ⓘ Free online encyclopedia. Did you know? page 107



                                               

জিগমে খেচাৰ নামগৱেল ৱাংচুক

জিগমে খেচাৰ নামগৱেল ৱাংচুক ভূটানৰ পঞ্চম আৰু বৰ্তমান "ড্ৰোক গ্যাল্প" বা "ড্ৰেগন ৰজা"। তেওঁৰ পিতৃ ৰজা জিগমে শিংয়ে ৱাংচুকৰ পিছত ৯ ডিচেম্বৰ ২০০৬ তাৰিখে তেওঁ ভূটানৰ ৰজা হিচাপে ৰাজপাটত বহে। তেওঁৰ ৰাজাভিষেকৰ ৰাজহুৱা সমাৰোহ আনুষ্ঠানিক ভাৱে ২০০৮ চনৰ ১ নৱ ...

                                               

ফ্ৰিদা কাল

ফ্ৰিদা কাল এগৰাকী মেক্সিকান চিত্ৰকৰ। এওঁ বিশেষকৈ তেওঁৰ নিজা প্ৰতিকৃতি সমূহৰ বাবে প্ৰসিদ্ধ। তেওঁৰ চিত্ৰসমূহ মেক্সিককে ধৰি আমেৰিকাৰ লোকসকলৰ মাজত দেশীয় সত্তাৰ পৰিচয়মূলকভাৱে আৰু নাৰিবাদী সকলৰ মাজত নাৰীৰ অনুভৱৰ প্ৰতিনিধি ৰূপে খ্যাত।

                                               

আং-চান-চ্যু-কি

আং-চান-চ্যু-কি ইংৰাজী: Aung San Suu Kyi ; জন্ম ১৯ জুন ১৯৪৫ এগৰাকী ব্ৰহ্মদেশ বা ম্যানমাৰৰ ৰাজনীতিজ্ঞ, কূটনীতিজ্ঞ, লেখক আৰু ১৯৯১ চনৰ নবেল বঁটা বিজয়ী শান্তি মহিলা যিয়ে ২০১৬-২০২১ লৈকে ম্যানমাৰৰ ৰাজ্য পৰিষদৰ প্ৰধান মন্ত্ৰীৰ সমতুল্য আৰু বৈদেশীক নীতিৰ ...

                                               

তাৱাক্কল কাৰমান

তাৱাক্কল আব্দেল-চালাম কাৰমান এগৰাকী য়েমেনৰ সাংবাদিক, ৰাজনীতিক আৰু য়েমেনৰ আল-ইছলাহ ৰাজনৈতিক দলৰ প্ৰবীণ সদস্য। তদুপৰি কাৰমান এগৰাকী মানবাধিকাৰ কৰ্মী হিচাপেও দীৰ্ঘদিন ধৰি কাম কাজ চলাই আছে। তেওঁ" ৱমেন জাৰ্ণালিষ্ট উইথআউট চেইন্স” নামৰ নাৰী সাংবাদিকদৰ ...

                                               

ই চি ষ্টুৱাৰ্ট বেকাৰ

এডৱাৰ্ড চাৰ্লছ ষ্টুৱাৰ্ট বেকাৰ যুক্তৰাজ্যৰ এগৰাকী প্ৰখ্যাত ব্ৰিটিছ পক্ষীবিদ তথা আৰক্ষী বিষয়া আছিল। অসম কে ধৰি উত্তৰ-পূবৰ চৰাইসমূহৰ তথ্য সংগ্ৰহ আৰু আৱিষ্কাৰৰ ক্ষেত্ৰত তেওঁ উল্লেখযোগ্য অৱদান আগবঢ়াইছিল।

                                               

এডেল

এডেল ল’ৰি ব্লু এডকিন্স এগৰাকী ইংৰাজ গায়িকা, গীতিকাৰ আৰু বাদ্যযন্ত্ৰী। ১৯৮৮ চনৰ ৫ মে’ত উত্তৰ ইংলেণ্ডৰ টটেনহামত এডেলৰ জন্ম হয়। তেওঁৰ পিতৃ মাৰ্ক ইভান্স আৰু মাতৃ পেন্নী এডকিন্স। ২০০৬ চনত এক বন্ধুৱে" মাইস্পেচ”ত এডেলৰ সংগীতৰ এক নমুনা প্ৰকাশ কৰি দিয়া ...

                                               

এনী বেছাণ্ট

কেৱল মানৱ সমাজৰ উন্নতিৰ বাবেই নিজৰ জীৱন উত্সৰ্গা কৰা মহান ব্যক্তিসকলৰ ভিতৰত মহিয়সী মহিলা এনী বেছাণ্ট এগৰাকী উল্লেখনীয় ব্যক্তি। যিসময়ত ইংৰাজ জাতিয়ে আধুনিকতাৰ শীৰ্ষস্থানত আৰোহণ কৰিছিল, মানুহে ভাবিব পৰা সকলো সুখ স্বাচ্ছন্দ্যৰ মাজত জীৱনক পূৰ্ণমাত ...

                                               

ডেনিয়েল ৰেডক্লিফ

ডেনিয়েল জেকব ৰেডক্লিফ এজন ইংৰাজ অভিনেতা। হেৰী পটাৰ ত হেৰী পটাৰৰ ভূমিকাত অভিনয় কৰি বিশেষভাবে পৰিচিত হয়। ইয়াৰ উপৰিও ৰেডক্লিফে একাধিক মঞ্চ, টিভি আৰু চলচ্চিত্ৰত অভিনয় কৰিছে। ইয়াৰ ভিতৰত আছে ৰয়েছে আইটিভি ফিল্ম মাই বয় জেক আৰু ইকুয়াছ নাটকখন। নাট ...

                                               

ডেভিদ জেমছ থুলছ

ডেভিদ জেমছ থুলছ FRS এজন ব্ৰিটিছ ঘনীভুত পদাৰ্থ বিজ্ঞানী। তেওঁ ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন আৰু জন মাইকেল কষ্টাৰলিটজৰ লগত পদাৰ্থৰ টপলজিকেল ফেজ ট্ৰান্সজিছন বিষয়ৰ বাবে যুটীয়া ভাবে ২০১৬ চনৰ পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰে।

                                               

ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন

ফ্ৰেডৰিক ডুনকান মাইকেল হাল্ডেন এজন ব্ৰিটিছ পদাৰ্থ বিজ্ঞানী। তেওঁ আমেৰিকাৰ প্ৰিন্সটন বিশ্ববিদ্যালয়ৰ পদাৰ্থ বিজ্ঞান বিভাগৰ সন্মানীয় ইউজিন হিগিন্স আসনৰ অধ্যাপক আৰু পেৰিমিটাৰ ইনষ্টিটিউট ফৰ থিয়ৰীটিকেল ফিজিক্সেৰ সন্মানীয় আসনৰ অধ্যাপক। তেওঁ ডেভিদ জে ...

                                               

বাৰ্ট্ৰেণ্ড ৰাছেল

বাৰ্ট্ৰেণ্ড ৰাছেল ইংৰাজী: Bertrand Russell সম্পূৰ্ণ নাম বাৰ্ট্ৰেণ্ড আৰ্থাৰ উইলিয়াম ৰাছেল, তৃতীয় আৰ্ল ৰাছেল, অ’ এম, এফ আৰ এছ ১৮ মে ১৮৭২ – ২ ফেব্ৰুৱাৰী ১৯৭০ একাধাৰে এজন ব্ৰিটিছ দাৰ্শনিক, গণিতজ্ঞ আৰু ন’বেল বঁটা বিজয়ী সাহিত্যিক হোৱাৰ উপৰিও এজন মান ...

                                               

মেগী স্মিথ

দাম মাৰ্গাৰেট নাটালি মেগী স্মিথ হলিউদৰ এগৰাকী সক্ৰিয় অভিনেত্ৰী। ১৯৩৪ চনৰ ২৮ ডিচেম্বৰত জন্মলাভ কৰা অভিনেত্ৰীগৰাকীৰ চলচিত্ৰ আৰু নাটক উভয় ক্ষেত্ৰতে সুনাম আছে।

                                               

মেৰী মেলন

মেৰী মেলন, বা টাইফ‌ইড মেৰী, আমেৰিকা যুক্তৰাষ্ট্ৰত টাইফইড জ্বৰৰ জীৱাণুৰ অলাক্ষণিক বাহক হিচাপে চিনাক্ত হোৱা প্ৰথম ব্যক্তি। ৰান্ধনীৰূপে কাম কৰা প্ৰথম সময়ছোৱাত তেওঁ ২২ গৰাকী অন্য লোকক সংক্ৰমিত কৰিছিল বুলি ধাৰণা কৰা হয় যাৰ ভিতৰত তিনিজনৰ মৃত্যু ঘটে। ...

                                               

লৰ্ড নেলছন

লৰ্ড নেলছন ব্ৰিটিছ নৌসেনা বাহিনীৰ আটাইতকৈ প্ৰভাৱশালী নৌবিষয়া সকলৰ মাজত এজন আছিল। তেওৰ জীৱনযাত্ৰা অতি দীঘলিয়া ব্যতিক্ৰমি তথা বিশিষ্টপুৰ্ণ আছিল যিয়ে তেওক পাছলৈ নিজৰ নিৰ্ভীকতা আৰু সাহসিকতাৰ কাৰণে এজন অদ্বীতিয় যুদ্ধনীতিজ্ঞ ৰুপে খ্যাত কৰি তুলিছিল। ...

                                               

লৰ্ড বেডেন পাৱেল

ইউৰোপ আৰু আমেৰিকাৰ বহুতো দেশৰ আৰ্হিত এচিয়াৰো কেতবোৰ দেশত আজি স্কুলীয়া শিক্ষাৰ লগতে ছাত্ৰ-ছাত্ৰীসকলক আত্মনিৰ্ভৰশীল হোৱাৰ ক্ষেত্ৰত স্কাউট আৰু গাইডৰ প্ৰশিক্ষণ দিয়া হয়। ভাৰতৰো প্ৰায়বোৰ বিদ্যালয়তে ’স্কাউটিং’ শিক্ষাৰ এক অভিন্ন অংগ হৈ পৰিছে। পঢ়া- ...

                                               

হেলেনা বনহাম কাৰ্টাৰ

হেলেনা ব’নহাম কাৰ্টাৰ এগৰাকী ব্ৰিটিছ অভিনেত্ৰী। তেওঁ ১৯৬৬ চনৰ ২৬ মে তাৰিখে লণ্ডন মহানগৰীৰ গল্ডাৰছ গ্ৰীণত জন্মগ্ৰহণ কৰে। ১৯৮৩ চনৰ পৰা পেছাগত অভিনয় জীৱন আৰম্ভ কৰা কাৰ্টাৰ বৰ্তমানলৈকে সক্ৰিয় ৰূপত অভিনয়ৰ সৈতে জড়িত হৈ আছে।

                                               

মোৱাম্মাৰ গাড্ডাফি

মোৱাম্মাৰ মহম্মদ আবু মিনয়াৰ আল-গাড্ডাফি কৰ্নেল গাড্ডাফি হিচাপে খ্যাত। তেখেত ১৯৬৯ চনৰ পৰা মৃত্যুক্ষন পৰ্য্যন্ত লিবিয়াৰ নেতা আছিল।

                                               

চালভাড ডালি

চালভাড ডমিনিক ফেলিপ জেচিন্ত ডালি ই ডমিনিচ, মাৰ্কুচ দে পিউবল, বা অধিক জনাজাত চালভাড ডালি, আছিল ফিগুৱেৰেচত জন্মলাভ কৰা এজন প্ৰখ্যাত স্পেনীয় কাটালান চিত্ৰশিল্পী। ডালি কৌশলগত নক্সাত পাৰ্গত আছিল। তেখেত চাৰিয়েলিজম বা অধিবাস্তৱবাদী ধাৰাৰ অদ্ভুত অথচ চক ...

                                               

পাব্‌ল পিকাছ

পাব্‌ল ডিয়েগ’ জ’ছ ফ্ৰান্সিছক’ ডে পাওলা জুৱান নেপ’মুচেন’ দে লচ ৰেমেডিঅ’ছ চিপ্ৰিয়ান’ ডে লা চান্তিচিমা ট্ৰিনিডাদ ৰুইজ ৱাই পিকাছ বা চমুকৈ পাব্‌ল পিকাছ আছিল এজন স্পেইনৰ চিত্ৰশিল্পী, নক্সাবিদ আৰু ভাস্কৰ্য্যশিল্পী। তেওঁ জীৱনৰ বেছিভাগ সময় ফ্ৰান্সত কটা ...

                                               

ফ্ৰান্সিছক গয়া

ফ্ৰান্সিছক জোছ দি গয়া য়ে লুচিয়েণ্টিছ এগৰাকী স্পেইনদেশীয় চিত্ৰশিল্পী আৰু ছপা-শিল্পী । তেখেতক ৰোমাণ্টিক যুগৰ শেষৰ আৰু আধুনিক যুগৰ আৰম্ভণিৰ শিল্পী বুলি অভিহিত কৰা হয়। গয়া স্পেইনৰ ৰজাৰ দৰবাৰৰ শিল্পী আছিল। উপকূলীয় যুদ্ধৰ সময়ছোৱা তেখেতে মাড্ৰিড ...

                                               

মাৰিয়া ছাৰাপোভা

মাৰিয়া ছাৰাপোভা ১৯ এপ্ৰিল ১৯৮৭ চনত ৰাছিয়াৰ ন্যাগান চহৰত জন্মগ্ৰহন কৰিছিল। তাইৰ পিতৃ-মাতৃ য়ুৰি আৰু য়ুলেনা পূৰ্বতে প্ৰাক্তন বেলাৰাছিয়াৰ গোমেলৰ বাসিন্দা আছিল, কিন্তু চাৰ্নোবিন দুৰ্ঘটনাৰ পিছত প্ৰাদুৰ্ভাবৰ আশংকা কৰি তেওঁলোক মাৰিয়াৰ জন্মস্থানলৈ আহে।।

                                               

লেভ লাণ্ডাউ

লেভ ডেভিডভিচ লাণ্ডাউ এগৰাকী ছভিয়েট পদাৰ্থ বিজ্ঞানী। তেওঁ তাত্বিক পদাৰ্থ বিজ্ঞানৰ বহু ক্ষেত্ৰলৈ মৌলিক অৱদান আগবঢ়াইছিল। তেওঁৰ শ্ৰেষ্ঠ অৱদানসমূহৰ ভিতৰত কোৱাণ্টাম বলবিজ্ঞানৰ ঘনত্ব মেট্ৰিস্ক পদ্ধতিৰ আৱিষ্কাৰ, দ্বিচুম্বকত্বৰ কোৱাণ্টাম বলবিজ্ঞান তত্ত্ ...

                                               

বলিনাৰায়ণ বৰা

বলিনাৰায়ণ বৰা বৰ অসমৰ প্ৰথমজন অভিযন্তা তথা সাহিত্যিক। তেখেত মৌ ৰ প্ৰতিষ্ঠাপক সম্পাদক আছিল। আনন্দৰাম বৰুৱাকে প্ৰমুখ্য কৰি প্ৰথমবাৰ অসমৰ যি চাৰিজন ছাত্ৰ বিদেশত পঢ়িবলৈ গৈছিল তাৰে এজন আছিল বলিনাৰায়ণ বৰা। তেখেতে অসমীয়া আৰু ইংৰাজীৰ বাহিৰেও বাংলা, ফ ...

                                               

অমৃতা শ্বেৰগিল

অমৃতা শ্বেৰগিল এগৰাকী বিখ্যাত হাংগেৰীয়ান ভাৰতীয় চিত্ৰশিল্পী আছিল। তেওঁক "বিংশ শতিকাৰ অন্যতম শ্ৰেষ্ঠ মহিলা চিত্ৰশিল্পী" আৰু "ভাৰতীয় শিল্পৰ অগ্ৰগামী" বুলি অভিহিত কৰা হয়। সৰু কালৰ পৰায়ে তেওঁৰ চিত্ৰকলাৰ প্ৰতি আকৰ্ষিত হৈছিল।৮ বছৰ বয়সতে তেওঁ আনুষ ...

                                               

মহাবীৰ

মহাবীৰ, বা বৰ্ধমান, জৈন ধৰ্মৰ ২৪তম তথা শেষৰ জন তীৰ্থকৰ। জৈন পৰম্পৰা মতে মহাবীৰ খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাত বিহাৰৰ এক ৰাজ পৰিয়ালত জন্ম হৈছিল বুলি বিশ্বাস কৰা হয়। ৩০ বছৰ বয়সত তেওঁ পৰম জ্ঞানৰ সন্ধানত সংসাৰৰ মোহ মায়া ত্যাগ কৰি ঘৰ এৰি গুচি যায়। প্ৰা ...

                                               

মুহাম্মাদ

মুহাম্মাদ হল ইছলাম ধৰ্মৰ কেন্দ্ৰীয় ব্যক্তিত্ব আৰু ইছলমী বিশ্বাসমতে আল্লাহ ৰ দ্বাৰা প্ৰেৰিত সৰ্ৱশেষ নবী তথা "বাৰ্তাবাহক" যাৰ ওপৰত ইছলামৰ প্ৰধান ধৰ্মগ্ৰন্থ আল-কোৰআন অৱতীৰ্ণ হৈছে। অমুছলিম সকলৰ মতে তেখেত ইছলামী জীৱন ব্যৱস্থাৰ প্ৰৱৰ্তক। অধিকাংশ ইতিহা ...

                                               

বালকদাস

গুৰু বালকদাস মহান ক্ৰান্তিকাৰী, সমাজ সুধাৰক, যোগ পুৰুষ আৰু মানৱাধিকাৰৰ কাৰণে সৎনাম আন্দোলন ৰ প্ৰণেতা তথা সৎনাম ধৰ্ম ৰ সংস্থাপক গুৰু ঘাসীদাসদেৱৰ দ্বিতীয় পুত্ৰ তথা উত্তৰাধিকাৰী আছিল।

                                               

ৰাজদ্বীপ

                                               

ৰমন মেগছেছে বঁটা বিজয়ীসকলৰ তালিকা

তলৰ তালিকাখন ফিলিপাইন ৰাষ্ট্ৰপতি ৰমন মেগছেছেৰ সোঁৱৰণত বাৰ্ষিকভাৱে প্ৰদান কৰা ৰমন মেগছেছে বঁটা-বিজয়ীৰ আংশিক তালিকা। মেগছেছে বঁটাক এছিয়াৰ ন’বেল বঁটাৰ দৰে মান কৰা হয়। এই বঁটা পোণপ্ৰথম ১৯৫৭ চনৰ এপ্ৰিল মাহত প্ৰদান কৰা হৈছিল"। তালিকাখনত বঁটা প্ৰাপকৰ ...

                                               

কলম

                                               

নাৰায়ম

নাৰায়ম মালায়ালম: നാരായം সংস্কৃত: नाराच - সৰু কাঁৰ বা ezhuthani মালায়ালম: എഴുത്താണി হৈছে দক্ষিণ ভাৰত, শ্ৰীলংকা তথা এচিয়াৰ অন্যান্য ওচৰচুবুৰীয়া অঞ্চলত প্ৰাচীন কালৰপৰাসই ব্যৱহৃত এক লেখন সঁজুলি stylus। দেখাত বা ব্যৱহাৰত যদিও ই আধুনিক কলমৰ দৰেই, ...

                                               

বলপেন

বলপইণ্ট কলম বা বলপেন এবিধ কলম৷ কলমটোৰ মুখত চিয়াঁহী ওলাবলৈ এটা সৰু বল থাকে বাবে কলমবিধৰ নাম হৈছিল বলপেন৷ আজিকালি সমগ্ৰ বিশ্বতে বলপেন বহুলভাৱে ব্যৱহৃত৷ বলপেনবোৰত চিয়াঁহীৰ পৰিৱৰ্ত্তে চিয়াঁহীৰ ৰিফিলৰ ব্যৱস্থা থাকে আৰু কাগজত লিখোঁতে বিয়পি যোৱাৰ সম ...

                                               

আই অ চি’ত ব্যৱহৃত দেশৰ সংকেতসমূহৰ তালিকা

আন্তৰ্জাতিক অলিম্পিক কমিটি হৈছে অলিম্পিক গেমছত যিসমূহ দেশে অংশগ্ৰহণ কৰে, সেইসমূহ দেশৰ নাম প্ৰকাশৰ বাবে প্ৰত্যেক ক্ৰীড়াবিদ গোটৰ দেশৰ সংকেত য’ত চমুকৈ তিনিটা আখৰৰ ব্যৱহাৰ কৰি দেশসমূহ চিহ্নিত কৰা হয়। প্ৰতিটো সংকেতেই সাধাৰণতে ৰাষ্ট্ৰীয় অলিম্পিক কমি ...

                                               

দেশ অনুযায়ী মবাইল ফন প্ৰস্তুতকাৰীৰ তালিকা

Alcatel subsidiary of TCL Corporation Amoi BBK Coolpad Cubot Gfive Gionee Haier Hisense Huawei Konka Lenovo also its subsidiary Motorola Mobility Letv Meizu OnePlus subsidiary of BBK Oppo subsidiary of BBK Qihoo 360 QiKU joint venture of Qihoo 36 ...

                                               

ফিফাত দেশসমূহৰ সংকেতৰ তালিকা

ফিফা ত অংশগ্ৰহণ কৰা সদস্য বা অ-সদস্য দেশসমূহৰ বাবে তিনিটা আখৰৰ দেশীয় সংকেত থাকে| These are the official codes used by FIFA and its continental confederations as name abbreviations of countries and dependent areas, in official competitions. The F ...

                                               

বাহন চালনৰ বয়সৰ নিম্ন সীমাৰ আধাৰত দেশৰ তালিকা

এই তালিকাত মটৰযুক্ত বাহন চালন কৰাৰ নিম্নতম আইনসন্মত বয়স লেখত লোৱা হৈছে-- ভৰ ৩৫০০ কিলোগ্ৰমতকৈ অধিক হব নালাগিব আৰু ড্ৰাইভাৰৰ বাদে আন ৮জনতকৈ অধিক লোকে যাত্ৰা কৰিব পৰা বাহন লেখত লোৱা হোৱা নাই। সৰ্বনিম্ন বয়স ত বাহন চালন কৰাৰ অনুজ্ঞাপত্ৰ প্ৰদান কৰা দ ...

                                               

মাটিকালি অনুসৰি দেশসমূহৰ তালিকা (ভৌগোলিক)

এই তালিকাখনত বিশ্বৰ কেইখনমান দেশৰ মাটিকালি ৰ তালিকা। ১,০০,০০০ বৰ্গ কিঃমিঃতকৈ অধিক মাটিকালিৰ দেশসমূহ সেউজীয়া ৰঙেৰে দেখুওৱা হৈছে। ইয়াৰ উপৰিও গেৰুৱা ৰঙেৰে সাৰ্বভৌম নোহোৱা অঞ্চলসমূহ সমূহ দেখুওৱা হৈছে । মাটিকালিৰ ভিতৰত আভ্যন্তৰীণ জলভাগ অন্তৰ্ভূক্ত ক ...

                                               

মানৱ উন্নয়ন সূচক অনুযায়ী দেশৰ তালিকা

এয়া মানৱ উন্নয়ন সূচক অনুযায়ী সকলো দেশৰ তালিকা। এই তালিকা ৰাষ্ট্ৰ সংঘৰ ডেভেলপমেণ্ট প্ৰগ্ৰেমছ হ্যুমেন ডেভেলপমেণ্ট ৰিপৰ্টৰ ওপৰত আধাৰিত। শেহতীয়া ১৪ ডিচেম্বৰ ২০১৫ চনৰ অনুমানৰ মতে তৈয়াৰ কৰা হৈছে। ২০১০ চনত ইনিকুৱেলিটি-এডজাষ্টেড হ্যুমেন ডেভেলপমেণ্ট ...

                                               

সম্পদৰ বিতৰণৰ আধাৰত দেশসমূহৰ তালিকা

এয়া সম্পদৰ বিতৰণৰ আধাৰত দেশসমূহৰ তালিকা।, গিনি সহগক এই তালিকাত অন্তৰ্ভুক্ত কৰা হৈছে। এই তালিকা আয়ৰ সমতাৰ ওপৰত আধাৰিত নহয়, সম্পদৰ সমতাৰ ওপৰতহে আধাৰিত। গিনি সহগে অসমতা প্ৰদৰ্শন কৰে। গিনি সহগ ০ৰপৰা ১লৈকে থাকে। অধিক গিনি সহগে অধিক অসমতা বুজাই। ০ হ ...

                                               

সামৰিক আৰু অৰ্ধসামৰিক ক্ষেত্ৰত নিযুক্ত ব্যক্তিৰ সংখ্যা অনুসৰি দেশৰ তালিকা

এয়া সামৰিক আৰু অৰ্ধসামৰিক ক্ষেত্ৰত নিযুক্ত ব্যক্তিৰ সংখ্যা অনুসৰি দেশৰ তালিকা । এই তালিকাত চৰকাৰে আভ্যন্তৰীন আৰু বাহ্যিক নীতিৰ বাবে নিযুক্ত কৰা ব্যক্তি সকল গণ্য কৰা হৈছে। ইয়াত "দেশ" শব্দই এখন সাৰ্বভৌম বা অলপ স্বীকৃতি থকা ৰাজ্য বুজাই।

                                               

সাৰ্বভৌম ৰাষ্ট্ৰসমূহৰ তালিকা

This is a list of sovereign states giving an overview of states around the world with information on the status and recognition of their sovereignty. The list contains 206 entries. The states are divided using two distinct methods: The membership ...

                                               

আংগলা

                                               

আলজেৰিয়া

আলজেৰিয়া, আনুষ্ঠানিকভাৱে আলজেৰিয়া গণতান্ত্ৰিক গণৰাজ্য, উত্তৰ আফ্ৰিকাৰ এখন আৰব দেশ। আলজেৰিয়া ভু-ক্ষেত্ৰৰ দিশত পৃথিৱীৰ দশম সৰ্ববৃহৎ আৰু আৰব আৰু আফ্ৰিকাৰ দেশসমূহৰ ভিতৰত সৰ্ববৃহৎ ৰাষ্ট্ৰ। আলজেৰিয়াৰ ৰাজধানী আলজিয়াৰ্চ।

                                               

কেনিয়া

কেনিয়া, বা চৰকাৰীভাৱে কেনিয়া গণৰাজ্য, আফ্ৰিকাৰ এখন দেশ। ইয়াৰ ৰাজধানী আৰু বৃহত্তম নগৰ নাইৰোবি। কেনিয়া বিষুৱ ৰেখাত অৱস্থিত। ইয়াৰ দক্ষিণ-পশ্চিমে আছে ভাৰত মহাসাগৰ, দক্ষিণে টাঞ্জানিয়া, পশ্চিমে উগাণ্ডা, উত্তৰ-পশ্চিমে দক্ষিণ চুডান, উত্তৰে ইথিয়পিয ...

                                               

চাদ

চাদ, চৰকাৰী নাম চাদ প্ৰজাতন্ত্ৰ, মধ্য আফ্ৰিকাৰ এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ইয়াৰ উত্তৰে লিবিয়া, পূবে চুদান, দক্ষিণে মধ্য আফ্ৰিকান প্ৰজাতন্ত্ৰ, দক্ষিণ-পশ্চিমে কেমেৰুন আৰু নাইজেৰিয়া, আৰু পশ্চিমে নাইজাৰ। সমূদ্ৰৰ পৰা দূৰত অৱস্থিত আৰু মৰু জলবায়ুৰ কাৰণ ...

                                               

দক্ষিণ আফ্ৰিকা

দক্ষিণ আফ্ৰিকা, আনুষ্ঠানিক নাম দক্ষিণ আফ্ৰিকা গণৰাজ্য, হৈছে আফ্ৰিকা মহাদেশৰ দক্ষিণ প্ৰান্তত অৱস্থিত এখন দেশ। ইয়াৰ চাৰিসীমাৰ দক্ষিণে ভাৰত মহাসাগৰ আৰু আটলাণ্টিক মহাসাগৰে ২,৭৯৮ কিলোমিটাৰ বিস্তৃত দক্ষিণ আফ্ৰিকাৰ উপকূল অঞ্চলৰ সৃষ্টি কৰিছে। দেশখনৰ উত্ ...

                                               

নাইজেৰিয়া

নাইজেৰিয়া পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। ইয়াৰ ৰাজধানীৰ নাম আবুজা। তেল সমৃদ্ধ নাইজেৰিয়া আফ্ৰিকাৰ আটাইতকৈ বেছি জনবহুল দেশ। ইয়াৰ পশ্চিমে বেনিন, পূবে চাদ আৰু কেমেৰুণ, উত্তৰে নাইজাৰ আৰু দক্ষিণে গিনি উপসাগৰ অৱস্থিত। নাইজেৰিয়া ১৯৬০ চনৰ ১ অক্টোবৰ তাৰি ...

                                               

নামিবিয়া

নামিবিয়া দক্ষিণ-পশ্চিম আফ্ৰিকাৰ এখন ৰাষ্ট্ৰ। আটলাণ্টিক সাগৰৰ তীৰবৰ্তী নামিবিয়াৰ উত্তৰত আংগলা আৰু জাম্বিয়া পূৱত বৎচোৱানা দক্ষিণ আৰু পূৱত দক্ষিণ আফ্ৰিকা। ১৫ শতকত পৰ্তুগীজ সকলে নামিবিয়াত প্ৰৱেশ কৰে। ১৮৮৪ চনত দেশখন জাৰ্মানসকৰ অধীনলৈ গুচি যায়। প্ ...

                                               

বৎচোৱানা

বৎচোৱানা আফ্ৰিকা মহাদেশৰ দক্ষিণাংশত অৱস্থিত এখন স্থলবেষ্টিত ৰাষ্ট্ৰ। ১৯৬৬ চনত ই ব্ৰিটেইনৰ পৰা স্বাধীনতা লাভ কৰে। হীৰা আৰু অন্যান্য খনিজাত সম্পদে বৎচোৱানাক আফ্ৰিকাৰ অন্যতম ধনী দেশলৈ পৰিণত কৰেছে। দেশখনৰ অধিকাংশ এলাকা শুষ্ক আৰু কৃষিৰ অনুপযোগী। বৎচোৱ ...

                                               

মাদাগাস্কাৰ

মাদাগাস্কাৰ, আনুষ্ঠানিক নাম মাদাগাস্কাৰ গণৰাজ্য, ভাৰত মহাসাগৰত অৱস্থিত এক দ্বীপ ৰাষ্ট্ৰ। ই আফ্ৰিকাৰ পূৱ উপকূলৰ পৰা প্ৰায় ৪০০ কিলোমিটাৰ দূৰত অৱস্থিত। ৫,৯২,৮০০ বৰ্গ কিলোমিটাৰ মাটিকালিৰে মাদাগাস্কাৰ পৃথিৱীৰ দ্বিতীয় বৃহত্তম দ্বীপ ৰাষ্ট্ৰ। এই দ্বীপ ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →