ⓘ Free online encyclopedia. Did you know? page 101



                                               

মাংসভোজী উদ্ভিদ

মাংসভোজী উদ্ভিদ হৈছে কিছুমান উদ্ভিদ, যি বিভিন্ন জীৱ, যেনে প্ৰাণী বা প্ৰটজৱা, বিশেষকৈ পতংগ বা অন্য সন্ধিপদীৰ পৰা পোষক দ্ৰৱ্য আহৰণ কৰে। এনে উদ্ভিদবোৰ ক্ষীণ অথবা কম পৰিমানে পোষক দ্ৰৱ্য, বিশেষকৈ নাইট্ৰজেন নথকা ঠাইত জীৱাই থাকিব পৰাকৈ অভিযোজিত হয়। ১৮৭ ...

                                               

মেচাকি

মেচাকি বা মেচাকি পাত পূব এচিয়াৰ বিভিন্ন অঞ্চল যেনে দক্ষিণ চীন, ভাৰত, ম্যানমাৰ, থাইলেণ্ড আৰু ইণ্ডোনেচিয়া আদি দেশৰ এবিধ থলুৱা চিৰসেউজ সপুষ্পক উদ্ভিদ। ভাৰতৰ উত্তৰ-পূৰ্বাঞ্চলৰ ৰাজ্যসমূহত মেচাকি সহজলভ্য। উদ্ভিদবিধক খাছি ভাষাত খাজাঠ্চিৰ, মিচিং ভাষাত ...

                                               

মেজাংকৰি

মেজাংকৰি লৰেচি পৰিয়ালৰ এবিধ মজলীয়া আকাৰৰ পৰ্ণপাতী বনৰীয়া গছ৷ এই গছজোপা ভাৰত, ভিয়েটনাম আৰু চীনৰ থলুৱা উদ্ভিদ৷

                                               

মেজেঙা (শাক)

​ মেজেঙা বা মেজেঙা পাত এবিধ সুগন্ধি মচলাজাতীয় সপুষ্পক উদ্ভিদ। মিচিং ভাষাত ইয়াক অংগাৰ নামেৰে জনা যায়। এই উদ্ভিদবিধ বনৰীয়া হিচাপে পোৱা যায় যদিও ঠাইবিশেষে ইয়াৰ খেতিও কৰা হয়। মেজেঙা ঘাইকৈ গুল্মজাতীয় উদ্ভিদ যদিও কেতিয়াবা ইয়াৰ লতাৰ দৰে বগাই য ...

                                               

যখিনী লতা

যখিনী লতা এপ’চাইনেচি পৰিয়ালৰ এবিধ গছত বগুৱা লতা জাতীয় উদ্ভিদ। কোনো কোনো ঠাইৰ মানুহে এই লতাক গহিংগা লতা বুলিও কয়।

                                               

যম লাখুটি

যম লাখুটি দক্ষিণ-পূব এছিয়াৰ থলুৱা উদ্ভিদ। এই উদ্ভিদ ভাৰত, চীনৰ পৰা অষ্ট্ৰেলিয়ালৈকে প্ৰাকৃতিকভাৱে উৎপন্ন হয়। তদুপৰি ইণ্ডোনেছিয়া, মৰিছাছ, ফিজি, হাৱাই, কষ্টা ৰিকাম বেলিজ, মাইক্ৰ’নেছিয়া আদিতো এই গছ উৎপন্ন হয়। বহু ঠাইত এই গছৰ খেতিও কৰা দেখা যায়।

                                               

যোগীলাও

যোগীলাও, হৈছে আমেৰিকাৰ গ্ৰীষ্মমণ্ডলীয় অঞ্চলৰ সৰু জোপোহা গছ আৰু তাৰ ফল। ই ছেণ্ট লুছিয়াৰ জাতীয় গছ। ভাৰতত ইয়াৰ প্ৰসাৰ প্ৰকৃতিগতভাবে বৃদ্ধি হোৱা দেখা গৈছে। গছজোপা মধ্যমীয়া আকাৰৰ চিৰসেউজীয়া, ফল দেখিবলৈ একবাৰে বেলৰ দৰে, কিন্তু আকাৰত ডাঙৰ। ইয়াৰ প ...

                                               

লেহেতি শাক

লেহেতি বা লেহেতি শাক, বৈজ্ঞানিক নাম: Sphenoclea zeylanica) জেকা বা বোকাময় ঠাইত গজা এবিধ তৃণজাতীয় উদ্ভিদ। লেহেতিকে ধৰি Sphenoclea গণত মূলতঃ দুবিধ প্ৰজাতি আছে। বছৰি হোৱা এই উদ্ভিদবিধ ঘাইকৈ গ্ৰীষ্মপ্ৰধান অঞ্চলসমূহত দেখা যায়। দক্ষিণ তথা দক্ষিণ-পূব ...

                                               

সপুষ্পক উদ্ভিদ

সপুষ্পক উদ্ভিদ বা ফুল ফুলা উদ্ভিদ হল পৃথিৱীৰ আটাইতকৈ অধিক বৈচিত্ৰময় স্থল উদ্ভিদ। এই উদ্ভিদ সমূহত ফুল ফুলে আৰু ইয়াৰ ফল সমূহৰ ভিতৰত বীজ সমূহ সুৰক্ষিত হৈ থাকে। বীজ সমূহৰ ভিতৰত এটা বা দুটা দল থাকে আৰু এই দল সমূহৰ ভিক্তিত ইয়াক একবীজপত্ৰি আৰু দ্বিবী ...

                                               

সৌকা বেত

সৌকা বেত এবিধ বেত জাতীয় উদ্ভিদ৷ শোণিতপুৰ আৰু দৰং জিলাৰ ভৈৰৱকুণ্ড, ৰৌতা, চাৰিদুৱাৰ, বালিপাৰা, নদুৱাৰ, বিহালি, বিশ্বনাথ আদি বিভিন্ন বনাঞ্চলত এই বেত উৎপত্তি হোৱা দেখা যায়৷

                                               

হিজল

হিজল এবিধ সৰু আকাৰৰ গছ৷ এই গছ সাধাৰণতে বিলৰ কাষত বা পানীত ডুবি থকা ঠাইত উৎপন্ন হোৱা দেখা যায়৷ এই গছৰ অংশ খাদ্য আৰু ঔষধ হিচাপে আৰু কাঠ নাও আদি তৈয়াৰ কৰিবলৈ ব্যৱহাৰ কৰা হয়৷

                                               

ৰজনীগন্ধা

ৰজনীগন্ধা এক অন্যতম জনপ্ৰিয় ফুল। সামাজিক আৰু ধৰ্মীয় অনুষ্ঠান আৰু ফুলদানী সজোৱাৰ বাবে ৰজনীগন্ধা ব্যাপকভাবে ব্যবহৃত হয়। তদুপৰি এই ফুলৰ নিৰ্যাসৰ পৰা সুগন্ধিও তৈয়াৰ কৰা হয়। গোটেই বছৰেই বাজাৰত এই ফুলৰ চাহিদা বেছি থাকে । ৰজনীগন্ধাৰ কন্দৰ দ্বাৰা বং ...

                                               

ৰাইডাং বেত

ৰাইডাং বেত ভাৰত, শ্ৰীলংকা আৰু ম্যানমাৰৰ থলুৱা এক বৃহৎ আকাৰৰ বেত জাতীয় উদ্ভিদ। ই এবিধ লতাজাতীয় উদ্ভিদ। ইয়াক আচবাব, খৰাহী, লাখুটি, ছাতিৰ নাল, মেজ, চকী আদি নিৰ্মান কৰিবলৈ ব্যৱহাৰ কৰা হয়। দক্ষিণ-পূৱ এছিয়াত এই উদ্ভিদ প্ৰচুৰ পৰিমানে পোৱা যায়।

                                               

কোষ (জীৱবিজ্ঞান)

কোষ জীৱনৰ গঠণাত্মক আৰু কাৰ্যকৰী মূল একক। আমাৰ চাৰিওফালে থকা জীৱসমূহৰ দেহটো কোষেৰে গঠিত। কোষবোৰ কোষাবৰণে আবৃত্ত কিছু cytoplasmৰে গঠিযত বহুতো biomolecules যেনে প্ৰটিন আৰু নিউক্লিক এচিড থাকে। অধিকাংশ উদ্ভিদ আৰু প্ৰাণী কোষ ৰশ্মি অণুবীক্ষণৰ দ্বাৰা চাব ...

                                               

কোষ বেৰ

 কোষ বেৰ ইংৰাজী: Cell wall বা কোষ প্ৰাচীৰ বুলিলে কোষৰ সেই অংশক বুজাই যি উদ্ভিদকোষৰ আটাইতকৈ বাহিৰৰ ফালে থাকে। কোষৰ কোষপ্ৰৰস যি কঠিন ছেলুলজ নিৰ্মিত নিৰ্জীৱ আবৰণীৰ দ্বাৰা আবৃত হৈ থাকে তাকে কোষ বেৰ বা কোষ প্ৰাচীৰ বোলে। উদ্ভিদৰ উপৰিও শেলাই, ভেঁকুৰ আৰ ...

                                               

ডিম্ব কোষ

ডিম্ব কোষ, ব ডিম্বাণু বেছিভাগ অসমজননকোষী প্ৰাণীৰ স্ত্ৰী জনন কোষ। অসমজননকোষী প্ৰাণীয়ে এটা ডাঙৰ "স্ত্ৰী" জননকোষ আৰু এটা "সৰু" পুং জননকোষেৰে যৌন প্ৰজনন কৰে। স্ত্ৰী জননকোষ চলনশীল নহলে ডিম্বাণু শব্দটো ব্যৱহাৰ কৰা হয়। পুং জননকোষ চলনশীল হলে এনে যৌন প্ ...

                                               

শ্বেত ৰক্ত কণিকা

শ্বেত ৰক্ত কণিকা বা শ্বেত ৰক্ত কোষ), যাক লিউক’ছাইটছ বুলিও কোৱা হয়, হৈছে সংক্ৰামক ৰোগ আৰু বাহ্যিক আক্ৰমণকাৰীৰ পৰা দেহক ৰক্ষা কৰা প্ৰতিৰক্ষা তন্ত্ৰৰ কিছুমান কোষ। সকলো শ্বেত ৰক্ত কোষ মেৰু মজ্জাত থকা হিমেটপেটিক ষ্টীম ছেল নামৰ এবিধ বহু ক্ষমতাসম্পন্ন ...

                                               

স্নায়ুকোষ

স্নায়ুকোষ বা নিউৰন নামৰ বিশেষ সংযোগৰ যোগেদি সংকেতৰ আদান-প্ৰদান হয়। স্নায়ুকোষবোৰ লগ লাগি জৈৱিক স্নায়ৱীয় জালিকা ৰ সৃষ্টি কৰিব পাৰে। স্নায়ুকোষে গঠন কৰা স্নায়ুতন্ত্ৰৰ ভাগ দুটা- মস্তিষ্ক আৰু স্নায়ুৰজ্জু মিলাই কেন্দ্ৰীয় স্নায়ুতন্ত্ৰ আৰু গেংলি ...

                                               

ক্ল’নিং

কোনো জীৱৰ এটা দেহকোষৰ পৰা হুবহু সেই জীৱটোকে পুনৰায় সৃষ্টি কৰাৰ পদ্ধতিক ক্লনিং নামেৰে জনা যায় । ১৯৯৬ চনত ৰজলিন ইন্সটিটিউট,স্কটলেণ্ডৰ গবেষক, ড: আয়ান উইলমুটে, তেওঁৰ ২৭৩ তম চেষ্টাৰ অন্তত এজনী ভেড়াৰ এটা দেহকোষৰ কেন্দ্ৰক অন্য ধৰণৰ ভেড়াৰ কেন্দ্ৰবিয ...

                                               

ডলী (ভেড়া)

ডলী) হৈছে এজনী মাইকী পোহনীয়া ভেড়া আৰু ই হৈছে নিউক্লিয়াৰ পৰিবৰ্তন পদ্ধতিৰে এটা প্ৰাপ্তবয়স্ক ছমাটিক কোষৰ পৰা ক্ল’নিং কৰি জন্ম দিয়া প্ৰথম স্তন্যপায়ী প্ৰাণী।

                                               

য়শ্বিনৰী অহচুমি

য়শ্বিনৰী অহচুমি এজন জাপানী কোষ জীৱবিজ্ঞানী আৰু অটফেগী বিশেষজ্ঞ। অটফেগী মানে শৰীৰৰ কোষসমূহ নিজে নিজে ধংস হোৱা প্ৰৱণতা। তেওঁ জাপানৰ বিখ্যাত গৱেষণা প্ৰতিষ্ঠান টকিঅ প্ৰযুক্তিবিদ্যা প্ৰতিষ্ঠান ৰ অধ্যাপক। ২০১২ চনত মৌলিক বিজ্ঞান বিষয়ত তেওঁ ক্যট পুৰস্ক ...

                                               

ৰাচেল কাৰ্ছন

ৰাচেল লুইচ কাৰ্ছন এগৰাকী সামুদ্ৰিক জীৱবিজ্ঞানী আৰু সংৰক্ষণবাদী আছিল। তেওঁৰ কিতাপ "ছাইলেন্ট স্প্ৰিং" আৰু অন্যান্য ৰচনাসমূহে গোলকীয় পৰিবেশ আন্দোলনলৈ বিশেষ অৱদান আগবঢ়াইছিল। কাৰ্ছনে ইউ এছ ব্যুৰু অব ফিশ্বাৰিজ-অত জল-জীৱবিজ্ঞানী aquatic biologist হিচা ...

                                               

উৎসেচক

উৎসেচক হৈছে এক প্ৰকাৰৰ জৈৱিক অনুঘটক। উৎসেচকে ৰাসায়নিক বিক্ৰিয়া ত্বৰান্বিত কৰে। এই প্ৰক্ৰিয়াৰ আৰম্ভণিৰ অনুবোৰক বিক্ৰিয়ক বোলে আৰু উৎসেচকে সিহঁতক উৎপাদক নামৰ অন্য অনুলৈ ৰূপান্তৰ কৰে। কোষত সংঘটিত হোৱা প্ৰায় সকলো পৰিপাক ক্ৰিয়াতে উৎসেচকৰ প্ৰয়োজন ...

                                               

এমিন’ এছিড

এমিন’ এছিড হৈছে প্ৰটিন যৌগ গঠনৰ মৌলিক একক। ৰসায়ন বিজ্ঞানত ইয়াক জৈৱ-ৰসায়ন বিভাগত অধ্যয়ন কৰা হয়। বহুসংখ্যক এমিন’ এছিড বিশেষ ৰাসায়নিক বান্ধনি -ৰে লগ লাগি একোটা বৃহৎ প্ৰটিন যৌগৰ সৃষ্টি কৰে। প্ৰাকৃতিকভাৱে জীৱদেহত মূলত ২০ ধৰণৰ এমিন’ এছিড পোৱা যায়।

                                               

এলকহল

এলকহল হৈছে একপ্ৰকাৰৰ জৈৱ যৌগ। ইহঁতৰ হাইড্ৰক্সিল কাৰ্যকৰী গোটটো এটা এলকাইল বা এৰাইল গোটৰ কাৰ্বনৰ সৈতে এটা বন্ধনত আবদ্ধ হৈ থাকে। সাধাৰণভাৱে এলকহলক C n H 2n+1 OH এই সাধাৰণ সূত্ৰৰ মাধ্যমেৰে প্ৰকাশ কৰা হয়। এলকহল শব্দটো আৰবি শব্দ "আল-কুহ"ৰ পৰা আহিছে য ...

                                               

গ্লুকজ

গ্লুকজ হল জীৱৰ এবিধ গুৰুত্বপূৰ্ণ দ্ৰব্য। ই এবিধ ক্ষুদ্ৰ অণু । এই ক্ষুদ্ৰ অণুসমূহ ঘনীভূত হৈ এটাৰ লগত আনটো লগ লাগি বৃহৎ অণু অৰ্থাৎ জটিল শৰ্কৰা ৰ সৃষ্টি কৰে। এই গ্লুকজ অণুসমূহ সেউজীয়া উদ্ভিদত সংশ্লেষণ হয় আৰু বেছিভাগ জীৱৰ বাবে এইবোৰ খাদ্য অণু হিচাপ ...

                                               

মাংসসাৰ

মাংসসাৰ বা প্ৰটিন হৈছে একপ্ৰকাৰৰ বৃহৎ জৈৱযৌগ। এক বা একাধিক এমিন এচিডৰ দীঘল শৃংখলৰ দ্বাৰা ইহঁতৰ গঠন হয়। প্ৰটিনে জীৱ দেহত পৰিপাকীয় বিক্ৰিয়াৰ অনুঘটক, DNA পুনৰোৎপাদন, উদ্দীপনাৰ প্ৰতি সঁহাৰি, এটা অংশৰ পৰা আন অংশলৈ অনুৰ পৰিবহণকে ধৰি বিভিন্ন কাৰ্য সং ...

                                               

শৰ্কৰা

শৰ্কৰা বা কাৰ্বহাইড্ৰেট হৈছে কাৰ্বন, হাইড্ৰজেন আৰু অক্সিজেন পৰমানুৰ দ্বাৰা গঠিত একপ্ৰকাৰৰ জৈৱিক অনু, সাধাৰণতে হাইড্ৰজেন-অক্সিজেন পৰমানুৰ অনুপাত হৈছে ২:১ ; অন্য শব্দেৰে কবলৈ গলে, C m n সাধাৰণ সংকেত বিশিষ্ট অনুবোৰ। কিছুমান ব্যতিক্ৰমো আছে; উদাহৰণ স্ ...

                                               

হিম’গ্ল’বিন

হিম’গ্ল’বিনৰ প্ৰকাৰ জিনৰ দ্বাৰা নিয়ন্ত্ৰিত হয় আৰু পিতৃপুৰুষৰ পৰা সন্তানলৈ আহে। প্ৰায়বোৰ লোকৰ হিম’গ্লবিন ’এ’ প্ৰকাৰৰ। সেয়ে ইয়াক প্ৰাপ্তবয়স্ক বা স্বাভাৱিক হিম’গ্ল’বিন বুলি কোৱা হয়। ’এ’ প্ৰকাৰ হিম’গ্ল’বিন থাকিলে ৰক্তকণিকাবোৰ মিহি, ঘূৰণীয়া আৰ ...

                                               

ঋতুস্ৰাৱ

ঋতুস্ৰাৱ হৈছে উচ্চতৰ প্ৰাইমেট বৰ্গৰ স্তন্যপায়ী প্ৰাণীৰ প্ৰজননৰ সৈতে জড়িত এক শৰীৰবৃত্তীয় প্ৰক্ৰিয়া। প্ৰতি মাহে ই হয় বাবে ইয়াক অসমীয়াত সচৰাচৰ মাহেকীয়া বুলিও অভিহিত কৰা হয়। প্ৰজননৰ উদ্দেশ্যে নাৰীৰ ডিম্বাশয়ত ডিম্বস্ফুটন হয় আৰু সেই ডিম্ব ফে ...

                                               

প্ৰজনন

প্ৰজনন হৈছে কোনো জীৱৰ পৰা নতুন অপত্য সৃষ্টিৰ এক জৈৱিক প্ৰক্ৰিয়া। প্ৰজনন জীৱনৰ এটা সাধাৰণ বৈশিষ্ট; সকলো জীৱৰ অস্তিত্ব কেৱল প্ৰজননৰ বাবেই সম্ভৱ হৈছে। প্ৰজনন দুই প্ৰকাৰৰ: অযৌন আৰু যৌন। অযৌন প্ৰজনন ত, এটা জীৱই অন্য এটা জীৱৰ লগত কোনো সম্পৰ্ক নকৰাকৈয় ...

                                               

প্ৰাণীৰ চলন

প্ৰাণীৰ চলন, হল বিভিন্ন কাৰণত প্ৰাণী সমূহৰ স্থান সলনি প্ৰক্ৰিয়া। চলনৰ কিছুমান প্ৰধান কাৰণ হৈছে খাদ্য, সংগী বা উপযুক্ত বাসস্থানৰ সন্ধান বা প্ৰাণৰক্ষা। পানীৰ সোঁত বা বতাহৰ প্ৰভাৱত পৰোক্ষভাৱে হোৱা স্থানান্তৰণক চলন বুলিব নোৱাৰি। বেক্টেৰিয়া, প্ৰট’জ’ ...

                                               

অধিজগৎ (জীৱ বিজ্ঞান)

জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত অধিজগৎ বুলিলে, আমেৰিকান অনুজীৱবিদ আৰু জৈৱপদাৰ্থবিদ কাৰ্ল ৱেইছৰ ত্ৰি-সাম্ৰাজ্য পদ্ধতি ৰ সৰ্বোচ্চ বৰ্গীয় স্থানক বুজায় । ১৯৯০ চনত তেওঁ প্ৰকাশ কৰা তিনি অধিজগতৰ জীৱন বৃক্ষৰ মতে, তিনিখন অধিজগৎ হল - আৰ্কিয়া, বেক্টেৰিয়া আৰু ...

                                               

আদ্যপ্ৰাণী

আদ্যপ্ৰাণী বা প্ৰটজৱা হৈছে এককোষী সংকোষকেন্দ্ৰীৰ বাবে ব্যৱহাৰ কৰা এটা সাধাৰণ নাম। এই জীৱবোৰ স্ব−জীৱি নাইবা পৰজীৱি, যিবোৰে জৈৱ পদাৰ্থ যেনে অন্য সুক্ষ্মজীৱ বা জৈৱ কলা আৰু অৱশেষ আহাৰ হিচাপে গ্ৰহণ কৰি জীয়াই থাকে। ঐতিহাসিকভাৱে আদ্যপ্ৰাণীবোৰ, "এককোষী ...

                                               

কণ্টকচৰ্মী প্ৰাণী

কণ্টকচৰ্মী বা একাইনডাৰ্মাটা হৈছে প্ৰাণীজগতৰ অন্যতম এটা প্ৰধান পৰ্ব। একাইনডাৰ্মাটা পৰ্বৰ অন্তৰ্ভুক্ত প্ৰাণীবোৰক একাইনডাৰ্ম বোলে। গ্ৰীক শব্দ Echinos অৰ্থ Spine বা কাঁইট আৰু Derma অৰ্থ skin তথা ত্বকৰ পৰা একাইনডাৰ্মাটা শব্দটি আহৰণ কৰা হৈছে। সেইবাবে ই ...

                                               

গণ (জীৱবিদ্যা)

গণ genus / ˈ dʒ iː n ə s / plural: genera হৈছে, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত পৰিয়ালৰ তলত আৰু প্ৰজাতিৰ ওপৰত অৱস্থান কৰা এক বিশেষ বৰ্গীয় স্থান। জীৱৰ দ্বৈৰাশিক নামকৰণত, প্ৰতিটো প্ৰজাতিৰ বৈজ্ঞানিক নামটোৰ প্ৰথম পদটো প্ৰজাতিটোৰ গণ ৰ নামটোৱেই পূৰণ কৰে; ...

                                               

চৰাই

চৰাই ৰ বৈজ্ঞানিক সংজ্ঞা হ’ল" কণী পৰা, ডেউকা থকা, উষ্ণৰক্তী, এবিধ দুঠেঙীয়া মেৰুদণ্ডী প্ৰাণী”। সকলো মিলাই বৰ্তমান প্ৰায় ১০,০০০টা প্ৰজাতি, পৃথিৱীৰ সকলো জলবায়ুতে, মেৰু অঞ্চলৰ পৰা এণ্টাৰ্কটিকালৈক, বসবাস কৰা দেখা যায়। চৰাই জাতিৰ আকাৰ ২ ইঞ্চিৰ" হামি ...

                                               

জেঠী

জেঠী হল গেক পৰিয়ালৰ অন্তৰ্গত এটা গণ। ইহঁতৰ প্ৰায় ৯০ বিধ প্ৰজাতি আছে। পৃথিৱীৰ অধিকাংশ অঞ্চলতে ইহঁতক দেখা পোৱা যায়। সাধাৰণতে জেঠীবোৰ মানুহৰ আৱাস স্থলৰ আশে-পাশে পোৱা যায়।

                                               

পতংগ

পতংগ হল সন্ধিপদী পৰ্বৰ অন্তৰ্গত অমেৰুদণ্ডীৰ প্ৰাণীৰ এটা শ্ৰেণী। ইহঁতৰ কাইটিন যুক্ত বহিঃকংকাল থাকে। দেহটো মূৰ, বক্ষ আৰু উদৰ নামৰ তিনিটা খণ্ডত বিভক্ত, তিনি যোৰা সংযুক্ত ভৰি, যৌগিক চকু আৰু এযোৰা এণ্টেনা থাকে। ই হল বিশ্বৰ আটাইতকৈ বৈচিত্ৰময় প্ৰাণীৰ গ ...

                                               

প্ৰাইমেট

প্ৰাইমেট হৈছে Primates বৰ্গৰ অন্তৰ্গত স্তন্যপায়ী প্ৰাণী। জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, প্ৰাইমেট বুলিলে দুটা প্ৰধান শৃংখল, strepsirrhines আৰু haplorhinesক বুজায়। হাবিত বাস কৰা কিছুমান পূৰ্ৱজৰ পৰা প্ৰাইমেটৰ উদ্ভৱ হৈছিল; বহু প্ৰাইমেটৰে ত্ৰি-অক্ষীয় ...

                                               

পৰিয়াল (জীৱবিদ্যা)

পৰিয়াল, জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত বৰ্গ আৰু গণৰ মাজৰ এটা বৰ্গীয় স্থান। পৰিয়ালক কেইবাটাও সৰু সৰু গণ হিচাপে ভাগ কৰা হয়, যদিও কেতিয়াবা উপপৰিয়াল ৰ দৰে উপগোটটো ভাগ কৰা হয়। সাধাৰণতে, পৰিয়ালৰ কোনো সাধাৰণ সদস্যৰ নামেৰেও পৰিয়াল এটাৰ নামকৰণ কৰা প ...

                                               

পৰ্ব (জীৱবিদ্যা)

জীৱবিজ্ঞানত, পৰ্ব, বৰ্গীকৰণ তালিকাত জগতৰ তলতেই পৰ্বই স্থান লাভ কৰিছে। পৰ্ব সমূহক শ্ৰেণী নামৰ সৰু সৰু গোটত ভাগ কৰা হৈছে। ১৯৯৩ চনতেই ইণ্টাৰনেচনেল বটেনিকেল কংগ্ৰেছে পৰ্ব পদটো গ্ৰহণ কৰা স্বত্বেও, পৰম্মৰাগতভাৱে, উদ্ভিদবিজ্ঞানত পৰ্বৰ সলনি বিভাগ পদটো ব্ ...

                                               

বৃক্ষ

উদ্ভিদ বিদ্যাত, বৃক্ষ সাধাৰণতে বুলিলে মূল, কাণ্ড, ঠাল-ঠেঙুলি আৰু পাত বিশিষ্ট বহুবৰ্ষজীৱী উদ্ভিদ প্ৰজাতিক বুজায়। বহুক্ষেত্ৰত, সংকীৰ্ণ অৰ্থত, বৃক্ষ শব্দই কেৱল গৌণ বৃদ্ধি বিশিষ্ট কাঠযুক্ত উদ্ভিদ, কুণ্ডা প্ৰস্তুত কৰিব পৰা বা বিশেষ উচ্চতাবিশিষ্ট উদ্ভ ...

                                               

বৰ্গ (জীৱবিদ্যা)

বৰ্গ জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজন ত জীৱৰ বৰ্গীকৰণৰ এটা প্ৰধান গোট। জীৱৰ বৰ্গীকৰণত ক্ৰমে অধিজগৎ, জগৎ, পৰ্ব আৰু শ্ৰেণীৰ পাছতেই বৰ্গক ৰখা হৈছে। এটা বৰ্গক কেইবাটাও সৰু সৰু পৰিয়ালত ভাগ কৰা হৈছে। ইয়াৰ উপৰিও শ্ৰেণী আৰু বৰ্গ, বৰ্গ আৰু পৰিয়াল বা যিকোনো দু ...

                                               

ভেঁকুৰ

ভেঁকুৰ ক বহুবচনত fungi বোলে। fungi শব্দটো লেটিন শব্দ,ইয়াৰ অৰ্থ হল "বেংছতা"। বিজ্ঞানৰ যি শাখাত ভেঁকুৰ সম্বন্ধে চৰ্চা আৰু গৱেষণা কৰা হয় তাক মাইকলজি বোলে। এই শাখাৰ বিশেষজ্ঞজনক মাইকলজিষ্ট বোলে। মাইকলজিৰ প্ৰতিষ্ঠাপক হল -ইটালিৰ উদ্ভিদ বিজ্ঞানী পিয়েৰ ...

                                               

মেৰুদণ্ডী প্ৰাণী

মেৰুদণ্ডী বোৰ হৈছে পৰ্ব পৃষ্ঠদণ্ডীৰ অন্তৰ্গত উপ পৰ্ব মেৰুদণ্ডীৰ যিকোনো জীৱ প্ৰজাতি। পৰ্ব পৃষ্ঠদণ্ডীৰ অধিকাংশ জীৱই মেৰুদণ্ডী প্ৰাণী, বৰ্তমানে প্ৰায় ৬৪,০০০ প্ৰজাতিৰ সম্পৰ্কে জানিব পৰা গৈছে। কাৰ্টিলেজিয়াছ ফিছ আৰু বনী ফিছকে ধৰি সকলো কোঁৱাৰিহীন মাছ ...

                                               

শ্ৰেণী (জীৱবিদ্যা)

জীৱবৈজ্ঞানিক শ্ৰেণীবিভাজনত, শ্ৰেণী হৈছে, ৰাজ্য, পৰ্ব, বৰ্গ, পৰিয়াল, গণ, আৰু প্ৰজাতি আদিৰ দৰে এটা বৰ্গীয় স্থান, যি পৰ্ব আৰু বৰ্গ মাজত অৱস্থান কৰে।

                                               

সন্ধিপদী প্ৰাণী

সন্ধিপদী প্ৰাণী হৈছে বহিঃকংকাল যুক্ত অমেৰুদণ্ডী প্ৰাণী, খণ্ডিত দেহ আৰু উপাংগবোৰ সন্ধিযুক্ত বা জোৰালগা। পতংগ আদিকে ধৰি সন্ধিপদীবোৰ, আৰ্থপডা Arthropoda পৰ্বৰ অন্তৰ্গত। সন্ধিপদীৰ প্ৰধান লক্ষণ হৈছে, সিহঁতৰ পদবোৰ ভৰি জোৰালগা আৰু α-কাইটিন আৰু/নাইবা কেল ...

                                               

স্তন্যপায়ী প্ৰাণী

স্তন্যপায়ী হৈছে মেৰুদণ্ডী উপ-পৰ্বৰ অন্তৰ্গত জীৱ প্ৰজাতি। অন্য মেৰুদণ্ডী চৰাই আৰু সৰিসৃপৰ লগত থকা স্তন্যপায়ীৰ প্ৰধান পাৰ্থক্যসমূহ হৈছে, দেহত থকা নোম, মধ্য কৰ্ণৰ তিনিডাল হাড়, স্তন্য গ্ৰন্থি, আৰু মগজুৰ নিঅকৰ্টেক্স। স্তন্যপায়ীৰ মগজুৱে দেহৰ উষ্ণতা ...

                                               

সৰীসৃপ

সৰীসৃপ বোৰ প্ৰথম প্ৰকৃত স্থলচৰ প্ৰাণী৷ আধুনিক মতবাদ অনুসৰি কাৰ্বনিফেৰাছ যুগত উদ্ভৱ হোৱা ছিমৰিয়া জাতীয় প্ৰাণীবোৰ সৰীসৃপবোৰৰ প্ৰথম আৰু প্ৰকৃত পূৰ্বপুৰুষ৷ পাৰমিয়ান যুগত কটিলছৰিয়া প্ৰাণীবোৰৰপৰা বিভিন্ন ধৰণৰ সৰীসৃপৰ উদ্ভৱ হয় আৰু পিছত মেছযইক যুগত ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →