ⓘ Free online encyclopedia. Did you know? page 110



                                               

গুৰু নানক জয়ন্তী

গুৰু নানক জয়ন্তী বা গুৰু নানক দেৱ জী গুৰুপৰব বা গুৰু নানক প্ৰকাশ উৎসৱ শিখ ধৰ্মৰ প্ৰৱৰ্তক আৰু প্ৰথম শিখ গুৰু গুৰু নানকৰ জন্মদিন। ই হৈছে শিখ ধৰ্মাৱলম্বী বা শিখী সকলৰ আটাইতকৈ পৱিত্ৰ উৎসৱ। শিখ সকলে ১০ গৰাকী শিখ গুৰুৰ তিথি পালন কৰে। এই গুৰুসকল শিখসকল ...

                                               

গুৰু পূৰ্ণিমা

গুৰু পূৰ্ণিমা বা ব্যাস পূৰ্ণিমা জৈন, হিন্দু আৰু বৌদ্ধসকলে গুৰুলৈ সন্মান আৰু কৃতজ্ঞতা জ্ঞাপন কৰা ধৰ্মীয় উৎসৱ। হিন্দু কেলেণ্ডাৰমতে আষাঢ় মাহৰ পূৰ্ণিমা তিথিত ঋষি বেদব্যাসৰ আৱিৰ্ভাৱ তিথিত এই উৎসৱ পালন কৰা হয়। এই উৎসৱ ধৰ্মীয় আৰু শিক্ষা গুৰু সকললৈ স ...

                                               

চাংকেন

পঞ চাংকেন বা পয়চাংকেন হৈছে অৰুণাচল প্ৰদেশ আৰু অসমৰ অংশবিশেষে উদযাপন কৰা টাই জাতিৰ পানী চটিওৱা এক বসন্ত উৎসৱ। থেৰাৱাডা বৌদ্ধ সম্প্ৰদায়সমূহে পৰম্পৰাগত এই উৎসৱ ইংৰাজী এপ্ৰিল মাহৰ ১৩ তাৰিখৰ পৰা ১৫ তাৰিখলৈ পালন কৰে। এই উৎসৱৰ উদযাপন আন বহুতো বৰ্ষপঞ্জ ...

                                               

চাঞ্জী

চাঞ্জী উত্তৰ ভাৰতত পালন কৰা একপ্ৰকাৰৰ লোকউৎসৱ। এই উৎসৱ দিল্লী, পঞ্জাব, হাৰিয়ানা আৰু উত্তৰ প্ৰদেশৰ কিছু অংশৰ হিন্দু মহিলা আৰু ছোৱালী সকলে লোকদেৱী চাঞ্জীলৈ উৎসৰ্গিত কৰি পালন কৰা হয়। এই লোকদেৱীৰ প্ৰতিমায়ো মহিলা সকলে নিজেই স্থানীয়ভাৱে উপলব্ধ সামগ ...

                                               

চাম্বা দশমী

চাম্বা দশমী হৈছে উৰিষ্যা, ভাৰতৰ এটি বাছকবনীয়া উৎসৱ। পুহ মাহৰ শুক্ল পক্ষৰ দশম দিনা এই উৎসৱ পালন কৰা হয়। নতুবা পুহ মাহত চন্দ্ৰৰ বৰ্ধনকালত এই উৎসৱ উদযাপিত হয়। উৎসৱটিয়ে স্থানীয় উৰিয়া বৰ্ষপুঞ্জী অনুসৰণ কৰে। উৰিষ্যাৰ পূব অঞ্চলত সাধাৰণতে এই উৎসৱ প ...

                                               

চেটি চান্দ

চেটি চান্দ ভাৰত আৰু পাকিস্তানৰ হিন্দু সিন্ধী সকলে পালন কৰা উৎসৱ। এই উৎসৱে সিন্ধী হিন্দুসকলৰ বাবে চন্দ্ৰ হিন্দু নৱবৰ্ষৰ আৰম্ভণি চিহ্নিত কৰে। এই উৎসৱৰ তাৰিখ চন্দ্ৰসৌৰ হিন্দু কেলেণ্ডাৰৰ চন্দ্ৰমাহৰ ওপৰত আধাৰিত। চেটি চান্দ সিন্ধী সকলৰ নৱবৰ্ষৰ দিন। সিন ...

                                               

চৰক পূজা

চৰক পূজা পশ্চিমবঙ্গ, বাংলাদেশ আৰু অসমৰ বঙালী অধ্যুষিত অঞ্চলক এক গুৰুত্বপূৰ্ণ লোকোৎসৱ। চ’ত মাহৰ শেষৰ দিনা এই পূজা অনুষ্ঠিত হয় আৰু বহাগৰ দুই তিনিদিন ব্যাপি চৰক পূজাৰ উৎসৱ চলে। ই চ’ত মাহত পালিত শিৱৰ গাজন উৎসৱৰ এক অংশবিশেষ। এই উৎসৱক কেন্দ্ৰ কৰি বিভি ...

                                               

ছট পূজা

ছট পূজা বা ছঠ পূজা এক প্ৰাচীন ভাৰতীয় বৈদিক উৎসৱ। ষঠ পূজা ভাৰতীয় উপমহাদেশৰ বিহাৰ, ঝাৰখণ্ড, ওড়িশা, পশ্চিম বংগৰ লগতে নেপালৰ মধেশ অঞ্চলৰ স্থানীয় উৎসৱ। প্ৰতি বছৰে কাৰ্তিক শুক্ল পক্ষৰ ষষ্ঠী তিথিত ছট বা ছঠ পূজা অনুষ্ঠিত কৰা হয়। উত্তৰ ভাৰতৰ অন্যতম জ ...

                                               

জল্লিকট্টু

জল্লিকট্টু বা চল্লিকট্টু হল তামিল জাতিৰ প্ৰাচীন পৰম্পৰাগত ক্ৰীড়া। যত এটি ষাঁড় গৰুক তাৰ শিঙত ধৰি পৰাস্ত কৰিব লাগে। এই খেল তামিলনাডুৰ এক প্ৰাচীন উৎসৱ পোঙ্গাল উৎসৱ উপলক্ষে আয়োজন কৰা হয়। জল্লিকট্টু শব্দটো আহিছে চল্লি ক্চু আৰু কট্টু ৰ পৰা। ই এবিধ ...

                                               

জীৱিতপুত্ৰিকা

জীৱিতপুত্ৰিকা হৈছে হিন্দুসকলৰ এটি তিনিদিনীয়া উৎসৱ। আহিন মাহৰ কৃষ্ণ পক্ষৰ সপ্তমীৰ পৰা নৱমীলৈকে এই উৎসৱটি পালন কৰা হয়। মৈথেলী, মাগধী, ভোজপুৰীভাষী অঞ্চলত এই উৎসৱটি সাধাৰণতে পালন কৰা হয়। বিহাৰ, ঝাৰখণ্ড আৰু উত্তৰ প্ৰদেশৰ লগতে নেপালতো ইয়াক পালন কৰা ...

                                               

ঝুলন যাত্ৰা

ঝুলন যাত্ৰা বা ঝুলন পূৰ্ণিমা ভাৰতৰ বৈষ্ণৱ সম্প্ৰদায় সকলে শ্ৰাৱনী পূৰ্ণিমা তিথিত পালন কৰা উৎসৱ। হোলী আৰু জন্মাষ্টমীৰ পিছতেই কৃষ্ণপন্থী বৈষ্ণৱ সকলৰ ই অন্যতম গুৰুত্বপূৰ্ণ উৎসৱ। হিন্দু দিনপঞ্জী মতে ঝুলন যাত্ৰা শ্ৰাৱণ মাহৰ শুক্লা দশমী তিথিত আৰম্ভ হৈ ...

                                               

ডচমোছে

ডচমোছে ভাৰতৰ লাডাখত উদযাপন কৰা এক পাৰম্পৰিক লোক উৎসৱ। ইয়াক লেহ, লিকিৰ আৰু ডিস্কিৰ বৌদ্ধ মঠসমূহত উদযাপন কৰা হয়। এইটো নতুন বছৰ উদযাপনৰ অন্তিম উৎসৱ। লোচাৰ ইয়াৰ লগত জড়িত আন এক উৎসৱ। দুদিনীয়াকৈ অনুষ্ঠিত ডচমোছে উৎসৱ লেহ জিলা আৰু জাংস্কাৰ মহকুমাৰৰ ...

                                               

তীজ

তীজ হৈছে ভাৰতৰ বহুতো প্ৰান্তত আৰু নেপালত বিবাহিতা মহিলাসকলে উদযাপন কৰা হিন্দু উৎসৱ। তীজ শ্ৰাৱণ মাহৰ তৃতীয় আৰু চতুৰ্থ দিন উদযাপন কৰা হয়। তীজ মহিলাসকলৰ বাবে দেৱী পাৰ্বতীৰ উপাসনা কৰাৰ দিন। মহিলাসকলে প্ৰায়ে তীজ উদযাপনত উপবাস কৰে। এই দিনটোতে দেৱী প ...

                                               

তুলসী বিবাহ

তুলসী বিবাহ হৈছে হিন্দুসকলৰ এক পৰম্পৰাগত উৎসৱ যত তুলসী পুলিটোক ঈশ্বৰৰ অংশ বুলি ভবা হয়। এই উৎসৱত তুলসীৰ সৈতে শালেগ্ৰাম বা বিষ্ণু বা তেওঁৰ অৱতাৰ কৃষ্ণৰ বিবাহ অনুষ্ঠিত কৰা হয়। তুলসী বিবাহে হিন্দু ধৰ্ম্মত বৰ্ষাৰ অন্ত আৰু বিবাহৰ ঋতুৰ আগমণ সূচায়। আন ...

                                               

দুৰ্গা অষ্টমী

দুৰ্গা অষ্টমী বা মহা অষ্টমী হৈছে পাঁচ দিন ব্যাপী চলা দুৰ্গা পূজাৰ মাজৰ এটি অন্যতম শুভ দিন। প্ৰকৃত পক্ষে দুৰ্গা পূজা দহ দিনীয়া। সেয়ে হলেও অনুষ্ঠানিকতা ৰক্ষা কৰি ষষ্ঠীৰ পৰা আৰম্ভ কৰি এই উৎসৱ পাঁচ দিনৰ বাবে আয়োজিত হয়। ভাৰতত এই পবিত্ৰ উৎসৱ উপলক্ষ ...

                                               

দুৰ্গা পূজা

হিন্দু দেৱী দুৰ্গাৰ আৰাধনাকে কেন্দ্ৰ কৰি অনুষ্ঠিত হয় হিন্দু সম্প্ৰদায়ৰ বৃহত্তম ধৰ্মীয় আৰু সামাজিক উৎসৱ দুৰ্গা পূজা বা দুৰ্গোৎসৱ । শাস্ত্ৰ মতে আহিন মাহৰ শুক্ল পক্ষত বা চ’ত মাহৰ শুক্ল পক্ষত দুৰ্গাপূজা পালন কৰা হয়। চ’ত অৰ্থাৎ বসন্তকালৰ দুৰ্গাপূজ ...

                                               

দ্বীপান্বিতা

দ্বীপান্বিতা, দিপাৱলী বা দেৱালী চাৰি-পাঁচ দিনীয়া ভাৰতীয় পোহৰৰ উৎসৱ। প্ৰতি বছৰে শৰৎ কালত কাতি মাহৰ অমাবস্যা তিথিত হিন্দু সকল, জৈন সকল, শিখ সকল, আৰু কিছু বৌদ্ধ সকলে এই উৎসৱ পালন কৰে। এই উৎসৱ অত্যন্ত জনপ্ৰিয় আৰু ই "অন্ধকাৰৰ বিৰুদ্ধে পোহৰৰ, বেয়াৰ ...

                                               

নাগ পঞ্চমী

নাগপঞ্চমী হৈছে হিন্দুসকলৰ এটি ধৰ্মীয় উৎসৱ। এই দিনটোত হিন্দু লোক সকলে সাপৰ পূজা কৰে। ভাৰত, নেপাল তথা অন্যান্য অঞ্চলৰ হিন্দু লোক সকলে এই উৎসৱ পালন কৰি আহিছে।

                                               

নাৰিকল পূৰ্ণিমা

নাৰিকল পূৰ্ণিমা হৈছে মহাৰাষ্ট্ৰ বিশেষকৈ মুম্বাই আৰু কংকা তীৰৰ হিন্দু মাছমৰিয়া সমাজে পালন কৰা এক উৎসৱ। হিন্দু ভাৰতীয় বৰ্ষপঞ্জী অনুসৰি শাওন মাহৰ পূৰ্ণিমা তিথিত এই উৎসৱ উদযাপন কৰা হয়। এই উৎসৱ পালনৰ বাবে ফুল, চাউল, নাৰিকল আদি নৈবেদ্য হিচাপে উৎসৰ্গ ...

                                               

নীৰ্জল একাদশী

নীৰ্জল একাদশী হৈছে এক হিন্দু ধৰ্মীয় উৎসৱ। চান্দ্ৰ কেলেণ্ডাৰ অনুসৰি জ্যেষ্ঠ মাহৰ একাদশীত এই উৎসৱ পালন কৰা হয়। এই একাদশীৰ নাম পানীৰ অন্য নাম নীৰ আৰু জলৰ পৰা অহা। এই একাদশীত পানী বিহীন ভাবে ব্ৰত পালন কৰা হয়। ২৪টা একাদশীৰ ভিতৰত এই একাদশীৰ বিশেষত্ব ...

                                               

পলা উৎসৱ

পলা হৈছে খেতিয়ক সকলৰ ষাঁড় আৰু বলধ গৰুক সন্মান জনাই মহাৰাষ্ট্ৰ, ছত্তীছগঢ়, মধ্য প্ৰদেশ, তেলঙ্গানা, কৰ্ণাটক আদি ৰাজ্যৰ খেতিয়ক সকলে পালন কৰা এক উৎসৱ। ইয়াৰ দ্বাৰা খেতিয়ক পৰিয়ালে তেওঁলোকৰ খেতিৰ কামত সহায় কৰা ষাঁড় আৰু বলধ গৰুক সন্মান জনাই আৰু ধ ...

                                               

পনা সংক্ৰান্তি

পনা সংক্ৰান্তি, বা মহাবিষুৱ সংক্ৰান্তি, হৈছে ভাৰতৰ ওড়িয়া লোক সকলৰ দ্বাৰা উদযাপিত পৰম্পৰাগত নৱবৰ্ষৰ উৎসৱ। এই উৎসৱৰ তাৰিখ চান্দ্ৰ-সৌৰ কেলেণ্ডাৰ অনুসৰি সৌৰ চক্ৰৰ ওপৰত নিৰ্ভৰশীল। ওড়িয়া কেলেণ্ডাৰৰ চান্দ্ৰ মাহ বৈশাখাৰ প্ৰথমটো দিন যিটো ভাৰতীয় ৰাষ্ট ...

                                               

পিতৃপক্ষ

পিতৃপক্ষ হিন্দুধৰ্ম অনুসৰি, পূৰ্বপুৰুষৰ তৰ্পণাদিৰ বাবে প্ৰশস্ত এক বিশেষ পক্ষ। এই পক্ষ পিত্ৰুপক্ষ, ষোলা শ্ৰাদ্ধ, কানাগাত, জিতিয়া, মহালয়া পক্ষ আৰু অপৰপক্ষ নামেৰেও পৰিচিত। হিন্দু বিশ্বাস অনুযায়ী, পিতৃপক্ষত প্ৰেতকৰ্ম শ্ৰাদ্ধ, তৰ্পণ ইত্যাদি মৃত্যু- ...

                                               

পোংগল

পোংগল অথবা থাই পোংগল দক্ষিণ ভাৰতৰ ঘাইকৈ তামিল সকলে উদযাপন কৰা কৃষিভিত্তিক উৎসৱ। তামিল দিনপঞ্জীৰ থাই মাহৰ প্ৰথম দিনা সাধাৰণতে ইংৰাজী জানুৱাৰী মাহৰ ১৪/১৫ তাৰিখে পোংগল উদযাপন কৰা হয়। এই উৎসৱ সূৰ্য দেৱতাৰ প্ৰতি ধন্যবাদ জনাবলৈ পালন কৰা হয়। মকৰ সংক্ৰ ...

                                               

বন মহোৎসৱ

বন মহোৎসৱ হৈছে ভাৰতত উদযাপিত হোৱা এসপ্তাহজোৰা বাৰ্ষিক উৎসৱ। এই উৎসৱত গছ ৰোপণ কৰা হয়। জুলাই মাহৰ প্ৰথম সপ্তাহত এই উৎসৱ পালন কৰা হয়। ১৯৫০ চনত এই উৎসৱটি কানায়ালাল মানেকলাল মুঞ্চীয়ে আৰম্ভ কৰিছিল। দিল্লীৰ ৰাজঘাটত এজোপা গছ ৰোপণ কৰি তেওঁ এই মহোৎসৱৰ ...

                                               

বন্দী ছোড় দিৱস

বন্দী ছোড় দিৱস শিখ ধৰ্মাৱলম্বী সকলে উদযাপন কৰা উৎসৱ। এই দিনা শিখসকলৰ ষষ্ঠ গুৰু, গুৰু হৰগোৱিন্দক গ্বালিয়ৰ দুৰ্গৰ পৰা মুক্তি দিয়া হৈছিল। মোগল সম্ৰাট জাহাংগীৰে তেওঁক কেইবা মাহ ধৰি গ্বালিয়ৰ দুৰ্গত বন্দী কৰি ৰাখিছিল। বৰ্তমান এই দুৰ্গৰ যি স্থানত গু ...

                                               

বালি যাত্ৰা

বালি যাত্ৰা হৈছে এছিয়াৰ এক সৰ্ববৃহৎ মুক্ত বাণিজ্য মেলা। এই উৎসৱ উৰিষ্যাৰ, কটক চহৰৰ মহানদী নদীৰ গদাগাদিয়া ঘাটত অনুষ্ঠিত হয়। উৰিষ্যাৰ প্ৰাচীন সদাগৰসকল বালিৰ দূৰৱৰ্তী ভূমিৰ লগতে জাভা, সুমাত্ৰা, বৰ্ণেও, আৰু শ্ৰীলংকা আদিলৈ বাণিজ্য আৰু সাংস্কৃতিক সম ...

                                               

বিজয়া দশমী

বিজয়া দশমী হৈছে প্ৰতি বছৰে নৱৰাত্ৰিৰ শেষত উদযাপন কৰা এক মুখ্য হিন্দু উৎসৱ। ইয়াক দশেৰা, দুশেৰা আদি নামেৰেও জনা যায়। হিন্দু চান্দ্ৰ-সৌৰ কেলেণ্ডাৰৰ ৭ম মাহ আশ্বিন মাহৰ দশম দিনটোত পালন কৰা হয়, ই সাধাৰণতে গ্ৰেগৰিয়ান বৰ্ষপঞ্জীৰ ছেপ্টেম্বৰ আৰু অক্টো ...

                                               

বিশ্বকৰ্মা পূজা

বিশ্বকৰ্মা পূজা বা বিশ্বকৰ্মা জয়ন্তী ভাৰতৰ কৰ্ণাটক, অসম, পশ্চিম বংগ, বিহাৰ, ঝাৰখণ্ড, উৰিষ্যা আৰু ত্ৰিপুৰা আদি প্ৰদেশত প্ৰতিবছৰে ভাদ মাহৰ সংক্ৰান্তি বা কণ্যা সংক্ৰান্তিত পালন কৰা হয়। এই উৎসৱ প্ৰায় কাৰখানা আৰু উদ্যোগিক স্থানসমূহত পালন কৰা হয়। হ ...

                                               

বৈশাখী

বৈশাখী শিখ সকলৰ ধৰ্মীয় তথা সাংস্কৃতিক উৎসৱ। বৈশাখ মাহৰ সংক্ৰান্তি তিথিত বৈশাখী পালন কৰা হয়। বৈশাখী সাধাৰণতে ইংৰাজী কেলেণ্ডাৰৰ ১৩/১৪ এপিল তাৰিখে উদযাপিত হয়। ১৬৯৯ চনত শিখ সকলৰ দশম গৰাকী গুৰু গোবিন্দ সিঙে এইদিনা খালসা পন্থা গঠন কৰিছিল। হিন্দু বিক ...

                                               

ভাই দুজ

ভাই দুজ, ভাও বীজ, ভাই টীকা, ভাই ফণ্টা হৈছে হিন্দু সকলৰ দ্বাৰা পালিত এক উৎসৱ। বিক্ৰম সংবৎ হিন্দু কেলেণ্ডাৰ মতে দ্বিতীয় শুক্ল পক্ষৰ দ্বিতীয়টো সৌৰ দিনত এই উৎসৱ পালন কৰা হয়। সাধাৰণতে দ্বীপান্বিতা, তিহাৰ উৎসৱ আৰু ফাকুৱাৰ সময়ত ভাই দুজ পালন কৰা দেখা ...

                                               

ভাৰত ৰঙ্গ মহোৎসৱ

ভাৰত ৰঙ্গ মহোৎসৱ বা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ ১৯৯৯ চনত আৰম্ভ হয়। নতুন দিল্লীৰ ৰাষ্ট্ৰীয় নাট্য বিদ্যালয়ে আয়োজন কৰা এয়া এক বাৰ্ষিক নাট্য মহোৎসৱ। ৰাষ্ট্ৰীয় নাট্য বিদ্যালয় ভাৰত চৰকাৰৰ দ্বাৰা সঞ্চালিত নাট প্ৰশিক্ষণৰ প্ৰথম প্ৰতিষ্ঠান। ভাৰতৰ নাট্যক ...

                                               

মকৰ সংক্ৰান্তি

মকৰ সংক্ৰান্তি উৎসৱক ভাৰতবৰ্ষৰ বিভিন্ন ৰাজ্যত বিভিন্ন নামেৰে জনা যায়। মহাৰাষ্ট্ৰত মকৰ সংক্ৰান্ত, অসমত মাঘ বিহু, অন্য ৰাজ্যসমূহত উত্তৰায়ণ, মাঘী আৰু বাংলাদেশত পৌষ সংক্ৰান্তি বোলা হয়। মকৰ সংক্ৰান্তি উৎসৱ হিন্দু দিনপঞ্জীত সূৰ্য দেৱতাক উৎসৰ্গি কৰা ...

                                               

মাঘী

মাঘী ভাৰতৰ পঞ্জাব, হাৰিয়ানা আৰু হিমাচল প্ৰদেশত উদযাপন কৰা মকৰ সংক্ৰান্তি হিন্দু উৎসৱৰ আঞ্চলিক নাম। হিমাচলত এই উৎসৱক মাঘী সাজি বা মাঘ ৰা সাজা বুলিও কোৱা হয়। হিন্দু দিনপঞ্জী অনুসৰি মাঘৰ প্ৰথম দিনা মাঘী উদযাপন কৰা হয়। ই জনপ্ৰিয় শীতকালীন লোক উৎসৱ ...

                                               

মেষ সংক্ৰান্তি

মেষ সংক্ৰান্তি সৌৰ চক্ৰ বৰ্ষৰ প্ৰথম দিন আৰু হিন্দু চন্দ্ৰ-সৌৰ দিনপঞ্জী সমূহৰ সৌৰ নৱবৰ্ষ। হিন্দু দিনপঞ্জীত এক চন্দ্ৰ নৱবৰ্ষও উদযাপন কৰা হয় আৰু ই ধৰ্মীয়ভাৱে অধিক গুৰুত্বপূৰ্ণ। হিন্দু দিনপঞ্জীৰ চৈত্ৰ মাহৰ শুক্লা প্ৰতিপদ তিথিত উদযাপিত এই নৱবৰ্ষ ভাৰ ...

                                               

লক্ষ্মী পূজা

লক্ষ্মী পূজা হিন্দু ধৰ্মাৱলম্বী সকলে পালন কৰা দেৱী লক্ষ্মীৰ প্ৰতি উছৰ্গিত পূজা। হিন্দু দিনপঞ্জী বিক্ৰম সংগবতৰ মতে কাৰ্তিক মাহৰ অমাৱস্যা তিথিত লক্ষ্মী পূজা অনুষ্ঠিত কৰা হয়। পূব ভাৰতৰ পশ্চিম বংগ, অসম, ওড়িশা, ত্ৰিপুৰা আদি অঞ্চলত প্ৰচলিত স্থানীয় দ ...

                                               

লহৰী

                                               

শাৰদ পূৰ্ণিমা

শাৰদ পূৰ্ণিমা হৈছে হিন্দু চান্দ্ৰবৰ্ষৰ আহিন মাহৰ পূৰ্ণচন্দ্ৰ তিথিত পালন কৰা এক কৃষি উৎসৱ। এই উৎসৱক যাক কুমাৰা পূৰ্ণিমা, কোজাগীৰি পূৰ্ণিমা, নৱণ পূৰ্ণিমা, আৰু কৌমুদী পূৰ্ণিমা বুলিও কোৱা হয়। মৌচুমী ঋতুৰ সমাপ্তিৰ চিহ্ন হিচাপে এই উৎসৱ পালন কৰা হয়। এ ...

                                               

শিগমো

শিগমো বা শিশিৰোৎসৱ গোৱাৰ হিন্দু সম্প্ৰদায়ে উদযাপন কৰা এটা প্ৰধান বসন্তোৎসৱ। এই উৎসৱ কোংকণীসকলেও উদযাপন কৰে আৰু হোলী উৎসৱৰ অংশবিশেষ। শিগমো এটা কোংকণী শব্দ। ই প্ৰাকৃত ভাষাৰ ‘সুগিমাহো’ আৰু সংস্কৃত ভাষাৰ ‘সুগ্ৰীস্মক’ শব্দৰ পৰা উদ্ভৱ হৈছে। অতীতত দশেৰ ...

                                               

হালধি কুমকুম

হালধি কুমকুম বা হালধি কুমকুম অনুষ্ঠান হৈছে ভাৰতৰ এক সামাজিক অনুষ্ঠান যত বিবাহিত মহিলাসকলে তেওঁলোকৰ বিবাহিত মৰ্যাদাৰ প্ৰতীক হিচাপে হালধি আৰু কুমকুম বিনিময় কৰে আৰু তেওঁলোকৰ স্বামীসকলৰ দীৰ্ঘ জীৱন বিচাৰে। এই অনুষ্ঠানটো পশ্চিম ভাৰতীয় ৰাজ্য মহাৰাষ্ট্ ...

                                               

হোলিকা দহন

হোলিকা দহন অসুৰ হোলিকাক জ্বলাই উদযাপন কৰা হয়। হিন্দু ধৰ্মৰ বহুতো পৰম্পৰাই প্ৰহ্লাদক ৰক্ষা হেতু বিষ্ণুৱে হোলিকাক বধ কৰাৰ বাবে ইয়াক উদযাপন কৰা হয়।

                                               

ৰাখীবন্ধন

ৰাখীবন্ধন ভাৰতৰ এটা উৎসৱ। হিন্দু, জৈন, শিখ আদি সকলোৱে ৰাখীবন্ধন উৎসৱটি পালন কৰে। হিন্দু পঞ্জিকা অনুসৰি শাওণ মাহৰ পূৰ্ণিমা তিথিতে এই উৎসৱ উদযাপিত হয়। হিন্দী: रक्षाबंधन, পঞ্জাবী: ਰਕਸ਼ਾਬੰਧਨ, উৰ্দু: رکشا بندھن.যাৰ অৰ্থ হল "Knot of Protection"। এই দি ...

                                               

ৱাংগালা

ৱাংগালা হৈছে একধৰণৰ কৃষিভিত্তিক উৎসৱ। কৃষিভিত্তিক অনুষ্ঠান হ’লেও কৃষিৰ লগত ইয়াৰ কোনো পোনপটীয়া সম্পৰ্ক নাই। এই উৎসৱ মেঘালয়, নাগালেণ্ড আৰু অসমত বাস কৰা গাৰোসকলে পালন কৰে। ইয়াৰ লগতে বাংলাদেশৰ মৈমনচিঙসকলেও এই উৎসৱ পালন কৰে। উৎসৱৰ পাছত, তেওঁলোকে স ...

                                               

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ ঢকুৱাখনা অধিৱেশন (২০১৫)

শ্ৰীমন্ত শঙ্কৰদেৱ সঙ্ঘৰ অধিৱেশন লখিমপুৰ জিলাৰ ঢকুৱাখনাত ৫ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখৰপৰা ৮ ফেব্ৰুৱাৰী, ২০১৫ তাৰিখলৈ নৰহৰি আতা ক্ষেত্ৰত ঢকুৱাখনা জিলা শাখাৰ উদ্যোগত অনুষ্ঠিত হয়।

                                               

ৱিকিমেনিয়া

ৱিকিমেনিয়া হৈছে ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ দ্বাৰা পৰিচালিত ৱিকি প্ৰকল্পসমূহ -ৰ ব্যৱহাৰকাৰী আৰু সদস্যসকলৰ বাবে আয়োজিত এখন বাৰ্ষিক আন্তৰাষ্ট্ৰীয় সন্মিলন। এই সন্মিলনত মূলতঃ ৱিকিমিডিয়া ফাউণ্ডেশ্যনৰ প্ৰকল্পসমূহ, অন্য ৱিকি, মুক্ত উৎসৰ ছফ্টৱেৰ, মুক্ত ...

                                               

কেডবাৰী ডেইৰী মিল্ক

ডেইৰী মিল্ক যুক্তৰাষ্ট্ৰৰ দ্য হাৰ্শ্বে কোম্পানী কেডবাৰীৰ দ্বাৰা উৎপাদিত এবিধ মিল্ক চকলেট। ১৯০৫ চনত ইউ কেত ইয়াৰ আত্মপ্ৰকাশ ঘটে ।

                                               

আলু

আলু এবিধ সুষম পুষ্টিকৰ খাদ্য। আলুৰ বৈজ্ঞানিক নাম Solanum tuberosum । গছৰ শিপাত, মাটিৰ তলত ইয়াৰ উৎপাদন হয়। আলুৰ খেতি কৰি বহুলভাৱে ইয়াৰ উৎপাদন কৰা হয় কাৰণ আলুৰ চাহিদা অতি বেছি। আলু নামৰ এই খাদ্য বস্তুটোৰ লগত প্ৰথম চিনাকি আছিল দক্ষিণ আমেৰিকাৰ পে ...

                                               

ওলকচু

ওলকচু গোটেই বিশ্বত ওলকচুৰ ১৭৬ টাতকৈ বেছি প্ৰজাতি পোৱা যায়। এমৰফফেলাছ টাইটেনাম নামৰ ওলকচুৰ প্ৰজাতিটোৰ ফুলৰ মঞ্জৰী পৃথিৱীৰ ভিতৰতে আটাইতকৈ ডাঙৰ হোৱাৰ তথ্য পোৱা যায়। আনহাতে কেতিয়াবা এই প্ৰজাতিটোৰ আলু ২ মিটাৰ পৰিধিৰ ১০০ পাউণ্ডতকৈ বেছি ওজনৰ হোৱা দেখ ...

                                               

ঔ টেঙা

ঔ টেঙা) অসমৰ স্থানীয় উদ্ভিদ। ই দক্ষিণ-পূব এছিয়াৰ পৰা ভাৰত, বাংলাদেশ, শ্ৰী লংকাৰ লগতে দক্ষিণ পশ্চিম চীন, ভিয়েটনাম, থাইলেণ্ড, মালয়ছিয়া পৰ্যন্ত বিস্তৃত হৈ আছে। ঔ টেঙা অসমীয়া জনজীৱনৰ লগত ওতপ্ৰোত ভাৱে জড়িত।

                                               

কাঠ আলু

কাঠ আলু বৈজ্ঞানিক নাম Dioscorea bulbifera হল ডাইয়োস্কোৰিয়াছী Dioscoreaceae পৰিয়ালৰ এবিধ লতাজাতীয় বহুবৰ্ষী উদ্ভিদ। ইয়াক সংস্কৃত ভাষাত ৱৰাহী, মালায়ালামত কাচিল আৰু মাৰাঠীত দুক্কৰ কান্দ বুলিও জনা জায়। কাঠ আলু আফ্ৰিকা, দক্ষিণ এচিয়া আৰু অষ্ট্ৰে ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →