হাতেদি বল আদানপ্ৰদান কৰা হয়। এই খেলত মুঠ ১২জন খেলুৱৈ থাকে আৰু ৭জন খেলুৱৈ খেলপথাৰত খেলে। যিবোৰ দেশত এই খেলৰ প্ৰচলন আছে সিহঁতৰ মাজত, পোলেণ্ড, চাইপ্ৰাছ, ৰোমান ...

                                               

ৰছী টনা খেল

ৰছী টনা হৈছে এক খেল বিশেষ। যত দুই বিপৰীত পক্ষই সমুখা-সমুখিকৈ শক্তিৰ পৰীক্ষণত অৱতীৰ্ণ হয়। ইয়াত এডাল ৰছীৰ দুটা বিপৰীত মুৰত ধৰি নিজৰ পক্ষত ৰছীৰ সৰহ অংশ ৰখাৰ উদ্দেশ্যৰে দুটা দলৰ খেলুৱৈ সকলে পৰস্পৰক টানে।

                                               

ৰজা চোৰ মন্ত্ৰী সৈনিক

ৰজা চোৰ মন্ত্ৰী সৈনিক হৈছে এক প্ৰকাৰৰ কাল্পনিক ভূমিকা পালন কৰা খেল যিটো এসময়ত ভাৰতৰ এক জনপ্ৰিয় খেল আছিল। ইয়াত চাৰিজন খেলুৱৈ অন্তৰ্ভুক্ত হৈ থাকে- প্ৰতিজন খেলুৱৈয়ে ৰজা, মন্ত্ৰী, চোৰ বা সৈনিকৰ ভূমিকা গ্ৰহণ কৰে আৰু মন্ত্ৰীয়ে চোৰৰ পৰিচয় অনুমান ক ...

                                               

পৰ্যটন

১৯৮০চনৰ পৰা ৰাষ্ট্ৰসংঘই প্ৰতি বছৰে ২৭চেপ্তেম্বৰ দিনটো বিশ্ব পৰ্যটন দিৱস হিচাপে পালন কৰি আহিছে। বিশ্ব পৰ্যটন দিৱসৰ মূল উদ্দেশ্য হৈছে আন্তৰ্জাতিক সম্প্ৰদায়ৰ মাজত সু-সমন্বয়ৰ জৰিয়তে পৰ্যটনৰ গুৰুত্ব আৰু ভূমিকাৰ বিষয়ে সজাগতা বৃদ্ধি কৰা। সামাজিক, সা ...

                                               

আগমনী-বিজয়া

আগমনী আৰু বিজয়া হৈছে বঙালী লোক সংগীতৰ দুটা বিশেষ শ্ৰেণী। ইয়াক সাধাৰণতে দেৱী পাৰ্বতী স্বামী গৃহৰ পৰা পিতৃ গৃহলৈ অহাৰ আনন্দত দুৰ্গাপূজাৰ সময়ত গোৱা হয়। এই আগমনী গানে বঙ্গৰ গ্ৰাম্যাঞ্চললৈ জীয়ৰী হিচাপে দেৱী পাৰ্বতী উভতি অহাক বুজায় আৰু বিজয়া গান ...

                                               

তামাং চেল

তামাং চেল তামাং জনগোষ্ঠীৰ পাৰম্পৰিক লোকসংগীত। এই সংগীত ঘাইকৈ নেপালৰ তামাং লোকসকলে গোৱা নেপালী লোকগীতৰ এক ধাৰা। নেপাল, ভাৰত আৰু বিশ্বৰ বিভিন্ন ঠাইত সিঁচৰিত নেপালীভাষী সম্প্ৰদায়ৰ মাজত এই গীত ব্যাপকভাৱে জনপ্ৰিয়। তামাং চেল লোকসংগীতৰ সৈতে সাধাৰণতে ত ...

                                               

তিন তাল (তবলা)

তিন তালত ষোল্ল মাত্ৰা আছে। ইয়াৰ ৪টা বিভাগ, প্ৰতি প্ৰতি বিভাগত ৪ মাত্ৰাকৈ। তালটোৰ প্ৰথম মাত্ৰাত সম্, পঞ্চম আৰু ত্ৰয়োদশ মাত্ৰাত তালি আৰু নৱম মাত্ৰাত খালি। এই তাল প্ৰায় স্বতন্ত্ৰ বাদনত আৰু ভজন আদিত ব্যৱহাৰ কৰা হয়।

                                               

পটুৱা সংগীত

পটুৱা সংগীত বা পটেৰ গান ভাৰতৰ পশ্চিম বংগৰ এক প্ৰাচীন লোক সংগীত ধাৰা। চিত্ৰশিল্পী আৰু পটুয়াসকলে বিভিন্ন পটচিত্ৰ অংকন কৰে আৰু পটৰ কাহিনীৰ চাৰিওফালে সংগীত ৰচনা কৰিবলৈ সাৰ্বজনিক আৰু পৌৰাণিক কাহিনী ব্যৱহাৰ কৰে। তেওঁলোকে পটচিত্ৰ দেখুৱাবলৈ দেখুৱাবলৈ ঘৰ ...

                                               

ভূপেন্দ্ৰ সংগীত

ভূপেন হাজৰিকাই নিজে লিখা আৰু কণ্ঠদান কৰা গীতসমূহকে ভূপেন্দ্ৰ সংগীত বোলে। এজন গীতিকাৰ, সুৰকাৰ, গায়ক আৰু সংগীত পৰিচালক হিচাবে সংগীত জগতলৈ ড॰ ভূপেন হাজৰিকাই বিপুল অৱদান দি গৈছে। সংগীতজ্ঞ হিচাবে তেখেতৰ জনপ্ৰিয়তা তেখেতৰ নিজৰ ৰাজ্য অসম, ওচৰ চুবুৰীয়া ...

                                               

সংগীত

সংগীতৰ দ্বাৰা গীত, বাদ্য, নৃত্য এই তিনিটা বিষয়ৰ সমাবেশক উল্লেখ কৰা হয়। সংগীতৰ সাধাৰণ সংজ্ঞাত পিচ, ছন্দ, গতিশীলতা, আৰু গঠন আৰু গাঁথনি ধ্বনিগত গুণাৱলী । বিভিন্ন শৈলী বা সংগীতৰ ধৰণবোৰ এই উপাদানসমূহৰ মাজত জোৰ দিব পাৰে, ডি-জোৰ দিব পাৰে বা ত্যাগ দিব ...

                                               

স্পিৰিচুৱেল (সংগীত)

স্পিৰিচুৱেল প্ৰায় আফ্ৰিকান আমেৰিকানসকলে সৃষ্টি কৰা খ্ৰীষ্টধৰ্মীয় গীত। স্পিৰিচুৱেল বা আধ্যাত্মিক গীতসমূহ প্ৰথমে আছিল এক মৌখিক পৰম্পৰাৰ অংশ যিয়ে একেলগে খ্ৰীষ্টান মূল্যবোধ আৰু দাস প্ৰথাৰ বৰ্বৰতা ব্যক্ত কৰিছিল। যদিও প্ৰথমে স্পিৰিচুৱেল বাদ্যযন্ত্ৰ ...

                                               

স্বৰ

সঙ্গীত ৰচনাৰ উদ্দেশ্য আমাৰ প্ৰাচীন সঙ্গীতজ্ঞসকলে বাইশটা শ্ৰুতিৰ উদ্ভাৱন কৰিলেও এই শ্ৰুতিসমূহৰ এটাৰ পৰা অন্যটোৰ মাজত থকা দূৰত্ব বা ব্যৱধান অতিশয় কম হোৱা হেতুকে সৰ্বসাধাৰণৰ পক্ষে সেই ব্যৱধান হৃদয়ঙ্গম কৰি তাৰ ৰস গ্ৰহণ কৰাটো কষ্টসাধ্য কথা । গায়ক ব ...

                                               

আকাংক্ষা অসম

আকাংক্ষা অসম শিশুৰ অধিকাৰৰ ক্ষেত্ৰত অৱদান আগবঢ়োৱা স্বেচ্ছাসেৱী প্ৰতিষ্ঠান। ২০১৬ চনত পোন প্ৰথমে গুৱাহাটীৰ মিৰ্জাত কেইজনমান যুৱক-যুৱতীয়ে শিশুৰ অধিকাৰৰ বাবে কাম কৰিবলৈ স্থাপন কৰিছিল। শিশুসকলৰ লগত সংঘটিত বিভিন্ন শাৰীৰিক আৰু মানসিক নিৰ্যাতনৰ বিৰুদ্ধ ...

                                               

চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন

চেভ ইণ্ডিয়ান ফেমিলি ফাউণ্ডেশ্যন (Save Indian Family Foundation: SIFF, ভাৰতৰ এক পুৰুষাধিকাৰ সংগঠন। চেভ ইণ্ডিয়ান ফেমিলি আন্দোলনৰ ফলস্বৰূপে এই পঞ্জীকৃত অব্যৱসায়িক আৰু বেচৰকাৰী সংগঠনটোৰ জন্ম হয়। ই একে ধৰণৰ উদ্দেশ্য থকা কেইবাটাও অন্য সংগঠনৰ লগত মি ...

                                               

সমিধান

সমিধান এটা অ-ব্যৱসায়িক স্বেচ্ছাসেৱী সংগঠন। ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলত তথ্য সৰবৰাহৰ ক্ষেত্ৰত তুলনামূলকভাৱে পিছ পৰি থকা অঞ্চলসমূহৰ উন্নয়নৰ উদ্দেশ্য আগত ৰাখি কেইজনমান উদ্যমীৰ উদ্যোগত ২০১০ চনৰ ১ জানুৱাৰী তাৰিখে সমিধান মুকলি কৰা হৈছিল। এই সংগঠনটো ভাৰতৰ ...

                                               

সুকীয়া

সুকীয়া হৈছে এলজিবিটি অৰ্থাৎ সমকামী নাৰী, সমকামী পুৰুষ, উভকামী আৰু ৰূপান্তৰকামী ব্যক্তিসকলৰ অধিকাৰৰ বাবে কাম কৰা বেচৰকাৰী প্ৰতিষ্ঠান। ইয়াৰ মুখ্য কাৰ্যালয় অসমৰ গুৱাহাটীত অৱস্থিত। ই অসম তথা সমগ্ৰ উত্তৰপূৰ্বাঞ্চলৰ একমাত্ৰ তথা প্ৰথম এনে ধৰণৰ প্ৰতিষ ...

                                               

ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন

ৱিকি এডুকেশ্যন ফাউণ্ডেশ্যন ; কেতিয়াবা চমুকৈ কোৱা হয় Wiki Ed) হৈছে চান ফ্ৰান্সিস্ক, কেলেফোৰ্নিয়াত অৱস্থিত এক অনালাভকাৰী প্ৰতিষ্ঠান। ই ৱিকিপিডিয়া শিক্ষা কাৰ্যসূচী চলায়, যাক কানাডা আৰু আমেৰিকা যুক্তৰাষ্ট্ৰৰ শিক্ষাবিদসকলে পাঠ্যক্ৰমৰ কামত ৱিকিপিড ...

                                               

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয়

আন্তঃৰাষ্ট্ৰীয় ন্যায়ালয় বা বিশ্ব ন্যায়ালয় বা আন্তঃৰাষ্ট্ৰীয় ন্যায়বিচাৰ আদালত হৈছে ৰাষ্ট্ৰসংঘৰ চূড়ান্ত ন্যায়পালিকা। ৰাষ্ট্ৰ সমূহৰ মাজৰ মতানক্য সমাধান কৰা আৰু ৰাষ্ট্ৰসংঘ আৰু ইয়াৰ অংগ সমূহক আইনী পৰামৰ্শ প্ৰদান কৰা ইয়াৰ মুখ্য কাৰ্য। ৰায় আ ...

                                               

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি

আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি বা চমুকৈ আই এম এফ হৈছে ১৮৮খন সদস্য ৰাষ্ট্ৰৰে গঠিত এক আন্তঃৰাষ্ট্ৰীয় সংস্থা। সংস্থাটোৰ প্ৰধান কাৰ্যালয় আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটন ডি চিত অৱস্থিত। মুদ্ৰাৰ বিষয়ত গোলকীয় সহযোগিতা বৃদ্ধি, বিত্তীয় স্থিৰতা, আন্তঃৰাষ ...

                                               

ইউৰোপিয়ান ইউনিয়ন

ইউৰোপিয়ান ইউনিয়ন বা ইউৰোপিয় সংঘ মূলতঃ ইউৰোপ মহাদেশত অৱস্থিত ২৮খন দেশৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংঘ। ইয়াৰ মাটিকালি ৪,৩২৪,৭৮২ বৰ্গ কি:মি: আৰু জনসংখ্যা প্ৰায় ৫০.৮ কোটি। কেইখনমান অভ্যন্তৰীণ বহুজাতিক সংগঠন আৰু প্ৰতিখন সদস্য ৰাষ্ট্ৰৰ চৰকাৰী পক্ষস ...

                                               

ইণ্টাৰপোল

আন্তৰ্জাতিক পুলিচ সংগঠন বা ইণ্টাৰপল -ৰ জন্ম হয় ১৯২৩ চনত অষ্ট্ৰিয়াৰ ৰাজধানী ভিয়েনাত আন্তৰ্জাতিক অপৰাধ আৰু অপৰাধীসকলক দমন কৰাৰ অৰ্থে। ইণ্টাৰপল নামটো International আৰু Police এই শব্দ দুটাৰ পৰা আহিছে। প্ৰতিষ্ঠা হোৱাৰ পাঁচ বছৰৰ পাছতেই হিটলাৰে সংগঠন ...

                                               

খাদ্য আৰু কৃষি সংস্থা

ৰাষ্ট্ৰসংঘৰ খাদ্য আৰু কৃষি সংস্থা বা এফ এ অ হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বত ক্ষুধাক জয় কৰিবলৈ চলোৱা প্ৰচেষ্টাত আন্তঃৰ্জাতিক স্তৰত ই নেতৃত্ব দিয়ে। উন্নত আৰু উন্নয়নশীল দেশ উভয়ৰ বাবে খাদ্য আৰু কৃষি সংস্থায়ে এক নিৰপেক্ষ মঞ্চ হিচাপে কাম ...

                                               

জাতিসংঘ

জাতিসংঘ আছিল বিশ্বৰ প্ৰথম আন্তঃচৰকাৰী সংস্থা, যাৰ মূল লক্ষ্য আছিল বিশ্ব শান্তি বজায় ৰখা। প্ৰথম বিশ্বযুদ্ধৰ অৱসানৰ পাছত ১৯১৯ চনৰ আৰম্ভণিতে বহা পেৰিচ শান্তি সম্মিলন-ত এই সংস্থাৰ গঠনৰ চিন্তা-চৰ্চা কৰা হয়। পাছত ১৯২০ চনৰ ১০ জানুৱাৰীত জাতিসংঘ প্ৰতিষ্ ...

                                               

দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা

দক্ষিণ এচিয় আঞ্চলিক সহযোগিতা সংস্থা হৈছে দক্ষিণ এচিয়াত অৱস্থিত আঠখন সদস্য ৰাষ্ট্ৰৰ এক অৰ্থনৈতিক আৰু ৰাজনৈতিক সংগঠন। ছাৰ্কৰ সচিবালয় নেপালৰ কাঠমাণ্ডুত অৱস্থিত।মুঠ ঘৰুৱা উৎপাদনৰ লেখেৰে বিশ্বত ছাৰ্ক দেশসমূহৰ সন্মিলিত অৰ্থনীতিৰ স্থান আমেৰিকা যুক্তৰ ...

                                               

দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন

দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰসমূহৰ সংগঠন বা চমুলৈ এচিয়েন ১০খন দক্ষিণ-পূব এচিয় ৰাষ্ট্ৰৰ এক ৰাজনৈতিক তথা অৰ্থনৈতিক সংগঠন বা সংস্থা। ১৯৬৭ চনৰ ৮ আগষ্টত ইণ্ডোনেছিয়া, মালয়েছিয়া, ফিলিপাইনছ, ছিংগাপুৰ আৰু থাইলেণ্ডে এই সংগঠনটোৰ প্ৰতিষ্ঠা কৰে। ক পিছলৈ ব্ৰুন ...

                                               

নাটো

নাটো North Atlantic Treaty Organisation হৈছে উত্তৰ আমেৰিকা আৰু ইউৰোপৰ মুঠ ২৬খন দেশৰ এক সন্ধি। ১৯৪৯ চনৰ ৪ এপ্ৰিলত আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৱাশ্বিংটনত বেলজিয়াম, কানাডা, পৰ্টুগাল, ডেনমাৰ্ক, ফ্ৰান্স, আইচলেণ্ড, ইটালী, লাক্সেমবাৰ্গ, নৰৱে, নেদাৰলেণ্ডছ, গ্ ...

                                               

ফিফা

Fédération Internationale de Football Association বা আন্তৰ্জাতিক ফুটবল সংস্থা ফুটবল, ফুটছাল আৰু বীচ্চ ছকাৰৰ আন্তঃৰাষ্ট্ৰীয় নিয়ন্ত্ৰণকাৰী সংস্থা। ২০৯টা ৰাষ্ট্ৰীয় সন্থা ইয়াৰ সদস্য। ইয়াৰ মুখ্য কাৰ্যালয় চুইজাৰলেণ্ডৰ জুৰিখত অৱস্থিত। বৰ্তমান ফিফা ...

                                               

বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ

বংগোপসাগৰীয় বহুক্ষেত্ৰীয় প্ৰযুক্তিগত আৰু অৰ্থনৈতিক সহযোগিতা উদ্যোগ চমুকৈ বিমষ্টেক দক্ষিণ-পূব এছিয়াৰ বংগোপসাগৰৰ আশে-পাশে থকা দেশ কেইখনমান আন্তৰাষ্ট্ৰীয় সংগঠন। এই সংগঠনৰ সদস্য ৰাষ্ট্ৰসমূহৰ মুঠ জনসংখ্যা ১.৫ বিলিয়ন আৰু মুঠ ঘৰুৱা আয় ৩.৫ ট্ৰিলিয় ...

                                               

বিশ্ব খাদ্য কাৰ্যসূচী

বিশ্ব খাদ্য কাৰ্যসূচী হৈছে ৰাষ্ট্ৰসংঘৰ খাদ্য-সাহায্য শাখা আৰু বিশ্বৰ সৰ্ববৃহৎ মানৱহিতৈষী সংস্থা। এওঁলোকৰ মূল লক্ষ্য হৈছে ক্ষুধা-নিৰ্মূল আৰু খাদ্য সুৰক্ষা। ১৯৬১ চনত স্থাপিত হোৱা এই বিশেষ সংস্থাটোৰ মুখ্য কাৰ্যালয় ৰোমত অৱস্থিত। বিশ্বৰ ৮০খন দেশত তেও ...

                                               

বিশ্ব বাণিজ্য সংস্থা

বিশ্ব বাণিজ্য সংস্থা বা চমুকৈ ডব্লিউ টি অ’ হৈছে আন্তঃৰাষ্ট্ৰীয় বাণিজ্যৰ উদাৰীকৰণৰ উদ্দেশ্যৰে গঠিত এক আন্তৰ্জাতিক সংগঠন। ১৯৪৮ চনত গঠন হোৱা জেনেৰেল এগ্ৰীমেণ্ট অন টেৰিফছ এণ্ড ট্ৰেড বা চমুকৈ গেট এই সংগঠনটোৰ পূৰ্বসূৰী আছিল। ১৯৯৪ চনৰ ১৫ এপ্ৰিলত হোৱা ১ ...

                                               

বিশ্ব বেংক

বিশ্ব বেংক হৈছে এক আন্তঃৰাষ্ট্ৰীয় বিত্তীয় প্ৰতিষ্ঠান। প্ৰতিষ্ঠানটোৱে উন্নয়নশীল দেশসমূহক আন্তঃগাঁঠনি নিৰ্মাণৰ বাবে ঋণ প্ৰদান কৰে। বিশ্ব বেংক দুটা প্ৰতিষ্ঠানেৰে গঠিত: ইণ্টাৰনেচনেল বেংক ফৰ ৰিকনষ্ট্ৰাকচন এণ্ড ডেভেলপমেণ্ট অৰ্থাৎ আন্তঃৰাষ্ট্ৰীয় পুন ...

                                               

বিশ্ব স্বাস্থ্য সংস্থা

বিশ্ব স্বাস্থ্য সংস্থা বা ডব্লিউ এইছ অ হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্ব স্বাস্থ্য সংস্থা আন্তৰ্জাতিক জনস্বাস্থ্যৰ সমন্বয়কৰ ভূমিকা পালন কৰে। ১৯৪৮ চনৰ ৭ এপ্ৰিল তাৰিখে ইয়াৰ গঠন কৰা হৈছিল। ইয়াৰ মুখ্য কাৰ্যালয় ছুইজাৰলেণ্ডৰ জেনেভা চহৰত অৱস্ ...

                                               

ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ

ৰয়েল ছ’ছায়িটি ফৰ প্ৰটেকশ্যন অব বাৰ্ডছ) ইংলেণ্ড, ৱেলছ আৰু স্কটলেণ্ডত পঞ্জীভূক্ত এটা দাতব্য সংগঠন । এই সংগঠনটো ১৮৮৯ চনত প্ৰতিষ্ঠা কৰা হৈছিল। সংগঠনটোৰ মূল উদেশ্য হৈছে জনসাধাৰণৰ মাজত সজাগতা আনি আৰু যুক্তৰাজ্যত অৱস্থিত সংৰক্ষিত বনাঞ্চলসমূহৰ সঠিক পৰি ...

                                               

ৰাষ্ট্ৰসংঘ

ৰাষ্ট্ৰসংঘ এক আন্তঃৰাষ্ট্ৰীয় সংগঠন আৰু ইয়াৰ মূল লক্ষ্যসমূহ হল আন্তঃৰাষ্ট্ৰীয় আইন, সুৰক্ষা, অৰ্থনৈতিক উন্নয়ন, সামাজিক অগ্ৰগতি, মানৱ অধিকাৰ আৰু বিশ্বশান্তিৰ বাবে কাম কৰা। দ্বিতীয় বিশ্বযুদ্ধৰ পাচতে ১৯৪৫ চনত ৰাষ্ট্ৰসংঘ প্ৰতিষ্ঠা কৰা হয়। ই ইয়াৰ ...

                                               

টলষ্টয় ফাৰ্ম

টলষ্টয় ফাৰ্ম আছিল মহাত্মা গান্ধীয়ে তেওঁৰ দক্ষিণ আফ্ৰিকাৰ আন্দোলনৰ সময়ত আৰম্ভ আৰু আয়োজিত প্ৰথম আশ্ৰম। ১৯১০ চনত সৃষ্টি হোৱা এই আশ্ৰমে ট্ৰান্সৱালত, যত ই অৱস্থিত আছিল, ভাৰতীয়সকলৰ বিৰুদ্ধে বৈষম্যবিৰোধী সত্যাগ্ৰহ অভিযানৰ মুখ্য কাৰ্যালয় হিচাপে কাম ...

                                               

এডিডাছ

এডিডাছ হৈছে জাৰ্মানীৰ এটা বহুজাতিক সংস্থা যিয়ে খেলৰ সাজ পোছাক, জোতা আৰু অন্যান্য প্ৰয়োজনীয় সামগ্ৰী নিৰ্মাণ কৰে আৰু ইয়াৰ মুখ্য কাৰ্যালয় হাৰ্জোজেনাৰ্ছ, বাভাৰিয়াত অৱস্থিত। এই সংস্থাটো ইউৰোপৰ সবাতোকৈ বৃহৎ আৰু বিশ্বৰ দ্বিতীয় বৃহৎ খেলৰ পোছাক নিৰ ...

                                               

এবিপি গোট

আনন্দ বাজাৰ পত্ৰিকা গোট Group) হল এটা ভাৰতীয় মিডিয়া কোম্পানী। ১৯২২ খ্ৰীষ্টাব্দত স্থাপিত এই কোম্পানীৰ মুখ্য কাৰ্যালয় পশ্চিম বংগৰ কলকাতাত অৱস্থিত। আনন্দ প্ৰকাশন এই এ.বি.পি. গোটৰেই এটা বিভাগ।

                                               

গেইম্‌লফ্ট

গেইম্‌লফ্ট এছ ই হৈছে ফ্ৰান্সৰ এটা ভিডিঅ’ গেম প্ৰস্তুতকৰ্তা কোম্পানী আৰু ইয়াৰ মুখ্য কাৰ্যালয় পেৰিছত অৱস্থিত। এই কোম্পানীটোৱে ইতিমধ্যে ম’বাইল ফোন, টেবলেট ইত্যাদিৰ বাবে যথেষ্টসংখ্যক ভিডিঅ’ গেম প্ৰস্তুত কৰি উলিয়াইছে। ২০০০ চনত মাইকেল গিলিমটৰ দ্বাৰা ...

                                               

নৱজীৱন ট্ৰাষ্ট

নৱজীৱন ট্ৰাষ্ট ভাৰতৰ গুজৰাট ৰাজ্যৰ আহমেদাবাদ চহৰত অৱস্থিত প্ৰকাশনগোষ্টী। ১৯২৯ চনত মহাত্মা গান্ধীয়ে ইয়াক স্থাপন কৰিছিল। বৰ্তমানলৈকে নৱজীৱন ট্ৰাষ্টে ইংৰাজী, গুজৰাটী, হিন্দী আৰু অন্যান্য ভাষাত ৮০০তকৈও অধিক গ্ৰন্থ প্ৰকাশিত কৰিছে। ইয়াৰে ভিতৰত গান্ধ ...

                                               

মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেড

মহীশূৰ বাৰ্ণিছ এণ্ড পেইণ্টচ্‌ লিমিটেড হৈছে ভাৰতৰ মহীশূৰ চহৰত অৱস্থিত এটি উদ্যোগ। ভাৰতবৰ্ষত নিৰ্বাচন সমূহত ভোটদানৰ প্ৰমাণ স্বৰূপে ব্যৱহাৰ কৰা বিশেষ চিয়াঁহীৰ ইয়েই একমাত্ৰ কতৃত্বপ্ৰাপ্ত প্ৰস্তুতকৰ্তা। ই এটা কৰ্ণাটক চৰকাৰৰ মালিকীস্বত্বৰ অধীনৰ উদ্যোগ।

                                               

মাইক্ৰ’মেক্স ম’বাইল

মাইক্ৰ’মেক্স গুড়গাও, হাৰিয়ানা, ভাৰতত অৱস্থিত এটা ইলেকট্ৰনিকচ সামগ্ৰী নিৰ্মাতা ব্যৱসায়িক প্ৰতিষ্ঠান। বৰ্তমান ই ম’বাইল ফোন, ডাটাকাৰ্ড, এল ই ডি টেলিভিচন নিৰ্মাণ কৰে। গোটেই দেশজুৰি ইয়াৰ মুঠ ২৩টা কাৰ্য্যালয় থকাৰ উপৰিও হংকং, যুক্তৰাষ্ট্ৰ আৰু ডুবাই ...

                                               

অসম ক্ৰিকেট সন্থা

অসম ক্ৰিকেট সন্থা হল অসম ক্ৰিকেট দলৰ ক্ৰিকেট কাৰ্য্যকলাপৰ পৰিচালনা কমিটী। ই ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ বৰ্ড ৰ শাখাভুক্ত। সন্থাৰ কাৰ্য্যালয় গুৱাহাটীৰ বৰ্ষাপাৰা ক্ৰিকেট ষ্টেডিয়ামত অৱস্থিত।

                                               

ভাৰতীয় অলিম্পিক সংঘ

ভাৰতীয় অলিম্পিক সংঘ হৈছে ভাৰতৰ এনে এটা সংস্থা যি বৰ্তমান ভাৰতৰ পৰা অলিম্পিক গেমছ, এছিয়ান গেমছ আৰু অন্যান্য আন্তঃৰাষ্ট্ৰীয় ক্ৰীড়া সমাৰোহলৈ ক্ৰীড়াবিদ নিৰ্বাচন আৰু প্ৰেৰণ কৰাৰ লগতে এই প্ৰতিযোগিতাত ক্ৰীড়াবিদ সকলক পৰিচালনা কৰে। এই সংঘই কমনৱেলথ গ ...

                                               

দ্য লাইব্ৰেৰী অব্ কংগ্ৰেছ

আমেৰিকা যুক্তৰাষ্ট্ৰৰ ৰাজধানী ৱাশ্বিংটন ডি.চি.ৰ কেপিটল হিলত অৱস্থিত লাইব্ৰেৰী অব্ কংগ্ৰেছ পুথিভঁৰালৰ মজিয়াৰ কালি ২৬.১৪ হেক্টৰ আৰু ইয়াত থকা কিতাপৰ ৰেকবোৰ লগ লগালে দৈৰ্ঘ্য হবগৈ ৮৬০ কিলোমিটাৰ । আমেৰিকাৰ তত্‍কালীন ৰাষ্ট্ৰপতি টমাছ জেফাৰছনৰ হাতত এই প ...

                                               

এছিয়ান উন্নয়ন বেংক

এছিয়ান উন্নয়ন বেংক বা এডিবি আঞ্চলিক উন্নয়ন বেংক হিচাপে ২২ আগষ্ট, ১৯৬৬ চনত প্ৰতিষ্ঠিত হয়। এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহৰ অৰ্থনৈতিক উন্নয়নক দ্ৰুত, বেগৱান আৰু সহজ কৰায় এই বেংকৰ মূল উদ্দেশ্য। ৰাষ্ট্ৰসংঘৰ এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →