ⓘ Free online encyclopedia. Did you know? page 10



                                               

সাহিত্য ডট অৰ্গ

সাহিত্য ডট অৰ্গ অসমীয়া ভাষাত প্ৰকাশিত এখন মাহেকীয়া ই-আলোচনী। ২০১১ চনৰ জুলাই মাহত এই আলোচনীখনৰ প্ৰথম সংখ্যাটি প্ৰকাশ হয়। প্ৰতি ইংৰাজী মাহৰ ১৫ তাৰিখে আলোচনীখন প্ৰকাশ পায়। ফেচবুকৰ অসমীয়াত কথা-বতৰা নামৰ গোটটোত প্ৰকাশিত লেখাসমূহ শৃংখলাবদ্ধভাৱে সজ ...

                                               

অসম সাহিত্য সভাই প্ৰদান কৰা বঁটা আৰু সন্মান

১৯১৭ চনত অসমীয়া ভাষা-সংস্কৃতিৰ বিকাশ আৰু প্ৰসাৰৰ উদ্দেশ্যেৰে অসম সাহিত্য সভাৰ জন্ম হয়। বৰ্তমানে অসম আৰু বাহিৰৰ ঠাইত ইয়াৰ হাজাৰৰো অধিক শাখা আছে। যোৰহাটত অৱস্থিত চন্দ্ৰকান্ত সন্দিকৈ ভৱন হৈছে অসম সাহিত্য সভাৰ মুখ্য কাৰ্যালয়। অসম সাহিত্য সভাই প্ৰ ...

                                               

ৰাজনীতি

ৰাজনীতি হৈছে গোটত নিৰ্ণয় লোৱা, বা ব্যক্তিৰ মাজত অন্যান্য প্ৰকাৰৰ শক্তি সম্পৰ্কৰ সৈতে সম্পৰ্কিত কাৰ্যকলাপৰ সংহতি, যেনে সম্পদ বা স্থিতি বিতৰণ। ৰাজনীতিৰ শৈক্ষিক অধ্যয়নক ৰাজনীতি বিজ্ঞান বুলি কোৱা হয়। ইয়াএক "ৰাজনৈতিক সমাধান"ৰ পৰিপ্ৰেক্ষিতত ইতিবাচক ...

                                               

দুলীয়াজান মহাবিদ্যালয়

দুলীয়াজান মহাবিদ্যালয় ইংৰাজী: Duliajan College, ১৯৬৯ চনত স্থাপন কৰা অসমৰ দুলীয়াজানত অৱস্থিত এখন মহাবিদ্যালয়। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

                                               

বড়োলেণ্ড বিশ্ববিদ্যালয়

বড়োলেণ্ড বিশ্ববিদ্যালয় অসমৰ কোকৰাঝাৰ জিলাৰ দেৱৰগাৱত অৱস্থিত। অসম বিধানসভাত প্ৰস্তাৱিত "বড়োলেণ্ড বিশ্ববিদ্যালয় বিধেয়ক, ২০০৯" অনুসৰি বড়োলেণ্ড বিশ্ববিদ্যালয় স্থাপিত হৈছিল। সমগ্ৰ নামনি অসমৰ শৈক্ষিক উন্নতিৰ লগতে চুবুৰীয়া ৰাষ্ট্ৰ ভূটান, বাংলাদে ...

                                               

সন্দিকৈ ছোৱালী মহাবিদ্যালয়

সন্দিকৈ ছোৱালী মহাবিদ্যালয় হৈছে গুৱাহাটী বিশ্ববিদ্যালয়ৰ অধীনস্থ এখন মহাবিদ্যালয়। এইখন অসম তথা গুৱাহাটীৰ পুৰণি মহাবিদ্যালয়সমূহৰ ভিতৰত এখন, যত বিজ্ঞান আৰু কলা বিষয়ৰ সুবিধা আছে।

                                               

তেজপুৰ মহাবিদ্যালয়

তেজপুৰ মহাবিদ্যালয় কলা আৰু বাণিজ্য শাখাৰ ছাত্ৰ ছাত্ৰীৰ বাবে উচ্চ শিক্ষাৰ এক কেন্দ্ৰস্থল। এইখন অসমৰ তেজপুৰ চহৰত, ব্ৰহ্মপুত্ৰ নদীৰ উত্তৰ পাৰে তেজপুৰ কেন্দ্ৰীয় কাৰাগাৰৰ দক্ষিণ দিশত আৰু অগ্নিগড় পাহাৰৰ নিচেই কাষত অবস্থিত।

                                               

সাপেখাতী মহাবিদ্যালয়

সাপেখাতী মহাবিদ্যালয় ইংৰাজী: Sapekhati College ১৯৮৮ চনত স্থাপন কৰা অসমৰ চৰাইদেউ জিলাৰ সাপেখাতীত অৱস্থিত এক মুখ্য আৰু সাধাৰণ ডিগ্ৰী কলেজ। এই মহাবিদ্যালয়খন ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অন্তৰ্ভুক্ত।

                                               

গোগামুখ মহাবিদ্যালয়

ধেমাজি জিলাৰ গোগামুখ অঞ্চলৰ অন্যতম শিক্ষানুষ্ঠান গোগামুখ মহাবিদ্যালয় স্থাপিত হয় ১৯৮১ চনত। ই গোগামুখ চহৰৰ পৰা দক্ষিণে, গোগামুখ উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু গোগামুখ ছোৱালী উচ্চ মাধ্যমিক বিদ্যালয়ৰ মাজত অৱস্থিত । বিজ্ঞান আৰু কলা শাখাৰ পাঠদানৰ সুব ...

                                               

দিশপুৰ মহাবিদ্যালয়

দিশপুৰ মহাবিদ্যালয়ৰ ১৯৭৮ চনৰ ২৮ আগষ্টত নৈশ পাঠদান কাৰ্যসূচীৰে শুভাৰম্ভ ঘটে ৷ ১৯৯২-৯৩ চনত প্ৰথমবাৰৰ বাবে মহাবিদ্যালয়ৰ বাৰ্ষিক পত্ৰিকা "অৰুণ" উন্মোচন হয় ৷ ২০০২-০৩ চনত কম্পিউটাৰ কেন্দ্ৰ উদ্বোধন কৰা হয় ৷ মূখ্যবাণী: সম্পূৰ্ণ বিকাশৰ স্থান ৷

                                               

মাধৱদেৱ বিশ্ববিদ্যালয়

মাধৱদেৱ বিশ্ববিদ্যালয় অসমৰ লখিমপুৰ জিলাৰ নাৰায়ণপুৰত অৱস্থিত এখন ৰাজ্যিক বিশ্ববিদ্যালয়। ১৯৬৪ চনত নাৰায়ণপুৰ কলেজ নামেৰে প্ৰতিষ্ঠা হোৱা আৰু পাছলৈ মাধৱদেৱ মহাবিদ্যালয় নামৰে পুনঃনামকৰণ কৰা মহাবিদ্যালয়খন উন্নীত কৰি এই বিশ্ববিদ্যালয় প্ৰতিষ্ঠা কৰা ...

                                               

বিকালী মহাবিদ্যালয়

বিকালী মহাবিদ্যালয় নামনি অসমৰ গোৱালপাৰা জিলাৰ পূবে ধূপধৰা অঞ্চলত অৱস্থিত এখন উচ্চশিক্ষাৰ প্ৰতিষ্ঠান। এই মহাবিদ্যালয়খন ১৯৮২ চনৰ ১৪ এপ্ৰিল তাৰিখে এটি আৰ্থ-সামাজিক আৰু সাংস্কৃতিক সংগঠন বিকালী মৌজা উন্নয়ন সমিতিৰ অধীনত ৫২খন গাঁৱৰ জনসাধাৰণৰ দ্বাৰা প ...

                                               

গুৱাহাটী বিশ্ববিদ্যালয়

গুৱাহাটী বিশ্ববিদ্যালয় বা গৌহাটী বিশ্ববিদ্যালয় উত্তৰ পূৰ্বাঞ্চলৰ অন্যতম বিশ্ববিদ্যালয়। উত্তৰ পূৰ্বাঞ্চলৰ অগ্ৰণী আৰু অতি পুৰণি বিশ্ববিদ্যালয়খনে অসমৰ শৈক্ষিক, বৌদ্ধিক তথা ৰাজনৈতিক বাতাবৰণ সৃষ্টিত গুৰুত্বপূৰ্ণ ভূমিকা পালন কৰি আহিছে।

                                               

সীমা বিশ্বাস

সীমা বিশ্বাস অসমৰ এগৰাকী ভাৰতীয় চলচ্চিত্ৰ আৰু থিয়েটাৰ জগতৰ সুপৰিচিত অভিনেত্ৰী, এখেতে শেখৰ কাপুৰৰ বেণ্ডিত কুইনত ফুলন দেৱী চৰিত্ৰটোৰ অভিনয় কৰিছিল। বলিউদ তথা অন্য ভাৰতীয় চলচ্চিত্ৰ জগতত বলিষ্ঠ অভিনেত্ৰী হিচাপে যথেষ্ট নাম আছে। সীমা বিশ্বাসে ১৯৯৬ চ ...

                                               

অসমৰ পৰ্যটনস্থলসমূহৰ তালিকা

অসম হৈছে উত্তৰ-পূৰ্বাঞ্চলৰ মুখ্য দুৱাৰ আৰু সাতভনীৰ প্ৰাণকেন্দ্ৰ স্বৰূপ। অসম প্ৰাকৃতিক সম্পদ আৰু নানান ঐতিহাসিক সমল আৰু সাংস্কৃতিক সম্পদেৰে সমৃদ্ধিশালী এখন ৰাজ্য। পৰ্যটনৰ কাৰণে অসম ৰাষ্ট্ৰীয় উদ্যান, মঠ-মন্দিৰ আৰু ঐতিহাসিক সমলেৰে চহকী। অসমৰ পৰ্যটন ...

                                               

গৌহাটী বাণিজ্য মহাবিদ্যালয়

গৌহাটী কমাৰ্চ কলেজ বা গৌহাটী বাণিজ্য মহাবিদ্যালয় অসমৰ এখন আগশাৰীৰ মহাবিদ্যালয়। মহাবিদ্যালয়খন গুৱাহাটীৰ ৰাধাগোবিন্দ বৰুৱা পথত অৱস্থিত। বাণিজ্য শাখাৰ এই মহাবিদ্যালয়খন ১৯৬২ চনৰ ১০ ছেপ্টেম্বৰত প্ৰতিষ্ঠা কৰা হৈছিল। প্ৰথমাৱস্থাত কটন মহাবিদ্যালয়ৰ ক ...

                                               

মহাভাৰতৰ পাত্ৰ

অশ্বত্থামা আচাৰ্য দ্ৰোণৰ পুত্ৰ ওলূক অম্বালিকা পৰশুৰাম দুৰ্যোধন কুন্তী - পাণ্ডুৰ পত্নী আৰু পাণ্ডৱৰ মাক। অৰ্জুন ইন্দ্ৰপুত্ৰ অভিমন্যু অৰ্জুনপুত্ৰ নাৰায়ণী-সেনাপ্ৰমুখ কৃতবৰ্মা উত্তৰ দ্ৰৌপদী পাঞ্চালী, কৃষ্ণা বেদব্যাস পাণ্ডু সুভদ্ৰা শ্ৰীকৃষ্ণ আৰু বলৰাম ...

                                               

নবেল বঁটা বিজয়ী (সাহিত্য)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপ ...

                                               

নবেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপ ...

                                               

নবেল বঁটা বিজয়ী (শৰীৰবিজ্ঞান বা ঔষধ)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপ ...

                                               

নবেল বঁটা বিজয়ী (পদাৰ্থ বিজ্ঞান)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপ ...

                                               

নবেল বঁটা বিজয়ী (অৰ্থনীতি)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপ ...

                                               

নবেল বঁটা বিজয়ী (শান্তি)

নবেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড নবেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপ ...

                                               

নবেল বঁটা (২০০৫)

                                               

গুগল মেপ

গুগল মেপ হৈছে গুগলে বিকশিত এক ৱেব মেপিং সেৱা। ই উপগ্ৰহৰ ছবি, এয়াৰিয়েল ফটোগ্ৰাফী, ষ্ট্ৰীট মেপ, ৩৬০° ইণ্টাৰেক্টিভ পেনোৰামিক দৃশ্য ৰাজপথৰ, বাস্তৱ সময়ৰ ট্ৰেফিক পৰিস্থিতি, আৰু পথ পৰিবহণৰ বাবে পথ পৰিকল্পনা প্ৰদান কৰে। ২০২০ চনত, গুগল মেপবোৰ প্ৰতি মাহ ...

                                               

গ্ৰীষ্মকালীন পেৰালিম্পিক ২০১৬ত ভাৰত

ভাৰতে ২০১৬ চনৰ ৭ ছেপ্টেম্বৰৰ পৰা ১৮ ছেপ্টেম্বৰলৈ ব্ৰাজিলৰ ৰিঅ দি জেনেৰিঅত অনুষ্ঠিত ২০১৬ গ্ৰীষ্মকালীন পেৰালিম্পিক ক্ৰীড়া ত অংশগ্ৰহণ কৰে। ১৯৬৮ চনৰ পেৰালিম্পিক ক্ৰীড়াৰ পৰা ভাৰতীয় খেলুৱৈ সকলে গ্ৰীষ্মকালীন পেৰালিম্পিকৰ ১৯৭৬ আৰু ১৯৮০ চনৰ সংস্কৰণক বা ...

                                               

ইনাৰ লাইন পাৰ্মিট

ইনাৰ লাইন পাৰ্মিট অথবা আন্তঃৰাজ্যিক পাৰপত্ৰ হৈছে কোনো ভাৰতীয় নাগৰিকক দেশখনৰ সুৰক্ষিত অঞ্চলসমূহত অভ্যন্তৰীণ ভ্ৰমণৰ অনুমতি দিয়াৰ বাবে সংশ্লিষ্ট ৰাজ্য চৰকাৰৰ কৰ্তৃপক্ষই জাৰি কৰা এক সীমিত সময়ৰ বাবে বৈধ চৰকাৰী ভ্ৰমণ নথি। সেই সুৰক্ষিত ৰাজ্যসমূহৰ বাহ ...

                                               

ভাৰতীয় পতাকাবিধি

ভাৰতীয় পতাকাবিধি হৈছে ভাৰতৰ জাতীয় পতাকা ব্যৱহাৰৰ ক্ষেত্ৰত বান্ধি দিয়া নিয়ম। ভাৰতীয় মানক ব্যুৰোৱে এই পতাকা উৎপাদনৰ পদ্ধতি আৰু নিৰ্দিষ্ট নিয়ম-কানুন স্থিৰ কৰি দিছে। জাতীয় পতাকাৰ উৎপাদনৰ অধিকাৰ কেৱল খাদী উন্নয়ন আৰু গ্ৰামীণ শিল্প কমিশ্যনৰ হাতত ...

                                               

ভাৰতীয় মৌলিক অধিকাৰ, নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য

মৌলিক অধিকাৰ, ৰাষ্ট্ৰ পৰিচালনাৰ নিৰ্দেশাত্মক নীতি আৰু মূল কৰ্তব্য ভাৰতীয় সংবিধানৰ তিনিটা প্ৰধান অংশ। এই তিনিটা অংশত নাগৰিকসকলৰ প্ৰতি ৰাষ্ট্ৰৰ ° মৌলিক দায়দায়িত্ব আৰু ৰাষ্ট্ৰৰ প্ৰতি নাগৰিকসকলৰ কৰ্তব্যসমূহৰ বিশদ ব্যাখ্যা দিয়া হৈছে। এই অংশসমূহে চ ...

                                               

ভাৰতীয় উগ্ৰপন্থী সংগঠনসমূহৰ তালিকা

জোমি লিভলুশ্বনেৰি ফৰ্ণ্ট পিপুলচ লেবৰেছন আৰ্মি কাংলেই য়াৱোল কান্না লুপ কে ৱাই কে এল ডিমা হালিম ডাওগাহ ডি এইচ ডি নগা নেছনেল কাউনছিল-ফেডাৰেল এন চি এফ ইউনাইটেত পিপোলচ ডেম্ৰক্ৰেটিক চলিডাৰ্টি ইউ পি ডি এচ কমতাপুৰ লেবাৰশ্বন অৰগনাইজেশ্বন কে এল অ হামাৰ পি ...

                                               

ভাৰতীয় ভাষা

হিন্দী ভাষা ভাৰতৰ অধিকাৰিক ভাষা। ইংৰাজীক সহকাৰী অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ৰাজ্য ভেদে স্থানীয় ভাষাক অধিকাৰিক ভাষা হিচাপে গ্ৰহণ কৰা হয়। ২০০৩ বৰ্ষৰ ৯২তম সংবিধান সংশোধনী অনুসৰি ভাৰতৰ স্বীকৃতী প্ৰাপ্ত অধিকাৰিক ভাষাৰ সংখ্যা হৈছে ২২টা।

                                               

ভাৰতীয় মহাকাশ গৱেষণা সংস্থাৰ অধ্যক্ষসকল

ভাৰতীয় মহাকাশ গৱেষণা সংস্থা, চমুকৈ ইছৰোৰ অধ্যক্ষ হৈছে সংস্থাটোৰ সৰ্বোচ্চ পদাধিকাৰী। ১৯৬২ চনত বিক্ৰম সাৰাভাইৰ অধ্যক্ষতাত Indian National Committee for Space Research গঠন কৰা হৈছিল। বিক্ৰম সাৰাভাইৰ প্ৰচেষ্টাত বৰ্তমানৰ ভাৰতীয় মহাকাশ গৱেষণা সংস্থা ...

                                               

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰসকলৰ তালিকা

ভাৰতীয় ৰিজাৰ্ভ বেংকৰ গভৰ্ণৰ হৈছে বিত্তীয় প্ৰতিষ্ঠানটোৰ মুখ্য কাৰ্য্যবাহী বিষয়া। ভাৰতীয় টকাৰ কাগজী মুদ্ৰাসমূহত তেখেতৰ হস্তাক্ষৰ থাকে। সাধাৰণতে গভৰ্ণৰৰ কাৰ্যকাল ৩ বছৰ। এই তালিকাত ভাৰতীয় ৰিজাৰ্ভ বেংকৰ প্ৰাক্তন আৰু বৰ্তমান কাৰ্যৰত গভৰ্ণৰসকলৰ তথ্ ...

                                               

ভাৰতৰ অভয়াৰণ্যসমূহ

ভাৰতত ৫০০ তকৈ অধিক প্ৰাণী অভয়াৰণ্য আছে যাক বন্য জীৱন অভয়াৰণ্য বুলি কোৱা হয়। ইয়াৰ ভিতৰত ২৮ বাঘ অভয়াৰণ্য ব্যঘ্ৰ প্ৰকল্পৰ দ্বাৰা সঞ্চালিত, যি বাঘ সংৰক্ষণৰ বাবে মহত্ত্বপূৰ্ণ। কিছু বন্য অভয়াৰণ্যক পক্ষী অভয়াৰণ্য বুলিও কোৱা হয়, যদিও এতিয়ালৈকে ত ...

                                               

ভাৰতৰ দলংসমূহ

                                               

ভাৰতৰ প্ৰধানমন্ত্ৰীসকলৰ তালিকা

ভাৰতৰ প্ৰধান মন্ত্ৰীসকলৰ তালিকাত ১৫ আগষ্ট, ১৯৪৭ তাৰিখে ভাৰত স্বাধীন হোৱাৰ দিনাৰে পৰা বৰ্তমানলৈ দেশৰ প্ৰধান মন্ত্ৰীৰ আসন অলংকৃত কৰা ব্যক্তিসকলৰ নাম সন্নিবিষ্ট কৰা হৈছে। বৰ্তমানলৈ ভাৰতত মুঠ তেৰখন লোকসভা গঠন কৰা হৈছে আৰু চৈধ্যগৰাকী ব্যক্তিয়ে প্ৰধান ...

                                               

ভাৰতৰ ৰাষ্ট্ৰপতিসকলৰ তালিকা

ভাৰতৰ ৰাষ্ট্ৰপতিসকল, ৰিডিফমেইল ডট কম ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩ ভাৰতৰ ৰাষ্ট্ৰপতিৰ আনুষ্ঠানিক ৱেবছাইট, আহৰণ: ০১-০১-২০১৩ প্ৰাক্তন ৰাষ্ট্ৰপতিসকল, জি নিউজ ৱেবছাইটত, আহৰণ: ০১-০১-২০১৩

                                               

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহৰ তালিকা

ভাৰতৰ ৰাষ্ট্ৰীয় উদ্যানসমূহ আই.ইউ.চি. এনৰ দ্বিতীয় শ্ৰেণী ৰ সংৰক্ষিত বনাঞ্চল । ভাৰতত পোণপ্ৰথমে স্থাপিত হোৱা ৰাষ্ট্ৰীয় উদ্যানখন হল ১৯৩৬ চনত প্ৰতিষ্ঠা কৰা হেইলি ৰাষ্ট্ৰীয় উদ্যান, যাক বৰ্তমান কৰবেট ৰাষ্ট্ৰীয় উদ্যান বুলি জনা যায়। ১৯৭০ চনলৈকে ভাৰত ...

                                               

মুঠ ঘৰুৱা উৎপাদন অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা

এই তালিকাত ভাৰতীয় ৰাজ্যসমূহৰ মুঠ ঘৰুৱা উৎপাদনৰ তালিকা আৰু লগতে মুঠ ঘৰুৱা উৎপাদনত বৃদ্ধিৰ হাৰো দৰ্শোৱা হৈছে। ২৫০ বিলিয়ন ইউ এছ ডিৰে মহাৰাষ্ট্ৰ তালিকাৰ শীৰ্ষত, আৰু ৬০ মিলিয়ন ইউ এছ ডিৰে লক্ষদ্বীপ তালিকাৰ আটাইতকৈ তলত। ২০১৪-১৫ৰ তথ্য মিনিষ্ট্ৰি অৱ ষ্ ...

                                               

সাক্ষৰতাৰ হাৰ অনুসৰি ভাৰতীয় ৰাজ্যৰ তালিকা

                                               

ভাৰতৰ ভুৱা বাতৰি

ভাৰতৰ ভুৱা বাতৰি: দেশখনৰ যিবোৰ মিছা খবৰ আৰু অপপ্ৰচাৰ মানুহৰ মুখেমুখে, পৰম্পৰাগত মাধ্যমবোৰৰ যোগেদি বা শেহতীয়াকৈ ডিজিটেল মাধ্যমৰ বিভিন্ন ৰূপত, যেনে সম্পাদিত ভিডিঅ’, মিম, অপৰীক্ষিত বিজ্ঞাপন আৰু সামাজিক মাধ্যমত ৰতনা হোৱা গুজৱ আদিৰ যোগেদি বিয়পি পৰে, ...

                                               

কালিকা পুৰাণ

কালিকা পুৰাণ এখন হিন্দু ধাৰ্মিক গ্ৰন্থ। ইয়াক ১৮ খন উপপুৰাণৰ এখন বুলি গণ্য কৰা হয়। পুৰণি কাব্যখনত ৯৮টা পঠত ৯০০০টা পৰিচ্ছেদ আছে। কালী দেৱীৰ বিভিন্ন ৰূপ যেনে "গিৰিজা", "দেৱী", "ভদ্ৰকালী", "মহামায়া" আদিৰ স্তুতি কৰা এইখন একমাত্ৰ কাব্যশৃঙ্খল। এই গ্ৰ ...

                                               

জ্ঞানপীঠ বঁটা

জ্ঞানপীঠ বঁটা ভাৰতৰ সৰ্বোচ্চ সাহিত্য-সন্মান। দ্য টাইমচ অৱ ইণ্ডিয়া বাতৰিকাকতৰ প্ৰকাশক চাহু জৈন পৰিবাৰৰ দ্বাৰা গঠন কৰা এটা ট্ৰাষ্টৰ দ্বাৰা ভাৰতীয় জ্ঞানপীঠ বঁটা প্ৰদান কৰা হয়।

                                               

পদ্ম পুৰাণ

পদ্ম পুৰাণ ওঠৰখন পুৰাণৰ ভিতৰত অন্যতম। এই হিন্দু ধৰ্মগ্ৰন্থখনক গীতামাহাত্ম্য নামেৰেও জনা যায়। ই পাঁচটা অংশ আৰু প্ৰায় ৫৫,০০০ শ্লোকত বিভক্ত। পদ্ম পুৰাণক সাত্ব পুৰাণৰ শ্ৰেণীত ধৰা হয়।

                                               

বন্দে মাতৰম্‌

বন্দে মাতৰম্ বঙ্কিমচন্দ্ৰ চট্টোপাধ্যায়ৰ ১৮৮২ চনত ৰচিত আনন্দমঠ উপন্যাসৰ অন্তৰ্ভুক্ত এটি গীত। সংস্কৃত-বঙালী মিশ্ৰভাষাত লিখিত এই গীতটো দেৱী দুৰ্গাৰ বন্দনাগীত আৰু বঙ্গদেশৰ এটি জাতীয় মূৰ্তিকল্প। শ্ৰীঅৰবিন্দ বন্দে মাতৰম্ গীতটোক "বঙ্গদেশৰ জাতীয় সংগীত ...

                                               

মহাভাৰত

মহাভাৰত হৈছে প্ৰাচীন ভাৰতৰ দুই প্ৰধান সংস্কৃত মহাকাব্যৰ ভিতৰত এখন । এই মহাকাব্য ইতিহাসৰ এক অংশ। কুৰুক্ষেত্ৰৰ যুদ্ধ আৰু কৌৰৱ তথা পাণ্ডৱসকলৰ শেষ দশা বৰ্ণনাৰ উপৰিও মহাভাৰতত হিন্দু দৰ্শনৰ বহুতো তত্ত্ব বিষয়ক আলোচনা সন্নিবিষ্ট আছে, যেনে- জীৱনৰ চাৰি লক ...

                                               

শ্ৰীমদ্ভগৱতগীতা

শ্ৰীমদ্ভাগৱতগীতা বা গীতা এখন ৭০০-শ্লোকৰ হিন্দু ধৰ্মগ্ৰন্থ। এখন প্ৰাচীন সংস্কৃত মহাকাব্য মহাভাৰতৰ এক অংশ। যদিওবা গীতা এখন স্বতন্ত্ৰ ধৰ্মগ্ৰন্থ তথাপিটো ই এখন পৃথক উপনিষদৰ মৰ্য্যদা পাইছে। গীতাক সেইবাবে গীতোপনিষদ বোলা হয়। অৰ্থাৎ গীতাখন হৈছে উপনিষদ ব ...

                                               

ৰামায়ণ

ৰামায়ণ হৈছে এখন প্ৰাচীন সংস্কৃত মহাকাব্য। হিন্দু মহৰ্ষি বাল্মীকিয়ে ইয়াৰ ৰচনা কৰা বুলি বিশ্বাস কৰা হয়। ভাৰতৰ আনখন মহাকাব্য মহাভাৰতৰ লগতে ৰামায়ণকো ইতিহাসৰ অংশ হিচাপে গণ্য কৰা হয়। জীৱনৰ সম্বন্ধসমূহৰ বাবে কৰা কৰ্তব্যক কিছুমান আদৰ্শ চৰিত্ৰ যেনে- ...

                                               

ভাৰতীয় টকা

ভাৰতীয় টকা হৈছে ভাৰতৰ চৰকাৰী মুদ্ৰাৰ নাম। ভাৰতীয় মুদ্ৰাৰ মুখ্য নাম হৈছে ৰুপীয়া, ইংৰাজীত Rupee, কিন্তু কেৱল বঙালী আৰু অসমীয়া ভাষাতহে ইয়াক টকা বুলি কোৱা হয়। ভাৰতীয় ৰিজাৰ্ভ বেংকে টকা প্ৰস্তুত কৰি বাণিজ্যিক বেংকসমূহৰ দ্বাৰা ৰাইজৰ মাজত বিতৰণ কৰ ...

                                               

ভাৰতীয় টকাৰ ইতিহাস

খ্ৰীষ্টপূৰ্ব ষষ্ঠ শতিকাৰ পৰাই ভাৰতীয় টকাৰ ইতিহাস আৰম্ভ হয়। চীনা ৱেন আৰু লিডিয়ান ষ্টেটাৰৰ লগতে প্ৰাচীন ভাৰত মুদ্ৰাৰ প্ৰাৰম্ভিক প্ৰচলনকাৰী দেশসমূহৰ অন্যতম।হিন্দী ৰূপিয়া শব্দটো মৰিয়াই চেপেটা কৰা ৰূপ অৰ্থাৎ ৰূপৰ মূদ্ৰা বা মোহৰ মাৰি চিহ্নিত কৰা ক ...

Free and no ads
no need to download or install

Pino - logical board game which is based on tactics and strategy. In general this is a remix of chess, checkers and corners. The game develops imagination, concentration, teaches how to solve tasks, plan their own actions and of course to think logically. It does not matter how much pieces you have, the main thing is how they are placement!

online intellectual game →