ⓘ Free online encyclopedia. Did you know? page 106



                                               

ৰিচাৰ্ড ফাইনমেন

ৰিচাৰ্ড ফিলিপছ ফাইনমেন এজন সুবিখ্যাত আৰু প্ৰতিভাধৰ আমেৰিকান তাত্ত্বিক পদাৰ্থবিজ্ঞানী আছিল। পদাৰ্থ বিজ্ঞানৰ সমাজত তেওঁ কোৱাণ্টাম বলবিদ্যাৰ path integral formulation, অতিমাত্ৰা শীতল তৰল হিলিয়ামৰ superfluidity ৰ সম্পৰ্কিত অধ্যয়নৰ বাবে জনাজাত। কণা ...

                                               

ইভানা লিঞ্চ

ইভানা পেট্ৰিচিয়া লিঞ্চ এগৰাকী আইৰিছ অভিনেত্ৰী। লিঞ্চক মূলতঃ হেৰী পটাৰ চলচ্চিত্ৰ শৃংখলাত তেওঁ ৰূপায়ণ কৰা লুনা লাভগুড চৰিত্ৰটোৰ বাবে জনা যায়। সেই সময়ত তেওঁৰ বয়স আছিল ১৪ বছৰ। ২০০৭ চনৰ পৰা ২০১১ চনলৈকে লিঞ্চে শৃংখলাটোৰ চাৰিখন চলচ্চিত্ৰত অভিনয় কৰ ...

                                               

হামজা বেনডল্লাজ

হামজা বেনডেল্লাজ, সম্পূৰ্ণ নাম ডেনিয়েল হামজা বেনডেল্লাজ, অনেকৰ মতে অনলাইন ৰবীন হুড আৰু চাইবাৰ সুৰক্ষাৰ ক্ষেত্ৰখনত জড়িত অনেকৰ বাবে মূৰৰ কামোৰণি সদৃশ। তেওঁ মাত্ৰ ২৭ বছৰ বয়সতে মৃত্যুদণ্ডৰ দৰে চৰম শাস্তিক আঁকোৱালি লোৱা বুলি চৌদিশে বিয়পি পৰা খবৰটো ...

                                               

আল্‌ফ্ৰেড ডি ষ্টিফান

আল্‌ফ্ৰেড ষ্টিফান ডি ষ্টিফান লউহি sˈtefano" ; ৪ জুলাই ১৯২৬ – ৭ জুলাই ২০১৪) এজন আৰ্জেণ্টিনীয় ফুটবলাৰ আৰু প্ৰশিক্ষক আছিল। ১৯২৬ চনৰ ৪ জুলাইত বাৰাকাছ, বুৱেনছ আয়াৰ্ছত জন্মলাভ কৰা ডি ষ্টিফানক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ খেলুৱৈ ৰূপে গণ্য কৰা হয়। পঞ্চাছৰ ...

                                               

গেব্ৰিয়েল বাটিষ্টুটা

গেব্ৰিয়েল অমাৰ বাটিষ্টুটা এজন অৱসৰপ্ৰাপ্ত পেছাদাৰী ফুটবলাৰ। তেওঁক বাটিগল আৰু El Ángel Gabriel বুলিও জনা যায়। আৰ্জেণ্টিনাৰ এই দক্ষ ষ্ট্ৰাইকাৰজনে ক্লাব কেৰিয়াৰৰ বেছিভাগ সময় ইটালীৰ ফিয়ৰেণ্টিনা ক্লাবৰ হৈ খেলিছিল। ইটালীৰ Serie A লীগত ৩১৮ খন খেলত ...

                                               

কাৰ্লো ৰভেলী

কাৰ্লো ৰভেলী এগৰাকী তাত্ত্বিক পদাৰ্থবিজ্ঞানী আৰু লেখক। ইটালী আৰু আমেৰিকা যুক্তৰাষ্ট্ৰত কৰ্মজীৱনৰ আৰম্ভণি কৰা কাৰ্লো ৰভেলীয়ে ২০০০ চনৰ পৰা ফ্ৰান্সত কাম কৰি আহিছে। তেওঁৰ কৰ্মই প্ৰকৃততে কোৱাণ্টাম গ্ৰেভিটিৰ ক্ষেত্ৰখনক সাঙুৰি লায়। তেওঁ‌ লুপ কোৱাণ্টাম ...

                                               

বাৰ্তোলোমিঅ ক্ৰিষ্টফৰি

বাৰ্তোলোমিঅ ক্ৰিষ্টফৰি ডি ফ্ৰানচেস্কো ইটালীৰ এজন বাদ্যযন্ত্ৰ নিৰ্মাতা আছিল যাক "ফৰ্তেপিয়ানো"ৰ উদ্ধাৱক হিচাপে সাধাৰণতে গণ্য কৰা হয় ।

                                               

আবি আহমেদ আলি

আবি আহমেদ আলি এগৰাকী ইথিঅপিয়াৰ ৰাজনীতিবিদ আৰু ২ এপ্ৰিল ২০১৮ চনৰ পৰা ইথিঅপিয়াৰ ১৫তম প্ৰধানমন্ত্ৰী হিচাপে কাৰ্যভাৰ গ্ৰহণ কৰিছে। তেওঁ ইথিঅপিয়ান পিপলছ ৰেভুল্যছনেৰী ডেমক্ৰেটিক ফ্ৰণ্ট আৰু অৰুমু ডেমক্ৰেটিক পাৰ্টিৰ অধ্যক্ষৰ পদত অধিষ্ঠিত আছিল। তদুপৰি ত ...

                                               

নাদিয়া মুৰাদ

নাদিয়া মুৰাদ বাছি তাহা ইৰাক দেশৰ এগৰাকী য়াযিদি কুৰ্দিছ মানৱ অধিকাৰকৰ্মী। তেওঁ ইছলামিক ষ্টেট অফ ইৰাক এণ্ড দা লেভেণ্টৰ দ্বাৰা অপহৰণ কৰি তিনি মাহৰ বাবে বন্দী অৱস্থাত আছিল। তেওঁক "যৌন নিৰ্যাতনক যুদ্ধৰ অস্ত্ৰ হিচাপে ব্যৱহাৰ কৰিবলৈ বন্ধ কৰা অৱদান"ৰ প ...

                                               

সুআন মানুৱেল ছাণ্টছ কাল্ডেৰন

সুআন মানুৱেল ছাণ্টছ কাল্ডেৰন কলম্বিয়াৰ বৰ্তমান তথা ৩২তম ৰাষ্ট্ৰপতি। তেওঁ ২০১৬ চনত বাবে শান্তিৰ নোবেল বঁটা লাভ কৰে। তেওঁ এজন বিখ্যাত অৰ্থনীতিবিদ আৰু সাংবাদিক। তেওঁৰ পৰিয়াল কলম্বিয়াৰ ইল টাইমপা নামৰ কাকত খনৰ ১৯১৩ চনৰ পৰা ২০০৭ চনলৈ সংখ্যাগৰিষ্ঠ শ্ ...

                                               

কবি স্মল্ডাৰ্ছ

জেকবা ফ্ৰান্সিস্কা মাৰিয়া স্মল্ডাৰ্ছ এগৰাকী কানাডিয়ান অভিনেত্ৰী আৰু প্ৰাক্তন মডেল। টেলিভিজন চিৰিজ "হাউ আই মেট ইয়ৰ মাদাৰ"-ৰ ৰবিন চাৰ্বাচ্ছ্‌স্কি আৰু মাৰ্ভেল জগতৰ মাৰিয়া হিল চৰিত্ৰৰ বাবে তেওঁ জনাজাত।

                                               

ডনা ষ্ট্ৰিকলেণ্ড

ডনা থিয় ষ্ট্ৰিকলেণ্ড এগৰাকী কানাডিয়ান পদাৰ্থবিদ। লেজাৰ বিষয়ে গৱেষণা কৰি তেওঁ লেজাৰৰ উন্নতি সাধন কৰাৰ বাবে তেওঁ বিখ্যাত। পদাৰ্থ বিজ্ঞানৰ নোবেল বঁটা লাভ কৰা তেওঁ তৃতীয় গৰাকী মহিলা। ২০১৮ চনত তেওঁ আৰু তেওঁৰ পিএইচডি উপদেষ্টা জেৰাৰ্ড মৌৰোৰ লগত আৰু ...

                                               

মাইকেল হাউটন

মাইকেল হাউটন এগৰাকী ব্ৰিটিছ-কানাডীয়ান অণুজীৱবিদ আৰু ভাইৰাছবিদ। তেওঁ কিউ লিম চু, জৰ্জ কুও আৰু ডেনিয়েল ডব্লিউ. ব্ৰডলেৰ সৈতে ১৯৮৯ চনত হেপাটাইটিছ চিৰ আৱিষ্কাৰ কৰিছিল। তেওঁ ১৯৮৬ চনত হেপাটাইটিছ ডিৰ জিনম সহ-আবিষ্কাৰ কৰিছিল। হেপাটাইটিছ চি ভাইৰাছৰ আৱিষ্ ...

                                               

ছক্ৰেটিছ

ছক্ৰেটিছ আছিল এগৰাকী ধ্ৰুপদী গ্ৰীক এথেনিয়ান দাৰ্শনিক। পাশ্চাত্য দৰ্শনৰ এক অন্যতম প্ৰতিষ্ঠাপক এইগৰাকী ৰহস্যময় দাৰ্শনিক ঘাইকৈ তেওঁৰ ছাত্ৰ প্লেটো, জেন’ফ’ন আদিৰ লেখা তথা তেওঁৰ সমসাময়িক এৰিষ্ট’ফেনৰ নাটক সমূহৰ মাজেৰেহে অধিক পৰিচিত। বহুতৰ মতে প্লেটোৰ ...

                                               

হোমাৰ

পশ্চিমীয়া দ্ৰুপদী কিংবদন্তীত হোমাৰ হৈছে মহাকাব্য "ইলিয়াড" আৰু "ওডিছী"ৰ লেখক যাক সৰ্বশ্ৰেষ্ঠ প্ৰাচীন গ্ৰীক কবি হিচাপে গণ্য কৰা হয়। পশ্চিমীয়া সভ্যতাক গঢ় দিয়াত থকা বৰঙনিৰ উপৰিও সাহিত্যৰ ইতিহাসত এই মহাকাব্য দুখনৰ প্ৰভাৱ অপৰিসীম। হোমাৰৰ জীৱনৰ সম ...

                                               

কুমাৰজীৱ

কুমাৰজীৱ কুচা ৰাজ্যৰ এজন বৌদ্ধ ভিক্ষু, পণ্ডিত তথা অনুবাদক আছিল। তেওঁ প্ৰথমে সৰ্বাস্তিবাদ মতবাদৰ শিক্ষালাভ কৰে আৰু পৰবৰ্তীকালত মহাযান বৌদ্ধধৰ্মৰ প্ৰতি আকৃষ্ট হৈ নাগাৰ্জুনৰ মধ্যমক দৰ্শন সম্বন্ধে শিক্ষালাভ কৰে। কুমাৰজীৱ ষোল ৰাজ্যৰ যুগত চাংআন অঞ্চলত ...

                                               

ছি জিনপিং

ছি জিনপিং হৈছে চীনা সাম্যবাদী দল -ৰ সাধাৰণ সম্পাদক, গণপ্ৰজাতন্ত্ৰী চীনৰ ৰাষ্ট্ৰপতি তথা কেন্দ্ৰীয় সামৰিক আয়োগৰ অধ্যক্ষ। চীন ৰাষ্ট্ৰৰ ৰাষ্ট্ৰপতি হোৱাৰ লগতে সামৰিক বাহিনী আৰু পাৰ্টিৰো মুখ্য নেতা হোৱাৰ বাবে তেওঁক অনানুষ্ঠানিকভাৱে চীনৰ "পাৰামাউণ্ট ল ...

                                               

মাও জেদং

মাও জেদং চীন দেশৰ এজন ৰাজনৈতিক নেতা আছিল। ১৮৯৩ চনৰ ২৬ ডিচেম্বৰ তাৰিখে চীন দেশৰ য়ুনান প্ৰদেশৰ ছাও ছান নামে ঠাইৰ এটা কৃষক পৰিয়ালত জন্মগ্ৰহণ কৰে। খেতিয়কৰ সন্তান মাওক দেউতাকে খেতিয়ক হোৱাটোকে বিচাৰিছিল। কিন্তু শিশু অৱস্থাৰ পৰাই সকলো কথাৰ প্ৰতি সূক ...

                                               

জামাল আহমেদ ষাশ্বকজী

জামাল আহমেদ ষাশ্বকজী, এজন চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক। চৌদি আৰবীয় ৰাজতন্ত্ৰ, বিশেষকৈ চৌদি আৰবৰ ৰজা ছলমান আৰু হবলগীয়া ৰজা ৰাজকুমাৰ মহম্মদ-বিন- ছলমানৰ ঘোৰ সমালোচক ষাশ্বকজীক চৌদি আৰব ...

                                               

এলি আভৰাম

এলি আভৰাম বৰ্তমান ভাৰতৰ মুম্বাইত বসবাস কৰা এগৰাজী চুইডিছ গ্ৰীক অভিনেত্ৰী। তেওঁ ভাৰতীয় চলচ্চিত্ৰ উদ্যোগৰ লগত জড়িত আৰু মিকী ভাইৰাছ নামৰ বোলছবিৰ জৰিয়তে বলিউডত খোজ পেলাব। তেওঁ বৰ্তমান টেলিভিজনৰ অনুষ্ঠান বিগ্‌ বছৰ সপ্তম চিজনত অংশগ্ৰহণ কৰিছে।

                                               

কাটুশ্বিকা হকচাই

Katsushika Hokusai – May 10, 1849) কাটুশ্বিকা হকচাই এগৰাকী খ্যাতনাম জাপানী চিত্ৰকৰ৷ টকিঅত জন্ম গ্ৰহণ কৰা এইগৰাকী চিত্ৰকৰক তেওঁৰ জাপানৰ প্ৰখ্যাত woodblock printing ৰে কৰা Thirty-six Views of Mount Fuji নামৰ চিত্ৰসমূহৰ বাবে বিশেষভাৱে জনা যায়৷ এই চ ...

                                               

জুংক টাবেই

জুংক টাবেই এগৰাকী জাপানীজ পৰ্বতাৰোহী আছিল। তেওঁ পৃথিৱীৰ সৰ্বোচ্চ শৃংগ মাউণ্ট এভাৰেষ্ট আৰোহণ কৰা বিশ্বৰ প্ৰথম মহিলা। ইয়াৰ লগতে তেওঁ চেভেন চামিট অৰ্থাৎ বিশ্বৰ সপ্ত মহাদেশৰ প্ৰতিখনৰে সৰ্বোচ্চ স্থান আৰোহণ কৰা প্ৰথম গৰাকী মহিলা।

                                               

বব মাৰ্লি

ৰবাৰ্ট নেষ্টা মাৰ্লি এগৰাকী জামাইকান গায়ক আৰু গীতিকাৰ যি এক আন্তৰ্জাতিক সংগীত শিল্পী হিচাপে খ্যাত। তেওঁৰ গীতত ৰেগে, স্কা আৰু ৰকষ্টিডিৰ মিশ্ৰণ দেখা যায়।. তেওঁ ১৯৬৩ত পৰিবেশন আৰম্ভ কৰিলে দ্য ৱেইলাৰ্ছ ৰ সৈতে, আৰু নিজৰ অনন্য গীত-লিখন তথা কণ্ঠকলাৰে স ...

                                               

ফ্ৰিড্ৰিচ এংগেল্‌ছ

ফ্ৰিড্ৰিচ এংগেল্‌ছ জাৰ্মান: ; ২৮ নৱেম্বৰ ১৮২০ – ৫ আগষ্ট ১৮৯৫) এগৰাকী জাৰ্মান দাৰ্শনিক, সমাজ বিজ্ঞানী, সাংবাদিক আৰু ব্যৱসায়ী।. তেখেতে কাৰ্ল মাৰ্ক্সৰ সৈতে মাৰ্ক্সবাদী সূত্ৰ তৈয়াৰ কৰিছিলে আৰু প্ৰচাৰ কৰিছিলে। ১৮৪৫ত তেখেতে কণ্ডিচঞ্ছ অৱ দ্য ৱৰ্কিং ক্ ...

                                               

মাৰ্লিন ডিট্ৰিস

মাৰ্লিন ডিট্ৰিস আছিল এগৰাকী জাৰ্মান-আমেৰিকান অভিনেত্ৰী আৰু গায়িকা। নিজৰ দীৰ্ঘ কৰ্মজীৱনত পেছদাৰীভাৱে আৰু চৰিত্ৰগতভাৱে ন-ন উপায়েৰে নিজকে চিনাকী দি ডিট্ৰিস জনপ্ৰিয় হৈ ৰৈছিল। ১৯২০ৰ সময়ছোৱাত বাৰ্লিনত তেওঁ মঞ্চ আৰু অবাক চলচ্চিত্ৰত অভিনয় কৰিছিল। জচ ...

                                               

য়হানেছ গুটন্‌বাৰ্গ

জহানেছ গুটন্‌বাৰ্গ, সম্পূৰ্ণ নাম Johannes Gensfleisch zur Laden zum Gutenberg এজন জাৰ্মান কমাৰ, সোণাৰী, মুদ্ৰক আৰু প্ৰকাশক আছিল। তেৱেঁই ইউৰোপত মুদ্ৰণৰ আৰম্ভণি কৰিছিল। ইউৰোপত তেওঁৰ যান্ত্ৰিক ছপা কৌশলে এক ছপা বিপ্লৱৰ সূচনা কৰে আৰু এই ঘটনাক আধুনিক য ...

                                               

লুটৱিস ফান বিটহফন

লুটৱিস ফান বিটহফন জাৰ্মান: এগৰাকী জাৰ্মান সুৰকাৰ। পশ্চীমিয়া শাস্ত্ৰীয় সংগীতৰ শাস্ত্ৰীয় যুগৰ পৰা ৰোমাণ্টিক যোগলৈ পৰিৱৰ্তনৰ সময়ৰ এইগৰাকী সুৰকাৰ বিশ্বৰ অতিকৈ বিখ্যাত আৰু প্ৰভাৱশালী সংগীতজ্ঞৰ অন্যতম। ৯ চিম্ফণি, ৫ পিয়ান কন্সাৰ্ট, ১ ভায়লিন কন্সাৰ ...

                                               

ৱাৰ্নাৰ হাইজেনবাৰ্গ

ৱাৰ্নাৰ কাৰ্ল হাইজেনবাৰ্গ ইংৰাজী: Werner Karl Heisenberg হৈছে নবেল বটা প্ৰাপ্ত এজন জাৰ্মান ত্বাত্তিক পদাৰ্থবিজ্ঞানী আৰু বিজ্ঞানৰ কোৱাণ্টাম বলবিজ্ঞানquantum mechanics ভাগটোৰ এজন গুৰুত্বপূৰ্ণ অৱদনকাৰী তথা সৃষ্টকৰ্তা। তেওঁ ১৯২৫ চনত গৱেষণা পত্ৰ প্ৰকা ...

                                               

আৰ্নেষ্ট ৰাডাৰফৰ্ড

আৰ্নেষ্ট ৰাডাৰফৰ্ড নিউজিলেণ্ডত জন্ম গ্ৰহণ কৰা এজন প্ৰসিদ্ধ ব্ৰিটিছ পদাৰ্থবিদ। আণৱিক পদাৰ্থ বিজ্ঞানলৈ আগবঢ়োৱা মহত্বপূৰ্ণ অৱদানৰ বাবে তেওঁ বিখ্যাত। এনচাইক্লোপিডিয়া ব্ৰিটানিকাই তেওঁক মাইকেল ফেৰাডেৰ পিছতেই সৰ্বশ্ৰেষ্ঠ গৱেষক হিচাপে উল্লেখ কৰিছে। প্ৰ ...

                                               

বেৰনাৰ্ড লুকাছ ফেৰীনগা

বেৰনাৰ্ড লুকাছ "বেন" ফেৰীনগা এজন ওলন্দাজ সংশ্লেষিক জৈৱৰসায়ন বিজ্ঞানী, আণৱিক নেনপ্ৰযুক্তি বিশেষজ্ঞ আৰু হমজিনিয়াছ অনুঘটকবিদ। তেওঁ নেদাৰলেণ্ডৰ গ্ৰগীণজেন বিশ্ববিদ্যালয়ৰ ষ্টাইনিং ইনষ্টিটিউট অফ কেমিস্ত্ৰীৰ আণৱিক বিজ্ঞান বিভাগৰ সন্মানীয় জেকবাছ ভেণ্ট ...

                                               

ৰেম্ব্ৰেণ্ট

ৰেম্ব্ৰেণ্ট হাৰ্মেচুভন ৰেইন soːn vɑn ˈrɛin" ; ১৫ জুলাই ১৬০৬ – ৪ অক্টোবৰ ১৬৬৯) এজন ডাচ্চ চিত্ৰকৰ আৰু নক্সাকাৰ আছিল। তেওঁক সাধাৰণতে ইউৰোপীয় কলাৰ অন্যতম মহান আৰু ডাচ্চ ইতিহাসৰ সবাতোকৈ গুৰুত্বপূৰ্ণ চিত্ৰকৰ আৰু প্ৰিণ্টমেকাৰ হিচাপে গণ্য কৰা হয়। কলা জ ...

                                               

বিদ্যা দেৱী ভাণ্ডাৰী

বিদ্যা দেৱী ভাণ্ডাৰী নেপালৰ বৰ্তমান ৰাষ্ট্ৰপতি। ২০১৫ চনত তেওঁ ৰাষ্ট্ৰপতি পদত অধিষ্ঠিত হয়। তেওঁ নেপালৰ প্ৰথম মহিলা ৰাষ্ট্ৰপতি। ২৮ অক্টোবৰ ২০১৫ চনত ৰাষ্ট্ৰপতি নিৰ্বাচন জিকাৰ আগতে তেওঁ নেপালৰ মেক্সবাদী কমিউনিষ্ট পাৰ্টি-লেনিনিষ্টৰ উপাধ্যক্ষ আৰু সৰ্ব ...

                                               

আতিফ আচলম

আতিফ আচলম এজন পাকিস্তানী পপ গায়ক আৰু চলচ্চিত্ৰ অভিনেতা। তেওঁ বলিউডৰ কেইবাখনো ছবিত কেমিঅ ভূমিকাত অবতীৰ্ণ হৈছে। ২০১১ চনত পাকিস্তানী চলচ্চিত্ৰ বোল ত তেওঁ প্ৰথম অভিনেতা হিচাপে অৱতীৰ্ণ হৈছিল। তেওঁ কেইবাটাও জনপ্ৰিয় গীত গাইছে। আতিফ আচলম তেওঁৰ "ভকেল বে ...

                                               

ফৰিদা খানম

ফৰিদা খানম এগৰাকী পাকিস্তানৰ পঞ্জাব প্ৰদেশৰ শাস্ত্ৰীয় সঙ্গীতৰ কণ্ঠশিল্পী। পাকিস্তান চৰকাৰে সঙ্গীতৰ জগতলৈ আগবঢ়োৱা অৱদানৰ বাবে তেওঁক হিলাল-ই-ইমতিয়াজ আৰু প্ৰাইড অফ পাৰ্ফৰমেঞ্চ বঁটাৰে সন্মানিত কৰিছে।

                                               

মহম্মদ নিছাৰ

শ্বেইখ মহম্মদ নিছাৰ বিভাজনৰ পূৰ্বে ভাৰতীয় ক্ৰিকেট দলৰ হৈ তথা ব্ৰিটিছ শাসিত ভাৰত আৰু পাকিস্তানৰ ঘৰুৱা দলৰ হৈ খেলা এজন বেগী বলাৰ। হচিয়াৰপুৰ, পঞ্জাবত জন্মলাভ কৰা এইজন খেলুৱৈক পূৰ্ব-বিভাজিত ভাৰতৰ সকলোতকৈ বেগী বলাৰ বুলি গণ্য কৰা হৈছিল। ভাৰতীয় বেট্‌ ...

                                               

মুনিবা মাজাৰি

মুনিবা মাজাৰি এজনী পাকিস্তানী মানৱাধিকাৰ কৰ্মী, চিত্ৰশিল্পী, টেলিভিচন উপস্থাপক, প্ৰেৰণাদায়ী বক্তা আৰু গায়িকা। ২০০৫ চনত মুনিবা মাজাৰি এজন পাকিস্তানী বিমান বাহিনীৰ কৰ্মকৰ্তাৰ লগত বিবাহ বন্ধনত আবদ্ধ হয়। বিয়াৰ দুইবছৰৰ ভিতৰতে মুনিবা এটা পথ দুৰ্ঘটন ...

                                               

ইউজেবিউ

ইউজেবিউ ডা ছিলভা ফিৰাইৰা, GCIH, GCM এজন মোজাম্বিকত জন্মগ্ৰহণ কৰা পৰ্তুগীজ ষ্ট্ৰাইকাৰ। তেওঁক সৰ্বকালৰ মহান ফুটবলাৰসকলৰ এজন বুলি গণ্য কৰা হয়। পেছাদাৰী কেৰিয়াৰত তেওঁ মাত্ৰ ৭৪৫খন খেলত ৭৩৩টা গল দিছিল। কলা চিতা Black Panther, কলা মুকুতা Black Pearl, ...

                                               

এণ্টনিও গুটেৰেছ

এণ্টনিও মেনুৱেল ডে অলিভেইৰা গুটেৰেছ এগৰাকী পৰ্তুগীজ কূটনীতিবিদ আৰু ৰাজনীতিজ্ঞ। তেওঁ বৰ্তমান ৰাষ্ট্ৰসংঘৰ নৱম সচিব প্ৰধান। ইয়াৰ আগতে তেওঁ ২০০৫ চনৰ পৰা ২০১৫ চনলৈ শৰণাৰ্থী সকলৰ বাবে ৰাষ্ট্ৰসংঘৰ দশম উচ্চায়ুক্ত আছিল। তেওঁ ১৯৯৫ চনৰ পৰা ২০০২ চনলৈ পৰ্টু ...

                                               

বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম

বেংগেট ৰবাৰ্ট হল্মষ্টৰ্ম এজন ফিনলেণ্ড দেশীয় অৰ্থনীতিবিদ। তেওঁ বৰ্তমান মাচেচুছেটতছ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠানৰ পল এ. চেমুৱেলচন আসনৰ অধ্যাপক। তেওঁ অৰ্থনীতিবিদ অলিভাৰ হাৰ্টৰ সৈতে যুটীয়া ভাবে ছুইডেনৰ কেন্দ্ৰীয় বেংকে আগবঢ়োৱা ২০১৬ বৰ্ষৰ অৰ্থনীতি বি ...

                                               

ছাৰা বাৰ্নহাৰ্ট

ছাৰা বাৰ্নহাৰ্ট Sarah Bernhardt ২২ অক্টোবৰ ১৮৪৪ - ২৬ মাৰ্চ ১৯২৩ আছিল এগৰাকী ফৰাচী মঞ্চ আৰু আৰু প্ৰথম অৱস্থাৰ চলচ্চিত্ৰৰ অভিনেত্ৰী। এখেতক জগতৰ আটাইতকৈ বিখ্যাত অভিনেত্ৰী the most famous actress the world has ever known. ১৮৭০ চনত বাৰ্নহাৰ্টে ফ্ৰান্স ...

                                               

জেৰাৰ্ড মৌৰো

জেৰাৰ্ড এলবাৰ্ট মৌৰো এজন ফ্ৰেন্স বৈজ্ঞানিক। তেওঁ বৈদ্যুতিক অভিযান্ত্ৰিকতা আৰু লেজাৰ বিশেষজ্ঞ। তেওঁ তেওঁৰ ছাত্ৰী ডনা ষ্ট্ৰিকলেণ্ডৰ সৈতে চিৰপেদ পালছ্ এম্পলিফিকেচন নামৰ প্ৰযুক্তি আৱিষ্কাৰ কৰে। এই আৱিষ্কাৰৰ বাবে তেওঁলোকে আৰ্থাৰ অস্কিনৰ সৈতে যুটীয়ভাৱ ...

                                               

হেনৰি মেটিশ্ব

হেন্‌ৰি-এমিল-বেনয় মেটিশ্ব এগৰাকী ফৰাচী চিত্ৰশিল্পী। তেখেতৰ ৰঙৰ ব্যৱহাৰ আৰু গতিশীল অংকনৰ বাবে জনাজাত। চিত্ৰশিল্পৰ বাহিৰেও তেখেত অংকন, ছপাশিল্প আৰু ভাস্কৰ্য-কলাৰো চৰ্চা কৰিছিল, অৱশ্যে চিত্ৰশিল্পৰ বাবে তেখেত বেছি প্ৰখ্যাত। পাবলো পিকাছো আৰু মাৰ্চেল ...

                                               

খালেদা জিয়া

খালেদা জিয়া এগৰাকী বাংলাদেশৰ ৰাজনৈতিক নেতা; যিয়ে ১৯৯১ চনৰ পৰা ১৯৯৬ চনলৈ আৰু পুনৰ ২০০১ চনৰ পৰা ২০০৬ চনলৈ বাংলাদেশৰ প্ৰধানমন্ত্ৰিত্বৰ দায়িত্বত আছিল। এগৰাকী প্ৰধানমন্ত্ৰী ৰূপে এখন গণতান্ত্ৰিক চৰকাৰৰ মুৰব্বীৰ আসনত উপবিষ্ট হোৱা তেৱেঁ দেশখনৰ প্ৰথম আ ...

                                               

মমতাজ বেগম

মমতাজ বেগম হৈছে এগৰাকী বাংলাদেশী কণ্ঠশিলজপী আৰু ২০১৪ চনৰ পৰা বৰ্তমানলৈ মাণিকগঞ্জ-২ সমষ্টিৰ পৰা বাংলাদেশৰ জাতীয় সংসদলৈ নিৰ্বাচিত সাংসদ। তেখেতক দ্য মিউজিক কুইন উপাধিৰে উল্লেখ কৰা হয়। তেওঁৰ চাৰি দশকৰ কেৰিয়াৰত প্ৰায় ৭০০টা এলবাম ৰেকৰ্ড কৰিছে। মমতা ...

                                               

মুজিব পৰদেশী

তেওঁৰ পিতাকৰ নাম ইউছুফ আলী মোল্লা। তেখেত পাকিস্তানৰ কৰাচিত ব্যৱসা কৰিছিল। মুজিব পৰদেশী কৰাচীত জন্মগ্ৰহণ কৰে। ৬ ভনি, ৩ ভাইৰ মাজত তেখেত সবাৰে ডঙৰ। ১৯৬৫ চনত ১১ বছৰ বয়সত ঢাকালৈ উটি আহে। ঢাকা বিশ্ববিদ্যালয়ৰ পৰা তেখেত মাষ্টাৰ্চ ডিগ্ৰী লাভ কৰে।

                                               

মুহাম্মদ ইউনুছ

মুহাম্মদ ইউনুছ এজন বাংলাদেশী নবেল বঁটা বিজয়ী বেংকাৰ আৰু অৰ্থনীতিবিদ। তেওঁ চট্টগ্ৰাম বিশ্ববিদ্যালয়ত অৰ্থনীতি বিভাগৰ এজন অধ্যাপক। তেওঁ ক্ষুদ্ৰঋণ ধাৰণাৰ প্ৰৱৰ্তক। অধ্যাপক ইউনুছ গ্ৰামীণ বেংকৰ প্ৰতিষ্ঠাতা। মুহাম্মদ ইউনুছ আৰু তেওঁৰ দ্বাৰা প্ৰতিষ্ঠিত ...

                                               

শেখ হাছিনা

শেখ হাছিনা ৱাজেদ বাংলাদেশৰ বৰ্তমান প্ৰধানমন্ত্ৰী। তেওঁ বাংলাদেশৰ ১০ম জাতীয় সংসদৰ চৰকাৰদলীয় প্ৰধান আৰু বাংলাদেশ আৱামী লীগৰ সভানেত্ৰী। তেওঁ বাংলাদেশৰ মহান স্বাধীনতা সংগ্ৰামৰ প্ৰধান নেতা আৰু বাংলাদেশ চৰকাৰৰ প্ৰথম ৰাষ্ট্ৰপতিপতি জাতিৰ জনক বংগবন্ধু শ ...

                                               

ৰিয়ানা

ৰবিন ৰিয়ানা ফেণ্টী বা ৰিয়ানা এগৰাকী বাৰ্বাৰিয়ান বাণীবন্ধন শিল্পী আৰু অভিনেত্ৰী। ছেইণ্ট মাইকেল, বাৰ্বাদোচত জন্মগ্ৰহণ কৰা ৰিয়ানাই ২০০৩ চনত প্ৰযোজক ইভান ৰজাৰ্ছক লগ পোৱাৰ পিছত তেওঁ নিজৰ কেৰিয়াৰ আৰম্ভ কৰে। ১৬ বছৰ বয়সতে তেওঁ আমেৰিকালৈ উৰা মাৰে আৰ ...

                                               

জিক

আৰ্টুৰ এণ্টুনিছ ক‌ইম্ব্ৰা বা জিক, এজন ব্ৰাজিলিয়ান প্ৰশিক্ষক আৰু প্ৰাক্তন ফুটবল খেলুৱৈ। "বগা পেলে" নামেৰেও জনাজাত জিকক সৰ্বকালৰ অন্যতম শ্ৰেষ্ঠ ফিনিশ্বাৰ আৰু পাচাৰ বুলি গণ্য কৰা হয়। সত্তৰৰ দশকত আৰু আশীৰ দশকৰ আগছোৱাত তেওঁ বিশ্বৰ শ্ৰেষ্ঠ ফুটবলাৰ আছ ...

                                               

পেলে

এড্‌ছন আৰাণ্টিছ ড নাচিমেণ্ট ɐˈɾɐ̃tʃiz du nɐsiˈmẽtu"), বা Pelé, এজন প্ৰাক্তন ব্ৰাজিলিয়ান ফুটবলাৰ। তেওঁক বহু কুশলী ব্যক্তি, সমালোচক, পূৰ্বৰ বা বৰ্তমানৰ খেলুৱৈ আৰু গুণগ্ৰাহীয়ে সৰ্বকালৰ শ্ৰেষ্ঠ ফুটবল খেলুৱৈ হিচাপে গণ্য কৰে। ১৯৯৯ চনত International F ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →