ⓘ Free online encyclopedia. Did you know? page 111



                                               

কফি

কফি)বিশ্বব্যাপী খুব জনপ্রিয় পানীয় । পানীৰ লগত ভিজাই তৈয়াৰ কৰা "কফি বীজ" নামে পৰিচিত এক প্ৰকাৰ বীজ পুৰিলৈ গুড়ি কৰি কফি তৈয়াৰ কৰা হয় । এই বীজ কফি চেৰি নামৰ এক ধৰণৰ ফলৰ বীজ । প্রায় ৭০খন দেশত এই ফলৰ গাছ হয় । সেউজীয়া কফি বিশ্বৰ সকলোতকৈ বেছি ব ...

                                               

কোকাকোলা

কোকাকোলা বিশ্বৰ জনপ্ৰিয় শীতল পানীয়বোৰৰ ভিতৰত অন্যতম। এই পানীয়বিধ জৰ্জিয়াৰ আটলাণ্টাত অৱস্থিত কোকাকোলা কোম্পেনী য়ে প্ৰস্তুত কৰে। এই পানীয়বিধক প্ৰায়ে কক নামেৰে জনা যায়। ই হৈছে ১৯৪৪ চনৰ ২৭ মাৰ্চত আমেৰিকা যুক্তৰাষ্ট্ৰত কোম্পেনীয়ে পঞ্জীভূত কৰা ...

                                               

গাখীৰ

গাখীৰ হ’ল স্তন্যপায়ী প্ৰাণীৰ ওহাৰ বা স্তনৰ পৰা নিৰ্গত এবিধ বগা জুলীয়া পদাৰ্থ। এই পদাৰ্থ বিধেই হ’ল সদ্য জন্ম স্তন্যপায়ী প্ৰাণীৰ প্ৰাথমিক আহাৰ। যি কোনো ধৰণৰ অন্য আহাৰ হজম কৰিব পৰা নোহোৱা পৰ্যন্ত শিশুৱে গাখীৰ খাই ডাঙৰ দীঘল হয়। শিশুৰ জন্মৰ পাছত স ...

                                               

চাহ

চাহ হৈছে সুগন্ধযুক্ত আৰু স্বাদবিশিষ্ট এবিধ পানীয়। গৰম পানী আৰু চাহ গছৰ পাতৰ পৰা তৈয়াৰ কৰা হয়। ব্যক্তিবিশেষৰ সোৱাদ অনুসৰি ইয়াৰ লগত আন সামগ্ৰী, যেনে: চেনি, গাখীৰ আদিও সংযোগ কৰা হয়। পানীৰ পিছতে চাহ হৈছে বিশ্বৰ আটাইটকৈ বেছি সেৱন কৰা পানীয়।

                                               

বিয়েৰ

বিয়েৰ হৈছে একপ্ৰকাৰৰ নিচাযুক্ত পানীয়। শ্বেতসাৰ নামৰ এবিধ শৰ্কৰাৰ বিদ্যুৎ বিশ্লেষণ কৰি পোৱা চেনীজাতীয় পদাৰ্থৰ কিন্বনৰ যোগেদি বিয়েৰ তৈয়াৰ কৰা হয়। শৰ্কৰা বিশ্লেষণৰ উৎসেচকসমূহ ঘাইকৈ শুষ্ক অৱস্থাত থকা খাদ্যশস্য যেনে বাৰ্লি আৰু ঘেঁহুৰ পৰা আহৰণ কৰ ...

                                               

মানৱ দুগ্ধ বেংক

মানৱ দুগ্ধ বেংক বা মাতৃদুগ্ধ বেংক প্ৰাপক শিশুৰ সৈতে জৈৱিকভাৱে সম্পৰ্কিত নোহোৱা দুগ্ধৱতী মাতৃসকলে দান কৰা মানৱ দুগ্ধ সংগ্ৰহ, সংৰক্ষণ, সংসাধন আৰু বিতৰণ কৰা একপ্ৰকাৰৰ সেৱা। নৱজাতক শিশুৰ বাবে সৰ্বোত্তম পুষ্টিৰ উৎস হৈছে মাতৃদুগ্ধ। সেয়ে পৰাপক্ষত শিশুৰ ...

                                               

লচ্চি

লচ্চি ভাৰতীয় উপমহাদেশত প্ৰচলিত এবিধ পৰম্পৰাগত পানীয়। ই ভাৰতৰ জম্মু আৰু কাশ্মীৰ, হিমাচল প্ৰদেশ, হাৰিয়ানা আৰু পঞ্জাবৰ স্থানীয় পানীয়। সাধাৰণতে দৈৰ সৈতে ক্ৰীম, পানী, সোৱাদ অনুসৰি নিমখ বা চেনি, ফল আৰু মছলা ব্যৱহাৰ কৰি মিশ্ৰণ তৈয়াৰ কৰি বৰফ দি বা ...

                                               

অমিতা

অমিতা হৈছে এবিধ ফল। অমিতা Caricaceae পৰিয়ালৰ সদস্য।এই ফলটো মানুহে কেঁচা তথা সেউজীয়া অৱস্থাত পাচলি হিচাপে আৰু পকা অৱস্থাত ফল হিচাপে খায়। ইয়াৰ বহুতো ভেষজ গুণ আছে। ইয়াৰ ইউনানী নাম পাপিতা, আৰানড খৰবূযা। আৰু আয়ুৰ্বেদিক নাম অমৃততুম্বী।

                                               

আপেল

আপেল হৈছে আপেল গছ -ত উৎপাদিত এক খাদ্যফল। বিশ্বব্যাপী আপেল গছৰ খেতি কৰা হয় আৰু ই মালছ গণৰ আটাইতকৈ বহুলভাৱে বিকশিত প্ৰজাতি। এই গছৰ উদ্ভৱ হৈছিল মধ্য এছিয়াত, যত ইয়াৰ বনৰীয়া পূৰ্বপুৰুষ মালুছ চিভাৰচি আজিও পোৱা যায়। এছিয়া আৰু ইউৰোপত সহস্ৰাধিক বছৰ ...

                                               

আভাকাডো

আভাকাডো এবিধ সুস্বাদু ফল। ইয়াৰ বটানিকেল নাম হল - Persea Americana । ভাৰতবৰ্ষত কোনো কোনো ঠাইত ইয়াক মাখন ফল বা Butter fruit বোলে। হিন্দী ভাষাত আভাকাডো- নাচপতি, কানাড়াত বেন্নহেনু্ আৰু কোনো কোনো অঞ্চলত কুলু-নাচপতি নামেৰে ইয়াক জনা যায়। নাচিকত স্থ ...

                                               

আম

আম হৈছে Mangifera গোত্ৰৰ অন্তৰ্ভুক্ত এবিধ ৰসাল ফলধৰা উদ্ভিদ। এই উদ্ভিদবিধ দক্ষিণ এছিয়াত স্থানীয়ভাৱে দেখা পোৱা যায়। আমে ভাৰতবৰ্ষ আৰু ফিলিপাইনছৰ ৰাষ্ট্ৰীয় ফল আৰু বাংলাদেশৰ ৰাষ্ট্ৰীয় বৃক্ষ হিচাপে স্বীকৃতি পাইছে।

                                               

ফজলি আম

ফজলি আম বা ফকিৰভোগ হল ফলৰ ৰজা আমৰ এক প্ৰকাৰ। এই আম দক্ষিণ এছিয়াৰ বিশেষকৈ কৰে বাংলাদেশ আৰু ভাৰতৰ পশ্চিম বংগ আৰু বিহাৰত পোৱা যায়। আমৰ অন্যান্য প্ৰজাতি সমূহতকৈ ই দেৰিকৈ ফলে। সাধাৰণতে জাম আৰু আচাৰ তৈয়াৰ কৰোঁতে ব্যৱহৃত ফজলি আম, আকাৰত বৰ ডাঙৰ হয়; এ ...

                                               

হিমসাগৰ আম

হিমসাগৰ আম এক জনপ্ৰিয় আম। বাংলাদেশৰ ৰাজশাহী আৰু ভাৰতৰ পশ্চিমবংগত প্ৰচুৰ পৰিমাণে এই আমৰ খেতি কৰা হয়। এই আমৰ মিঠা সুগন্ধ আৰু সোৱাদ পৃথিৱীৰ অন্যান্য আমতকৈ ভিন্ন। সেয়েহে আম খেতিৰ ক্ষেত্ৰত হিমসাগৰ আমৰ খেতিৰ কথা প্ৰথমে বিবেচনা কৰা হয়।

                                               

আমলখি

আমলখি ‘Phyllanthaceae’ পৰিয়ালৰ অন্তৰ্ভুক্ত পৰ্ণপাতী উদ্ভিদৰ প্ৰজাতি। এই উদ্ভিদৰ পৰা পোৱা একে নামৰ ফলৰ বাবে ইয়াক জনা যায়। ভাৰতবৰ্ষৰ সকলো অঞ্চলতে ১৫০০ মিটাৰ উচ্চতা পৰ্যন্ত আমলখি গছ গজে। আমলখি ভিটামিন চি সমৃদ্ধ।

                                               

কঁঠাল

কঁঠাল ম’ৰেচি পৰিয়ালৰ এজোপা চিৰসেউজীয়া গছ৷ কঁঠালৰ প্ৰকৃত ভৌগোলিক বিস্তাৰ জনা হোৱা নাই যদিও দক্ষিণ ভাৰত পৰা বৰ্ণিঅ’ দ্বীপৰ মাজৰ অঞ্চলটোৱে কঁঠালৰ মূল বুলি ধাৰণা কৰা হয়৷ কঁঠাল বাংলাদেশৰ ৰাষ্ট্ৰীয় ফল৷

                                               

কল

কল মুছেছি পৰিয়ালৰ অন্তৰ্গত মুছা জাতৰ বিভিন্ন ধৰণৰ বৰ্ণসংকৰ আৰু সাধাৰণ প্ৰজাতিৰ কল পোৱা যায়। পৃথিৱীৰ গ্ৰীষ্মপ্ৰধান অঞ্চলত এই ফলৰ যথেষ্ট ব্যৱসায়িক গুৰুত্ব আছে। ইণ্ডো-মালয়েছিয়াৰ পৰা উত্তৰ অষ্ট্ৰেলিয়ালৈকে ব্যাপ্ত অঞ্চলটোকে কলৰ জন্ম ঠাই বুলি জনা ...

                                               

কাজিনেমু

কাজিনেমু হৈছে অসমৰ বিভিন্ন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ বিশেষ প্ৰজাতিৰ নেমু। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Citrus limon । ই Rutaceae পৰিয়ালৰ অন্তৰ্গত Citrus গণৰ এটা প্ৰজাতি। কাজিনেমুৰ কিছুমান বৈশিষ্ট্য আছে যাৰ বাবে ই আন নেমুতকৈ পৃথক। বিশেষকৈ ইয়াৰ ...

                                               

কৰ্জা টেঙা

কৰ্জা টেঙা এজোপা জোপোহাজাতীয় চিৰসেউজ গছ। ইয়াৰ ফল সামান্য দীঘলীয়া আৰু টেঙা, পাতবোৰৰ দাঁতিত দুটা কাঁইট থাকে। ইয়াৰ বেৰীজাতীয় ফলবোৰ আচাৰ, চৰবত, জাম-জেলী আদি তৈয়াৰত ব্যৱহাৰ হয়। কৰ্জা টেঙাক অসমীয়াত থেৰেজু বুলিও জনা যায়।

                                               

কৰ্দ্দৈ

কৰ্দ্দৈ ইয়াৰ বৈজ্ঞানিক নাম হল Averrhoa Carambola ৷ ইয়াক ইংৰাজীত পাঁচকোণীয়া ফল বুলিও কোৱা হয়৷ এই ফল কেঁচাতে টেঙা আৰু পকিলে কিছু মিঠা হয়৷

                                               

গোলনেমু

গোলনেমু বৈজ্ঞানিক নাম - Citrus jambhiri Lush ৷ গোলনেমু উজনি অসমত বৰ জনপ্ৰিয়৷ নামনি অসমৰ ফালে এই নেমুক তুইলা টেঙা বুলি কোৱা হয়৷ এই ফল গোন্ধ আৰু স্বাদৰ দিশত অধিক মানবিশিষ্ট হয়৷ আঘোণ-মাঘ মাহৰ ভিতৰত ফল পকে৷

                                               

চায়না ৩ লিচু

চায়না ৩ হৈছে বাংলাদেশ, আৰু চীন অঞ্চলত উৎপাদিত হোৱা এক প্ৰকাৰৰ লিচু জাত। ইয়াৰ বৈজ্ঞানিক নাম হৈছে Litchi chinensis । ই Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ এটা প্ৰজাতি। চায়না ৩ লিচুৰ কিছুমান বিশেষ বৈশিষ্ট আছে, বিশেষকৈ ইয়াৰ আকাৰ আৰু ইয়াত থক ...

                                               

নাঞ্জানাগড় কল

নাঞ্জানাগড় কল অথবা নাঞ্জানাগড় ৰচাবালে-হানু ভাৰতৰ কৰ্ণাটক ৰাজ্যৰ চামাৰাজ নগৰ আৰু মহীশূৰ জিলাত খেতি কৰা এক ধৰণৰ কলৰ জাত। নাঞ্জানাগড় কলৰ সোৱাদ আৰু গোন্ধৰ বাবে গোটেই ভাৰতবৰ্ষ বিখ্যাত। এই কলৰ সুন্দৰ গঠনে ইয়াক আকৰ্ষণীয় কৰি তুলিছে। সঠিক মাত্ৰাত ৰাস ...

                                               

নেমু

নেমু এবিধ টেঙা জাতীয় ফল। চিৰসেউজ গুল্মজাতীয় উদ্ভিদ নেমু মূলত দক্ষিণ এছিয়াৰ ঘাইকৈ ভাৰতৰ উত্তৰ পূৰ্বাঞ্চলৰ স্থানীয় উদ্ভিদ। গোটেই বিশ্বত নেমুৰ ফল ৰান্ধি বা কেঁচাই দুই ধৰণে ব্যৱহাৰ কৰা হয়। ইয়াৰ টেঙা ৰসৰ বাবে ই বিশেষভাৱে জনাজাত। নেমুৰ বিশেষ গোন্ ...

                                               

পনিয়ল

পনিয়ল পনিয়ল অসমৰ এক প্ৰিয় ফল৷ কেঁচা অৱস্থাত সেউজীয়া আৰু পকিলে ৰঙচুৱা হয়৷ ফলবিধ খোৱাৰ আগতে মোহাৰি খালে সোৱাদলগা হয়৷

                                               

ফল

উদ্ভিদবিজ্ঞানৰ মতে ফল হৈছ সপুষ্পক উদ্ভিদৰ ফুল ফুলাৰ পিছত গৰ্ভাশয়ৰ পৰা সৃষ্টি হোৱা বীজ-বহনকাৰী গঠন। সপুষ্পক উদ্ভিদে ফলৰ দ্বাৰা বীজৰ বিস্তাৰ কৰে। খোৱা ফলসমূহৰ বাবে মানুহ আৰু অন্য জীৱ-জন্তু উদ্ভিদৰ ওপৰত নিৰ্ভৰশীল। বিশ্বৰ বিভিন্ন প্ৰান্তত বহুল ভিত্ত ...

                                               

বগৰী

বগৰী হল বাকথৰ্ন পৰিয়ালৰ যিযিফাছ জাতিৰ এবিধ ফলধাৰী উদ্ভিদ। ইংৰাজীত ইয়াক সাধাৰণতে যুযুবে বা যুযুবা, ৰেড ডেইট, ইণ্ডিয়ান ডেইট, কোৰিয়ান ডেইট, ছাইনীজ ডেইট আদি শব্দেৰে জনা যায়। ফল উৎপাদনৰ বাহিৰেও ইয়াক সাধাৰণতে ছা-দিয়া গছ হিচাপেও ৰোপন কৰা হয়। বগৰ ...

                                               

বেল

বেল এবিধ ফল। বঙালী আৰু হিন্দী ভাষাতো এই ফলবিধক বেল বুলিয়ে কয়। সংস্কৃত ভাষাত বিল্ব বুলি কোৱা হয়। এবিধ পুষ্টিকৰ ফল। হিন্দু ধৰ্মী লোকসকলে পূজা-অৰ্চনাত বেল গছৰ পাত ব্যৱহাৰ কৰে।

                                               

বৰ থেকেৰা

বৰ থেকেৰা এবিধ টেঙা ফল লগা চিৰসেউজ গছ। ই ঘাইকৈ এছিয়াৰ দক্ষিণ-পূব অঞ্চল বিশেষকৈ ম্যানমাৰ আৰু ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলত পোৱা যায়। অসমীয়া জন জীৱন আৰু খাদ্য প্ৰণালীত থেকেৰাৰ ব্যৱহাৰ অতীজৰে পৰা হৈ লাগিছে।

                                               

ভীমকল

ভীমকল এবিধ সুস্বাদু কল আৰু এটি অতি বহুল ভাৱে ব্যৱহৃত বনৌষধি। অন্যান্য কলৰ প্ৰ্জাতিৰ পৰা পৃথক হোৱাৰ মুখ্য কাৰণ হৈছে ইয়াৰ মৌলিক আৰু আকাৰত ডাঙৰ বীজ বা গুটি। ইয়াক অকল খাদ্য হিচাপেই নহয় আন বহু কাৰণটো ইয়াক ব্যৱহাৰ কৰা হয়। উদাহৰণস্বৰূপে ইয়াৰ বাকলি ...

                                               

মেমং নাৰাঙ

এই ফলবিধ টানাকা Tanaka নামৰ স্পেনিজ উদ্ভিদ বিজ্ঞানী এজনে ১৯২৪ চনত আবিষ্কাৰ কৰিছিল৷ তেওঁ অসমৰ নগাওঁ,খাছি পাহাৰ আৰু মণিপুৰত দেখা পাইছিল৷ এই মেমং নাৰাং ফলবিধ ১৯৮১ চনত ভগ সিঙে তেওঁৰ কিতাপ "Establishment of first Gene Sanctuary in India for Citurs in ...

                                               

লাইম

                                               

লিচু

লিচু এবিধ নিৰক্ষীয় তথা ক্ৰান্তীয় অঞ্চলৰ ফল। ৰসাল ১-১.৫ ইঞ্চি ব্যাস বিশিষ্ট ফল। গা গছ প্ৰায় ১০-৩৫ ফুট উচ্চতা বিশিষ্ট হয়। লিচু Sapindaceae পৰিয়ালৰ অন্তৰ্গত Litchi গণৰ একমাত্ৰ সদস্য। আদিতে লিচু চীনত পোৱা গৈছিল। বৰ্তমান বিশ্বৰ বহু স্থানত লিচুৰ খ ...

                                               

লেটেকু

লেটেকু হৈছে ফাইলেনথেছিয়া পৰিয়ালৰ অন্তৰ্গত এজোপা মন্থৰ গতিত বৃদ্ধি হোৱা চিৰসেউজীয়া উদ্ভিদ, উচ্চতা প্ৰায় ২৫ মি পৰ্যন্ত হয়। সমগ্ৰ এছিয়া মহাদেশত এই উদ্ভিদ দেখা পোৱা যায়, ভাৰত আৰু মালেছিয়াত সাধাৰণভাৱে খেতি কৰা হয়। ইয়াক চিৰসেউজীয়া অৰণ্যত বিস ...

                                               

ষ্ট্ৰবেৰী

ষ্ট্ৰবেৰি ইংৰাজী: Strawberry সৰু গুল্মজাতীয় উদ্ভিদ। ইয়াৰ উচ্চতা এফুটমান হ’ব। ফুলবোৰ সৰু,বগা ৰঙৰ। ই উভয়লিংগী অৰ্থাৎ একেজোপা গছতে মতা আৰু মাইকী ফুল পৃথকে পৃথকে থাকে। ফলবোৰ কেঁচা অৱস্থাত ঈষৎ সেউজীয়া আৰু পকিলে উজ্জ্বল ৰঙা বৰণ ধৰে। কেঁচা ফলৰ সোৱাদ ...

                                               

সুমথিৰা টেঙা

সুমথিৰা টেঙা বা কমলা টেঙা বৈজ্ঞানিক নাম - Citrus Sinensis ৷ সুমথিৰা টেঙাৰ ভিতৰত খাছি মান্দাৰিন নামৰ জাতটো অসমত অতি জনপ্ৰিয় আৰু অসমৰ ঠাই বিশেষে এই জাতৰ সুমথিৰাৰ খেতি ব্যাপক মাত্ৰাত কৰা হয়৷ উত্তৰ-পূৰ্বাঞ্চলৰ জলবায়ু আৰু মাটি সুমথিৰা বা কমলা খেতিৰ ...

                                               

ৰবাব টেঙা

ৰবাব টেঙা বৈজ্ঞানিক নাম-Citrus Maxima ৷ এই টেঙা সমগ্ৰ অসমতে উৎপন্ন হয়৷ ৰবাব টেঙা ঋতুজনিত ফল৷ শীতকালত এই ফল খাব পৰা হয়৷ এনে ফলৰ গছ চিৰ সেউজীয়া আৰু জোপোহা হয়৷

                                               

ইলাচী

ইলাচী মছলাৰূপে ব্যৱহাৰ কৰা সুগন্ধি বীজ ধাৰণ কৰা এবিধ বহুবৰ্ষজীৱী তৃণজাতীয় উদ্ভিদ আৰু ইয়াৰ বীজ। ইয়াক সৰু ইলাচী বা সেউজীয়া ইলাচী বুলিও কোৱা হয়। আদা গোত্ৰৰ অন্তৰ্ভুক্ত ইলাচীৰ আদি বাসস্থান হৈছে ভাৰতৰ দক্ষিণ অঞ্চল। বিশ্বৰ ক্ৰান্তীয় জলবায়ুৰ অঞ্চ ...

                                               

কলা জীৰা

কলা জীৰা হৈছে ৰাণুকুলেচিয়া পৰিয়ালৰ অন্তৰ্গত পূৱ ভুমধ্যসাগৰীয় অঞ্চল, উত্তৰ আফ্ৰিকা, ভাৰতীয় উপমহাদেশ, আৰু পশ্চিম এছিয়াৰ এক বৃহৎ অঞ্চলৰ এবিধ স্থানীয় একবাৰ্ষিক সপুষ্পক উদ্ভিদ। কলা জীৰা ২০-৩০ ছেমি ৭.৯–১১.৮ ইঞ্চি ওখ হয়, পাতল, ৰৈখিক কিন্তু সূতাৰ ...

                                               

চফ

চফ হৈছে গাজৰ পৰিয়ালৰ এবিধ সপুষ্পক উদ্ভিদৰ প্ৰজাতি। ই হালধীয়া ফুল আৰু পাতল পাতৰ সৈতে এক কঠিন, বহুবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ই ভূমধ্যসাগৰীয় অঞ্চলৰ স্থানীয় উদ্ভিদ কিন্তু বৰ্তমান বিশ্বৰ বহু দেশত, বিশেষকৈ সাগৰ-উপকূলৰ ওচৰৰ শুকান মাটি আৰু নদীৰ পাৰত প ...

                                               

জাঁইফল

জাঁইফল হৈছে এবিধ সুগন্ধি মছলা। জাঁইফল মছলাবিধ উদ্ভিদজোপাৰ গুটিৰ শাহ আৰু জাঁইপত্ৰী হল গুটিটোক আৱৰি থকা ৰেটিকুলেট এৰিল অংশ। এই গুটি আৰু এৰিলক আৱৰি এটা প্ৰায় ১.২৫ ছেণ্টিমিটাৰ ডাঠ পেৰিকাপ অংশ থাকে।

                                               

জীৰা

জীৰা এবিধ বাৰ্ষিক তৃণজাতীয় উদ্ভিদ আৰু তাৰ বীজ। ঘাইকৈ মছলা হিচাপে ব্যৱহৃত জীৰা এছিয়াৰ স্থানীয় উদ্ভিদ। ইয়াৰ ফলৰ ভিতৰত থকা জীৰাৰ গুটিসমূহ গোটাই বা গুৰি দুই ধৰণে খাদ্যত ব্যৱহাৰ কৰা হয়। ইয়াৰ ঔষধি গুণ আছে বাবে পাৰম্পৰিক চিকিৎসা পদ্ধতিত জীৰা ব্যৱহ ...

                                               

তেজপাত

তেজপাত এবিধ সুগন্ধি গুল্মজাতীয় উদ্ভিদ। ইয়াৰ পাত শুকুৱাই বা কেঁচাকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয়। ডালচেনি গোত্ৰৰ অন্তৰ্গত এই উদ্ভিদ মূলতঃ ভাৰত, বাংলাদেশ, নেপাল, ভূটান আৰু চীন দেশত পোৱা যায়। ইয়াৰ পাত আৰু অন্যান্য অংশৰ এক সুকীয়া গোন্ধ আৰু জ্বলা ...

                                               

তৰাগছ

​ তৰা বা তৰাগছ বা তৰাপাত এবিধ আদাজাতীয় উদ্ভিদ। এছিয়া মহাদেশৰ বিভিন্ন ঠাইৰ লোকে তৰাক ঔষধি হিচাপে আৰু ৰন্ধন প্ৰকৰণত ব্যৱহাৰ কৰে। এছিয়াৰ জনগোষ্ঠীয় বহু লোকে ইয়াক ভাতৰ সৈতে গ্ৰহণ কৰে। থলুৱাভাৱে তৰা ভাৰত, ভূটান, চীন, থাইলেণ্ড, বাংলাদেশ, ম্যানমাৰ আ ...

                                               

ধনিয়া

ধনিয়া এবিধ সুগন্ধীকাৰক তৃণজাতীয় ঔষধি উদ্ভিদ আৰু ইয়াৰ গুটি। ধনিয়াৰ শুকান গুটি মছলা হিচাপে ব্যৱহাৰ কৰা হয়। সেইদৰে ইয়াৰ পাতকো কেঁচা মছলা হিচাপে ব্যৱহাৰ কৰা হয়। খাদ্য সজাবলৈ আৰু সজীৱ গোন্ধ প্ৰদান কৰিবলৈ ধনিয়াৰ কেঁচা পাত ব্যৱহাৰ কৰা হয়। ধনিয় ...

                                               

পাঁচ ফোৰণ

পাঁচ ফোৰণ হৈছে এক গোটা মছলা মিশ্ৰণ, ই পূব ভাৰতৰ, মুখ্যতঃ উৰিষ্যা, পশ্চিমবঙ্গ, বিহাৰ আৰু উত্তৰ-পূব ভাৰতত সৃষ্টি হোৱা। এই অঞ্চলসমূহৰ ৰন্ধনপ্ৰণালীত আৰু লগতে নেপাল আৰু বাংলাদেশৰ ৰন্ধনপ্ৰণালীতো ইয়াক ব্যৱহাৰ কৰা হয়। নামটোৰ আক্ষৰিক অৰ্থ হৈছে "পাঁচ বিধ ...

                                               

মান ধনিয়া

মান ধনিয়া বা এৰিঞ্জিয়াম ফয়েটিডাম এপিয়েচি পৰিয়ালৰ এবিধ গ্ৰীষ্মমণ্ডলীয় বহুবৰ্ষজীবী উদ্ভিদ। ইয়াক বন ধনিয়া বুলিও কোৱা হয়। ইংৰাজীত ইয়াৰ সাধাৰণ নামসমূহ হৈছে কালাণ্ট্ৰ, ৰিকাও, স্বেডৌ ৱেনি, মেক্সিকান কৰিয়েণ্ডাৰ, ভানধনিয়া, সং কৰিয়েণ্ডাৰ, ছাওট ...

                                               

মেথি

মেথি বা মিথি হৈছে ফেবেচি পৰিয়ালৰ এবিধ বাৰ্ষিক উদ্ভিদ। ইয়াৰ পাতত তিনিটা সৰু ডিম্বাকৃতিৰ পৰা আয়তাকৃতিৰ উপপত্ৰিকা থাকে। ইয়াক অৰ্ধশস্য হিচাপে দেশজুৰি খেতি কৰা হয়। ই এবিধ মছলাজাতীয় উদ্ভিদ। ইয়াৰ বীজৰ সোৱাদ অলপ তিতা আৰু গোন্ধযুক্ত বাবে ৰন্ধা খাদ্ ...

                                               

যনি

যনি হৈছে এপিয়েচি পৰিয়ালৰ এবিধ একবৰ্ষী গুল্মজাতীয় উদ্ভিদ। ইয়াক ইংৰাজীত আজুৱাইন, আজুৱান, আজুৱান কাৰাৱে, বিছপ্‌ছ ৱিড, কাৰম আদি নামেৰে জনা যায়। উদ্ভিদৰ পাত আৰু বীজসদৃশ ফল দুয়োটা মানুহে খাদ্য হিচাপে গ্ৰহণ কৰে। "বিছপ্‌ছ ৱিড" নামটোৱে যনিগুটিক বুজা ...

                                               

যষ্টিমধু

যষ্টিমধু হৈছে Glycyrrhiza glabraৰ সাধাৰণ নাম। ই হৈছে বীনৰ পৰিয়াল Fabaceaeৰ অন্তৰ্গত এবিধ সপুষ্পক উদ্ভিদ, যাৰ মূলৰ পৰা এটা মিঠা, সুগন্ধি নিষ্কাশন কৰিব পাৰি। যষ্টিমধু উদ্ভিদ হৈছে পশ্চিম এছিয়া আৰু দক্ষিণ ইউৰোপৰ এক ভেষজ বহুবৰ্ষী উদ্ভিদ। ই একে ধৰণৰ ...

                                               

লং

লং এবিধ মুখশুদ্ধিৰূপে বা দৰৱত ব্যৱহাৰ কৰা এবিধ গছৰ শুকান সুগন্ধি অংকুৰ আৰু তাৰ গছ। ইয়াৰ বৈজ্ঞানিক নাম Syzygium aromaticum । ইণ্ডোনেছিয়াৰ মালুকু দ্বীপত উৎপত্তি হোৱা লং এতিয়া গোটেই বিশ্বতে ব্যৱহাৰ কৰা হয়। ইয়াক ঘাইকৈ মছলা হিচাপে ব্যৱহাৰ কৰা হয় ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →